One of the very very talented" Actor" of Assam , underrated by the Assamese film industry ,but a hero of each & every Assamese television viewers. Sidhartha Daa you are our Pankaj Tripathi , Nawazuddin ,Raj kumar Rao & KK
10 minutes man he sabo paru youtube t eta video,digolia holeu forward kori kori sau. kintu ei video tu e moi sage olp u forward nokorakoi e saisu. iman e val lge kk dak. love and respect.
Entire BBOP team is simply brilliant... Frankly speaking it’s a part of my daily life. Jiman busy noholeu “beharbari outpost today’s episode “ buli TH-cam ot search kara hoiye.. God bless you all...
Kk da mane siddartha da amar axomor logote nagaon gaurav...teur khuhutiya kothabur bohut val lage aru kontho tu koboi nalage superb...love from chakarigaon nagaon
K k dak prothom baror babe Tumi dusokut kajol lole namor serial khnt dekhisilu aru tar porae apunr fan hoi porilu..thank you ❤️ apunr acting bohut dhunia.God bless you🙏
মই ভাগ ভাগ কৈ দুদিন চালোঁ বহুত ভাল লাগিল চাই
Thank you DD TV Assam
এদিন মনটো খুউব বেয়া লাগি আছিল কিন্তু সিদ্ধাথ' দাৰ ইনটাৰভিউ টো চাই বেয়া লগাখিনি একেবাৰেই পাহৰি গলো। thank you🙏 k. K. da...
সচাকৈ ইমান সহজ সৰল মানুহ জন । চাই পেলাই কিবা এটা ভাল লাগি গল আৰু বা কেইজনে কোৱাৰ দৰে সচাকৈ কেনেকৈ এঘণ্টা পাৰ হৈ গল গমেই নেপালো । কে কে দাক আৰু মোহন ডাক লগ কৰিব খুব ইচ্ছা ।কিন্ত কেতিয়া পাওঁ 😔😔love you kk da .....
আগতে যেনেকৈ আপুনি যতীনদাক লগ কৰিবলৈ উত্তাৱল আছিল এতিয়া আমি আপোনাক লগ পাবলৈ উত্তাৱল হৈ থাকো। আপোনাক লগ পাবলৈ বৰ মন আছে। আৰু আগবাঢ়ি যাওক সিদ্ধাৰ্থদা।
❤
KK (Siddhartha sharma) দা মোৰ প্ৰিয় অভিনেতা❤️❤️... KK দা অাপোনাৰ অভিনয় চাই খোবেই ভাল পাও❤️❤️
যিজনে মোৰ এই কমেন্ট টো পঢ়ি আছে তেওঁৰ জীৱনত বহুত সুখ শান্তি হওক ❤️🙏
Kk দা ইউ আৰ গ্ৰেট৷৷ love ur expression in all episode and musical video also
আপুনি মানুহজন আপোনাৰ দৰেই জীয়াই থাকক। আমাকো বেহাৰবাৰীৰ জৰিয়তে আমোদ দি থাকক। অশেষ ধন্যবাদ আটাইকেইগৰাকীলৈ।
আপুনি এজন সচা মানুহ।।। তাৰ পিছত এজন আমাৰ গৌৰৱৰ সচা অসমীয়া।।। পৰ্দাৰ বাহিৰৰ এই মানুহজনক জনাৰ মোৰ এটা হেপাহ আছিল।। আজি পুৰা হ'ল বৰ ভাল লাগিল।।। ধন্যবাদ।।
এটি বৰ সুন্দৰ ইণ্টাৰভিউ...। মুগ্ধ হৈ ৰ'লো সমগ্ৰ সময়ছোৱা। অতি প্ৰিয় অভিনেতা জনৰ লগত হোৱা কথোপকথন বৰ উপভোগ্য ...শুনি মুগ্ধ হ'লো।
বৰ্তমান কেকে দাৰ দৰে অভিনেতা তেনেই নগণ্য,প্ৰতিটো চৰিত্ৰ ইমান সুন্দৰভাৱে প্ৰকাশ কৰিব পাৰে… মোৰ মতে তেখেত এনে এগৰাকী অভিনেতা যাৰ নাম বৰ্তমানৰ "সু অভিনেতা" ৰ শাৰীত প্ৰথমতে আহিব
মোৰ প্ৰিয় ব্যক্তি আৰু অভিনেতা জন আপুনি💚
Full chalu interview 2 eman val lagil. Love this
এৰাঃ 🤭😂 এবাৰলৈ হ'লেও বেহাৰবাৰীত অভিনয় কৰিবলৈহে মন গৈছে। সকলোকে লগ পাবলৈ মন গৈছে 💕💕💕
No 1 actor in Assam ...no one cross you...
Love u kk da.. abru skip nkra k gutai vedio2 salu .. apunar ovinoi bhut vl lgy. ❤️
😍
প্ৰতিজন মানুহৰ হৃদয় স্পৰ্শ কৰা মৰমৰ অভিনেতাজন ।
Long live Beharbari Outpost .
Lots of love to KK sir ❤️ ,Mohon CID, SI sir And all other members ❤️❤️
মোৰ বন্ধু এজন আছে কে কে দাক কিমান যে ভাল পায় সি যে আপোনাৰ এৰা.......টো কথাই কথাই কয় এতিয়া💕💕 আমিও ভাল পাওঁ 💕
সচাই,,,,এই ধাৰাবাহিকখন এখন কিতাপ হয়,,,, বহুত শিকাইছে❤️😍😍❤️
বহুত বহুত ভাল লাগিল intrvw টো, kk দা আপুনি এনেকৈয়ে থাকিব, সলনি নহব,আমি বহুত ভালপাওঁ আপোনাক😍
মোক দিয়া উৎসাহৰ বাবে সকলোকে শ্ৰদ্ধা আৰু ধন্যবাদ জনাইছো ।
মই ভাবো আপোনাৰ দৰে অভিনেতা আন এজন আৰু কেতিয়াওঁ নোলাব , ভগৱানে আপোনাক দীৰ্ঘায়ু প্ৰদান কৰক
Xosakoi a kk da auni xadai anekoi a thakok...bayakhe jn apunak nusuwe...
Kk da🔥
KK da mur ataitkoi priyo avineta,, sbke kou moi KK da aru Mohan k lg napale mur jibon tuwe adhoruwa hbo
Xosakoi bhut vl lge apunr ovinoi
14 বছৰ পিছত জন্ম পোৱা বাবে kk দাদাক ভগবানে specially পঠাই দিছে অসংখ্য প্ৰতিভাৰ অধিকাৰী কৰি
Xocha ktha
p
@@bhaskaraxom2305 q1 1
@@ajitsarmah9305 01111111111111111111111111111111111111111111111111111111111111111111 is a great place to work for and I am very excited ⁰qq111 100
@@bhaskaraxom2305 you can come to the house to get my hair done at 3 will get it is thanks again and I'll see if my dad and
Vry good dd assam thanks asa koru ankuwa episode ako Anibo buli
কেকেদা, আপোনাৰ অভিনয় চাই বহুত ভাল লাগে। আৰু আপোনাৰ বাস্তবতো কথাবার্তা বিলাক শুনি ভাল লাগে। মুঠৰওপৰত আপোনাক ভালেই লাগে দেই।
KK..we all loves you...stay blessed.
One of the greatest interview I have ever seen
বহুত বহুত ভাল লাগিল । I love kk da
ইমান সহজ সৰল ভাৱে কথাবোৰ ক'লে বৰ ভাল লাগিল। ☺❤মই বহুত ভাল পাও আপোনাৰ অভিনয় চাই কে কে দা আপুনি বহু আগুৱাই যাওক। 🙏এয়াই কামনা।
Thats the involvement dedication n respct towards his work.. Teu puja kore avinoy k... Xeye teu jonopriyo
সৰলতাখিনিয়ে ব্যক্তিজনৰ প্ৰতি শ্ৰদ্ধা দুগুণে বঢ়ালে!বেহৰবাৰী সঁচাই অমূল্য
Olopu skip kribo/cut kribo mon ngl. Bohut val lagil sai.
K k da is very wonderful person,we love him
Bahut bahut Val lagil sai
Kk da I love you❤️
Aitu interview atiya loi dubar salu.
Aru saboi mon goi thakibo.
Emn xundr sru xosa abhinoi bht vl lge sy...
Good episode... thanks to all
One of the very very talented" Actor" of Assam , underrated by the Assamese film industry ,but a hero of each & every Assamese television viewers. Sidhartha Daa you are our Pankaj Tripathi , Nawazuddin ,Raj kumar Rao & KK
One of the top class actor of entire Assam ।।।
A mojaaaa❤️❤️❤️
ইমান সহজ সৰল মানুহ জন।
So good loving gentle cute Actor Sir🙏🙏
kk daa is a great artist. ..just love him
KK da Assamar high level actor hy💓💓💓😍🔥🔥🔥🔥🔥🔥big fan KK sir😎
Bohut val lagil😊.. KK Da r interview beya logar karonei nathake 😍😍
K K Da..God bless you.!
10 minutes man he sabo paru youtube t eta video,digolia holeu forward kori kori sau. kintu ei video tu e moi sage olp u forward nokorakoi e saisu. iman e val lge kk dak. love and respect.
Wao Zara baa❤️❤️❤️ love u..
Radio oouuullalla thakute khunisilu apunar kontho.. khub val pao 🙏
ইমান সুন্দৰকৈ কথাবোৰ কৈছে,বিশ্লেষণ সহকাৰে, বহুত ভাল লাগিল ।
Entire BBOP team is simply brilliant...
Frankly speaking it’s a part of my daily life.
Jiman busy noholeu “beharbari outpost today’s episode “ buli TH-cam ot search kara hoiye..
God bless you all...
মোৰ মতে সিদ্ধাৰ্থ দা অসমৰে নহয় ভাৰতৰ ভিতৰতে এজন উচ্ছ মানৰ অভিনেতা।
Hosaky ekdom right
Kk da mane siddartha da amar axomor logote nagaon gaurav...teur khuhutiya kothabur bohut val lage aru kontho tu koboi nalage superb...love from chakarigaon nagaon
বহুত বহুত ভাল লাগিলে । নজনা কথা জানিলো। ধন্যবাদ জনালোঁ
অনুষ্ঠান টো চায় সচাকৈ ভাল লাগিল। কে কে দাক বহুত ভাল লাগে। আপুনাৰ বিহ অনুষ্ঠান বোৰ চায় ভাল লাগে। নগাঁও ৰ অভিনেতা হিচাপে আপোনাৰ কাৰণে গৈৰব কৰো। এবাৰ লগ পাবলৈ মন আছে আপোনাক দাদা।
Lively and effective interview. Anchoring is very good.
মজা লাগিল দেই।
Bhut vl lagil aru anakuwk sab Pam buli akha thakil
এখেতে কপিল শৰ্মাৰ দৰে নিজৰ শ্ব' এটি কৰক। কপিলক চেৰ পেলাব।
Favorite actor siddarth da😍
Siddharth da moja😂😂😂❤❤❤❤❤❤❤
God bless you kk da
বহুত ভাল লাগিল সিদ্ধাৰ্থ দা।মই ও আপোনাৰ লগত অকণমান অভিনয় কৰিবলৈ পালোঁ।মই সুভাগ্যবান।অসীমলৈ আগবাঢ়ি যাওঁক।
I haven't seen a better actor than u in Assam.. I'm big fan of yours ❤️
Sidhartha Sharma is always try to offering joy and happiness to all audience through his acting style of.expression He is lovely actor for all
Kk daa❤️❤️❤️ always rock
My fvrt hero Jon 👍👍👍👍👍👍👍👍👍👍kk da
Emotion + good person=succses
My fvsrt actor ❤️ Sidharth
Favourite actor... এদিন লগ পাব মন
bohut val lagile video tu sai kk dar kotha bilak suni bohute val lagile
Thanks
A Mojjaaa kk sir 🙏🙏🙏👍👍
বহুত ভাল লাগিল।
Kk dar interview sai bujabo nuwara moja lagil dei, aaaawww hori aaawwwww ram.
কে কে দা ৰ নৃত্যও সাংঘাতিক দেই । দক্ষিনৰ তামিলীয়ান বাঃ । কি Talented ব্যক্তি মানিব লাগিব। তেওঁৰ অভিনয় বাৰে বাৰে চালেও আমনি নালাগে। ধন্যবাদ।
বৰ ভাল লাগে কে কে অভিনয় চাই৷
নতুন বৰ্ষই আপোনাক আৰু সুচতুৰ কলা কৌশল উদ্ভাৱন শক্তিৰে সাৱটি ধৰক। ধন্যবাদ থাকিল কে কে জনপ্ৰিয়ৰ গুণক ।
মোৰ বহুত ভাল লাগে সিদ্ধাৰ্থ৷সুৰভি ,যোৰহাট
বহুত বহুত ভাল লাগিল
Kk daa r acting sai bht bhl lage
মোৰ তথা আমাৰ ঘৰৰ সকলোৱে প্ৰিয় অভিনেতা আপুনি।বহুত ভাল লাগিল ।
Vary good
Love you kk da♥️♥️♥️♥️♥️♥️👌👌👌👌👌👌
❤❤basu da apunak bohut val lage
আপুনি আৰু আগুৱাই যাওক। আপোনাৰ অভিনয় বহুত ভাল লাগে চাই
বহুত ভাল লাগিল
সুন্দৰ অনুষ্ঠান।।কে কে এতিয়া এজন জনপ্ৰিয় অভিনেতা।
Dugoraki anchor diyat koi agoraki dile val hoi. They got overlap with each other. Kk da rocks 🤟
Beharbari ত অকণমান অভিনয় কৰিবলৈ মোৰো মন আছে, পাৰিলে অকণমান সুবিধা দিবচোন,, সকলোকে লগ পালে বহুত সুখী হ'ম ।
সিদ্ধাৰ্থ দাৰ নিচিনা অভিনেতা মই আজিলৈকে অসমীয়া চিনেমা জগতত দেখা নাই,,, আপুনি মোৰ প্ৰিয় অভিনেতা হয় kk da,, ♥️♥️♥️
বহুত ভাল লাগিল ,,,কে কে দা
Love U....KK Daa... apuni nulale beharbari episode sai vl nlge..
K k dak prothom baror babe Tumi dusokut kajol lole namor serial khnt dekhisilu aru tar porae apunr fan hoi porilu..thank you ❤️ apunr acting bohut dhunia.God bless you🙏
সিদ্ধাৰ্থৰ (কে কে) অভিনয় চাই বৰ ভাল পাওঁ।দুখত থাকিলে বেহাৰবাৰী আউটপোষ্ট চাওঁ। সিদ্ধাৰ্থ আৰু ব হু ত আগবাঢ়ি যোৱা।
কে কে দাদাক ক'বই নালাগে host দুগৰাকীও কিন্ত বহূত সুন্দৰ বাৰ্তালাপ ।সচাঁই ভাল লাগিল।
Eman val lgise kk da...Thank u DD Assam...mon2 bea hoi thakile Beharbari salehe thik hoi jai....
Xosai...we love kk da....
Bohut kotha xikilu. Sidharth daa. Apunar pora training lobo mon goisy
D D Assam t aji apunar khotha suni bor val lagil .k k da .
Vl lagil interview 2 sai👍👌
Such a genuine person