গুৱাহাটীৰ ১২১ কিঃমিঃ দৈৰ্ঘৰ ৰিং ৰোড প্ৰকল্পত অনুমোদন কেন্দ্ৰৰ : মুখ্যমন্ত্ৰী

แชร์
ฝัง
  • เผยแพร่เมื่อ 21 ต.ค. 2024
  • 📌গুৱাহাটীৰ ১২১ কিঃমিঃ দৈৰ্ঘৰ ৰিং ৰোড প্ৰকল্পত অনুমোদন কেন্দ্ৰৰ। ৫,৭২৯কোটি টকাৰ অনুমোদন কেন্দ্ৰৰ। ২০২৬ৰ পূৰ্বে আন দুটা বৃহৎ প্ৰকল্পৰো পূৰ্ণ প্ৰস্তুতি : মুখ্যমন্ত্ৰী।
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

ความคิดเห็น • 43

  • @atulsarma1476
    @atulsarma1476 2 หลายเดือนก่อน

    Bhal kam korise apuni sir ❤.

  • @parthasarathi1142
    @parthasarathi1142 2 หลายเดือนก่อน +2

    উজনি অসমক মাহি আই দৃষ্টিৰে চোৱাৰ উত্তৰ এইবাৰ ২৬ৰ নিৰ্বাচনত পাব।

    • @Jiten8864
      @Jiten8864 2 หลายเดือนก่อน +2

      Gogoi e ki saisil nki agote namoni assam

    • @dhritirekhadas2757
      @dhritirekhadas2757 2 หลายเดือนก่อน

      উজনিতো দেখোন মেডিকেল কলেজ নতুনকৈ হৈছে ৷ খেলৰ বিভিন্ন আন্তঃগাঁথনি সাজিছে ৷ খৱৰ ললে গম পাব ক’ত কি হঋ আছে ৷ মাজুলীত ব্ৰহ্মপুত্ৰৰ ওপৰত দুখন দল্যৰ কাম চলি আছে ৷

    • @parthasarathi1142
      @parthasarathi1142 2 หลายเดือนก่อน

      Atia Gogoi cm nhoi tu.

  • @birenburagohain8132
    @birenburagohain8132 2 หลายเดือนก่อน +7

    অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি গুৱাহাটীৰ উন্নতিৰ কাৰণে যেনেকৈ গুৰুত্ব প্ৰদান কৰি আহিছে ভাল কথা ঠিক তেনেকৈ উজনি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱস্থালৈ লক্ষ্য কৰি অতি সিঘ্ৰে ব্যৱস্থা ল'বলৈ অনুৰোধ জনালোঁ। গুৱাহাটীৰ উন্নতিয়ে অসমৰ উন্নতি নুবুজাই।

  • @C.Barman7
    @C.Barman7 2 หลายเดือนก่อน

    চতুৰ্থ শ্ৰেণীৰ এটা পৰীক্ষাত ১১ লাখ ছাত্ৰ ছাত্ৰীয়ে বহিব । চাকৰি পাব প্ৰায় ১০০০০ জনে । বাকি থকা ১০ লাখ ৯০ হেজাৰ জনৰ বাবেহে বেছিকৈ গুৰুত্ব দিব বুলি আশা কৰিছোঁ ।
    মহোদয় , বৰ্তমান এখন ঘৰত এসাঁজ ভাতৰহে দৰকাৰ । ডাঙৰ ডঙাৰ ৰাস্তা , ব্ৰীজ আদিবোৰ, দুদিনমান পলমকৈ যদিও বনাই তেন্তে অসমী আইৰ একো ক্ষতি নহয় বুলি ভাৱো ।

  • @debajitdas5338
    @debajitdas5338 2 หลายเดือนก่อน

    Mama love you ❤️🥰🥰🥰

  • @biswajitnath9990
    @biswajitnath9990 2 หลายเดือนก่อน

    মামা নাওকাটা , গোৰেশ্বৰ ৰাস্তা তো বনাব চেষ্টা কৰিৱ ,,

  • @rezadulsk534
    @rezadulsk534 2 หลายเดือนก่อน

    Mama apuni bohut val kam korise kone ki koi kok

  • @DebanandaPegu-ie3hp
    @DebanandaPegu-ie3hp 2 หลายเดือนก่อน

    মুখ্যমন্ত্ৰী মহোদয় অসমৰ উন্নয়নৰ বাবে ইমান কাম কৰিছে মই নেভাবো ভবিষ্যতে তেনে এজন মুখ্যমন্ত্ৰী পাম বুলি। গতিকে মুখ্যমন্ত্ৰী মহোদয় আৰু এটা অনুৰোধ থাকিল যে ২০১৩ চনত প্ৰাদেশিকৰনৰ পৰা বঞ্চিত এম ই স্কুলৰ শিক্ষক বিলাক ১৫ আগসঠৰ আগে আগে প্ৰাদেশিকৰনৰ ব্যৱস্থা কৰে যেন ্

  • @basisthaacharya6590
    @basisthaacharya6590 2 หลายเดือนก่อน

    বানপানীৰ বিষয়েও অলপ গুৰুত্ব দিয়ক। প্ৰতি বছৰে বানপানীৰ ফলত বহুত ঘৰ দুৱাৰ ভাঙি ৰাইজৰ হাৰাশাস্তি হয় আৰু চৰকাৰে সামান্য পৰিমাণে ক্ষতি পূৰণ দিয়ে। ৰাইজৰ বহুত ক্ষতি হয় যিখিনি চৰকাৰী সাহায্য‌ই ঢুকি নাপায়। যিকোনো উপায়ে বানপানীৰ সমস্যাটোৰ পৰা ৰাজ্যখন ৰক্ষা কৰক।

  • @parthasarathi1142
    @parthasarathi1142 2 หลายเดือนก่อน

    AIIMS হ'ল Guwahati ত
    IIM হ'ল Guwahati ত
    Semi Conductor Industry হ'ল Jagirod ত
    সকলো সেইফালেই, আমি উজনি অসমে কি পালো?
    অথচ বিজেপিৰ সৰ্বোচ্চ আসন উজনিৰ। ২৬ লৈ অধিৰ আগ্ৰহেৰে ৰৈ আছো ।

    • @dhritirekhadas2757
      @dhritirekhadas2757 2 หลายเดือนก่อน

      তিনিচুকীয়া , চৰাইদেও আদিত মেডিকেল কলেজ হৈছে ৷ মাজুলীত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈ আছে ৷ মই ইউটিউবত দেখিছোঁ ৷উজনা অসমত খেলৰ বাবে বহু ঠাইত ষ্টেডিয়াম নিৰ্মাণ কৰিছে ৷

  • @parthasarathi1142
    @parthasarathi1142 2 หลายเดือนก่อน

    নামনি অসমৰ মুখ্যমন্ত্ৰী

  • @kamakhyatraders8914
    @kamakhyatraders8914 2 หลายเดือนก่อน

    Gaon or kotha bhabok...kiman kosto dibo aro...rastor karone olabo nowari

  • @eranjeetphukan6145
    @eranjeetphukan6145 2 หลายเดือนก่อน +4

    Well done Mama 👍👍

  • @RakibulHasan-gq5ze
    @RakibulHasan-gq5ze 2 หลายเดือนก่อน

    মামা অভায়াপুরির পরা কলাগাছিয়া লৈ যাতায়াত ব্যবস্থা করি দিয়ক।

  • @kamallochandeka420
    @kamallochandeka420 2 หลายเดือนก่อน

    2026 আপুনি মূখ্যমন্ত্ৰী নে সৰ্বা Da 😂

  • @Wednesdaytravelling
    @Wednesdaytravelling 2 หลายเดือนก่อน

    1000cr tur uporot mur purno bissax ase😂😂😂😂😂😂

  • @TRINAYANBORAH-us6vq
    @TRINAYANBORAH-us6vq 2 หลายเดือนก่อน

    Sir গাওৰ কিছুমান ৰাস্তা এতিয়াও বোকা পাৰিলে এবাৰ বিধায়ক সুধিব ।

  • @অসমীয়াhindu6777
    @অসমীয়াhindu6777 2 หลายเดือนก่อน

    Guwahati Is ASSAM, Assam is Guwahati

  • @bhagabandeka3974
    @bhagabandeka3974 2 หลายเดือนก่อน +1

    Great sir❤❤❤❤❤

  • @jyoti9293
    @jyoti9293 2 หลายเดือนก่อน

    Aibar aponak okol guwahati manuhe vot dib

  • @MCmickeyOk
    @MCmickeyOk 2 หลายเดือนก่อน +1

    Ok,mama ❤😂🎉❤ ...good ideya ..👍👌👍

  • @rubulali8044
    @rubulali8044 2 หลายเดือนก่อน +1

    Good News

  • @gayatrigoswami7118
    @gayatrigoswami7118 2 หลายเดือนก่อน +1

    ❤❤ great

  • @kaushikmalakar1641
    @kaushikmalakar1641 2 หลายเดือนก่อน

    Thnk u Sir but what about Hajo Guwahati road???

  • @karunamohandutta2399
    @karunamohandutta2399 2 หลายเดือนก่อน

    Along with please try topermanent solution of flood Greater Guwahati

  • @TarunPayeng
    @TarunPayeng 2 หลายเดือนก่อน

    Aji kali live nahile aku kothai kob nuwara hl

  • @jyoti9293
    @jyoti9293 2 หลายเดือนก่อน

    Thikadar to tumi a hoba

  • @kim.taehyung72892
    @kim.taehyung72892 2 หลายเดือนก่อน +2

    Dada false marry rape kess bor barkoi barhise... Spolce station bore bahu lara r life barbad karise.... Aru court t Advrokate tat larabor a bahu paisa bharibo laga hoise ..larabor reputation barbad kari dise.... Sowali bore larabor r tat bar sance lowa hoise black mail kari

  • @SHAWMITRANATH
    @SHAWMITRANATH 2 หลายเดือนก่อน

    Silchar guwahati bikolpo rasta lage

  • @Munna0191
    @Munna0191 2 หลายเดือนก่อน

    Gos bilak ses😢

  • @MrinayPegu-rb5mo
    @MrinayPegu-rb5mo 2 หลายเดือนก่อน

    Very well done mama 🎉🎉🎉 BJP BJP jaenadabaeda congrase 2nomber

  • @mridusankardas
    @mridusankardas 2 หลายเดือนก่อน +1

    1ta ktha buji napalu baihata charialir manuh khini a airport jabo lagile akou sonapur loike goi iman dur akou kio ghuribo dirct saraighat par holei dkhn hoi jae logic tu mila ni

  • @ranjandasvarious....7424
    @ranjandasvarious....7424 2 หลายเดือนก่อน +1

    আগত হৈ লওক তাৰ পিছত হে আৰু 😅টুইন টাৱাৰত যায় মস্তো ভাল লাগে 😂

  • @pradipdas4364
    @pradipdas4364 2 หลายเดือนก่อน

    Mama jindabad

  • @studyhour4
    @studyhour4 2 หลายเดือนก่อน

    Mama Guwahati develop hole hol ...tumar ghor tumar bari....aami gawoliya buka panire I hobo,bhoga siga rastate toll gate bohai diya...ammi asu nohy tax dibole...overbride Guwahatit boniye thke bosorekot 10/12 khon ....Upper Assamot townt 10/12 bosorr murot ekhon hoii...Ammak Accident nalage,lge ring road,over bridge...

  • @mainamaina2808
    @mainamaina2808 2 หลายเดือนก่อน

    26 ত শেষ হব ,,,,দিন

  • @hiranyabaruah8804
    @hiranyabaruah8804 2 หลายเดือนก่อน

    Good news