Nirupama Borgohain | in a Hearty Conversation on Xakhyat with Ajit Kumar Bhuyan

แชร์
ฝัง
  • เผยแพร่เมื่อ 9 ก.พ. 2025
  • Watch Nirupama Borgohain in hearty conversation with Ajit Kumar Bhuyan on Xakhyat.

ความคิดเห็น • 190

  • @sabitakalita6981
    @sabitakalita6981 3 ปีที่แล้ว +11

    নিৰুপমা বৰগোহাঞি বাইদেউৰ মনৰ ভাব প্রকাশ কৰিছে সচাকৈয়ে বহুত ভাল লাগিল ধন্যবাদ জনালোঁ ।

    • @bokulbordoloi8901
      @bokulbordoloi8901 2 ปีที่แล้ว

      .

    • @lalitabora912
      @lalitabora912 ปีที่แล้ว

      xonmaniya nitupoma .baydeyir kothon bhongee ba bohut dhuniya zodiyu saboloi diplip gabhoru ajoni nisina lage zodiyu badeyu khati oxomiya logote nubhaj coriyhor oil ba kasighani ai ronjeet da da i koisil buso totote kinu khaw bos we are going at fast ruponig ai two jupa mango two jupa jeek fruits ,leteku poniyal ,. amlokhi ., anaros ,21 jupa ,bangee , kordoi , bheluri gos ., malbhug kol 21 jupa ,jilokeeya , bengena , jila bhul ,cocomba , . aru cugondhi nemu aru gos gosoni zodiyu at fast bokulluli 4 ti aru adhe ase zodiyu kom .k

    • @anilbaruah8775
      @anilbaruah8775 9 หลายเดือนก่อน

      নিৰুপমা বাইদেউ মহান ৷

  • @JIBONOREITUHITU-MADHURIMA
    @JIBONOREITUHITU-MADHURIMA 6 ปีที่แล้ว +23

    খুউব সুন্দৰ ব‍্যক্তিত্বৰ আৰু মনৰ।অধিকাৰী ব‍্যক্তি। বহুত বহুত প্ৰণাম জনালো বাইদেউ।

    • @pritisonmomin3479
      @pritisonmomin3479 3 ปีที่แล้ว +2

      Good Morning sister , your shearing will be very Interesthing words ,
      Thank "U" so much ,God be my
      your longlife I ,will pray my in
      Jesus .name ,Amen .

  • @BISHWAJITDUTTABABA-gw5te
    @BISHWAJITDUTTABABA-gw5te ปีที่แล้ว +2

    BAIDEO,ITS MY PLEASURE TO SEE YOU AGAIN AFTER A LONG LONG ERA.
    MY LIFETIME LITERATURE GURU WAS/IS HOMEN BORGOHAIN SIR.
    BOTH MY FATHER AND MYSELF WERE ADDICTED TO HIS ALL FORMS OF LITERARY WORKS.
    ITS LIKE A WONDER BOX UNLOCKED SUDDENLY.
    LONG LIVE MADAM.

  • @jayanta4070
    @jayanta4070 6 ปีที่แล้ว +42

    দুখী হলে তললৈ চাবা আৰু সুখী হলে ওপৰলৈ চাবলৈ কোৱা কথাষাৰে অন্তৰ স্পৰ্শ কৰি গ'ল। great thinking may god bless you!

  • @dhrubajyotikalita944
    @dhrubajyotikalita944 4 ปีที่แล้ว +41

    তেখেতৰ ক'বলৈ বহুত আছিল....
    খুব দুখ লাগিল । তেখেতে সুধিবলগীয়া হ'ল মাৰ কথা কেতিয়া ক'ম ! ভূঞা ডাঙৰীয়াই বৰ খৰখেদা কৰা যেন লাগিল । পাৰিলে বাইদেউৰ বুকুত ঠাহ খাই থকা অনেক কথাৰে পুনৰ এটা সাক্ষাৎকাৰ অনুষ্ঠান আগবঢ়াবচোন । 🙏

    • @xzy1234
      @xzy1234 3 ปีที่แล้ว +1

      O

    • @mainabarman4477
      @mainabarman4477 2 ปีที่แล้ว

      হয় আপুনি থিক কথা কৈছে

  • @renusarmah4201
    @renusarmah4201 11 หลายเดือนก่อน

    বৰ ভাল লাগিল সাক্ষাৎকাৰটি।বহুত নজনাকথা জানিলোঁ আৰু শুনিবলৈ আৰু জানিবলৈ হেঁপাহ থাকিল।শ্ৰদ্ধাৰ নিৰূপমা বাইদেউ আৰু ভূঞাদেৱলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ।তেখেতৰ সুদীৰ্ঘ জীৱনৰ কামনা কৰিলোঁ।

  • @mousumibarua7792
    @mousumibarua7792 3 ปีที่แล้ว +4

    Thank you for this wonderful conversation .. Nirupama Baideau and Ajit Bhuyan dada

    • @HasinaBegum-fo9ry
      @HasinaBegum-fo9ry 3 ปีที่แล้ว +1

      বাইদেউৰ কথাবোৰ শুনি বৰ ভাল লাগিল।

    • @monjukalita7788
      @monjukalita7788 3 ปีที่แล้ว

      L

  • @kasturiproduction7608
    @kasturiproduction7608 3 ปีที่แล้ว +8

    ভাল লাগিল পিতৃ ৰ এই কথাষাৰ " কৰোৱাৰ ভাল হলে সুখী হোৱা "

  • @rameshchandrasaikia3385
    @rameshchandrasaikia3385 3 ปีที่แล้ว +5

    বহুত ভাল লাগিল।জীৱন বৰ অনুপম।তেনে অনুপম জীৱনৰ প্ৰতিভূ।

  • @nayanmonidutta9768
    @nayanmonidutta9768 3 ปีที่แล้ว +9

    🙏🙏🙏বহুত ভাল লাগিল | আগতে টিভিত চাইছিলো যদিও আকৌ চালো... বাইদেউৰ সুস্বাস্থ্যৰে দীৰ্ঘায়ু কামনা কৰিলোঁ..

  • @user-tk8je3bi1p
    @user-tk8je3bi1p 3 ปีที่แล้ว +12

    this is such a beautiful conversation. thankyou so much prag❤️

    • @hemendas5587
      @hemendas5587 2 ปีที่แล้ว +1

      বাাইদেউলৈ মোৰ হিয়া ভৰা মৰম ,শুভেচ্ছা জ্ঞাপন কৰিলো। সেৱাহে🙏

  • @manabidevi2956
    @manabidevi2956 3 ปีที่แล้ว +9

    ইমান সাৱলীল মন পৰশা । বাইদেউও ভালে থাকক সদায়। স্পষ্টবাদী সৰল সৎ মনা 🙏 সেৱা জনাইছোঁ আপোনাক।

  • @diptidutta1058
    @diptidutta1058 2 ปีที่แล้ว

    অনুষ্ঠানটো চাই খুব ভাল লাগিল। নিৰুপমা বাইদেউৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।

  • @lakhyahiragohain2011
    @lakhyahiragohain2011 3 ปีที่แล้ว +4

    বহুত ভাল লাগিল বাইদেউ কথা বোৰ।

  • @madhabdas4297
    @madhabdas4297 3 ปีที่แล้ว +1

    বৰ ধুনীয়া লাগিল বাইদেউৰ কথাবোৰ। সঁচাই অনুপ্ৰেৰণামূলক।

  • @pranjalkumar.7513
    @pranjalkumar.7513 6 ปีที่แล้ว +11

    অভিযাত্ৰী উপন্যাস খন বহুত ভাল লাগে।

  • @noiporia_axom
    @noiporia_axom 3 ปีที่แล้ว +4

    ভাল লাগিল। গভীৰ জীৱনবোধ আৰু বাস্তৱবাদী ব্যক্তিত্বৰ গৰাকী বাইদেউ।

  • @hikmatali4896
    @hikmatali4896 3 ปีที่แล้ว +2

    পৰম শ্ৰদ্ধা ভাজন বিশিষ্ট কবি-সাহিত্যিক, ইংৰাজী বিষয়ৰ অধ্যাপিকা শ্ৰীমতী নিৰুপমা বৰগোহাঞি বাইদেউ লৈ মোৰ তৰফৰ পৰা শত সহস্ৰ ধন্যবাদ ও বৈপ্লৱিক অভিনন্দন সহ প্ৰীতি শুভেচ্ছা আন্তৰিক হিয়া ভৰা ওলগ লগতে বাইদেউৰ সুস্বাস্থ্য, মঙ্গল-আৰু কুশল আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ । বাইদেউৰ বিষয়ে বহুত নজনা কথা জানিব পাৰি বিশিষ্ট বুদ্ধিজীৱি, সাংবাদিক, ৰাজ্যসভাৰ সাংসদ মাননীয় অজিত কুমাৰ ভূঞা দেৱৰ সাক্ষাৎ কাৰত বাইদেউৰ বিষয়ে বহুত কথা জানিব পৰাত অজিত কুমাৰ ভূঞা দেৱকো মোৰ তৰফৰ পৰা প্ৰীতি শুভেচ্ছা আন্তৰিক হিয়াভৰা ওলগ লগতে শত সহস্ৰ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ । বয়সবৃদ্ধ অৱস্থাতো ইংৰাজী বিষয়ৰ অধ্যাপিকা হৈ সাহিত্যি চৰ্চা, সামাজিক, ৰাজনৈতিক ক্ষেত্ৰত যি অগ্ৰনী ভূমিকা লৈ আছে সেয়া সচাঁ কৈয়ে শলাগিবলগীয়া ।

    • @hikmatali4896
      @hikmatali4896 3 ปีที่แล้ว +2

      সচাঁ কৈয়ে এই সাক্ষাৎকাৰে বাইদেউৰ পৰা বহু নজনা কথা জানিব পাৰিলোঁ ।

  • @মাতৃ-অসমাআমিখিলঞ্জীয়া

    Khub bhal lagil.. Kune kune 2021 ot sai ase..

  • @champakbarman6636
    @champakbarman6636 3 ปีที่แล้ว +12

    সু সাহিত্যিক নিৰুপমা বৰগোহাঞি বাইদেউৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।

  • @nazumonirahman7610
    @nazumonirahman7610 3 ปีที่แล้ว +5

    বাইদেউ আপোনাৰ স্পষ্ট নিৰঙ্কোষ উত্তৰ বোৰে মোক যথেষ্ট প্ৰ হাবিত কৰিলে।আপোনালৈ অশেষ ধন্যবাদ।

    • @tagardeka1596
      @tagardeka1596 3 ปีที่แล้ว

      😂😂😂😂😂😂😂😂😂

  • @prasantas94
    @prasantas94 3 ปีที่แล้ว +4

    অজিৎ ভূঞাঁই কথাবোৰ ভালকৈ ক'বলৈকে নিদিয়ে!

  • @latadas3953
    @latadas3953 3 ปีที่แล้ว

    Bhut bhal lagil Baideo r katha bor jani
    Pranam janalu

  • @deepika3591
    @deepika3591 3 ปีที่แล้ว +3

    হাঁহিটো যে ইমান ধুনীয়া তেখেতৰ।

  • @Nituborah409
    @Nituborah409 4 ปีที่แล้ว +2

    Khub val lagil sordhar nirupoma baidew r interview tu❤. Dhonyobad ajit bhuyan dangoria😊

  • @ashruniluzir1613
    @ashruniluzir1613 6 ปีที่แล้ว +8

    বহু কথা শিকিলোঁ৷
    অজিত ভূঞাদাক ধন্যবাদ জনালোঁ

  • @naturaldesigner1004
    @naturaldesigner1004 5 ปีที่แล้ว +8

    অনুস্থানটি চাই খুউবেই ভাল লাগিল ।প্ৰতিভাশালী নাৰী শ্ৰদ্ধা নিৰুপমা বৰগোঁহাঞি বাইদেউলৈ সেৱা জনালোঁ।

  • @shilpatalukdar4063
    @shilpatalukdar4063 3 ปีที่แล้ว +6

    Such a great personality and ideal person for us🙏

  • @archanasarmah9460
    @archanasarmah9460 3 ปีที่แล้ว +8

    মন ভৰি গ'ল বাইদেউ, প্ৰণাম

    • @rupanjaligogoi1331
      @rupanjaligogoi1331 3 ปีที่แล้ว

      Really she is a great writer.She is my favorite personality..

  • @marutisuzukiassam
    @marutisuzukiassam 3 ปีที่แล้ว +4

    She is a living legend, an Assamese of highest stature. A women who suffered a lot but emerged victorious.

  • @priyankaborgohain324
    @priyankaborgohain324 3 ปีที่แล้ว +3

    Bohut bhaal laagile saai❤️

  • @deepjyoti619
    @deepjyoti619 6 ปีที่แล้ว +9

    সাক্ষাৎ অনুষ্ঠানটো সদায় চাওঁ , ভাল লাগে
    বাইদেউক দেখিলেই শ্ৰদ্ধা জাগে ।
    অজিত কুমাৰ ছাৰ , আৰু কেইজনমান সাহিত্যিক মাটিবচোন ,,,ৰাজনৈতিক ব্যক্তিক মতাতকৈ ।

  • @bhadrakantadas6101
    @bhadrakantadas6101 3 ปีที่แล้ว +1

    Long live Nirupoma baidew

  • @gitanjalidevi3958
    @gitanjalidevi3958 3 ปีที่แล้ว

    Bahut bahut Val lagil.aru ene janibo bisaru

  • @prostutigogoi5202
    @prostutigogoi5202 3 ปีที่แล้ว +3

    আপোনাৰ জীৱনৰ কথা বোৰ শুনি বৰ দুখ লাগিল ৷ আপোনাৰ লিখনিবোৰ সচাই সত্য আৰু বাস্তৱমূখি ৷ আপুনি বহুত সংঘাতত ভুগি অহা এগৰাকী মহিলা লেখিকা ৷আপোনাক মোৰ হত হত প্ৰনাম ৷

  • @junmonihazarika9931
    @junmonihazarika9931 3 ปีที่แล้ว +5

    অজিতদা, আপুনি মুখৰ কথাবোৰ কাঢ়ি লয়, ক'বলৈ সুবিধা নিদিয়ে ভালকৈ।

    • @rcdumemory2956
      @rcdumemory2956 2 ปีที่แล้ว +1

      Hosakoi moiu lakhyo korisu

  • @gitumonidas5346
    @gitumonidas5346 6 ปีที่แล้ว +3

    baideu apunk bahut dinor pist dekhili
    bhal lagil.apuni amar সমপদ .apunr su sasthya kamana karilu baideu.

  • @chayanikaborah5323
    @chayanikaborah5323 3 ปีที่แล้ว +2

    বৰ সুন্দৰ ব্যক্তিত্ব। ভাল লাগিল।

  • @sudarsanasaikia2837
    @sudarsanasaikia2837 6 ปีที่แล้ว +20

    She is my favorite great personality..

  • @dipankardutta4368
    @dipankardutta4368 6 ปีที่แล้ว +10

    কাছাৰৰ কথাটো সত্য কথা কৈছে

  • @heheman00
    @heheman00 2 ปีที่แล้ว +1

    বিতৰ্ক টো ইমান কিয় সুধিব লাগে আৰু বহুত ভাল কথা তেখেতৰ পৰা জানিবলৈ আছে।

  • @ASOMKHOBOR2018
    @ASOMKHOBOR2018 3 ปีที่แล้ว

    বাইদেউৰ দীৰ্ঘায়ু কামনা কৰিলোঁ, নজনা বহুখিনি কথা জানিবলৈ পাই সুখী হলোঁ👍💐

  • @shyamolimasenchuwa8473
    @shyamolimasenchuwa8473 2 ปีที่แล้ว

    Oti hundor

  • @keshabkalita9926
    @keshabkalita9926 3 ปีที่แล้ว +3

    Great interview

  • @maramidas579
    @maramidas579 6 ปีที่แล้ว +3

    Oshadharon byektitor adhikarini nirupoma baideo.

  • @ranjanborah2273
    @ranjanborah2273 4 ปีที่แล้ว

    Bhut ktha janilo bhut val lagile. Thanks.

  • @AbdulJalilSheikh-j4r
    @AbdulJalilSheikh-j4r 11 หลายเดือนก่อน

    ❤Sakhat, Prag News, Thanks ❤

  • @charubaruah8843
    @charubaruah8843 3 ปีที่แล้ว +2

    প্ৰিয় বাইদেউগৰাকীলৈ পুনৰ সেৱা জনালোঁ ।

  • @kalpanabaruah1597
    @kalpanabaruah1597 3 ปีที่แล้ว +2

    Great....🙏🙏🙏

  • @allcreaturesfan3695
    @allcreaturesfan3695 3 ปีที่แล้ว

    Namskar,Nirupama Baideu aponak bahut dhanyvad Aponar kathasuni lag pabaloi aponak osararpara katha patibloi man gaise,

  • @ranjanagogoi4569
    @ranjanagogoi4569 3 ปีที่แล้ว +3

    Great women salute

  • @rupjyotigogoi7510
    @rupjyotigogoi7510 3 ปีที่แล้ว +4

    Great 🙏

  • @bkp9774
    @bkp9774 3 ปีที่แล้ว +1

    Bohut hoktihali baidew. Aapunak salute. Baidew mur bhagin 2tai ki kore eatia.

  • @basantakalita
    @basantakalita 6 ปีที่แล้ว +5

    Very good conversation

  • @junmonitalukder7719
    @junmonitalukder7719 3 ปีที่แล้ว +1

    বাইদেউ মোৰ চিৰ নমস্য তেওঁৰ লিখা ভাল লাগে কিন্তু তেওঁৰ উচ্চাৰণ ইমান স্পষ্ট জনা নাছিলো🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @jahnabisaikia3266
    @jahnabisaikia3266 6 ปีที่แล้ว +8

    মোৰ প্ৰিয় ব্যক্তিত্ব

  • @AKashi359
    @AKashi359 3 ปีที่แล้ว +1

    খুব মৰম বাইদেউলৈ 😘😘

  • @purabibora6228
    @purabibora6228 3 ปีที่แล้ว +3

    We want more about Respected baideo

  • @banishasaikia7357
    @banishasaikia7357 3 ปีที่แล้ว +1

    প্রিয় মানুহগৰাকী❤️ সাহসী ব্যক্তিত্বৰ বাইদেউলৈ শ্ৰদ্ধা যাছিলোঁ।

  • @nabadeephazarika3629
    @nabadeephazarika3629 6 ปีที่แล้ว +13

    ভূঞা ছাৰে এই অনুষ্ঠানটোৰ যোগেদি ৰাইজক যথেষ্ট নজনা কথা জানিবলৈ সুযোগ দিয়ে।ধন্যবাদ প্ৰাগ নিউজ

  • @bikashdeka60
    @bikashdeka60 2 ปีที่แล้ว +1

    Ajit Bhuyan sirk prag news t bor miss kro..teo MP hoi vul krile prag news t teo thakote mnhue bor vl paisil

  • @nabajitmazumdar5391
    @nabajitmazumdar5391 3 ปีที่แล้ว +4

    সৰস্বতীৰ প্ৰসংগটো নুলিয়ালেও হ'লহেঁতেন

  • @INDIANXxhgpp9907
    @INDIANXxhgpp9907 3 ปีที่แล้ว +1

    21:26 process

  • @saradadevi9287
    @saradadevi9287 3 ปีที่แล้ว +3

    This interveiw will enlighten the future generation..

  • @mahfujrahman3428
    @mahfujrahman3428 2 ปีที่แล้ว

    Long live Baideo

  • @siddiqueali8794
    @siddiqueali8794 6 ปีที่แล้ว +13

    সময় বেছিকৈ ল'ব লাগিছিল..খণ্ড খণ্ডকৈ আলোচনা কৰিব লাগিছিল। আমাৰ জানিবলৈ বৰ ইচ্ছা আছিল..
    বহুদিনৰ পৰা তেখেতৰ বিষয়ে জানিবলৈ হেপাহ আছিল...
    ধন্যবাদ নিদি নোৱাৰিছো কিন্তু..

    • @samimbanu7052
      @samimbanu7052 5 ปีที่แล้ว +1

      বাইদেউৰ দেউতা নামৰ কিতাপ খন পঢ়িবৰ বাবে বহুত হেঁপাহ থাকিল। বাইদেউ মন্তব্য লিখিবলৈ মোৰ সামান্য জ্ঞানেৰে ভাষা বিচাৰি নাপালো ।

  • @daisybegum1529
    @daisybegum1529 3 ปีที่แล้ว +1

    Great personality 🙏

    • @lalitabora912
      @lalitabora912 ปีที่แล้ว +1

      one day bos sitting koru we are mother and jeeyri ba bohut lagoni trees ase zodiyu muru 2 coconat trees koy lagibo janu yu bos anu 4/5 ba bohut moromiyal aru aniasilu ai kothaya mihi apchiya , kumol ,bora,dhan, aru joha ,

  • @pranabbharali642
    @pranabbharali642 3 ปีที่แล้ว +2

    Hosa dai ki je hoi manuhor jibonot
    Baideu khub bhal ontoror asil

  • @alimulelem7059
    @alimulelem7059 4 ปีที่แล้ว +2

    Very Nice Conversation . Know about Many- more Baidew Smti Nirupama Bargohain,, Literature ..!!!

  • @polymahanta1562
    @polymahanta1562 3 ปีที่แล้ว

    বাইদেঊ আপোনাৰ কথােবোৰে সকলোৰে অনুপ্ৰেেৰনাৰ উৎস হৈ ৰব

  • @karishmadas741
    @karishmadas741 3 ปีที่แล้ว +6

    Please organise another interview, very inspiring

  • @rosemary2620
    @rosemary2620 3 ปีที่แล้ว +2

    Straight forward...saluate

  • @Mukuvlog1493
    @Mukuvlog1493 3 ปีที่แล้ว

    বাইদেউৰ কথা শুনি বহুত ভাল লাগিল আৰু দুখও লাগিল।

  • @jeetbaruah2964
    @jeetbaruah2964 3 ปีที่แล้ว +3

    আজি এটা বৰ ডাঙৰ কথা জানিবলৈ পালো বৰগোহাঞি বাইদেউ আমাৰ নলবাৰীৰ হয় ।

  • @kitudevi4879
    @kitudevi4879 3 ปีที่แล้ว +9

    ই পাগলে কিয় বাৰে বাৰে চমু কৈ বুলি কয়

  • @mahendeka7588
    @mahendeka7588 6 ปีที่แล้ว

    Really Thanks

  • @kamalakantabaro9567
    @kamalakantabaro9567 3 ปีที่แล้ว

    Thanks mam

  • @antaripkakoti2022
    @antaripkakoti2022 3 ปีที่แล้ว +1

    💚💚

  • @manashibaruah1795
    @manashibaruah1795 3 ปีที่แล้ว +1

    মোৰ জীৱনধাৰা এইগৰাকী মহীয়সী নাৰীৰ জীৱনধাৰাৰে অনুপ্ৰাণিত

  • @papercutsurvivor.
    @papercutsurvivor. 3 ปีที่แล้ว +1

    খুব সহজ সৰল তেওঁ।

  • @armanarmanali4967
    @armanarmanali4967 3 ปีที่แล้ว +1

    বহুত ভাল লাগিল। ভূঞা ছাৰক ষ্টুডিওৰ মজিয়াত এতিয়াও যদি সাংবাদিক হিচাপে দেখিলোহে বহুত ভাল লাগিলহেতেন

  • @nabanitachutia5302
    @nabanitachutia5302 3 ปีที่แล้ว +6

    বাইদেৱে বহুত কথা কব খুজিছিল। কিন্তু অজিত ভূঞা ডাঙৰীয়াই কবলৈ সুবিধা নিদিলে। সেইটো কথাহে ভাল নালাগিল।

  • @ilasonowal5887
    @ilasonowal5887 3 ปีที่แล้ว +1

    বাইদেউ আপোনাৰ পৰা লৰা ছোৱালীক কেনেকৈ শিক্ষা দিব লাগে বুজি পালো

  • @keshabkalita9926
    @keshabkalita9926 3 ปีที่แล้ว

    Baideo r original ghar Nalbari r samarkuchi t bulu jani val lagil,

  • @surenphangcho880
    @surenphangcho880 3 ปีที่แล้ว

    ৰাৱণৰ কথাখিনি সত্য ৷

  • @lilyboruah3536
    @lilyboruah3536 3 ปีที่แล้ว +2

    বাইদউৰ আপ্তকথাৰাখিয়ে আমাক অনুপায়িত কৰিলে

  • @trishnahuzuri8751
    @trishnahuzuri8751 6 ปีที่แล้ว +4

    বহু কথা শিকিব পাৰিলো ।

  • @kamruptourism4992
    @kamruptourism4992 ปีที่แล้ว

    ৰামবাণ প্ৰয়োগেৰেই বিজয়াৰ আমেজ লব পাৰি

  • @ramcharandeka9143
    @ramcharandeka9143 3 ปีที่แล้ว

    Very nice

  • @geetanjoliborah6106
    @geetanjoliborah6106 3 ปีที่แล้ว

    Bor Val lagil anusthan tu

  • @randeepsaikia2554
    @randeepsaikia2554 3 ปีที่แล้ว +2

    সাক্ষাৎকাৰতো ভাল লাগিল

  • @pranitanath4271
    @pranitanath4271 3 ปีที่แล้ว +1

    Nice

  • @madhurjyagogoi6085
    @madhurjyagogoi6085 4 ปีที่แล้ว

    Bhal lagil

  • @Bhagya687
    @Bhagya687 3 ปีที่แล้ว +3

    Teuk vaalkoi kthabur kbloi hubidhai nidiye sun..

  • @mirabarman3544
    @mirabarman3544 3 ปีที่แล้ว

    দীৰ্ঘ জীৱনকালত অকণো ভাগৰি নপৰা মহিয়সী নাৰী এগৰাকীলৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিলো। অসমীয়া ভাষাক বহু অসমীয়াই মান্যতা দিবলৈ নিবিচাৰে । ভাষাৰ প্ৰতি টান আমি হেৰুৱাইছো । ভাষাৰ ক্ষেত্ৰত যিদৰে সংখ্যালঘু হ'বলৈ গৈ আছো সেইদৰে ধৰ্মৰ ক্ষেত্ৰতো জটিল অবস্থা এটা আহি পৰিছে, যিটো অবহেলাৰ বিষয় হৈ থকা নাই ।

  • @jintubora5990
    @jintubora5990 6 ปีที่แล้ว +5

    inspiring

  • @KishorsCreation
    @KishorsCreation 6 ปีที่แล้ว

    Khub bhal lagile

  • @krishnasudarshan8211
    @krishnasudarshan8211 6 ปีที่แล้ว +9

    Humen borguhair ata interview lok

  • @BhikiPathak
    @BhikiPathak 6 ปีที่แล้ว +9

    বাইদেউ নিজেই এটা অধ্যায়...

    • @hirenduarah7269
      @hirenduarah7269 3 ปีที่แล้ว

      বাইদেউ মোৰ আতাইতকৈ প্ৰিয় লেখিকা। তেখেতৰ জীৱনটোয়েই এখন শ্ৰেষ্ঠ উপন্যাস।

  • @devajitkalita2196
    @devajitkalita2196 2 ปีที่แล้ว

    Ajit bhuyai interview lobo najane..ajikali youtuber bor re interview cai val lage