ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
খুব সুন্দৰ বাইদেউ
Val lagil vedeo tu sai
Namaskar,baideo,firsttimesaalu,apunarreacipe,thanks,iamfromassam,
Thinku Baidaw shikulo
বাইদেউ আপোনাৰ ভিডিঅ'চাই বহুত ভাল লাগিছে আৰু আমি বহুতো কথা জানিব পাৰিছো। ধন্যবাদ বাইদেউ ভালে ৰাখক ভগৱান নে। মোৰ ঘৰ মহা মৃত্যুঞ্জয় মন্দিৰ ৰ লগতে, বাইদেউ আহিব কেতিয়াবা মোৰ মা য়ে আপোনাৰ ভিডিঅ'চাই আৰু মন্দিৰ আহিলে আমি লগ পাম ধন্যবাদ 🙏🙏
জানি ভাল লাগিল ৷ গলে নিশ্চয় লগ কৰিম ৷
আপোনাৰ আচাৰৰ ভিদিও বোৰ চাই থাকো ,,বহুত ভাল লাগে ,নিমুৰ আচাৰ অলপ তিতা কিয় লাগে জনাব চোন বাইদেউ ।
নেমুৰ বাকলি তিতা ৰসৰ হয় । পকিলে তিতা সোৱাদ কমি যায় । মই তিতা ভাল পাওঁ বাবে কেচা নেমুৰো বাকলি নুগুচাওঁ ।
Dekhutey jolpai Jen lagisey
কাটিলেই পাৰ্থক্যটো ওলাই পৰে ৷ জলফাইৰ গুটি এটা ,অমৰাৰ কেবাটাও সৰু সৰু গুটি এখন জালেৰে আৱৰা থাকে ৷
@@RupanjaliRonganoi thnxx for d explanation..
Val lagil baidew video tu
Khub dhunia hoise
Dhunia mam
❤️
বহুত সুন্দৰ
ধন্যবাদ ৷
Amorar fullr asar tu he lage
ক্ষমা কৰিব ৷ আজিলৈকে মই অমৰা ফুলৰ আচাৰ প্ৰস্তুত কৰা নাই ৷ 🙏
Dhuniya
Vl lagil sai video tu . ... apunar ghr lakhimpur kun thait moiu lakhimpur re hoi
খেলমাটিত ৷ গাৰ্লচ কলেজ আৰু নৰ্থ লক্ষীমপুৰ কলেজৰ মাজত ৷
সুন্দৰ
ভাল লাগিছে
Majaaa hoi sa
Bohut duhnia hoise 😍😍😍🙏🏻🙏🏻🤍🙏🙏😘😘😘
Nice
Thank you 😊
ভাল লাগিল ,এনেকোৱা ভিদেও আগলৈ পাম বুলি ভাবিলো আৰু শিলগুটি আছাৰ কেনেকৈ বনাই জনাবছোন
মই শিলগুটি চোবাব নোৱাৰোঁ ৷ দাঁত লগোৱা আছে য়ে ...
😂@@RupanjaliRonganoi
Val lagil sai
Moja
Oretinga achar
আজি অমরা কিনি আনিছোঁ।।বনাম দিয়ক ।ভাল লাগিল
বৰ্ণালী, আচাৰ বহুত ভাল হৈছে খাবলৈ ৷
Moi omorar achar2 bisari bisari apunar channel2t palu obohekhot..dhoinnyobad baideu
ধন্যবাদ গ্ৰহণ কৰিছো ৷ কণ জলকীয়াৰ সানমিহলি আচাৰ দিলো, চাবা ৷শ্চেয়াৰ কৰিবা পৰিয়াল আৰু বন্ধুমহলৰ লগত ৷
Khub val hoise
Aarti thakur
Khob Val haysa bido
Nice Baideu 💋💋💋❤❤❤👍😙😘😘😎😎😙
baideu..konbilahi asar kene k bonam olp jonabo sun
সময় সুবিধা পালে নিশ্চয় আচাৰ কৰিম ৷
Very nice mem
Dhuniya hoise .moiu Kali bonaisu
Val lagil baideu 👌👍
😋😋😋
Thank you so much for recepie
😘
Moi apunak ata kotha hudhibo khujisu ki petor puroni hole ki khabo lage uttor tu kole val pam baido
প্ৰথমেই কওঁ, এইটো ডাক্টৰৰ বিষয় ৷ কিন্তু সাধাৰণ জ্ঞানেৰে কওঁ, তোমাৰ Food Habit সলনি কৰা ৷ ফাষ্ট ফুড,চিপ্চ ,কুৰকুৰি ইত্যাদি,জ্বলা,মছলা,তেল, মাছ,মাংস কমাই নিৰামিষ খোৱা ৷ Home Made খাদ্য খাবা ৷ মাদক দ্ৰৱ্যৰ অভ্যাস থাকিলে যেনে চাহ কফি কমকৈ খাবা ৷ আমলখি,আদা,শিলিখা প্ৰিজাৰ্ভ কৰি মুহুদি হিচাপে খাবা ৷এনেয়ে পেট জ্বলিলে আমি ঠাণ্ডা কৰি ৰখা আইচক্ৰীম,দৈ ,মিঠাই, যিকোনো মিঠা, ফলমূল (ৱাটাৰমেলন) খাওঁ ৷ কিন্তু ৰাতি দৈ এভইড কৰিবা ৷ দিনত পানী খাবা ভাত খোৱাৰ আধাঘণ্টা আগত আৰু পিছত ৷ ৰাতি অতিৰিক্ত পানী খাব নেলাগে ৷যোগাসন,কপালভাটী প্ৰাণায়াম আৰু অগ্নিসাৰ ধৌতি কৰিব পাৰিলে স্থায়ী ৰূপত ভাল হ’ব ৷কথাবোৰ কলো যদিও ডাক্টৰৰ পৰামৰ্শ লৈ ইনভেষ্টিগেচন কৰিলে সমিধানৰ পথ ওলাব ৷মই ঘৰুৱাভাৱে প্ৰাথমিক কথাখিনিহে কলো ৷তুমি যে কথা এটা বিশ্বাসত সুধিলা তাৰ বাবে ধন্যবাদ ৷
Dhunia Baideu
Khijai loisil neki?
নাই সিজোৱা ৷ মই কঠাল, ফুলকবি সেইবোৰহে সিজাওঁ ৷ তাকো ৬০-৭০ শতাংশতকৈ বেছি নহয় ৷ প্ৰশ্নৰ বাবে ধন্যবাদ ৷
Asarkhini bor dhunia lagise.l ike nd sub.lorilu .Axa koru muku kori dibo please please
Bhal lagil amora achar r video tu sai, apuni xundor koi kotha khini bujai koisay, thanks a lot 🙏🙏🙏👌👌👌
Thekerar achar bonabo sun
খুব সুন্দৰ হৈছে...মই কিন্তু নিমখৰ পানীখিনি আচাৰত নিদিওঁ ..এইবাৰ দি চাম কেনে হয় !
Kobo paribo n
ভাল লাগিল অমাৰাৰ আচাৰ বনাবলৈ শিকিবলৈ পায়
amora boil kori bonoa nai neki khuri. boil korio bonabo parim ne
Boil কৰিলে বেছি দিন ৰাখিব নোৱাৰিবা ৷ ৰদৰ গৰমতে চোন বইল হৈ যাব ৷ শাওণ ভাদৰ ৰদ দুই তিনি দিনতে সিজি যাব ৷ধন্যবাদ প্ৰশ্ন কৰাৰ বাবে ৷
👌👌
Bhut vl lagil baideu....apuner video bure muk bhut upokrit kri se.aru agoloi aguai jauk tare kamnana krilu.
bydo Madhori Jam kanaka bonai hikai diok son
সময় পালে নিশ্চয় যিকোনো ফলৰ জাম প্ৰস্তুত কৰিম ৷ধন্যবাদ মতামতৰ বাবে ৷
মধুৰি জেলীৰ ভিডিঅ’ টো চালা নে ? ভাল লাগিলে শ্চেয়াৰ কৰিবা দেই ৷
Lalos lagi gl pai
Gur nidile nhbo nk
হ’ব ৷ মই মিঠা ভাল পাঁও কাৰণেই দিওঁ ৷ধন্যবাদ প্ৰশ্নৰ বাবে ৷
Val lagil
Vl hoise pehy khabo matibo ne
Amr o amorar gos ase bohut lge moi o bonam eyate sai sai🤗
অমৰাৰ ভিতৰৰ জালখনৰ বাবে চুপি খাবলৈ আৰু ভাল লাগে ৷
Kam nai
দুবছৰ খালোঁ অ’ ! খোৱাসকলেও ভাল পালে !
ketiya khuwabo muk
👎👎👎👎👎👎
mitha nhobone
খুব সুন্দৰ বাইদেউ
Val lagil vedeo tu sai
Namaskar,baideo,firsttimesaalu,apunarreacipe,thanks,iamfromassam,
Thinku Baidaw shikulo
বাইদেউ আপোনাৰ ভিডিঅ'চাই বহুত ভাল লাগিছে আৰু আমি বহুতো কথা জানিব পাৰিছো। ধন্যবাদ বাইদেউ ভালে ৰাখক ভগৱান নে। মোৰ ঘৰ মহা মৃত্যুঞ্জয় মন্দিৰ ৰ লগতে, বাইদেউ আহিব কেতিয়াবা মোৰ মা য়ে আপোনাৰ ভিডিঅ'চাই আৰু মন্দিৰ আহিলে আমি লগ পাম ধন্যবাদ 🙏🙏
জানি ভাল লাগিল ৷ গলে নিশ্চয় লগ কৰিম ৷
আপোনাৰ আচাৰৰ ভিদিও বোৰ চাই থাকো ,,বহুত ভাল লাগে ,নিমুৰ আচাৰ অলপ তিতা কিয় লাগে জনাব চোন বাইদেউ ।
নেমুৰ বাকলি তিতা ৰসৰ হয় । পকিলে তিতা সোৱাদ কমি যায় । মই তিতা ভাল পাওঁ বাবে কেচা নেমুৰো বাকলি নুগুচাওঁ ।
Dekhutey jolpai Jen lagisey
কাটিলেই পাৰ্থক্যটো ওলাই পৰে ৷ জলফাইৰ গুটি এটা ,অমৰাৰ কেবাটাও সৰু সৰু গুটি এখন জালেৰে আৱৰা থাকে ৷
@@RupanjaliRonganoi thnxx for d explanation..
Val lagil baidew video tu
Khub dhunia hoise
Dhunia mam
❤️
বহুত সুন্দৰ
ধন্যবাদ ৷
Amorar fullr asar tu he lage
ক্ষমা কৰিব ৷ আজিলৈকে মই অমৰা ফুলৰ আচাৰ প্ৰস্তুত কৰা নাই ৷ 🙏
Dhuniya
Vl lagil sai video tu . ... apunar ghr lakhimpur kun thait moiu lakhimpur re hoi
খেলমাটিত ৷ গাৰ্লচ কলেজ আৰু নৰ্থ লক্ষীমপুৰ কলেজৰ মাজত ৷
সুন্দৰ
ভাল লাগিছে
Majaaa hoi sa
Bohut duhnia hoise 😍😍😍🙏🏻🙏🏻🤍🙏🙏😘😘😘
Nice
Thank you 😊
ভাল লাগিল ,এনেকোৱা ভিদেও আগলৈ পাম বুলি ভাবিলো আৰু শিলগুটি আছাৰ কেনেকৈ বনাই জনাবছোন
মই শিলগুটি চোবাব নোৱাৰোঁ ৷ দাঁত লগোৱা আছে য়ে ...
😂@@RupanjaliRonganoi
Val lagil sai
Moja
Oretinga achar
আজি অমরা কিনি আনিছোঁ।।বনাম দিয়ক ।ভাল লাগিল
বৰ্ণালী, আচাৰ বহুত ভাল হৈছে খাবলৈ ৷
Moi omorar achar2 bisari bisari apunar channel2t palu obohekhot..dhoinnyobad baideu
ধন্যবাদ গ্ৰহণ কৰিছো ৷ কণ জলকীয়াৰ সানমিহলি আচাৰ দিলো, চাবা ৷
শ্চেয়াৰ কৰিবা পৰিয়াল আৰু
বন্ধুমহলৰ লগত ৷
Khub val hoise
Aarti thakur
Khob Val haysa bido
Nice Baideu 💋💋💋❤❤❤👍😙😘😘😎😎😙
baideu..konbilahi asar kene k bonam olp jonabo sun
সময় সুবিধা পালে নিশ্চয় আচাৰ কৰিম ৷
Very nice mem
Dhuniya hoise .moiu Kali bonaisu
Val lagil baideu 👌👍
😋😋😋
Thank you so much for recepie
😘
Moi apunak ata kotha hudhibo khujisu ki petor puroni hole ki khabo lage uttor tu kole val pam baido
প্ৰথমেই কওঁ, এইটো ডাক্টৰৰ বিষয় ৷
কিন্তু সাধাৰণ জ্ঞানেৰে কওঁ, তোমাৰ Food Habit সলনি কৰা ৷ ফাষ্ট ফুড,চিপ্চ ,কুৰকুৰি ইত্যাদি,জ্বলা,মছলা,তেল, মাছ,মাংস কমাই নিৰামিষ খোৱা ৷ Home Made খাদ্য খাবা ৷ মাদক দ্ৰৱ্যৰ অভ্যাস থাকিলে যেনে চাহ কফি কমকৈ খাবা ৷ আমলখি,আদা,শিলিখা প্ৰিজাৰ্ভ কৰি মুহুদি হিচাপে খাবা ৷
এনেয়ে পেট জ্বলিলে আমি ঠাণ্ডা কৰি ৰখা আইচক্ৰীম,দৈ ,মিঠাই, যিকোনো মিঠা, ফলমূল (ৱাটাৰমেলন) খাওঁ ৷ কিন্তু ৰাতি দৈ এভইড কৰিবা ৷ দিনত পানী খাবা ভাত খোৱাৰ আধাঘণ্টা আগত আৰু পিছত ৷ ৰাতি অতিৰিক্ত পানী খাব নেলাগে ৷
যোগাসন,কপালভাটী প্ৰাণায়াম আৰু অগ্নিসাৰ ধৌতি কৰিব পাৰিলে স্থায়ী ৰূপত ভাল হ’ব ৷
কথাবোৰ কলো যদিও ডাক্টৰৰ পৰামৰ্শ লৈ ইনভেষ্টিগেচন কৰিলে সমিধানৰ পথ ওলাব ৷
মই ঘৰুৱাভাৱে প্ৰাথমিক কথাখিনিহে কলো ৷
তুমি যে কথা এটা বিশ্বাসত সুধিলা তাৰ বাবে ধন্যবাদ ৷
Dhunia Baideu
Khijai loisil neki?
নাই সিজোৱা ৷ মই কঠাল, ফুলকবি সেইবোৰহে সিজাওঁ ৷ তাকো ৬০-৭০ শতাংশতকৈ বেছি নহয় ৷
প্ৰশ্নৰ বাবে ধন্যবাদ ৷
Asarkhini bor dhunia lagise.l ike nd sub.lorilu .Axa koru muku kori dibo please please
Bhal lagil amora achar r video tu sai, apuni xundor koi kotha khini bujai koisay, thanks a lot 🙏🙏🙏👌👌👌
Thekerar achar bonabo sun
খুব সুন্দৰ হৈছে...মই কিন্তু নিমখৰ পানীখিনি আচাৰত নিদিওঁ ..এইবাৰ দি চাম কেনে হয় !
Kobo paribo n
ভাল লাগিল অমাৰাৰ আচাৰ বনাবলৈ শিকিবলৈ পায়
amora boil kori bonoa nai neki khuri. boil korio bonabo parim ne
Boil কৰিলে বেছি দিন ৰাখিব নোৱাৰিবা ৷ ৰদৰ গৰমতে চোন বইল হৈ যাব ৷ শাওণ ভাদৰ ৰদ দুই তিনি দিনতে সিজি যাব ৷
ধন্যবাদ প্ৰশ্ন কৰাৰ বাবে ৷
👌👌
Bhut vl lagil baideu....apuner video bure muk bhut upokrit kri se.aru agoloi aguai jauk tare kamnana krilu.
bydo Madhori Jam kanaka bonai hikai diok son
সময় পালে নিশ্চয় যিকোনো ফলৰ জাম প্ৰস্তুত কৰিম ৷
ধন্যবাদ মতামতৰ বাবে ৷
মধুৰি জেলীৰ ভিডিঅ’ টো চালা নে ? ভাল লাগিলে শ্চেয়াৰ কৰিবা দেই ৷
Lalos lagi gl pai
Gur nidile nhbo nk
হ’ব ৷ মই মিঠা ভাল পাঁও কাৰণেই দিওঁ ৷
ধন্যবাদ প্ৰশ্নৰ বাবে ৷