জি এম ছি এইচৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত অস্ত্ৰোপ্ৰচাৰত সহায় কৰিব ৰ'ব'টিক চাৰ্জাৰি পদ্ধতিয়ে

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ก.ย. 2024
  • কৰ্কট ৰোগৰ চিকিৎসা সেৱাক বিশ্বমানৰ কৰি তোলাৰ উদ্দেশ্যে প্ৰথম বাৰলৈ অসমৰ চিকিৎসা সেৱাৰ ইতিহাসত সংযোজন হ'বলৈ গৈ আছে ৰ'ব'টিক চাৰ্জাৰি পদ্ধতি। জি এম ছি এইচৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত অচিৰেই চিকিৎসকক অস্ত্ৰোপ্ৰচাৰত সহায় কৰিব ৰ'ব'টিক চাৰ্জাৰি পদ্ধতিয়ে।
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

ความคิดเห็น •