Fight with mother father - দুপৰীয়াৰ আহাৰ কত পাম এতিয়া - Dimpu Baruah

แชร์
ฝัง
  • เผยแพร่เมื่อ 25 เม.ย. 2019
  • In this video I talk about job mind-set in assam .
    for duporiyar ahar ( nalbari only )
    call - 8761057582 or 8761057583

ความคิดเห็น • 6K

  • @ushabarman6698
    @ushabarman6698 4 ปีที่แล้ว +923

    দিম্পু,তুমি সৰু ল'ৰা যদিও বহুত জ্ঞানী আৰু উচ্চ চিন্তা ধাৰাৰ।ধন্যবাদ থাকিল, তোমালৈ।তুমি আগুৱাই যোৱা ।

  • @la2screationsgardening713
    @la2screationsgardening713 3 ปีที่แล้ว +43

    সত্য কথা। এই মনোভাৱ সলনি হলেহে আমাৰ সমাজ সলনি হব।

  • @rupandeb9949
    @rupandeb9949 3 ปีที่แล้ว +15

    Bahut bhal speech disa Tumi dimpu ,god bless you bro.

  • @tinkuassam8782
    @tinkuassam8782 2 ปีที่แล้ว +37

    I like this topic. দিম্পু দা বহুত গুৰুত্বপূৰ্ণ কথা কেইটামান কলা। আশা কৰোঁ এই video টোৰ যোগেদি বহু অসমীয়া ল'ৰাই জীৱন নিৰ্বাহৰ সঠিক পথ বিচাৰি পায়।

  • @pushpadhartamul6495
    @pushpadhartamul6495 5 ปีที่แล้ว +352

    Dimpu Daa J Eman Mozzah Video Bur Bonua...Bohut Val lage...June June Dimpu Daak Val Pua Like Kora🖒🖒🖒

    • @dhritimankalita
      @dhritimankalita 5 ปีที่แล้ว

      Bro mor channel to please ebar soa,aru channel to subcribe koriba mor channelot technical aru blog video paba axomiat please koa

    • @dhritimankalita
      @dhritimankalita 5 ปีที่แล้ว

      Soa bro

    • @gitikaborah4199
      @gitikaborah4199 5 ปีที่แล้ว

      Im the one

    • @jimmyuso8946
      @jimmyuso8946 5 ปีที่แล้ว

      Aitu ki vedio bonai . bekar .

    • @inasarma2746
      @inasarma2746 5 ปีที่แล้ว +1

      Deba Pratim 👍👌

  • @Mainamou
    @Mainamou 3 ปีที่แล้ว +49

    সচাই বৰ ভাল লাগিল । সকলো ল'ৰা ছোৱালী এনেদৰে ভাবিলে বহুত উন্নতি হ'ব আমাৰ অসমৰ । মই নিজেই ব্যৱসায়ৰ লগত জৰিত । মই গৌৰৱ কৰোঁ আমাৰ পৰিয়ালৰ সকলো মানে মোৰ মানুহ জন , দাদা আৰু ভিনদেউ একোজন সফল । আমি সকলোৱে শিক্ষিত ।

  • @sherryburagohain1472
    @sherryburagohain1472 3 ปีที่แล้ว +79

    বহুত সঁচা কথা৷মাক দেউতাকবোৰৰ এনে মানসিকতা সলনি কৰাৰ সময় হ’ল৷

  • @dhrubajyotinath3937
    @dhrubajyotinath3937 3 ปีที่แล้ว +5

    সঁচা কথা... সেইবাবে অসমৰ মানুহক অকামিলা কয় যে নিজে একো নকৰে ,যেনেকৈ ষ্টেচনৰ কুলি বা ঠেলাআলা বা চাউলৰ বেপাৰী বা নাপিত বা মচি বা ধবি এইবিলাক বিহাৰৰ পৰা বা অইন ৰাজ্যৰ পৰা আহি অসমত কাম কৰে আৰু আমিবোৰ হাত বান্ধি বহি থাকো. (কামৰ সৰুবৰ নাই,সকলো কামেই ভাল মাত্ৰ চোৱাৰ প্ৰকৃতি বেলেগ বেলেগ)।👍

  • @runnerboy3240
    @runnerboy3240 4 ปีที่แล้ว +529

    দিম্পু দাৰ বাবে সকলোৱে Like এটা কৰা ধন্যবাদ।

  • @merijabegum5185
    @merijabegum5185 3 ปีที่แล้ว +12

    দিম্পু তুমি একেবাৰে সঁ‌চা কথা কৈছা। তোমাৰ ভিডিঅবোৰ চাই ভাল লাগে। তোমাৰ উপস্থাপন খুবেই ভাল লাগে।

  • @mamonidutta2510
    @mamonidutta2510 3 ปีที่แล้ว +9

    Dimpu xosai xundar kotha koisa .. God bless you always...

  • @muhikantanath6591
    @muhikantanath6591 2 ปีที่แล้ว +42

    Dear Dimpu , I hope this will be a good message to our society and the young generation will realize what they are actually doing .

  • @pranjaldutta6163
    @pranjaldutta6163 4 ปีที่แล้ว +50

    সচাকৈ বহুত অনুপ্ৰাণিত হলো। অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ লগত খাপ খোৱা এটা সুন্দৰ বাৰ্তা আগবঢ়ালা।❣️

  • @jashimahmedlaskar4344
    @jashimahmedlaskar4344 3 ปีที่แล้ว +24

    Dimpu Dada good talent good talking so much better

  • @tutumonichetia5827
    @tutumonichetia5827 3 ปีที่แล้ว +52

    দিম্পু তোমাৰ কথা বিলাক বৰ ভাল লাগে । তুমি আৰু আগবাঢ়ি যোৱা ভগৱানে তোমাক মঙ্গল কৰক ।

    • @bvlogs6482
      @bvlogs6482 2 ปีที่แล้ว +3

      Nijor lora suwaliku aneke bhalke Kobo😌

  • @user-yz1yh4bi7q
    @user-yz1yh4bi7q 3 ปีที่แล้ว +37

    100% right dimpu dada🇮🇳🇮🇳

  • @user-rl2sg1ev6z
    @user-rl2sg1ev6z 5 ปีที่แล้ว +574

    আলু বেপাৰী আৰু কেৰাণী ৰ উদাহৰণটো বহুত ধুনীয়া লাগিছে দিম্পু দা ।😂😂😂😂😂

    • @devzeroww8431
      @devzeroww8431 5 ปีที่แล้ว +5

      chirstano vugliows thik koisa bro

    • @user-rl2sg1ev6z
      @user-rl2sg1ev6z 5 ปีที่แล้ว +5

      @@devzeroww8431 😂😂😂😂😂

    • @aartimalkar9605
      @aartimalkar9605 5 ปีที่แล้ว +5

      b. a. al.

    • @tutubodo1078
      @tutubodo1078 5 ปีที่แล้ว +5

      😂😂😂😂😂

    • @inasarma2746
      @inasarma2746 5 ปีที่แล้ว +3

      vkhoskbkwgga igoaganhisfigo 👍

  • @arpitadutta6019
    @arpitadutta6019 3 ปีที่แล้ว +13

    আপোনাৰ কথাবোৰ বৰ গঠনমূলক। বৰ সুন্দৰকৈ বুজাই কৈছে। কেৱল চৰকাৰী চাকৰিৰ পাছত দৌৰাতকৈ হাতে কামে লাগিলেহে নিবনুৱা সমস্যা কিছু পৰিমাণে সমাধান হ'ব।

  • @jiturabha4944
    @jiturabha4944 2 ปีที่แล้ว +10

    Legend Watching after 3 years 🤣🤣👌👌😍😍

    • @X-nur-editz
      @X-nur-editz ปีที่แล้ว

      you are also watching after three years😂

  • @user-tk7wf9kp5j
    @user-tk7wf9kp5j 3 ปีที่แล้ว +15

    Dimpu dada k kone kone Val pai (mane like) kore eaat ata ata like kariboa

  • @a.cgowala82
    @a.cgowala82 5 ปีที่แล้ว +10

    বহুত বহুত ধন্যবাদ ,,এনেকুৱা চিন্তা কৰা মানুহ সমাজত লাগে ...

  • @mintumishra4548
    @mintumishra4548 4 ปีที่แล้ว +92

    Dimpu, 100% true. Thanks to give such as video in your blog. Salute

  • @Sanjayprofootball
    @Sanjayprofootball 2 ปีที่แล้ว +7

    Dimpu da অতি সোন্দৰ ভিডিঅ অপুনি নৱযুগৰ লৰাৰ পেৰনা হয়! এই মনোভাৱ সলনি কৰিব লাগিব । তেতিয়াই আমাৰ দেশৰ নিবনুৱাৰ সমস্যা দুৰ হব । জই আই অসম 🙏

  • @jadabbharali1843
    @jadabbharali1843 ปีที่แล้ว +12

    দুপৰীয়াৰ আহাৰৰ লৰা সকলক আশীৰ্বাদ কৰিছোঁ
    তেওঁলোকৰ ব্যৱসায় উন্নতিৰ পথত দৌৰি যাওক ।
    লগতে দিম্পুকো ধন্যবাদ এনেধৰণৰ কৰ্মস্পৃহা থকা লৰাবোৰক উচ্চাহিত কৰা বাবে 🙏🙏🙏

  • @MrJoybora
    @MrJoybora 4 ปีที่แล้ว +10

    Moy tumar videobur maje make saw, I think this is the best video you have ever made, great thinking & great advice for youth. Thanks

  • @snd5541
    @snd5541 5 ปีที่แล้ว +6

    The quotes of a.p.j abdul kalam was a great.and you too nicely explained that in assamese or own language.thqnks bro

  • @diliphaloipathak5592
    @diliphaloipathak5592 2 ปีที่แล้ว

    দিম্পু,সচাকৈ বহুত গুৰূত্ত্বপূৰ্ণ কথা কৈছা ।আজিৰ সময়ত বেলেগ ধৰণৰ কথা চিন্তা কৰিবৰ সময় হল ।কিছুমান মানুহে বুজি পোৱা নাই যে ব্যাবসায়ৰ জৰিয়তে হাজাৰ জনক চাকৰি দিব পাৰি ।বহুত ভাল লাগিল তুমাৰ চিন্তা ধাৰা ।

  • @papumahalia7385
    @papumahalia7385 3 ปีที่แล้ว +8

    😭😭😪😥EKDOOM RIGHT DIMPU DA

  • @pradakshinakalita5080
    @pradakshinakalita5080 4 ปีที่แล้ว +14

    সঁচাকৈ আমাৰ মানুহবোৰৰ চিকিৎসক , অভিযন্তা এইবিলাকে । প্ৰতিযোগিতাৰ দৌৰত নমাই দিছে নিজৰ লৰা ছোৱালীক কিন্তু সন্তানৰ ও যে কিছুমান নিজা সপোন আছে এইবিলাক তেনেই নগণ্য তেওঁলোকৰ আশা বোৰৰ ওচৰত । তেওঁলোকৰ মতে কৰিলে সন্তানে কষ্ট নাপাই ভবিষ্যতে সেই ভাবি কয় কিন্তু সন্তানে মনৰ শান্তিৰ বাবে কৰিব নোৱাৰে আনৰ শান্তিৰ বাবে হে কৰিব লগা হয়। প্ৰত্যেকেই নিজৰ মা দেউতাক ভাল পায় সেইকাৰণে মা দেউতা ৰ সুখৰ বাবে নিজৰ সুখ বিষৰ্জন দিয়া লৰা ছোৱালী বহুত আছে।।
    দাদা আপোনাৰ video সমূহ সঁচাই বহুত শিকিবলগীয়া।। আমাৰ নৱপ্ৰজন্ম ৰ সকলোৱে এনেকৈ আপোনাৰ দৰে কাম কৰি গলে দেশৰ উন্নতি সঁচাকৈয়ে হব।।
    ধন্যবাদ দাদা🙏🙏
    আপুনি আগবাঢ়ি যাওক।।

  • @hasenbasir314
    @hasenbasir314 5 ปีที่แล้ว +24

    Thanks a lot for this message. Thank you so much dimpu da

  • @user-ju2fu1go7i
    @user-ju2fu1go7i 3 ปีที่แล้ว +9

    It's really motivational video

  • @parimalroy4688
    @parimalroy4688 ปีที่แล้ว +1

    Dimpu da you are a motivational speaker

  • @bulbulsaikia9313
    @bulbulsaikia9313 4 ปีที่แล้ว +147

    সচায় দেই তুমি খুব ভাল কথা কইচা। বতমান চলি থকা সচা কথাৰ ওপৰত তুমি ভিডিওটো বনাইছা । 👍

  • @sofikulhoque8862
    @sofikulhoque8862 5 ปีที่แล้ว +18

    ATA new mind set thanks jonuwar babe,,,aru last r example tu khub vl lgil,,,aru anekua video bonaba plz

    • @XYZBHASKAR
      @XYZBHASKAR 5 ปีที่แล้ว

      Ji koisa Mur lagot pura milise vaiti

  • @Gaurabshorts02
    @Gaurabshorts02 2 ปีที่แล้ว

    Ai video Tu dia deri hol kintu bohut ogyani maak bapeke buji pabo 🥰🥰👍👍👍👍val bohut video Tu sai 🥰🥰👍👍thanks🌹🌹🙏

  • @Pritom____king07
    @Pritom____king07 2 ปีที่แล้ว +1

    দিম্পু দাদা তুমাৰ ভিডিঅ বোৰ চাই বহোত ভাল লাগে তোমাক বহোত বহোত শুভেছা থাকিল ।তুমি যাতে আৰু আগ বাহি যোৱা তাৰে পাৰ্থনা যনাইছো ।

  • @anandgowala8662
    @anandgowala8662 4 ปีที่แล้ว +119

    You are right bro. I suport your valuable speech. I m aslo facing this situation.

  • @himjyotimahanta8531
    @himjyotimahanta8531 4 ปีที่แล้ว +21

    Absolutely right about the mindset of our society. We should separate education and career. People should understand first and foremost mission or vision of education is learning or gathering knowledge..

  • @dayaramrabha5696
    @dayaramrabha5696 2 ปีที่แล้ว

    Dimpu da apuni eman val kotha koi dili tar baba. Apunaloi dhoinobad

  • @jannatulferdausjannat5180
    @jannatulferdausjannat5180 2 ปีที่แล้ว

    Dimpu da tumi jikhini kotha koisa thikei koisa.. asolte amar homaj khonot enkuwai soliase.. bohut bhal lagil tumar kotha keita xuni..

  • @ajitdeka3128
    @ajitdeka3128 3 ปีที่แล้ว +120

    Dimpu baruah is the of best TH-cam's in assam

  • @sangitashappybox5467
    @sangitashappybox5467 5 ปีที่แล้ว +5

    Dimpuda apunak salute dilu dei.. Mojja kotha koise.. Bohut vl lagil

  • @Simplelifes20
    @Simplelifes20 2 ปีที่แล้ว

    Bhut right কথা kole apuni । চিন্তাধাৰা বোৰ holoni korilehe hb 👍

  • @axomtraditionalsongs6093
    @axomtraditionalsongs6093 3 ปีที่แล้ว

    Moojjjaaa da dimpu daaa... Tomar video to sai bohut bhal lagil

  • @baidurjyakalita799
    @baidurjyakalita799 5 ปีที่แล้ว +13

    Dimpu da akdom mur Mon r vdo bonaisa...moio sakori t k business besi vll pau aru business a korim future t....akdom mjhhh topic t vdo 2 dsa... thanks thanks thanks again and again🙏🙏🙏

  • @djboys2442
    @djboys2442 4 ปีที่แล้ว +3

    Dimpu bro.. your all vedio so fantastic and mind fresh vedio so thank you...

  • @ShahidulIslam-lx5xs
    @ShahidulIslam-lx5xs 2 ปีที่แล้ว

    Khub vhal lagise kotha khini huni, Thank you.

  • @lalitakalita3701
    @lalitakalita3701 2 ปีที่แล้ว

    বৰ সুন্দৰ পদক্ষেপ 👌🏽👌🏽👌🏽
    অসমত এনে ধৰণৰ ব্যবসায়ৰ বৰ দৰকাৰ

  • @vivekrajput6175
    @vivekrajput6175 3 ปีที่แล้ว +9

    Its happens with me also
    You are right bro
    Love from Guwahati Assam

  • @epshitasvlogs7186
    @epshitasvlogs7186 4 ปีที่แล้ว +12

    ডিম্পু মোৰ মা এইধৰণৰ কথা মোক কৈ থাকে কাজিয়া লাগি থাকে সেয়ে

  • @kalpanakalita2749
    @kalpanakalita2749 2 ปีที่แล้ว

    খুব সুন্দৰ ভিডিঅ' । দিম্পুৱে মাক-দেউতাকৰ লগত কৰা কাজিয়াৰ লগত সংগতি ৰাখি খুব সুন্দৰ বাৰ্তা বাহক ভিডিঅ'এটা আগবঢ়ালে। হয়, মাক-দেউতাক বোৰে নিজৰ নিজৰ ল'ৰা-ছোৱালী বোৰক কেৱল চাকৰিৰ উদ্দেশ্যৰে আৰু বহুত টকা ঘটি ডাঙৰ মানুহ হোৱাটোৱেই উদ্দেশ্য বুলি পঢ়াব নালাগে। শিক্ষাৰ উদ্দেশ্য অকল সেইটো নহয়।
    ল'ৰা ছোৱালী য়ে সেই শিক্ষাৰে সংস্কাৰী, দয়াশীল এজন ভাল মানুহ, আৰু নিজকে স্বাৱলম্বিতাৰে নিজক প্ৰতিষ্ঠা কৰাৰ লগতে আন দহজনক বা হাজাৰ জনক জীৱনৰ বাটত আগুৱাই যোৱাৰ বাবে এটা শুদ্ধ ৰাস্তা দেখুৱাব পাৰে। জীৱনত কৰিবলৈ বিভিন্ন কাম আছে। শিক্ষা অনুযায়ী যিয়ে যেনেকৈ পাৰে বিভিন্ন কামত আত্মনিয়োগ কৰি জীৱন টো উদযাপন কৰিব পাৰে। মাথোঁ লাগিব নিজৰ প্ৰতি আত্মবিশ্বাস,ধৈৰ্য্য শক্তি, আৰু প্ৰেৰণা।
    তেনেকৈও সন্তানে ডাঙৰ মানুহ হ'ব পাৰে । এই কথা খিনি আমাৰ সকলোৰে মৰমৰ দিম্পুৱে খুব সুন্দৰ কৈ বুজাই দিছে।

  • @rahulmalakar999
    @rahulmalakar999 3 ปีที่แล้ว +2

    Dimpu sir ekdom right kotha koise apuni thank you Joy aai assom

  • @wonder6694
    @wonder6694 4 ปีที่แล้ว +11

    I think this is the best video.. And true video of my life... I have already shared this video to my all friends... Thanks you so much for this wonderful video... 💝

    • @ashimsarma2179
      @ashimsarma2179 2 ปีที่แล้ว

      আজিলৈকে চাকৰিৰ পাছত দৌৰা নাই স্বাধীন ভাবে ব্যৱসায় কোৰি আছো নাজানো জীৱনটো কিমান দূৰ আগুৱাই যাব পাৰো

  • @deepjyotidas5082
    @deepjyotidas5082 4 ปีที่แล้ว +14

    I honestly appreciating you for this wonderful video, muru same sakorir problem aasil but atiya moi business Kori satisfied myself and my parents too

  • @goneshtanti2008
    @goneshtanti2008 2 ปีที่แล้ว

    Thank you dimpu daa khub vl lge apunar video kiba kibi bhut hikibo pua jai ..... love you ❤️

  • @barashadeka6759
    @barashadeka6759 2 ปีที่แล้ว +1

    Dimpu da akdm xosa ktha koise right💯🙌vidio tu dhuniya lgile👍

  • @amitroyar7107
    @amitroyar7107 4 ปีที่แล้ว +54

    Right Dimpu. I have been facing this since my graduation. Its ok we will change this concept.

  • @amitkumardas4543
    @amitkumardas4543 4 ปีที่แล้ว +14

    Iman young age ot Iman mature apuni.. thank you so much for raising this topic..

  • @jerryhairart446
    @jerryhairart446 2 ปีที่แล้ว

    Bahut bhal information......,, Man sui gol 🙏🙏🙏

  • @smitakoldey9375
    @smitakoldey9375 3 ปีที่แล้ว

    Bht vl lgil sai ....ru apuni enekuai jatey historical place bur dekhuai thake xaituye axa thakil....jhansi ranir xai fort tu apunar channel't jatey pau xaituye axa thakil...

  • @18robiul
    @18robiul 4 ปีที่แล้ว +68

    Motivational speaker of Assam 🙏

  • @indianwanderess18
    @indianwanderess18 4 ปีที่แล้ว +16

    Good videos and specially good thoughts.

  • @amyrashvlogs566
    @amyrashvlogs566 2 ปีที่แล้ว

    Dimpuda apunar kotha huni bht bhal lagil❤️

  • @axomorpowali3044
    @axomorpowali3044 2 ปีที่แล้ว

    Dimpu daa bohut telentor kotha koisa dei so very beautiful your talent ❤️👍👍

  • @ilovetravelandfoodNextlevel
    @ilovetravelandfoodNextlevel 5 ปีที่แล้ว +86

    Atiai loi jua 🤣🤣🤣😂😂😂❤️❤️❤️

  • @paragkalita4888
    @paragkalita4888 5 ปีที่แล้ว +8

    U r legend bro..u alwys speaks d true facts

  • @moon.basumatari
    @moon.basumatari 3 ปีที่แล้ว

    Wow Dimpu da really koisu bohot bhal ata vedio bonale apuni hosake mind change hobo lage assambkhi moi support korisu 🙏🙏🙏🙏🙏

  • @nijarabora1836
    @nijarabora1836 3 ปีที่แล้ว

    Tumar video bur sai bohut val lage ..tumar sintadhara bohut usso...aguai jua tumi..

  • @pranjalpathak4566
    @pranjalpathak4566 5 ปีที่แล้ว +7

    Mojjja dimpu da. Mind-blowing vedio

  • @gajiur7868
    @gajiur7868 4 ปีที่แล้ว +46

    বহুত ভাল কথা এটা কৈছা, ধন্যবাদ তোমাক

  • @shankarjyotibhuyan8709
    @shankarjyotibhuyan8709 ปีที่แล้ว

    বেলেগ দিছা এই চাট । আৰু আগবাঢ়ি যোৱা মোৰ ফালৰ পৰা মৰম ভালপোৱা আশীৰ্বাদ থাকিল।

  • @purnimanath6088
    @purnimanath6088 3 ปีที่แล้ว

    Dimpu bhi . Oh god kajiya . Tumi thikai koisa bhi . Tumar kotha bilkul sosa . Kintu ma daywtar logot kajiya nokoriba bhi . God bless you dimpu . Thank you .

  • @bolenrahangbolenrahang1414
    @bolenrahangbolenrahang1414 5 ปีที่แล้ว +11

    your concept is also right Dimpu da..

  • @paranjyotimrg
    @paranjyotimrg 4 ปีที่แล้ว +4

    Very nice video.I appreciate your theme and anchoring delivery style

  • @sudipadhikary8005
    @sudipadhikary8005 3 ปีที่แล้ว +2

    Khup dhuniya hoiche videota❤️👍👌

  • @mousumideka2650
    @mousumideka2650 3 ปีที่แล้ว

    Xsa dimpo da aponar ktha bor xoni bhot val lage..xahokh pai aponar ktha bor xoni

  • @dcexp1993
    @dcexp1993 5 ปีที่แล้ว +14

    আগৰ দিনৰ মানুহ বোৰৰ এনেকুৱা মানসিকতাৰ বাবে আমাৰ অসমত বাহিৰা মানুহে ব্যৱসায়ৰ কৰিবলৈ সুবিধা পালে আৰু এটা কথা মই নিজে চাকৰি কৰো আৰু 100% কব পাৰো যে চাকৰি কৰা বোৰ চাকৰ হয় ।

  • @thewowclips2871
    @thewowclips2871 4 ปีที่แล้ว +101

    9:16 best motivating line for today's youth. Actually I didn't subscribe to your channel but after this video I'm doing it. Love you bro ❤

  • @MofidCreations17
    @MofidCreations17 4 ปีที่แล้ว +19

    Yes I want this way too

  • @binodboro5660
    @binodboro5660 3 ปีที่แล้ว +5

    My favorite TH-camr is Dimpu Baruah in Assam 😉

  • @rofiquzzaman2439
    @rofiquzzaman2439 2 ปีที่แล้ว

    Very nice dimpu video dimpu da aru lastor khini funny 🤣🤣 tipeor

  • @chandannath5009
    @chandannath5009 3 ปีที่แล้ว

    Very good katha kaisa. Axomot business beya buli bhabe, kintu business karatu sakorit koi bahu upar. Sakori mane sakor, business mane enterpreuner, start up, stock market aru bahut besi uparat hai...axomor manuhe sakori, sakori kari thakutei jabo. Moi tumar lagat asu, help lagile koba.

  • @technologykumar4815
    @technologykumar4815 4 ปีที่แล้ว +9

    Woww dimpu ki disa dei complement it's really nice

  • @prodipgondofficial2078
    @prodipgondofficial2078 4 ปีที่แล้ว +29

    সকলোৱে যদি মালিক হৈ চাকৰি কোনে কৰিব।হয় বিপৰীত চিন্তাধাৰাৰ প্ৰয়োজন। কিন্তু,চাকৰিৰ লগতে ব্যৱসায়কো ইমানেই গুৰুত্ব দিয়া উচিত যিমান এটা চাকৰিক।

  • @bishnuxzone8047
    @bishnuxzone8047 2 ปีที่แล้ว

    Comment from charaideo distric ,Borhat siloni naga. apunar eitu video sai bohut dangor kiba eta hikibo palu thank u dimpu da love from borhat silani naga gaon

  • @bikulmili6202
    @bikulmili6202 2 ปีที่แล้ว

    Hello dimpu da apunar video sai bohout vl lage I think that apuni aru agoloi aguaijen you are great man

  • @shakirabegum9425
    @shakirabegum9425 5 ปีที่แล้ว +7

    Very good brother...i like your language....i am always with you broo...i follow your thinking

  • @rahulborah9188
    @rahulborah9188 3 ปีที่แล้ว +7

    Hats off brother.....a great opinion from you....Thanks

  • @amitamarak639
    @amitamarak639 2 ปีที่แล้ว

    Very good idea Dimpuda sai bhut mind lagise

  • @mosharofmusic1239
    @mosharofmusic1239 2 ปีที่แล้ว

    Very good dimpu da bohut beshi bhal lagil

  • @user-ph6vt9yt9g
    @user-ph6vt9yt9g 5 ปีที่แล้ว +6

    Motivational video
    I think in this video best your always posted video among

  • @s.kchennel.5760
    @s.kchennel.5760 3 ปีที่แล้ว +4

    দিম্পু দা আপোনাৰ ভিডিওবোৰ বহুত ভাল লাগে ।

  • @rozgaarpaow
    @rozgaarpaow 2 ปีที่แล้ว

    Great fantastic dimpi.u understand and filling.

  • @dhanrajsatnami8027
    @dhanrajsatnami8027 ปีที่แล้ว

    Thank you dimpu da moi aata businessman hou muk bht val lagil apunar kotha khuni please support businessman👨‍💼

  • @gholumolu4284
    @gholumolu4284 5 ปีที่แล้ว +40

    Hahahah dimpu Da apunak kin2 manisu aru. bor dhuniya kotha koi dila.i like you 👍👍👍👍

  • @suhelhassan136
    @suhelhassan136 5 ปีที่แล้ว +8

    Dimpu da u r great👍 i support you 😊

  • @drishtymahalimahali4251
    @drishtymahalimahali4251 3 ปีที่แล้ว

    Val lagil dimpu dada apunar video bur sau ....thank you

  • @priyambujarbarua3696
    @priyambujarbarua3696 2 ปีที่แล้ว

    Apunar ktha t "dum" ase, I appreciate. Nice video n nice content...

  • @letslivelife93
    @letslivelife93 3 ปีที่แล้ว +45

    অলপ দিনৰ আগতে মই আৰু মোৰ বন্ধু দুজন মানে এই টো Topic'ৰ উপৰতে কথা পাতি আছিলো, আৰু আপুনি বহুত ধুনিয়াকে গোটেই কথাখিনি বুজাই দিছে। আপোনাৰ চিন্তুাধাৰাক Hats off! 👍🏻👍🏻
    NO. 1 TH-camr Of Assam For a Reason ❤️❤️❤️