TUMAR MOROMOR || NEW ASSAMESE SONG || PRATIKSHA DEKA || 2024

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.ย. 2024
  • Pratiksha Deka
    “Tumar Moromor”
    Credits :
    Singer - Pratiksha Deka
    Lyrics & Composition - Pratiksha Deka
    Music Arrangement - Himangshu Borah (HB)
    Mix & Mastering - Koustav Saikia
    Flute & Additional Guitar - Himangshu Borah
    Tabla - Hirak Jyoti Talukdar
    Violin - Manzil Gogoi
    Recorded @ Legacy Studio ,Guwahati
    Poster designing & Lyrical Video - Tushar Gohain
    Special thanks
    Jyoti Pal
    Doli Deka
    Dr Ritu raj Moran
    Lyrics
    তোমাৰ মৰমৰ পোহৰে মোৰ
    আকাশ জিলিকাই
    তোমাৰ সোৱদি মাতে মোৰ
    জীৱন সজাই ।
    ৰৈ আছোঁ
    বহু ক্ষণ তুমি আহিবা বুলি
    জিৰাই নৰবা তুমি ।
    পাৰা যদি আহিবা উভতি
    মনৰ অভিমান দূৰতে ৰাখি
    ৰৈ আছোঁ তোমাক লগ পাম বুলি
    আজীৱন জীয়াই ৰ'ম
    তোমাতেই বুলি ।
    প্ৰতি পলত প্ৰতি ক্ষণত
    মোৰ হিয়াৰে মাজত
    জিয়াই থাকিবা তুমি ।
    #assamesehitsongs #songs #youtube #newassamesesong #youtubemusic #trending

ความคิดเห็น • 29