DY ছিম্ফনী with Krishna Bhuyan || বেণ্ডপাৰ্টি নহ'লেই উকা উকা লাগে বিয়াঘৰ || Marriage Band Services

แชร์
ฝัง
  • เผยแพร่เมื่อ 21 ส.ค. 2024
  • DY ছিম্ফনী with Krishna Bhuyan || বেণ্ডপাৰ্টি নহ'লেই উকা উকা লাগে বিয়াঘৰ || Marriage Band Services
    #MarriageBandServices
    _______________________________
    The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
    FEARLESS, UNBIASED, TRUSTWORTHY
    NEWS BEGINS HERE
    Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
    Connect on Social Media:
    Follow Us on Twitter: / dy365
    Like Us on Facebook: / dy365
    Follow Us on Instagram: / dy365.in
    Our Website: dy365.in
    Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh

ความคิดเห็น • 288

  • @assameselive9105
    @assameselive9105 3 ปีที่แล้ว +41

    আধুনিকতাৰ ঢৌত উটি ফুৰাসকলে এই ভিডিওটোত Dislike কৰিছে।কিন্তু তেওঁলোকে জানি লোৱাটো ভাল যে পুৰণি অবিহনে আধুনিকতা অসম্ভৱ।

    • @sgrvlogs4656
      @sgrvlogs4656 ปีที่แล้ว +3

      Old is gold

    • @subarnasarma9524
      @subarnasarma9524 ปีที่แล้ว +2

      Ughhhhgwe.

    • @musiclovernilam5455
      @musiclovernilam5455 ปีที่แล้ว

      88⁸⁸⁸8⁸8⁸8888888888888888888888888888888⁸88888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888

    • @ankurray5828
      @ankurray5828 ปีที่แล้ว

      11

    • @Chondonborochennel
      @Chondonborochennel ปีที่แล้ว

      ​@@subarnasarma9524😊😊😊😊😊😊😊😊

  • @gopalkalita1536
    @gopalkalita1536 3 ปีที่แล้ว +10

    বেণ্ডপাৰ্টিত অংশ লোৱা সমূহ সদস্যলৈ উৎসাহ জনোৱাৰ লগতে দলটিৰ দীৰ্ঘায়ু কামনা কৰিলো ৷

  • @pranabkumarbrahma2746
    @pranabkumarbrahma2746 2 ปีที่แล้ว +10

    বেণ্ডপাৰ্টিৰ আৱাজ শুনিলেই আনন্দৰ এটা বেলেগ সিহঁৰণে দেহ মন জুৰ কৰি
    পেলায় । এতিয়া এই মুহু্ৰ্ত্তততো মই দৰঙৰ "গণেশ বেণ্ডপাৰ্টি"ৰ বাচকবনিয়া
    অনুষ্ঠান উপভোগ কৰি আছোঁ । বেণ্ডপাৰ্টিৰ আৱাজ মোৰ বাৰে বাৰে শুনি লেও আমনি নালাগে । মোৰ মতে বিয়াঘৰৰ সৌন্দৰ্য্য বেণ্ডপাৰ্টিৰেহে ৰক্ষা
    কৰিব পৰা যায় । মই অসমৰ য'ত য'ত
    বেণ্ডপাৰ্টিৰ অনুষ্ঠান আজিও জীৱিত আছে , তেওঁলোকলৈ মোৰ সশ্ৰদ্ধ আন্তৰিক নিবেদন এই কমেন্টৰ যোগেদি
    প্ৰেৰণ কৰিবলৈ পাই গৌৰৱ বোধ কৰিছোঁ । ধন্যৱাদ ।

  • @champakdekanicesong.zubeen2679
    @champakdekanicesong.zubeen2679 2 ปีที่แล้ว +16

    দৰঙৰ গণেশ বেণ্ড পাৰ্টি লৈ বহুত বহুত শুভেচ্ছা থাকিল। go ahead for future . লগতে DY Symphony লৈ বহুত ধন্যবাদ

  • @narapatihaloi4030
    @narapatihaloi4030 3 ปีที่แล้ว +17

    আপোনালোকৰ আটাইৰে দীৰ্ঘায়ু কামনা কৰিছো । অতি সুন্দৰ।

  • @sibanathburagohain7573
    @sibanathburagohain7573 2 ปีที่แล้ว +17

    গনেশ বেন্দপাৰ্টিলৈ শুভেচ্ছা থাকিল বিশেষকৈ নৱপ্ৰজন্মই এই বিষয়বোৰ ধৰিৰখাৰ বাবে ধন্যবাদ

  • @hirakbarman4066
    @hirakbarman4066 2 ปีที่แล้ว +4

    বিয়াখনত আপোনালোকৰ বাহী, পেপা, ড্ৰামচেদ আদি জন্ত্ৰবোৰৰ শব্দয় বিয়াৰ সৌন্দৰ্জ দুগুণে বিদ্ধি কৰে 🙏

  • @gupikantahazarika2113
    @gupikantahazarika2113 3 ปีที่แล้ว +11

    মহামান্য সুধাকণ্ঠৰ গীতেৰে সুন্দৰ পৰিবেশন কৰিলে ভাল লাগিল বহুত বহুত ধন্যবাদ আপোনালোকলৈ আন্তৰিক শুভেচ্ছা যাছিলো।🙏

    • @rohiniborgohain7654
      @rohiniborgohain7654 2 ปีที่แล้ว

      বহুত বছৰৰ পাছত বেন্দপাতি পৰিবেশন ছালো আৰু শুনিলো ভাবিব নোৱাৰা এটা ভাল লাগিল । দ'লটোলৈ ধন্যবাদ জনালোঁ ।

  • @dipjyoti2249
    @dipjyoti2249 2 ปีที่แล้ว +9

    মই এই অনুষ্ঠানটো আজিহে চালোঁ ( 19 ছেপ্টেম্বৰ 2021 ) বহুত ভাল লাগিল অনুষ্ঠানটো চাই । নাচি দিব মন গৈছে মোৰ সঁচাকৈ । বহুত প্রিয় প্রিয় গান বজালে । গণেশ বেণ্ডপাৰ্টী লৈ মোৰ অলেখ অযুত শুভ কামনা যাছিলোঁ আৰু আগলৈ বাগবাঢ়ি যাওক তাকে কামনা কৰিলোঁ ।

  • @dks8965
    @dks8965 3 ปีที่แล้ว +6

    খুবই ভালো অতি সুন্দর ও ঐতিহাসিক ঐতিহ্যবাহী ব্যবস্থাপনা।

  • @tarunnath2007
    @tarunnath2007 2 ปีที่แล้ว +2

    প্ৰথমতে গনেশ বেণ্ডপাৰ্টিক শুভেচ্ছা তথা দীৰ্ঘায়ু কামনা কৰিছোঁ।। ডি ওয়াই ৩৬৫ য়ে কোৱা মতে বেণ্ড পাৰ্টি আমাৰ কৃষ্টি সংস্কৃতিৰ ভিতৰত নপৰে নেকি!! এই কথা বিজ্ঞজনলৈ এৰিলোঁ।।

    • @prafulladas6597
      @prafulladas6597 2 ปีที่แล้ว

      কিয় নপৰিব বিবাহ অনুষ্ঠান সংস্কৃতিতে পৰে সেইবাবে বিবাহ বহুত পৌৰাণিক পৰম্পৰাৰ মাজেৰে হে সম্পন্ন হয় । কিন্তু আজি কালি দি. জে. আহিল কৰ্টমেৰেজ আহিল পাৰ্টী আহিল দোলা ঠাইত গাড়ী আহিল কিন্তু সকলো খিনি কৃষ্টি সংস্কৃতিৰ মাজতে সীমাবদ্ধ । আপোনাৰ প্ৰশ্নটো পাই আপোনাৰ লগত কথা খিনি আগবঢ়ালোঁ ।

  • @keshadutta8302
    @keshadutta8302 ปีที่แล้ว +1

    সকলোৰে সু স্ৱাস্থ্য কামনা কৰিলো। ভগৱানে এখেত সকলক আৰু আগবঢ়াই নিয়ক ।

  • @hirakmusicvlogs483
    @hirakmusicvlogs483 3 ปีที่แล้ว +17

    মনোমোহা.....💕

  • @champakdekanicesong.zubeen2679
    @champakdekanicesong.zubeen2679 3 ปีที่แล้ว +1

    গণেশ Bandparti ৰ লগতে দৰঙৰ আন সকলোদললৈ শুভেচছা থাকিল। সচাকৈ দৰঙ ত বহুকেইটা এনে বিশেষ দল আছে। Then great thank All of you with DY Cimphony ,,,,,

  • @143champak
    @143champak 3 ปีที่แล้ว +25

    Saxophone বজোৱা ল'ৰাজন বহুত অমায়িক, দেখিলেই গম পায় ।

  • @yoyogamer6072
    @yoyogamer6072 3 ปีที่แล้ว +10

    অতি সুন্দৰ

  • @nipukalita489
    @nipukalita489 3 ปีที่แล้ว +49

    মই প্ৰথমে,,গনেশ বেংপাটি দলক শুভেচ্ছা জ্ঞাপন কৰিলোঁ,, লগতে তেওঁ লোকৰ কম্ম ৰাজিক যে শুদীঘায়ু,,কামনা কৰিছোঁ নেদেখা জনৰ ওচৰত প্ৰাথনা জনাইছোঁ,,,

    • @chinmoybaruah8812
      @chinmoybaruah8812 3 ปีที่แล้ว +2

      Q

    • @magnuslarry1455
      @magnuslarry1455 3 ปีที่แล้ว +1

      a tip: you can watch series on flixzone. I've been using them for watching all kinds of movies lately.

    • @kyreeforest4868
      @kyreeforest4868 3 ปีที่แล้ว +1

      @Magnus Larry definitely, been watching on flixzone for since december myself =)

    • @lokesorrabha7225
      @lokesorrabha7225 2 ปีที่แล้ว

      @@chinmoybaruah8812 q

    • @otsob956
      @otsob956 2 ปีที่แล้ว

      @@magnuslarry1455 AAaa

  • @suntobora9806
    @suntobora9806 3 ปีที่แล้ว +17

    আপ্লুত হলো, সেয়েহে দুবাৰ উপভোগ কৰিলোঁ।সকলো কেইজনলৈকে আন্তৰিক শুভেচ্ছা জনোৱাল লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

  • @debojyotihazarika81
    @debojyotihazarika81 2 ปีที่แล้ว

    V বহুত বহুত ধন্যবাদ জনাইছো। হেৰাই য়াব যেন লাগিছিল। পুনৰ দেখা পাই বহুত ভাল লাগিছে।

  • @azmiresultana3879
    @azmiresultana3879 3 ปีที่แล้ว +20

    আপোনালোক আটাইকেইজন এইদৰে আগবাঢ়ি যাওক তাৰে কামনা কৰিছো।

  • @bdas5703
    @bdas5703 2 ปีที่แล้ว +2

    অতি সুন্দৰ , wish you all the best.

  • @surjyachaliha450
    @surjyachaliha450 3 ปีที่แล้ว +8

    Bohut vl lagel.... Aapunaluke aaru aaguai jaok...........

  • @djelectricals34
    @djelectricals34 2 ปีที่แล้ว +4

    অতি সুন্দৰ হৈছে শুভেচ্ছা যাচিলোঁ।

  • @dhrubaskvlog7457
    @dhrubaskvlog7457 ปีที่แล้ว +2

    সচাকৈ মই যিমান বিয়া খালো এইটো নুশুনাকৈ পাৰ হৈ যোৱা নাই 😇

  • @dipalideka8266
    @dipalideka8266 3 ปีที่แล้ว +5

    বহুত ভাল হৈছে মোৰ আশিবাদ থাকিল আৰু আগববাঢ়ি জোবা

  • @hemantabaruah3693
    @hemantabaruah3693 2 ปีที่แล้ว +1

    ইমান ভাল লাগে,সেয়ে বারে বারে চাওঁ।সচাকৈ বৰ ভাল হৈছে।

  • @user-ep5xb6lh9p
    @user-ep5xb6lh9p 5 หลายเดือนก่อน

    আপোনালোকৰ অনুষ্টনতো বহূত ধুনিয়া হৈছে হৰেকৃষ্ণ🙏🙏🙏

  • @prasenjitpci
    @prasenjitpci 3 ปีที่แล้ว +3

    তেওঁ লোকৰ প্ৰতিভা প্ৰশংসনীয়।

  • @probinborgohain5814
    @probinborgohain5814 3 ปีที่แล้ว +3

    মজা দিছা 👍👍👍

  • @arunchutia5529
    @arunchutia5529 10 หลายเดือนก่อน

    আপোনালোক সকলো লৈ‌ আন্তৰিক ‌অভিনন্দন‌ জনালো ‌।‌সকলোৰে‌‌ দীঘায়ু‌ কামনা ‌কৰিলো 🎉🙏🙏💓💓💓👍👍👍

  • @gagandahal1381
    @gagandahal1381 5 หลายเดือนก่อน

    বাজানা বাজাও বহুত ভাল লাগিছে বেন্ড পাৰ্টিৰ এক সুকিয়া আমেজ আছে মই শুনো

  • @binaboruah1650
    @binaboruah1650 2 ปีที่แล้ว +1

    বহুত ভাল লাগিল।

  • @simanta2883
    @simanta2883 3 ปีที่แล้ว +22

    অতি সুন্দৰ প্ৰদৰ্শন ❤️🔥💜

  • @MajulirDekaVlogs
    @MajulirDekaVlogs 3 ปีที่แล้ว +3

    Aji he Val lagil video tu bohut Val lage ..and news,,

  • @alexdfigo572
    @alexdfigo572 2 ปีที่แล้ว +1

    আমি অসমবাসী গৌৰৱান্বিত।

  • @zubingarganuragi7113
    @zubingarganuragi7113 3 ปีที่แล้ว +4

    মেইন টপিক... ভাই বাজনা বজাও 😍

  • @khanindradeka6123
    @khanindradeka6123 2 ปีที่แล้ว +1

    Long life Ganesh bandparty

  • @jahahoralmushahary9682
    @jahahoralmushahary9682 2 ปีที่แล้ว +1

    Good band party of Assam thanks

  • @tridipborghain8585
    @tridipborghain8585 3 ปีที่แล้ว +2

    Oti Sundar otike bhal lagil arshibad thakil agbarhi jaowk thanks

  • @ramdhenu5399
    @ramdhenu5399 2 ปีที่แล้ว +1

    Thanks to Dy Symphony with Krishna Bhuyan.
    I wish they will try best to make this Band extraordinary and excellent.

  • @ranjitray4118
    @ranjitray4118 3 ปีที่แล้ว +1

    বহুতো ভাল লাগিছে আপোনালোকৰ বেণ‌‌দ পাৰতি

  • @gajendas616
    @gajendas616 3 ปีที่แล้ว +5

    নমস্কাৰ |আপোনালোক সকলোকে স্বগতম জনাইছো |

  • @dadulborah6003
    @dadulborah6003 2 ปีที่แล้ว

    ধন্যবাদ

  • @u.h7910
    @u.h7910 3 ปีที่แล้ว +5

    এই মজা 👌♥️👍

  • @kanakkalitakalita2940
    @kanakkalitakalita2940 3 ปีที่แล้ว +1

    Bohut dhuniya deai . congratulations

  • @mintubharali3092
    @mintubharali3092 2 ปีที่แล้ว

    Bohut bohut xuvesha jonalu. Ati sundar modhur prty

  • @harendradastunumonidas
    @harendradastunumonidas 3 ปีที่แล้ว +2

    অতী সূন্দৰ

  • @jayantakalitabdsgovt.hssch4534
    @jayantakalitabdsgovt.hssch4534 3 ปีที่แล้ว +8

    The velocity of the circulation of my blood becomes 120km/hr after watching this 🔥🔥🔥🔥🔥🔥

  • @dhanjitbaishya1998
    @dhanjitbaishya1998 3 ปีที่แล้ว +2

    Biyat Band Party ru Tamul main🔥🔥🔥

  • @MAINULHOQUE-cc8fi
    @MAINULHOQUE-cc8fi 6 หลายเดือนก่อน

    আমি দৰঙীয়া হিচাবে শুভেচ্ছা থাকিল আপোনালোকলৈ।

  • @harenkrbhuyan7593
    @harenkrbhuyan7593 3 ปีที่แล้ว +1

    বেন পাৰ্টিত ড্ৰাম অপৰিহাৰ্য কিন্তু এই পাৰ্টিত কিয় বেৱহাৰ কৰা নহল। ভবিষ্যতে বেৱহাৰ কৰিলে অতি সুন্দৰ
    হব। এয়া মোৰ অনুৰোধ হে।

  • @surendasvlogs9804
    @surendasvlogs9804 3 ปีที่แล้ว +3

    Dhuniya ♥️

  • @banti5775
    @banti5775 3 ปีที่แล้ว +3

    Bhut vl lgise

  • @suntrapegu1177
    @suntrapegu1177 3 ปีที่แล้ว +3

    Mojjaa.lagil.huni

  • @tangkadahal1961
    @tangkadahal1961 2 ปีที่แล้ว

    বজানা বজোৱা সকলোকে ধন্যবাদ কেতিয়াবা নেপালি গান বজাই দিলে শুনি ভাল লাগিলে হেতেন,

  • @bahagi.changmaichangmai7371
    @bahagi.changmaichangmai7371 3 หลายเดือนก่อน

    ফুন নম্বৰ টো লাগে

  • @atulokalita4134
    @atulokalita4134 8 หลายเดือนก่อน

    অতি সুন্দৰ প্ৰদৰ্শন

  • @raniburagohain5270
    @raniburagohain5270 3 ปีที่แล้ว

    Bhut dhunia. Bhal lagil huni. Aedore hunibo paam buli akha korilu

  • @putulkalita3115
    @putulkalita3115 2 ปีที่แล้ว

    সকলোটিলৈ বহুত বহুত ধন্যবাদ থাকিল ।

  • @assameseddvlog1324
    @assameseddvlog1324 2 ปีที่แล้ว

    Moi maje maje Atu Video sau mon to Furti logai diye but comments likhi koi dilu Mur monor kotha ❤️❤️

  • @narayansarma6965
    @narayansarma6965 ปีที่แล้ว

    Real culture,go,ahead

  • @rudrasinghkoch8289
    @rudrasinghkoch8289 3 ปีที่แล้ว +4

    mor biyato aijur band party ke nimontron krb lgb ro😁😁💃💃💃💃💃

  • @sachindeka7870
    @sachindeka7870 3 ปีที่แล้ว +1

    অতি সুন্দৰ। গণেশ বেণ্ডপাৰ্টিৰ যোগাযোগ নম্বৰটো পাম নেকি

  • @lipangkudas1390
    @lipangkudas1390 3 ปีที่แล้ว +4

    Nice

  • @prasantasaikia8652
    @prasantasaikia8652 3 ปีที่แล้ว +3

    বহুত ভাল লাগিছে শুনি থাকিবলৈ মন গৈ থাকে।

  • @anupamnc1386
    @anupamnc1386 3 ปีที่แล้ว +3

    So beautiful good music

  • @dipenaxom9211
    @dipenaxom9211 3 ปีที่แล้ว +3

    Nice bandparty group

  • @user-qt2xn7eu6k
    @user-qt2xn7eu6k 5 หลายเดือนก่อน

    Bhut Val lagil❤

  • @mogromali4329
    @mogromali4329 2 ปีที่แล้ว

    বহুত ধুনীয়াকৈ গীতৰ বজালে

    • @mogromali4329
      @mogromali4329 2 ปีที่แล้ว

      বহুত ধুনীয়াকৈ গীতৰ বেৰ বজালে

  • @nakuldeka184
    @nakuldeka184 3 ปีที่แล้ว +5

    Very nice 👌 beautiful

  • @rishabhborah5347
    @rishabhborah5347 3 ปีที่แล้ว +1

    Very very nice

  • @user-ne2vh8jk4x
    @user-ne2vh8jk4x 6 หลายเดือนก่อน

    Bahut bahut dhanyawad

  • @jayanta5182
    @jayanta5182 2 ปีที่แล้ว +4

    Long live band party. Best wishes to all the performers

  • @jekismani
    @jekismani 2 ปีที่แล้ว +1

    What a intelligence

  • @deepmoniborah2625
    @deepmoniborah2625 3 ปีที่แล้ว +1

    Hosa ke bohut bhal hoise. Aru agg bahi Jaouk apunaluk. Axibaad thakil apunalukoloi Mur falor pora

  • @sanjibasm3898
    @sanjibasm3898 2 ปีที่แล้ว +1

    Very nice congratulations

  • @maheswarnath7059
    @maheswarnath7059 3 ปีที่แล้ว +1

    great job 🙏🙏🙏🙏🙏🙏🙏🙏.

  • @dipudeka5108
    @dipudeka5108 3 ปีที่แล้ว +1

    Very nice

  • @anamikadas6575
    @anamikadas6575 3 ปีที่แล้ว +4

    Wow... dhoniya lagise

  • @rajukalita7417
    @rajukalita7417 3 ปีที่แล้ว +2

    Mojaa

  • @debajitrock
    @debajitrock 3 ปีที่แล้ว +3

    𝐷𝑎𝑟𝑟𝑎𝑛𝑔 ....😍😍😍

  • @Shortyoutube239
    @Shortyoutube239 2 ปีที่แล้ว +4

    Great to hear and I want to thank all the members of the band party and keep going like this.🙏

  • @nobinburagohain2753
    @nobinburagohain2753 3 ปีที่แล้ว +2

    Aru aguwai jauk yar Vogoban usorot pathona krisu apuna lukor agontok aru val houk raij khohari jonauk

  • @bornillifestyle
    @bornillifestyle 10 วันที่ผ่านมา

    জয় আই অসম ❤❤

  • @babitatalukdar8541
    @babitatalukdar8541 3 ปีที่แล้ว +4

    Thank you ganesh band. Party go ahead

  • @user-ob6ml9py8k
    @user-ob6ml9py8k 5 หลายเดือนก่อน

    Excellent performance ,best of luck,😅😅😅😅,best wishes, forwarding,,,,,,,,,,,,😅

  • @narapatihaloi4030
    @narapatihaloi4030 3 ปีที่แล้ว +3

    আনলাইক কৰিব লাগিলে হিংসাত কৰিব লাগিব।

  • @durgabaro2900
    @durgabaro2900 3 ปีที่แล้ว +2

    Best performance thanks

  • @tapandeka7753
    @tapandeka7753 3 ปีที่แล้ว +1

    Borhiya 👍👍👍❤️ ❤️❤️🙏 🙏🙏👌👌👌

  • @user-yq7wh1bt7p
    @user-yq7wh1bt7p 11 หลายเดือนก่อน

    Great job ❤❤❤😮😮

  • @babulalbhaiti8846
    @babulalbhaiti8846 3 ปีที่แล้ว

    Best super fine Sir KRISHNA KRISHNA

  • @probindas5084
    @probindas5084 2 ปีที่แล้ว

    Majja ligha dia🙏

  • @digantadas9290
    @digantadas9290 3 ปีที่แล้ว +3

    God bless you 🙏

  • @jharnabora8388
    @jharnabora8388 2 ปีที่แล้ว +1

    sundur ❤❤❤

  • @debangankonwar3042
    @debangankonwar3042 3 ปีที่แล้ว

    Aaaa mojjja lgsa dai deba ha

  • @user-jj8vl5db8c
    @user-jj8vl5db8c ปีที่แล้ว

    Bahut bhall lagil

  • @bapdas1671
    @bapdas1671 3 ปีที่แล้ว +3

    ❤️❤️❤️❤️❤️❤️❤️❤️

  • @probirdutta2790
    @probirdutta2790 2 ปีที่แล้ว +2

    মোৰ ফালৰপৰা শুভেচ্ছা জ্ঞাপন কৰিছো কুশলে ৰাখক আগলৈ শুনি বলৈ পাম বুলি আশা কৰিলো

  • @rajensingh1404
    @rajensingh1404 2 ปีที่แล้ว +1

    Beautiful

  • @manashvai96
    @manashvai96 3 ปีที่แล้ว +1

    মনোমোহা🤗😍