XUNYO ( শূন্য ) Kool-D & Zupiter || New Assamese Rap || Official music video ||
ฝัง
- เผยแพร่เมื่อ 9 ก.พ. 2025
- XUNYO " / " শূন্য " - a soulful journey 🍂
It asks questions about my/our existance , about the mystery and misery of life 💔🍂
SPOTIFY : spoti.fi/3aQzuok
APPLE MUSIC : apple.co/3sxjCxj
Jio SAVAN : www.saavn.com/...
Rap vocal & Lyrics - Kool-D
Music production & Mix / mastering - Zupiter
Additional supporting vocal - Notxofar
Cinematography : Ikramul haque , Rahul barman , Manoj bania , Dipjyoti Bharali ,
Video Editing : Nayan jyoti rabha,Sanjay Chetri / NAI Production
special thanks to RJ Bistro , Guwahati
Special thanks to satyajit gogoi & co
LYRICS in Assamese :
মই চাব খোজোঁ এনে এক ঠাই য'ত , নাই মই আজি আৰু নাই মোৰ ছাঁয়া ।
I really don't wanna chase anything cause , দুদিনৰ জীৱন আৰু দুদিনৰ মায়া ।।
মই চাব খোজোঁ এনে এক ঠাই য'ত , নাই মই আজি আৰু নাই মোৰ ঠিকনা ।
কোনোমতে মাথোঁ আছোঁ জীয়াই , মোৰ হৃদয়ত আজি আৰু নাই উদ্দীপনা ।।
চিনাকি বহুত চিনাকি অযুত ,
সহায়ৰ হাত লাগে যদি চিনাকি মজুত ।
পিছে নিজকে কিয় বাৰু নিচিনিলোঁ আজিলৈকে ,
হৃদয়ত দেখোঁ কিয় অচিনাকি মোক ।।
অনাই বনাই ফুৰিছোঁ ঘূৰি মই বিচাৰি হেৰুৱা বাটৰ দিশ ।
যুঁজিছোঁ কিয় মই নিজৰে লগতে , আচলতে এটা সাঁথৰ ই ।
বিচৰা নাই মই চিনাকি চেহেৰা , যাবলৈ খুজি মই আঁতৰি ।
নিজৰে মাজতে মগন , আজি মোক নালাগে কাৰোৰে বাতৰি ।।
নিজেই নিজৰ শত্ৰু মই সঁচা মহাপাগল ।
বৰ্ষাৰ নহয় পানী , এইয়া চকুৰে অহা জাগল ।
টুলুঙা মোৰ নৌকা গৈ পালে মহাসাগৰ ,
মই ডুবিযাব খোজোঁ আজি লাগিছে বৰ ভাগৰ ।
মই কব খোজোঁ বহুকথা বুকু ফালি ।
পিছে আৱেগবোৰ থমকি ৰয় দুকুঠালিত ।
তাতে বহোঁ আৰু সময়বোৰ জুখোঁ বালিত ।
বৈ যোৱা নৈ আৰু লোৱা তাতে মোকো ঢালি ।। ×2
ধূলিকণা মইও মোৰো নো কি চিন-চাব,
ফোঁপোলা জীৱন ইয়াত মৰে মানুহ চিন্তাত ।
আৱেগৰ বাষ্পত নেদেখা মই লীন তাপ ,
আকাশত চুই হ'ব খোজোঁ বিলীন তাত ।। ×2
নাম , যশ , অভিলাষ আৰু ফেনেকা ধন ।
আৱেগত আছোঁ উটি আজি সেমেকা মন ।।
মানুহলৈ লাগে ভয় কিয় নাজানোঁ মই ,
লগ বুলিবলৈ আছে মাথোঁ নেদেখা জন।।
জীৱন যুদ্ধত চিপাহী মই নাম কটা ,
জ্বলিছে জুই মনত অলপো নাই সামকতা ।
নিথৰ মনে কৰে ভাগৰুৱা প্ৰশ্ন মোক ,
ক'ত যাম আজি ক'ত বাৰু পাম সকাহ ।।
মই চাব খোজোঁ এনে এক ঠাই য'ত , নাই মই আজি আৰু নাই মোৰ ছাঁয়া ।
I really don't wanna chase anything cause , দুদিনৰ জীৱন আৰু দুদিনৰ মায়া ।।
দুদিনৰ ঢৌ নালাগে মোৰ বাৰ্তা হওঁক আজীৱন ।
মনে যদি কান্দে তাতে কবিতাবোৰ সাজিলম ।।
বিচৰাবোৰ পালোঁ পিছে উকা চোন আজি মন ।
কব যি মনে আজি তাকেই মই মানি লম ।।
মই হালি পৰা গছ আজি শুকান মোৰ গছপাত ।
সেউজৰ সপোনবোৰ হেৰালে অকস্মাৎ ।।
আহিলা বেছি জীৱন পেলনীয়া বস্তাত ।
মই থমকি লৈ দেখোঁ নিজক মৰহি অৱস্থাত ।।
যুদ্ধখন নিজৰ লগত আক্ষেপ নাই কাৰো প্ৰতি ।
নিজকে মই সাৱটি লম কষ্ট হয় আৰু যদি ।।
বিষাদ এটা কলা, মই নিজে চাগে তাৰো প্ৰতীক ।
আগবাঢ়ক সকলো মই হেঙাৰ নহওঁ কাৰো গতিত ।।×2
মই চাব খোজোঁ এনে এক ঠাই য'ত , নাই মই আজি আৰু নাই মোৰ ছাঁয়া ।
I really don't wanna chase anything cause , দুদিনৰ জীৱন আৰু দুদিনৰ মায়া ।।
মই চাব খোজোঁ এনে এক ঠাই য'ত , নাই মই আজি আৰু নাই মোৰ ঠিকনা ।
কোনোমতে মাথোঁ আছোঁ জীয়াই , মোৰ হৃদয়ত আজি আৰু নাই উদ্দীপনা ।।
Tags ( ignore ) :Xunyo, hunyo, Shunya, শূন্য, Empty, life, soul, lofi, lofi music, rap, rap music, Assamese rap music, Assamese rap, New Assamese rap, Assam, Assamese, অসম, অসমীয়া, Guwahati, Official music video, music video, Xoru manuh, Horu Manuh, Kool-D, Zupiter, Zupiter music, Kool d, Kuldeep,
#Xunyo #Kool_D #Zupiter #Assameserap #Newassameserap
ENGLISH SUBTITLES 🌟
I wanna travel so far away , where my existance & shadow seems zero ( xunyo )
I really don't wanna chase anything cause , life is too short and full of mystery.
I wanna travel so far away , where my existance & position seems zero ( xunyo )
Am barely alive right now ; being numb & emotionless .
know a lot of people , millions of them .
They are even there when i need help .
But still why can't i recognize myself .
I keep walking like nomad in search of the lost pathway .
Am always keep fighting with myself and reason behind is a mystery.
Don't wanna bump into familiar faces , wanna keep myself isolated .
I'm deep in my thoughts , not in need of anyone's shit *
Am a rival of my self , becoming a madman .
It ain't the downpour but my tears pouring.
The lil raft of my mind reached the mighty ocean ,
Wanna drown there , cause I'm too tired .
Wanna speak my heart out loud ,
But my emotions are stucked within four walls .
I keep sitting there watching time fly by .
Hey river , keep on flowing and take me with you .
I'm a grain of sand , do i even matter ?
Life is hollow , here people keep dying overthinking .
If my feelings are vapour , then I'm the invisible latent heat .
Wanna touch the sky and blend in.
Not fond of Name , fame , power & money ,
Am floating on my emotions with a numb heart .
I don't know why I'm afraid of people ,
Almighty is my only friend.
I'm a loser in life's race ,
Flames in my heart keeps on burning
I'm asking myself ,
Where is the place to find solace .
Don't want my words to speak for two days , want it to spread for eternity .
If my heart cries out , will make a poem out of it .
Got what i want , but still I'm empty ( Xunyo ).
Will accept whatever my heart spills out .
I'm a dead tree with dead leaves ,
And greenery of my life suddenly got vanished .
Machines are making my life worthless ,
I paused for a minute and life seems a mess .
Have no hatred for anyone , the war is with me only.
If pain gets high , I'm gonna confort myself .
If sadness is an art , i'm it's Picasso .
I wish everyone excels , i won't be a barrier to anybody .
Videot caption d dbo lgisil English
Lyrics tu pin Kori deya
After a long interval u are back .☺
You are improving day by day and this song is awesome man ...loved it ...the word play n videography...ufff
Bhai ki khbr
Can you feel me ? 🙂
🤩
Nai
😊
Through these lyrics we can feel us. Thanks bro
Yup
অসমৰ লৰা হয়। সকলোৱে কুলদীপ দাদাক আশীর্বাদ দিবা। ধুনীয়া গান দাদা। love you🤍. Xaru manuh my all time favorite😍.
Me also
😊🥰
th-cam.com/video/RHel6LOIQtI/w-d-xo.html
th-cam.com/video/r_0fScP_tyo/w-d-xo.htmlএই গানটো মই প্ৰথম কৰিছো কিমান ভাল হৈছে বেয়া হৈছে মই নাজানো । আপোনালোকলৈ এটাই অনুৰোধ । আপোনালোকে সহায় সহায়যোগীতা কৰিলে পিছলৈ ভালকৈ গাবলৈ চেষ্টা কৰিম । গতিকে আপোনালোকে মৰম দিয়ক আৰ্শীৰৰ্বাদ কৰক আৰু Like কৰক share কৰক subscribe কৰক ধন্যবাদ
Muru¿
60% - Awesome Lyrics 🕊️
30% - Peaceful Voice ❤️
10% - Moi sabo khuju ene ek Thai jot nai moi aji aru nai mur saya ❤️
What about music bro
Music tu kotha moi koisu...........iman dhunia...aji loike dekha nai
সদায় শুনি শুনি আমনি লগা নাই , earphone + dark room + loneliness = শূন্য 🖤
Yes
Ajikali sob depressiont niki
😎😎
Yeah nlage amoni khodai khuniu
Eman dhuk niki .... Depression thaki lab nai agot sabo laga ..... Ki asa
As an Introvert who's going through self existential crisis I can relate & feel every single words of this masterpiece.This song describe my current scenario perfectly.Thank you Kul deep,tysm🖤
Dada mzaa
@@suranganagogoi3849 🤔
🍃✋
@@reandomsaikia2307 🙂🙂
Amazing👍
Trust me this is called inner peace. So I was mentally disturbed from the past few days, but after hearing this in 5 am in the morning, I can really say I got the inner peace that I wanted. I was in search of an answer for an unknown question. But I think as you said- life is too short to change anything. Thanks for such a beautiful composition
💖🤗
@@KuldeepakaKoolD apnr songs always best but this is great moi max aitu e xunuu before time of ghumotii
th-cam.com/video/r_0fScP_tyo/w-d-xo.htmlএই গানটো মই প্ৰথম কৰিছো কিমান ভাল হৈছে বেয়া হৈছে মই নাজানো । আপোনালোকলৈ এটাই অনুৰোধ । আপোনালোকে সহায় সহায়যোগীতা কৰিলে পিছলৈ ভালকৈ গাবলৈ চেষ্টা কৰিম । গতিকে আপোনালোকে মৰম দিয়ক আৰ্শীৰৰ্বাদ কৰক আৰু Like কৰক share কৰক subscribe কৰক ধন্যবাদ ।।
If you are feeling lost get in touch with your spiritual side ❤
Good 👍 I like this good personality 😇🙂!!!!!
২০২০ চনে একো নিদিলেও কিন্তু কিছুমান অসমীয়া প্ৰতিভা বাহিৰ কৰিলে।❤️
Yes
Xothik kotha🌈🌈
th-cam.com/video/w3Lw-mU4tQU/w-d-xo.html
Xune lobo abr new raperr
th-cam.com/video/r_0fScP_tyo/w-d-xo.htmlএই গানটো মই প্ৰথম কৰিছো কিমান ভাল হৈছে বেয়া হৈছে মই নাজানো । আপোনালোকলৈ এটাই অনুৰোধ । আপোনালোকে সহায় সহায়যোগীতা কৰিলে পিছলৈ ভালকৈ গাবলৈ চেষ্টা কৰিম । গতিকে আপোনালোকে মৰম দিয়ক আৰ্শীৰৰ্বাদ কৰক আৰু Like কৰক share কৰক subscribe কৰক ধন্যবাদ ।।
এইয়া শব্দ নহয় শব্দৰ ধুমুহা ❤️ আগুৱাই যোৱা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ তোমালৈ।❤️ জয় আই অসম।
শব্দৰ ভঁৰাল
অনুভূতিৰ পাহাৰ💓
th-cam.com/video/rOcQaDl5blc/w-d-xo.html
Ekdom Boriya, Bohut Bohut Dhoinyabaad
✨ইমান heavy lyrics বোৰৰ সৃষ্টি কেনেকৈ হয় বাৰু...? 🤔
একেবাৰে বাস্তব জীৱনৰ লগত খাপ খাই যাই ।
btw, it's really great job, keep it up👍
nd happy birthday 🍰🍰🤗🤗
✨🌸✨🌸✨🌸✨🌸✨🌸✨🌸✨
"যন্ত্ৰৰ যুগত, তুমি হিপ হপ ত হাত দি
লগাই আছা জুই তুমি, খাঁটি লৰা kool d"
❣️
"বিচৰা নাই মই চিনাকি চেহেৰা যাব খোজো মাথোঁ আঁতৰি"-- হৃদয় চুই গল ভাই💟💕💕
th-cam.com/video/r_0fScP_tyo/w-d-xo.htmlএই গানটো মই প্ৰথম কৰিছো কিমান ভাল হৈছে বেয়া হৈছে মই নাজানো । আপোনালোকলৈ এটাই অনুৰোধ । আপোনালোকে সহায় সহায়যোগীতা কৰিলে পিছলৈ ভালকৈ গাবলৈ চেষ্টা কৰিম । গতিকে আপোনালোকে মৰম দিয়ক আৰ্শীৰৰ্বাদ কৰক আৰু Like কৰক share কৰক subscribe কৰক ধন্যবাদ ।.
Hoxakoi 😘🥀
২০২৫ আকৌ আহিছো 😊
Bohut dinr pist aru mon gol song tu xunibo❤
Toi puwali khatra aso bus aag bari ja nxt Axom'r unique Star toiye hoi bhai, God bless you in your music field. Hope to see your name in all the formats of music in India.
গানটো কি আবেগিক লিৰিক্স কবই নোৱাৰি ইমান লাগিল । শুনি থাকিলে একেৰাহে শুনিয়ে থাকিব মন যায় । মজ্জা হৈছে কুলদ্বীপ দা । এনেকুৱা গান আৰু যাতে পাই থাকোঁ ❤❤❤🔥🔥🔥🔥
দুদিনৰ জীৱন আৰু দুদিনৰ মায়া___❤
বহুত সুন্দৰ 🔥🔥🔥সুন্দৰ প্ৰতিভাৰ গৰাকী ।
জুই 🔥🔥🔥
শব্দৰ গাথঁনি অতি সুন্দৰ হৈছে তোমাৰ গীতটোৰ । আৰু আগুৱাই যোৱা তুমি ।❤️❤️❤️
this song is more meaningful than Tonny Kakkar's next generation's career
Bro tonny kakkar ekoye nhy....dadar agot!!!
Bhai acomiat tony kakkar kor pra ahil.... Yat rajkumar thakuria asse😵😵
you nailed it bruh
How can u compare this with Tonny kakkar's songs .. bhaag yahase
@@Sensational-beats Tonny kakar fan nki tumi 😂
নামে যাৰ পৰিচয়, শব্দবোৰ এক কাহিনী সচাঁকৈ এইয়ে অসমৰ নতুন সৃষ্টি🙏
100% strong lyrics
100% rapping music
Awesome bro...
0% slang
Dada apuna ai gantu khunila mur dintu bohut vlk jai ...
Love uu dada
লগ বুলিবলে আছে মাথো নেদেখাজন 🙂✨
Panda bhai he na💚🙏
th-cam.com/video/r_0fScP_tyo/w-d-xo.htmlএই গানটো মই প্ৰথম কৰিছো কিমান ভাল হৈছে বেয়া হৈছে মই নাজানো । আপোনালোকলৈ এটাই অনুৰোধ । আপোনালোকে সহায় সহায়যোগীতা কৰিলে পিছলৈ ভালকৈ গাবলৈ চেষ্টা কৰিম । গতিকে আপোনালোকে মৰম দিয়ক আৰ্শীৰৰ্বাদ কৰক আৰু Like কৰক share কৰক subscribe কৰক ধন্যবাদ
As an Assamese I am so proud of the kind of direction you are giving to Assamese Rap. You are really a wordsmith. Lots of love ❤️❤️
যুদ্ধ খন নিজৰ লগত
আক্ষেপ নাই কাৰো প্ৰতি
নিজকে মই খাবটি লম
কষ্ট হয় আৰু যদি...
হৃদয় চুই গৈছে...❣️
th-cam.com/video/r_0fScP_tyo/w-d-xo.htmlএই গানটো মই প্ৰথম কৰিছো কিমান ভাল হৈছে বেয়া হৈছে মই নাজানো । আপোনালোকলৈ এটাই অনুৰোধ । আপোনালোকে সহায় সহায়যোগীতা কৰিলে পিছলৈ ভালকৈ গাবলৈ চেষ্টা কৰিম । গতিকে আপোনালোকে মৰম দিয়ক আৰ্শীৰৰ্বাদ কৰক আৰু Like কৰক share কৰক subscribe কৰক ধন্যবাদ ।।
Exactly ❤️
সাবটি
Xunyo ❤️
Whenever I go through the feeling of existential crisis, which hits every night after turning off the lights and get on the bed,I come here to remind myself that everything is going to be "Xunyo" after a certain point of time and that consoles me and this music piece works as a Lullaby...
Thank you Kuldeep and Zupiter for giving this ❤️
❤️🍂
@@KuldeepakaKoolD 😍
This is too much talent for single person. Bohut bodhia kuldeep oxomot tumi eta hira hoi. Beya pothor fale ketiau mon nidi hongeetor pothot aguai jua. Proud of you brother.
বহুত ধুনীয়া হৈছে ভাইটি, আজি ওপজা দিনত বহুত সুন্দৰ Rap উপহাৰ দিছা সকলোকে, এনেকৈ আৰু আগুৱাই যোৱা
OP bolta hai...............jahr...........moja..............nice..........OP
Whenever my housemates scold me, my girlfriend is angry and whenever I feel lonely, I listen to this song and feel relaxed. It seems that Kuldeep has composed this song for me.
Thak you Kuldeep❤️
Same with me but my boyfriend.
th-cam.com/video/rOcQaDl5blc/w-d-xo.html
👍👍👍
Lyrics, hook,melody, music production, mix-mustering, video all are on point. May be this song will not going viral or popular like xoru manuh but for me Xunyo is much better than Xoru manuh.. Greatest one kool deep ♥👏💯
I agree
ময়েই যেন এইটো।।মোৰেই যেন কথা বোৰ।।মোৰেই যেন অনুভৱ বোৰ 😘😘💚💚 আগুৱাই যোৱা , শুভ কামনা সদায়।।👍🏼👍🏼
❤. Montu beya lgile gaantu xunibo ahu
Ekebaare Hollywood level cinematography.
The Rap & Beat as usual is always awesome @Kool-D @Zupiter
Our Assamese music industry is at a next level 😍🔥🔥What a song man!! It has completely a different taste 🔥🔥Kuldeep bro you and your team are really doing an amazing job 🔥🔥Keep it up man 🔥🔥
50/60 bar man hunilu aitu 5hours ot 🎧
Lyrics_ Lit🔥
Full Vibe ahi goise🔥⚡💕
Gaan eta diya...bihu buli rap gaan eta...Tumi really next level....I follow all kind of music .... personally you are next level
Guli❤️🔥
ক'ব খোজোঁ বহু কথা বুকুফালি
পিছে আবেগবোৰ থমকি ৰয় দুকুঠালিত❤️❤️❤️
I feel this song 🎶
Keep it up 👍💞
✨❤️ KOOL-D❤️✨
Always you are the
✨💖 BEST 💖✨
More Love Forever 💞
th-cam.com/video/r_0fScP_tyo/w-d-xo.htmlএই গানটো মই প্ৰথম কৰিছো কিমান ভাল হৈছে বেয়া হৈছে মই নাজানো । আপোনালোকলৈ এটাই অনুৰোধ । আপোনালোকে সহায় সহায়যোগীতা কৰিলে পিছলৈ ভালকৈ গাবলৈ চেষ্টা কৰিম । গতিকে আপোনালোকে মৰম দিয়ক আৰ্শীৰৰ্বাদ কৰক আৰু Like কৰক share কৰক subscribe কৰক ধন্যবাদ
জন্ম দিনৰ অলেখ শুভেচ্ছা থাকিল আপোনালৈ দাদা🎂💐 গানটি শুনি নিজৰ জীৱনটোৰ লগত জড়িত যেন অনুভৱ হয়☺️
Right bor
Letest song..hunie thakibo mon jai🥰🥰🔥🍁
মানুহলৈ লাগে ভয় কিয় নাজানো মই,
লগ বুলিবলৈ আছে মাথোঁ নেদেখা জন । 💖💖
প্ৰতিটো বাক্যই গভীৰভাৱে প্ৰভাৱিত কৰিব সকলোকে ।
ভাই সকলো মনৰ কথা গাইছা ❤️ আগ বাঢ়ি যোৱা
Really awesome bro !! Mozza ...itz unique !! Luv it .. 👍🔥
মই ডুবি যাব সুজো আজি লাগিছে মোৰ ভাগৰ😔🌊
কব খোজোঁ বহু কথা বুকু ফালি
পিছে আবেগ বোৰ থমকি ৰই দুকুঠালিত 🙂
Ufffff ❤️❤️✨
If you feel what he is saying that even he got everything he is still zero! He pulled out real emotions here guys! The song is stuck in my head! Uff lyrics ki likha bro mane xobdo nai mur usorot
Hard..so hard...Aneka lagey Jen bisad kandi asey..aru Kul dep joli asey..Respect bro...Awsm..
Want to give biggg shoutout to Zupiter .. that beat is foooking soulful
th-cam.com/video/r_0fScP_tyo/w-d-xo.htmlএই গানটো মই প্ৰথম কৰিছো কিমান ভাল হৈছে বেয়া হৈছে মই নাজানো । আপোনালোকলৈ এটাই অনুৰোধ । আপোনালোকে সহায় সহায়যোগীতা কৰিলে পিছলৈ ভালকৈ গাবলৈ চেষ্টা কৰিম । গতিকে আপোনালোকে মৰম দিয়ক আৰ্শীৰৰ্বাদ কৰক আৰু Like কৰক share কৰক subscribe কৰক ধন্যবাদ
I am from kolkata i never heard assamese songs but suddenly one day you tube recommended me xoru munuah after i heard that i am obsessed with him😁😁❤❤
Xoru manuh
when Kuldeep said, " manuh ho le lage bhoi kio najanu moi....log buli bole ase mathu nedekha jon.."..!! --- i felt it....❤
বিচাৰোঁ এনে এক ঠাই যত। ধুনীয়া লাগিল।
Really this song has touched my heart.... Boy God bless you. You'll touch the sky one day brother, just don't stop going!
Kuldeep daa r lyrics aru flow+ zupiter or music...bawal🔥🔥
*Dudinr jeevan aru dudinr maya.....*
Beautiful line.... 💖💖
Tumi 🔥🔥🔥 Bhaii ❤️❤️
Maa kosom moi fidaa😍.
1like 👍 for kull deep .
Joi aii Axom...✊
Kuldeep + Zupiter Music = Nuclear Bomb🔥🔥🔥
Youngstuners vibe in assamese language 😮🔥🔥
Bohut bohut val lagise😍😍😍😍
This is actual gem 💎 ..... U r fire in this new genre of music.....quantity nlge quality main ru tmi hetu bojai rakha....always b there to cheer u up brother .......
❤️❤️🔥 kool d মানে বেলেগত কৈ বেলেগ💪
নিজেই নিজৰ শত্ৰু মই ✨🌠 .
যুদ্ধ খন নিজৰ লগত
আক্ষেপ নাই কাৰো প্ৰতি
নিজকে মই সাবতি লম কস্ত হয় আৰু যদি✨✨
🖤 I can feel it
Abar tumak log pabole bohut mon ase.. Tumi revolution anisa Assamese music industry..... Bigfan bro🔥🔥
জন্ম দিনৰ শুভেচ্ছা থাকিল বন্ধু❤️
Best Assamese Rap Singer goes to you🙏 শুনি ভাল লাগিল ❤️
Kuldeep I really appreciate the way you sing
and this song did touch many hearts
It really did and the emotions you revealed was awesome
Keep it up God bless you
❣️
th-cam.com/video/r_0fScP_tyo/w-d-xo.htmlএই গানটো মই প্ৰথম কৰিছো কিমান ভাল হৈছে বেয়া হৈছে মই নাজানো । আপোনালোকলৈ এটাই অনুৰোধ । আপোনালোকে সহায় সহায়যোগীতা কৰিলে পিছলৈ ভালকৈ গাবলৈ চেষ্টা কৰিম । গতিকে আপোনালোকে মৰম দিয়ক আৰ্শীৰৰ্বাদ কৰক আৰু Like কৰক share কৰক subscribe কৰক ধন্যবাদ
next level bro anekai bonai thkiba bhai🎉❤
Expressing in an impressive way.
Kool D going off with Zupiter. 💫🤍
I can relate this song... this lyrics, your voice, the music, your facial expression...all made me cry...outstanding work brother...best wishes
মোক কন্দোৱাবলৈ এইটো গানেই যথেষ্ট 😊
Josh✊✊
You really are a lyrical genius and your words are reflection of your maturity at such young age. Its okay to feel this way because we need certain darkness if we want to see the stars. Keep shining⭐✨
True enough.
"Heujor xopun bur herale okosmat "
I felt this line
Kuldeep rr karone like ata❤️
Rajvir jodi comment ata ❤️
Saw kar lvel up hoi ase 🤘
Rajvir
Dono ke pass talent hai🤙
2tai mur fav
2 tai fav
rajvir rr kamai nai sutmarni tur . Tar gan huni la mathat dhore
Juddho khon nijor logot, akhep nai karu proti ❤️
পুনৰ তুমাৰ শব্দৰে জিলিকি উঠিল আমাৰ লখিমপুৰৰ লগতে অসম❤❤❤❤❤🥰
KOOL D IS LEGEND ASSAMESE RAPPER.
What lyrics man... Seriously it stuck in my head... 💕 More power to you Kuldeep...
Monor ktha bur koi dila vae....💜keep it up
India needs to see this! Not just asam I hope you get the recognition you deserve! I hope we have more of this good music!
It is called real meaningful, soulful assamese rap song. Good job bro..keep it up.
Kuldeep da agote enkua Assamese rap song xuna nasilu xuni val lagil mon2🤗🤗😍😍
Ufff ki xobdo💔
Your the one....bro....
Different type of hiphop artist...
From our Assam💛💛💛
I'm nepali but I don't understand this. Assamese language but you are my best I love your songs
🤣🤣
Lots of love bro from #Assam❤
Ye comments purana ho gaya hei...I m from canada I don't understand lyrics but I love it ....sob like ke liye
😅😂😂 কেলা অসমত থাকি অসমীয়া নাজানে !!
@@bhargavbhuyan8246 বাহিৰৰ মানুহে আৰু কি বুলি কমেণ্ট কৰিব? তেওঁ বুজি পোৱা নাই গানটো তথাপিও তেওঁৰ ভাল লাগিছে, সেইখিনিকে কৈছে।
This song has more meaning than all the hindi rapsters
Jai aaai axom 🔥🔥🔥
th-cam.com/video/r_0fScP_tyo/w-d-xo.htmlএই গানটো মই প্ৰথম কৰিছো কিমান ভাল হৈছে বেয়া হৈছে মই নাজানো । আপোনালোকলৈ এটাই অনুৰোধ । আপোনালোকে সহায় সহায়যোগীতা কৰিলে পিছলৈ ভালকৈ গাবলৈ চেষ্টা কৰিম । গতিকে আপোনালোকে মৰম দিয়ক আৰ্শীৰৰ্বাদ কৰক আৰু Like কৰক share কৰক subscribe কৰক ধন্যবাদ ।।
Bro go and listen Only Dino James
Dhuniya
আবেগৰ বাষ্পত নেদেখা মই লীনতাপ 🔥🔥
Amazing lyrics and music
And also the filmmaking ❤️
XORU MANUH , ALAKANANDA, XUNYO:ALL TIME FAVOURITE .
Aamar axomot kuldep aru rajver dada faali dye❤🎉
ক্ৰমে গভীৰৰ পৰা গভীৰতৰ হৈ পৰিছে নিশাবোৰ । হেডফোনত বাজি উঠিছে কুলদীপ দাৰ গান। মায়াময় হৈ পৰিছে সময় 🥺❤️💫
lots of love from Bokakhat bruh🙌
th-cam.com/video/r_0fScP_tyo/w-d-xo.htmlএই গানটো মই প্ৰথম কৰিছো কিমান ভাল হৈছে বেয়া হৈছে মই নাজানো । আপোনালোকলৈ এটাই অনুৰোধ । আপোনালোকে সহায় সহায়যোগীতা কৰিলে পিছলৈ ভালকৈ গাবলৈ চেষ্টা কৰিম । গতিকে আপোনালোকে মৰম দিয়ক আৰ্শীৰৰ্বাদ কৰক আৰু Like কৰক share কৰক subscribe কৰক ধন্যবাদ ।।
Titabor ahile pera loi ahiba 😂😂😒
If you are here anyway....trust me you have a great music taste💙
Just M. A. XING. A ray of hope for every assamese music loving kids. He nailed it.
hocake tumar gaan huni montu bhal lagi jai.... nice brother ...