Tumi Diya Gamusare || Nayan Deep and Papori With Anupam Chakravarthy
ฝัง
- เผยแพร่เมื่อ 8 พ.ค. 2018
- Video Creadites Goes to Assam Talks Pvt.Ltd
Song: Tumi Diya Gamusare Jolonga Moi Silai Lom
Masoli Goisilu
Tumar Kahot Bohi
Teni Boroniya Eakhon Kapur
Sani Sani Sanimai - เพลง
পাঁচবছৰৰ পাছতো চাই হেঁপাহ নপলাই
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো এই অনুষ্ঠানটোক। সুন্দৰ।
Aē0
Bohut bhal lagil noyandeep... Tumar gan huni.. Tumi bhaldore agbahi jua thanks
সুন্দৰ নৱদ্বীপ গোলাঘাটৰ বকলাই ৰ পৰা পলাশ বৰা ই মৰম যাচিছো 2024❤❤
Nayan Tumi bahut dhuniya kantha aru agbahi juwa .God bless you.
ইমান সুন্দৰ কন্ঠ বাবা তোৰ । ওচৰত গৈ চাবলৈ মন যাই ।আগুৱাই যোৱা ।
অহ ইমান সুন্দৰ কন্ঠ। বহুত মৰম কৰিবলৈ মন গৈছে। আশীৰ্বাদ কৰিছো পোনাকন । আজীৱন স্ংগীত তোমাৰ কনঠত থিতাপি ল ওক।❤❤❤❤❤❤❤❤❤❤
Iamfrommadrasmayangodblesyou
@@jayanthijayanthi6921
.
Ok ok
ইমান সুন্দৰ হৈছে। আশীৰ্বাদ কৰিছো যাতে ভগৱানে তোমাক ভালে কুশলে ৰাখে।আগবাঢ়ি যোৱা ভয় নাই আগলৈ যেন আৰু শোনিবলৈ পাও।
বহুত ধুনীয়া তুমি আৰু আগুৱাই যোৱা তাকে কামনা কৰিলোঁ।
1111
👌
বৰ ভাল হৈছে নয়নদ্বীপ ভগৱানে তোমাক সহায় কৰক
সচাই তোমাৰ সুৰ বহুত সুন্দৰ এনেকৈয়ে তুমি গান হোনাই থাকিবা মোৰ আশিষবাত সদাই আছে আগোই যোৱা ,,,,,,,,,,,,,,
Bohut Val hoise bhaiti tumar gaan anekua gaan hunile mur buku kopi uthe
ভাগ্যজৌতি,নিহাৰিকা আৰু বিতোপনলৈ মোক আন্তৰিক শুভেচ্ছাৰ লাগতে আশিিবাদ থাকিল ।
বহুত ধুনীয়া গাইছা ৷ তুমি আগবাঢ়ি যোৱা ৷
P1
অন্তৰ চুই যোৱা কন্ঠ বহুত ভাল লাগিল nayandeep আৰু আগুৱাই যোৱা তুমি
অতি সুন্দৰ নিদৰ্শন বন্ধু
হৃদয় চুই যোৱা আৰু মৰম সনা কন্ঠ, নয়নদ্বীপ। বহুত ভাল লাগিল। Love you! আগ বাঢ়ি যোৱা। ভগৱানে তোমাক সহায় কৰক !
💜💜💜💛
Bor bhal gaise dei❤❤
Xundar kantha .bahut bhal lagil. Mor lorato gaan gai. Classical gaanbor besi bhal pai.axirbad korisu tumi agai jowa.
@@nabajyotihazarika5022🎉
বোকাৰ পদুম,বহুত সুন্দৰ এটি অনুষ্ঠান ।অনুপম চক্ৰৱৰ্তী আপুনাৰ এই পদক্ষেপ অতি অনুপম । আপোনাৰ এই জয়যাত্ৰা অব্যাহত থাকক ।
অতি সুন্দৰ, গুৰুৱে কৃপা কৰক কৃষ্ণ 🙏
ইমান.ধুনিযা.সুৰ.সুনিলে.সুনি.থাকিব.মন.জায.
সছা কথা আনৰ কথা সুনিলে প্ৰেমত আউল লাগে । সুন্দৰ তোমি আৰু আগোৱাই জোৱা ।
Hosa Hoi
Mur aul.lgise premot anar ktha huni
Feggt2
ভাল লাগিছে দেহা তোমাৰ ভবিষ্যত উজ্জল হওক
নয়নদ্বীপ তোমাৰ এই গানটো মই সদায় শুনো মোৰ খুব প্ৰিয় গান......আৰু আগুৱাই যোৱা ভাইটি....
I
নয়ন ভাইটি তোমাৰ গীত শুনি মোৰ হেপাহে ই নপলাই 😍😍😍😍
বহুত ভাল লাগিছে তোমাৰ গানবোৰ, আগলৈ আগুৱাই যোৱা ভাইতি।
bohut val lagil tumi aguyai jua 👌👌👌👌👌👌👌
2mar voice2 hoxai bohut dhunia bt tumi aru aguai juwa god bless u nayan deep
Oh My God 😘 তুমি দিয়া জোলোঙা ৰে.....
good boy
Devina Borsaikia cry nic
Jant
Bohut vl lga
Thank's moi prai cenalto saw khub bhal lage moi ajon c.r.p.f.jowan dhekhor sava koru parile moyo sohai ag borham akha rakhisu best of luck evry smoll singer
গান টো বৰ ভাল লাগিল ভাইটি । তোমাৰ কণ্ঠও বৰ শুৱলা । আৰু আগুৱাই যোৱা ভগৱানে তোমাক মঙ্গল কৰক ।
ধুনীয়া লাগে তোমাৰ গানবোৰ শুনি। প্ৰচেষ্টা এৰি নিদিবা। তুমি আগুৱাই যোৱা শুভকামনা থাকিল।
তোমাৰ গান গোৱা বহুত ভাল লাগে।। তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিছোঁ।
Dhunia hoise
@@bolinkhanikor9316 q11qq
❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
@@bolinkhanikor9316 😂
@@bolinkhanikor9316 😂😂😂😂😂
Nyondipor moi strg prgrm saisu.... Sithi dim gantue hridy sui goisle... Bht bht dhunia mitha knthor adhikari.... Tmk vgbne mngl korok.. Jte vbisyt jibn utjyl hoi.... Anupm dar eai avilakhi proyak hlag lbolgia.... Bht thnkx.. He hsake dukhia ghrrr....
Dhunya lagise dei vayti
নয়ন বহুত ধুনীয়া গৈছে বাবা
\carf
K x
D
Bohut val lagise huni hosakoiye Amar..mur mntu kiba val lagi goise ooo anupam daaa hosakoiye apuni great
nice
Agbahi jua Nayandeep .God bless you.
Lবহুত সুন্দৰ।আগবাঢ়ি যোৱা
অনুপম দা;আপোনাৰ এটা অভিনৱ প্ৰয়াসক অতি আথন্তৰিকতাৰে শলাগ লৈছো ......
Majid
তোমাৰ কণ্ঠ বহুত সুন্দৰ লাগিল ।
দীৰ্ঘজীবি হোৱা !
Hosai tomar voice to bohut dhuniya, vogobane tomak aashirbad korol jate agole aru aguwai jabo para.
ধন্যবাদ। বোকাৰ পদুমৰ সকলো কণমানি হতৰলৈ ভৱিষ্যত উজল কামনা থাকিল। অনুপম দাদালৈ বহুত বহুত ধন্যবাদ।
বৰ ধুনীয়া কন্ঠ । আগুৱাই যোৱা সদায় এনেদৰে । God bless u
New York times New Zealand
Quality
ভৱিষ্যত উজ্বল কামনা কৰিলো নয়নদ্বীপ তোমাক. আৰু আগুৱাই যোৱা সংগীতৰ যাত্রা যেন চিৰযুগমীয়া হওঁক তাকে কামনা কৰিলো.
Beautiful and very nice ❤❤🎉🎉😊😊
Mojja Nayandeep
Oti hundor...prokhongkha kriboloi hsai vakhar ovab
Ooooh nace
Bhut Bhut dhuniya lagise gan2 vaiti Aguai jua 👍👍👍👍🔥
বহুত বহুত ধন্যবাদ আৰু আগুৱাই যোৱা।
Emn dhuniya voice tumr ☺️☺️
গানটো শুনি বহুত ভাল লাগিল নয়ন দ্বীপ তুমি আৰু আগুৱাই যাবা বুলি আশা ৰাখিলো
Thbi
ভাল গাইছা ভাইতি
Bohut dhunia hoisa dei
bht valll lagise vaiti....tumar konth bhut dhuniya....tumi aru aguwai juwa ....
Nayandeep..bhut dhuniya voice 2mr..bhut dhuniya.lv u vaiti
Hun aru ag bahi juwa dei bohut bohut val lagise huni gan kita
Bohut val lagise bhagobane tumak mongol korok nayandeep
বহুত ভাল লাগিল তোমাৰ গান শুনি নয়ন দীপ
মৰমৰ ভাইটি লৈ নতুন বছৰৰ শুভেচ্ছা জনালো তথা উজ্জল ভবিৰ্ষ্যতৰ শুভ কামনা যাছিলো ৷
S
Thanky .
Very good. God bless you ❤
বৰ ধুনীয়া গান গাইছা দেই
Eman xundor kontho bht val lagil👌👌👌👌
os nice soun
Bhanima kalita tij
God will bless these children and I really appreciate Anupam's encouragement to these innocent children
Bht vlll lagise 2ma uljol vobisot kamona koriluuu. ,,
Pgl Hoi goisu tar gan khuni .Eman dhuniya gaise ..aru agbahi jua tumi..💓💓💓💓🥰🥰🥰🥰
বঢ়িয়া লাগিছে বেতা | আৰু যেন টি ভি পৰদাত তোমাক দেখা পাওঁ |
এই গানটো মোৰ বহুত প্ৰিয় হয় শুনি থাকিলেও হেপাহ নপলাই
Ooôpppppppppppppppppppppppppp 👮👮
Nn.
@@skemsyrti3770 pp ⁿ by
Umm 6
বহুত ধুনীয়া লাগিছে
Bohut...val.lagil.ujal..vobisoyt..kamona...korilu.❤️❤️❤️
Khub xundor 2mr voice,keep it up vaiti ,love u vaiti❤️❤️❤️
অনুস্থানটি উপভোগ কৰিলো..... সুন্দৰ
Hosakoi eman dhuniya kontho,apunak bohut bohut dhoinoybad dada.
বঢ়িয়া লাগিছে।
bht dhuni gaisa...god bls u
gan tu vhal lagil vaite
ভৱিষ্যত উজ্জ্বল কামনা কৰিলো আৰু আগুৱাই যোৱা.বহুত ভাল লাগিল
কণমানি মৰম লগা নয়নদীপ আৰু পাপৰি তোমালোকক ভগৱানে মংগল কৰক |
বিৰাট ভাল হৈছে।তোমাৰ ভৱিষ্যত উজ্জ্বল হওক তাকেই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো।
Superb Nayandeep. Divine blessings.
Bhai moja
এও,লোক অসমৰ আশাৰ সপোন।
ইমান সুন্দৰ কণ্ঠ দেহা তোমাৰ
Mojja bro Song 👍👍
বহুত ধুনীয়া হৈছে
Hundor,aguai jua.
অনুপম দা, আপোনাৰ এই অভিনৱ প্রয়াসক অতি আন্তৰিকতাৰে শলাগ লৈছোl
sadhana sargam hoi
sadhana sargam Hiiiiii💛💚💙💜
sadhana sargam hi
sadhana sargam
sadhana sargam lovle
Wow 😍Lovely song
Bohut Duniya... Nice.. aguyai juya...
❤️💕❤️💕❤️😍🥰♥️vaiti bhut Val lagil aru aguai juwa 2mi
তুমৰ গান ভাল লাগে আৰু গান ভাল কৈ গাই যোৱা ।
Anupam sir, this is a nice step of ASSAM TALKS through you.😁😁😁😁😁🏅🏅🏅🏅
Very good
@@uiumohan1608 l
I love your voice
বৌকাৰ পদুমৰ মইনাহতৰ গান শুনি বহুতে ভাল লগিছে তাৰে মাজত যদি।দুটিমান ৰাভা সঙ্গীত গালে হৈ আৰূ ভাল লাগিল হেতেন ধন্যবাদ
❤
Bor hundor kontho o...ru agbahi juwa dai tr e kamona krylu.,.
সুন্দৰ কৈ গাইছা আৰু আগুৱাই যোৱা ♥️
Assam talk's thank you.... Anupam Da very very thanks.. Good voice singer
Assam talk,s thank you anupam de very very thanks. Good voice singer
Hosakoi bohut dhuniya gaise. aru vaititur ujwol bhobiswt kamona korilu
Bohut hundar lagele
নয়ন সচা ভাল হৈচৈ
গানটো শুনি ভাল লাগিল ভাইটি 👌👌
,,bjJ5, PNKNb😮..N
Hundor hoisay vaiti aguai jua akhibad korisu
Mojjjjaa lagise de babu khasai tomar mat2 bhut dhuniya.....