Assam Floods 2024: ৮ বছৰীয়া কণমানিটিৰ দুৰ্ভাগ্যজনক মৃত্যুৱে কঁপাইছে ৰাজ্য

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ต.ค. 2024
  • সহ্যাতীত সময়ৰ মাজতে প্ৰতীয়মান নিষ্ঠুৰ সত্য। NDRF-SDRFৰ অভিযানত উদ্ধাৰ নশ্বৰদেহ। ৮ বছৰীয়া কণমানিটিৰ দুৰ্ভাগ্যজনক মৃত্যুৱে কঁপাইছে ৰাজ্য। ভঙাগড়-ৰাজগড়ৰ মাজৰ এটি নলাত উদ্ধাৰ মৃতদেহ। বাসগৃহৰ সমীপতে অন্তিম সংস্কাৰ অবিনাশৰ।
    #assam #nd24news #livenews #nd24live #nd24assamese #assamesenews
    --------------------------------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24 TH-cam channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
    ▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
    • আজিৰ পৰ্যৱেক্ষণ | RAJD...
    ▶️ HASHTAG BY MANASH PRATIM DEKA
    • HASHTAG | MANASH PRATI...
    ▶️ ৰাজপাট কাৰ?
    • ৰাজপাট কাৰ? | 2024 Lok...
    𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

ความคิดเห็น • 356

  • @HimaniRajbangshi-to3bf
    @HimaniRajbangshi-to3bf 3 หลายเดือนก่อน +175

    হে ভগৱান তুমিযে জানা জন্ম মৃত্যু বিবাহ তোমাৰ হাতত হে ভগৱান এনেকুৱা দুখ কিয়নো দিলা নাজানো পৰিয়ালটো দুখৰ সমভাগী হৈছে

    • @bikbik549
      @bikbik549 3 หลายเดือนก่อน +8

      Aibor bhogobane kora nohoi, sorkare kora. Politian boror aitu dayitto hoi je dekhor manuhok safely rakhibor karone ki koribo. Developed country bor sabo, anekua ghotona iman noghote. Amar tat ghote karon sorkar akol toka khoat byasto, sihote planning nokore proper drain r aru drain bor keneke dhaki rakhibo lage. Lastot bhogoban r lila buli koi sekh. Bhogoban k iman biswas korat ke logically bhabi asol culprit borok question kora dorkar. India khon iman religious karonei sage unnoti nai.

  • @buliborah5758
    @buliborah5758 3 หลายเดือนก่อน +59

    ভগৱান মাক দেউতাকক শক্তি দিয়া🙏🙏🙏আৰু কবলৈ ভাষা নাই😭😭

  • @pranayeenath
    @pranayeenath 3 หลายเดือนก่อน +74

    বহুত দুখ লাগিছে। চকুলো ৰখাব নোৱাৰিলোঁ ।

  • @nilomjyotiborah5130
    @nilomjyotiborah5130 3 หลายเดือนก่อน +53

    বৰ সোনকালে লৈ গলা তুমি ভগৱান। কিয়নো ইমান নিষ্ঠুৰ হৈ যোৱা তুমি কি দোষ আছিলে সেই নিস্পাপ শিশুটোৰ।

  • @RanuBuragohain-h2z
    @RanuBuragohain-h2z 3 หลายเดือนก่อน +26

    চকুৰ পানী ধৰি ৰাখিব নোৱাৰি।কি যে মৰ্মানতিক ঘটনা।হে ঈশ্বৰ অবিনাশৰ আত্মা ৰ সদগতিৰ কামনা কৰিলো।

  • @swapnabordoloi4314
    @swapnabordoloi4314 3 หลายเดือนก่อน +19

    যি নিজৰ পৰিয়ালৰ লোকক হেৰুৱাই একমাত্ৰ তেওঁ এই কষ্ট অনুভৱ কৰিব পাৰিব। কোনোপধ্যেই চকুপানী ধৰি ৰাখিব নোৱাৰিলোঁ।😢

    • @dipashreeborah5364
      @dipashreeborah5364 3 หลายเดือนก่อน +1

      Hosa ... Moi ajoni vntik heruwaisu ...ajibon hei dukh thaki jbo 😢

  • @bhabaniborah2779
    @bhabaniborah2779 3 หลายเดือนก่อน +20

    নিয়মিত লিখন কোনেও খন্দাব নোৱাৰে । শোকসন্তপ্ত পৰিয়ালটিলৈ সমবেদনা জনোৱাৰ লগতে কণমানি টিৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলো ।

    • @purobibarman5862
      @purobibarman5862 3 หลายเดือนก่อน

      BHT dukh lagise😢😢😢😢😢😢😢😢

  • @triptidutta2288
    @triptidutta2288 3 หลายเดือนก่อน +24

    মৃত্যু এনেকৈয়ো লিখিলা নে প্ৰভু তুমি।🙏🙏

  • @bulbulisarmah1530
    @bulbulisarmah1530 3 หลายเดือนก่อน +16

    এক বুজাব নোৱাৰা ভাষা মোৰ সন্তানেও এদিন মোক এনেকৈ পুখুৰী ত পৰি কনদুৱাই গুচি গল বহুত বেয়া লাগিল আজি আকৌ

    • @bulbulisarmah1530
      @bulbulisarmah1530 3 หลายเดือนก่อน +1

      যদিও পাহৰিব পৰা নাই সেই দিনতোৱে মোক আজি আকৌ কন্দুৱালে সঁচাকৈয়ে বহুত কষ্ট দিয়ে এনেকুৱা কথাবোৰে

  • @rinkigogoi7455
    @rinkigogoi7455 3 หลายเดือนก่อน +7

    উহঃ ভগবান।এই দুখ বুকুত লব নোৱাৰা কৈ দি দিলা,,এই যে নিস্পাপ শিশু টিক ইমান কষ্ট কিয় দিলা😢আপোন জনক হেৰুওৱা দুখ কিমান কষ্টকৰ এইয়া আমাৰ দৰে ভুক্ত ভুগি সকলেহে জানো😢আজিও দিন ৰাতি একাকাৰ কৰি কান্দি থাকোঁ,আপোন মানুহক হেৰুৱাই

  • @hemantaborah3953
    @hemantaborah3953 3 หลายเดือนก่อน +4

    গুৱাহাটীৰ মহানগৰ খনত থকা ৯০ % সাধাৰণ ৰাইজৰ ৰ্নিৰলিপ্ততা আৰু অৰ্কমন্য নগৰ সমিতিৰ চূড়ান্ত গাফিলতিৰ বাবে নিৰিহ জনতাই অকাল মৃত্যুক সাৱতি লব লগীয়াত পৰে । পদ পথত লেতেৰা জাৱৰ-জোঠৰে ভৰি পৰে । অতি অসহনীয় নলাৰ কৰ্দয্যময় গেলা-পচাঁৰ ৰ্দুগন্ধৰ কথা বাদেই দিলো!!!! মহানগৰৰ বাসিন্দা সকল অলপ সজাগ হওক । সমাজমুখী হওক । এটা নিকা পৰিৱেশ গঠন কৰক । নিকাতপৰিৱেশত চিন্তা ভাল হ'ব । ভাল পৰিৱেশত মন বোৰ ফৰকাল হ'ব । মনবোৰ ফৰকাল হ'লে মৰনফান্দ উন্মুক্ত নলা-নৰ্দমা বোৰ নিজে নিজে বন্ধ হ'ব । হেজাৰ অবিনাশৰ অকাল মৃত্যু য়ে কাকো দুঃখ নিদিব । অৱিনাশৰ পিতৃ-মাতৃক সমবেদনা জনাবলৈ মোৰ ভাষা নাই ।😭😭😭😭

  • @lalitadas969
    @lalitadas969 3 หลายเดือนก่อน +21

    বহুত দুখ লাগিল পৰিয়ালতুক কেনেকৈ বুজাম

    • @bulbulisarmah1530
      @bulbulisarmah1530 3 หลายเดือนก่อน +1

      @@lalitadas969 সঁচা কথা এক বুজাব নোৱাৰা অনুভূতি কি কম

  • @AnjushreeDas-lz2yr
    @AnjushreeDas-lz2yr 3 หลายเดือนก่อน +19

    উফ: চাব নোৱাৰি । সঁচাকে বাস্তৱ কি নিষ্টুৰ । 😢

  • @TarunChDeka-cb4go
    @TarunChDeka-cb4go 2 หลายเดือนก่อน +1

    স্মাৰ্ট নগৰৰ দুখজনক কাহিনী,নলাৰ লগত সংযোগ ৰাস্তা কিমান উন্নত ৰজাঘৰীয়া কিন্তু অন্য কামত ব্যস্ত, কৈ থাকিলে শেষ নহয় হায়

  • @BijoyaGogoi-e2p
    @BijoyaGogoi-e2p 3 หลายเดือนก่อน +5

    বহুতো দুখ লাগিছে আৰু জাতে মাকৰ বুকু উদঙ নহয় বহুতো বুকু খন বিখাছে আকৈ মাকৰ বুকুলৈ আহক

  • @jinuburagohain6462
    @jinuburagohain6462 3 หลายเดือนก่อน +3

    উঃহ কিযে সহিব নোৱাৰা দৃশ্য,চকুৰপানীক বাধা দিব নোৱাৰিলো।ভগৱান তুমিয়েই সকলো,অবিনাশক তুমি সযতনে ৰাখিবা।অবিনাশৰ মাক দেউতাক ,ককাক আৰু পৰিয়ালবৰ্গকধৈয্যশক্তি দিয়া।

  • @antarafoodlover77
    @antarafoodlover77 3 หลายเดือนก่อน +3

    হৃদয় কপি গৈছে হে প্রভু কণমানিটোৰ আত্মাক শান্তি দিয়া🙏🏻🙏🏻🙏🏻

  • @GitimoniBoruah-u2j
    @GitimoniBoruah-u2j 3 หลายเดือนก่อน +2

    মাক দেউতাকৰ বুকু উদং কৰি যদি নিবলৈ এ আছিল কিয় পঠাইছিলা প্ৰভু পৃথিৱীলৈ । দুদিনৰ বাবে সুখ দি কিয় কাঢ়ি নিলা । তুমি সচাকৈ নিষ্ঠুৰ নেকি ভগৱান 😢 সেই নিষ্পাপ শিশুটিএ নো কি কৰিছিল যে তুমি তাকো ৰেহাই নিদিলা । জন্ম,মৃত্যু,বিবাহ তোমাৰে হাতত তথাপিও এনেকৈ মৃত্যু কিয় দিয়া । মাক দেউতাক লগতে ঘৰৰ সকলোৱে কথা কিয় এবাৰো ভাৱি নাচালা ভগৱান । 😢😢

  • @rinku97836
    @rinku97836 2 หลายเดือนก่อน +1

    bht bht kosto paysu dekhi uf bhogowan...ki km bhakha ni...bht dukh aru moru buku bikhai goise😢😢😢😢🥹🥹🥹🥹🥹🥹🥹🥹🥹🥹

  • @AmalDeka-dg2ox
    @AmalDeka-dg2ox 3 หลายเดือนก่อน +3

    বহুত দুখ লগা এটা ঘটনা বুজাব নোৱাৰি😢😢

  • @nitusarma889
    @nitusarma889 3 หลายเดือนก่อน +3

    মানুহে কয় আমাৰ কৰ্ম ফল ইয়াতে, এই সৰু লৰাটোৱে কি বেয়া কৰ্ম কৰিছে যে ইমান বেয়া মৃত্যু তাৰ কাৰণে লিখিছিল ভগৱানে, ভগৱান যে আছে বিস্বাস এ নহয় মোৰ

  • @imoff-sv4jw
    @imoff-sv4jw 3 หลายเดือนก่อน +9

    Amar sangbadik keijonak anurudh karisu.mak bapek 2tar para atari thakak.sihatak hiya ujari kandiba diya.dukh bur sakur panire olai jaba diya.bahut kasta paise sihate.sei. dukh ki haito apunaloke Buji napaba.

  • @mousumihazarika6255
    @mousumihazarika6255 3 หลายเดือนก่อน +3

    Aai news2 dkhilei bukukhn fati jaige o dukhot😭😭😭he vogoban Ane dukh hat htoruku nidiba prbhu 🙏🙏🙏

  • @StayNomilaviPobly
    @StayNomilaviPobly 3 หลายเดือนก่อน +2

    বুকু কপি যোৱা এটা ঘটনা দেই। ভগৱান ইমান নিষ্ঠুৰ হব নালাগে দেই😢

  • @gudduazim1760
    @gudduazim1760 3 หลายเดือนก่อน

    নেদেখা জনৰ ওচৰত এটাই প্ৰাৰ্থনা পৰিয়ালটোক ধৰ্য্য ধৰাৰ শক্তি দিয়ক 😢😢

  • @SahnajRLaskar
    @SahnajRLaskar 3 หลายเดือนก่อน +1

    May Almighty make it easy for the parents...Authority should take care of drainage system and needs to close the drains...so that no other parents hv to face this unbearable pain...😢😢

  • @ashma304
    @ashma304 3 หลายเดือนก่อน +2

    Rasta nola bur val k bonowa baad d ki digital metre logowat besto sorkar amar Assam khn imn dhoni raijjo nhoi j digital metre solabo parim

  • @brihatrabha9550
    @brihatrabha9550 3 หลายเดือนก่อน

    তেওঁৰ আত্মাই স্বৰ্গগামী হওঁক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা 😭😭😭😭

  • @kalpanashankaryadav9333
    @kalpanashankaryadav9333 3 หลายเดือนก่อน +2

    Bahut dukh lagiche, om Shanti

  • @BijuChamuah-h3x
    @BijuChamuah-h3x 2 หลายเดือนก่อน

    bar dukh lgil ooo 😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭kio ankoa hai manohar lgt .. jai krishna guru 🙏🙏🙏🙏🙏pravui kripa karak

  • @akan9061
    @akan9061 3 หลายเดือนก่อน +5

    😢😢😭😭Bhagan kiu eman dhok diya mor soko pani olal.jar logot hoi khiye boji pai dhok😢😢😢

  • @momidas7120
    @momidas7120 2 หลายเดือนก่อน +1

    Sai Baba 😭

  • @rupakdoley2028
    @rupakdoley2028 3 หลายเดือนก่อน +1

    বৰ মৰ্মান্তিক।

  • @chandanbora316
    @chandanbora316 3 หลายเดือนก่อน

    Almighty give your power to survive the remaining family.....Om shanti

  • @moimanju-6000
    @moimanju-6000 3 หลายเดือนก่อน

    হে ভগৱান এনেকুৱা দুখ কিয় দিলা পৰিয়াল টোক 🥲

  • @gargiesworld3512
    @gargiesworld3512 3 หลายเดือนก่อน +2

    Xosai bohut dukh loga kotha om santi

  • @rajibneog4208
    @rajibneog4208 3 หลายเดือนก่อน +1

    😢তুমি সুখত থাকা অবিনাশ

  • @gyanmondir9863
    @gyanmondir9863 3 หลายเดือนก่อน +1

    ঔঁম শান্তি

  • @grishhazarika5593
    @grishhazarika5593 2 หลายเดือนก่อน

    বাবুৰ আতমাই চিৰ শান্তি লাভ কৰক ।🙏🙏🙏

  • @Madhu-t9k3s
    @Madhu-t9k3s 3 หลายเดือนก่อน +6

    Jibon tu enkoai kar ketya ki hoi kunu kbo nwre.dukh lge ktyba hothat hekh hoi jai

  • @kaushikdekadeka6
    @kaushikdekadeka6 3 หลายเดือนก่อน +1

    Everytime is save hab lge anyway don't forget next time...

  • @haridas5611
    @haridas5611 3 หลายเดือนก่อน +1

    বহুত দুখ লাগিল 😭😭

  • @BidishaDas-r5q
    @BidishaDas-r5q 3 หลายเดือนก่อน

    কণমানিটিৰ আত্মাক শান্তি দিয়া ঈশ্বৰ 😢

  • @jyotibasumatary924
    @jyotibasumatary924 3 หลายเดือนก่อน

    😢😢😢 কবলৈ ভাষা নাই

  • @kabyashreesaikiadutta4265
    @kabyashreesaikiadutta4265 3 หลายเดือนก่อน +2

    Ufffff😢keo emn nisthtur o 2mi😢😢😢provu

  • @RojitaDas
    @RojitaDas 3 หลายเดือนก่อน +2

    O God 🙏

  • @ganeshneog5905
    @ganeshneog5905 3 หลายเดือนก่อน

    আৰু বৰষুণত মটৰচাইকেল নচলালে ইয়াৰ সমাধান হৈ যাব। দুখীয়া ৰ দুখ কি বুজিব। ইমান নিষ্ঠুৰ মৃত্যু উপহাৰ কোনে দিলে তাক। 😢

  • @Iloveindia70969
    @Iloveindia70969 3 หลายเดือนก่อน +2

    Bor dukh lagil 😢😢

  • @Raja-shree
    @Raja-shree 3 หลายเดือนก่อน +5

    😢😢.. Krishna provu.. anekuwa jate karu lgte nhouk

  • @narjiyesmin6049
    @narjiyesmin6049 3 หลายเดือนก่อน

    এজনী মাকৰ এজন বাপেকৰ বুকু উদং হল 😢😢😢😢 নিজৰ চকুৰ আগত নিজৰ সন্তানৰ মৃত্যু😢

  • @bnjn5135
    @bnjn5135 3 หลายเดือนก่อน

    😢😢😢 ইমান নিষ্ঠুৰ হয় কিয় ভগৱান ।

  • @manishadasmanishadas4186
    @manishadasmanishadas4186 3 หลายเดือนก่อน

    Bhut besi dhukh paisu😢😢😢😢ane kuwa jibon nalage aru bhogoban 😢😢😢

  • @barbidas1969
    @barbidas1969 3 หลายเดือนก่อน +2

    Eman baya lagise nohoi😢 bujabo nuwari, ki hoi gol, Om Santi

  • @tddd7489
    @tddd7489 3 หลายเดือนก่อน +2

    It's the parent fault to take him out late at night when they know that its flood everywhere

  • @Rumi855
    @Rumi855 3 หลายเดือนก่อน

    Bohut dukh lagile video tu sai 😢soku pani rokhabo nuarilu😭 babur atamai siro hanti lav korok....om Santi

  • @archanasahariah3300
    @archanasahariah3300 3 หลายเดือนก่อน

    ওম শান্তি ওম শান্তি ওম শান্তি 🙏🏻🙏🏻🙏🏻

  • @rupshreedevi9179
    @rupshreedevi9179 3 หลายเดือนก่อน

    হিয়া ফাটি যোৱা দুখ লগা ঘটনা। মানুহৰ জীৱনটোত সচাকে একো নাই। কিবা কৰিব গ'লে কিবা হে হয়ছোন।

  • @lalaExperiment
    @lalaExperiment 3 หลายเดือนก่อน

    ভগৱান ক'ত আছা তুমি😢😢😢😢

  • @RiponC-z5h
    @RiponC-z5h 3 หลายเดือนก่อน

    He bhogoban aru enekuwa ghotona jen Karo logot nohoi, porial tok bujoni diyar bhasa nai, konmani tur atmar jen sodgoti hoi hey prabhu, om shanti shanti shanti.

  • @kakolidevnath3738
    @kakolidevnath3738 3 หลายเดือนก่อน

    Bor dukh lagise..Om Shanti🙏🙏

  • @maheshganju2334
    @maheshganju2334 3 หลายเดือนก่อน

    Bohut dukh lagil bhogoban😢😢😢 kio ene korila provu🙏🙏🙏😭😭😭

  • @harakantadeka7715
    @harakantadeka7715 3 หลายเดือนก่อน +1

    ময়ো,কানদিছো,কি,ভাষাৰে,পৰিয়ালটোক,বুজাম,ইয়াৰ,,বাবে,দায়ী,চৰকাৰ

  • @tulshigogoi7019
    @tulshigogoi7019 3 หลายเดือนก่อน

    God's blessings🙏 you.

  • @sangitasaikia2927
    @sangitasaikia2927 3 หลายเดือนก่อน

    Om shanti🕉️🕉️

  • @tractor661
    @tractor661 3 หลายเดือนก่อน +1

    😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢

  • @nirupamaboro3370
    @nirupamaboro3370 3 หลายเดือนก่อน

    😭😭😭😭vakha ny koboloi🙏

  • @tarunmahanta5337
    @tarunmahanta5337 2 หลายเดือนก่อน

    বৰ অসহনীয় 😂😂😂 কণমানি টোৰ আত্মাই চিৰশান্তি লাভ কৰক 🙏🙏🙏

  • @AninditaBorah12
    @AninditaBorah12 3 หลายเดือนก่อน

    Hah bhogowan 🙏 bhaiti tumar atmai jen siro xanti lav kore 🙏 Har har Mahadev 🙏

  • @rtxshadowfightgm482
    @rtxshadowfightgm482 3 หลายเดือนก่อน

    🙏🙏🙏

  • @najirabegum1537
    @najirabegum1537 3 หลายเดือนก่อน

    বহুত দুখ লাগিল চকু পানী ওলাই গল 😂😂

  • @user-iw7kf8to5t
    @user-iw7kf8to5t 3 หลายเดือนก่อน

    Krishna provu 🙏🙏🙏 😢😢😢

  • @user-purnima462
    @user-purnima462 3 หลายเดือนก่อน

    Bht bht dukh lgi gol .kandi kandi vat nakhalu sai .babu 2mi jotei asa xantit thaka

  • @phukanboro1715
    @phukanboro1715 3 หลายเดือนก่อน

    Bhut dukh lagil anekuwa jate Karu logot nhy😢😢😢

  • @Taramoniadhikary
    @Taramoniadhikary 3 หลายเดือนก่อน

    Bohut dukh লাগিছে অ 😢😢😢😢

  • @SatyajitMandal-p6z
    @SatyajitMandal-p6z 2 หลายเดือนก่อน

    Ha bhogoban mor ai isha ga tat atma to khanti paok 😢😢😢😭😭😭😭😭

  • @polikalita2847
    @polikalita2847 2 หลายเดือนก่อน +1

    Bhagawane jotei rakhe hantit rakhok

  • @tapandeka196
    @tapandeka196 3 หลายเดือนก่อน

    Bahut Dukhi Anubhab koriso 🙏🙏🙏

  • @khagenbania9198
    @khagenbania9198 3 หลายเดือนก่อน

    Bapekor vulor babei aaji ai anutap hokulure sokot sokupani ulaise .Eman dhuniya loratu dekhi moiu kandi pelaisu ,news Sai.

  • @PapariDeka-ji7ok
    @PapariDeka-ji7ok 3 หลายเดือนก่อน

    Ketiaba vgban bohut nisthur hoi jai😢😢😢

  • @parthasvlags
    @parthasvlags 3 หลายเดือนก่อน +1

    😢 OM santi

  • @payalbhuyan9409
    @payalbhuyan9409 3 หลายเดือนก่อน

    I pray he stay in peace.. little one

  • @Seemablog13
    @Seemablog13 3 หลายเดือนก่อน

    He vogowan 😢😢😢😢😢😢 ভাষা নাই আৰু কবলগা

  • @ManojBoro-id4wu
    @ManojBoro-id4wu 3 หลายเดือนก่อน +1

    😢😢😢😢😢😢

  • @RashmiKurmi-j2m
    @RashmiKurmi-j2m 3 หลายเดือนก่อน

    😢😢😢 He probhu kio enekuwa dhuk dila eman nistur ne.bohut duk paisu

  • @lkm3440
    @lkm3440 3 หลายเดือนก่อน

    Om Shanti Om

  • @padmeswarsonowal2409
    @padmeswarsonowal2409 3 หลายเดือนก่อน

    Bohut dukh lagil huni

  • @MizanurAli-zr1dt
    @MizanurAli-zr1dt 3 หลายเดือนก่อน +1

    😢 Allah 🙏🙏

  • @kaushiknath6453
    @kaushiknath6453 3 หลายเดือนก่อน

    Jote thaka val ka thaka babu tmi ❤

  • @DulumaniKalita-ig2yz
    @DulumaniKalita-ig2yz 3 หลายเดือนก่อน

    👏👏👏

  • @rajashreebora2595
    @rajashreebora2595 3 หลายเดือนก่อน

    Om santi🙏

  • @JunaliGogoi-ww6yo
    @JunaliGogoi-ww6yo 3 หลายเดือนก่อน

    বহুত dukh lagil

  • @bhaskarboruah1151
    @bhaskarboruah1151 2 หลายเดือนก่อน

    Bht kosto pai moril dei puali2...iar daayitto lbo kune?? jibon2 bujiboloi lua homoite enekuwa eta ghotona hol..flyover bonale unnoti nhoi prothom e ei homosyabur homadhan koribo lge sorkar khne

  • @sdvlogers9405
    @sdvlogers9405 3 หลายเดือนก่อน

    Om santi❤

  • @ChandrikaChandrika-xg8lb
    @ChandrikaChandrika-xg8lb 3 หลายเดือนก่อน

    Monot dukh plu konmanitur khbr pay😢 moina tur atma hanti houk

  • @bikashpathak1959
    @bikashpathak1959 3 หลายเดือนก่อน

    🙏🥺shanti

  • @MonujGogoi-g7c
    @MonujGogoi-g7c 3 หลายเดือนก่อน

    Bahut dukh lagil...

  • @vickydazz1234
    @vickydazz1234 3 หลายเดือนก่อน

    Bor dukh lagisa .kobo pora naii

  • @BobySonowal-fw8qr
    @BobySonowal-fw8qr 3 หลายเดือนก่อน

    Pres tha lord. Amen

  • @HimanKalitaOfficial
    @HimanKalitaOfficial 2 หลายเดือนก่อน

    😢😢😢

  • @sunukakati932
    @sunukakati932 3 หลายเดือนก่อน

    Bohut beya lagise om santi🙏🙏😭