ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
Oti hundoor daborikhir kontho 🔥🔥🔥🔥😘😘😘❤️❤️❤️
সুন্দৰ অভিনয় কৰিছে সকলোৱে, আমোদজনক কথোপকথন আৰু অতি দুখজনক কাহিনী কঙ্খালয় ।
এওঁলোকৰ অভিনয় চাই ভাল পাওঁ এওঁলোকৰ অভিনয় ধুনীয়া, কিন্তু এইয়া কিন্তু ৰাসৰ অভিনয় নে এইয়া ৰাসৰ সংলাপ নে ।। কিবা ভুল হ'লে ক্ষমা কৰিব।।
❤❤❤❤নাৰদৰ লগতে সকলোৰে অভিনয় অতি মনোমোহা হৈছে ❤❤❤❤
সচাই বিউতি বাই ইমান ধুনীয়া অভিনয় কৰিছে ভাল লাগিল ❤❤❤❤❤
কি দুৰ্দান্ত অভিনয় সকলোৰে,বৰ ভাল লাগিছে
Bhut val lage💙 sunder💜 hoise
Bailung dosti mojaa ekting mojaaa aguai jua
সুন্দৰ অভিনয় । সকলোৱেই ভাল লাগিল, নাৰদৰ অভিনয় Excellent.
L
বৰ ,সুন্দৰ অভিনয় নাৰদৰ অভিনয়ে বেছিকৈ মুহিত. কৰিছে
সচাঁকৈয়ে বিৰল দৃশ্য় 😍😍😍❤❤❤❤
Moja সকলোৰে সুন্দৰ অভিনয় হৈছে
Bahut sundar💜👍
ইয়াতকৈ সস্তীয়া আৰু হ'বলৈ একো নাথাকিল ছাগে । এয়া চাই হাত চাপৰি বজোৱা সকলোকো মানি গ'লোঁ ।
100%hoi
Najanu aru ki hoise aibur
ৰাস কি বুজিব লাগিব বুজি পালে এনেকুৱা অভিনয় নকৰে
হাঁহি থকা দৰ্শকসকলে নিশ্চয় তেওঁলোকৰ বিবেক বাকচত ভৰাই আহিছে।আজিৰ দিনত এনেকুৱা হৈ গৈছে যে কে কে আৰু মোহনে যি কয় সেয়া ক'মেডি🥲সেই দিনটো দেখিবলৈ আৰু বেছি দিন নাই যি দিনা কে কে আৰু মোহনে হাঁচিয়ালেও মানুহে ক'মেডি বুলি পেটত ধৰি ধৰি হাঁহিব 😂
নাৰদৰ অভিনয় ভাল লাগিছে। ধন্যবাদ।
ৰাস ক আধুনিক ৰূপত উপস্থাপন কৰিবলৈ গৈ কিয় বিকৃত কৰিছে। এবাৰ মাজুলী আহি ৰাস চাব, বহুত শিকিব আপোনালোকে।।
100%
ৰাস বুলি ক'লে মনলে মাজুলী হে আহে ।।
Eman val lagil bah bah.
পীযুয-জয়ন্তৰ এই সজাগতা থকাহেতেন--!
এনে ধৰনৰ কাহিনি সদায় চাই থাকিবলৈ পালে মনভোৰ ভাল লাগে।
Vll lagil bahut..
নাজানো মই কিমান শুদ্ধ।।কেকে দা আৰু মোহনক খুবেই ভাল লাগে কিন্তু ইয়াত যি অভিনয় কৰিলে অলপো ভাল নালাগিল কিবা বহুৱালি কৰা নিচিনা পালো। যদি ইমানেই হহুৱাব বিচাৰে তেন্তে এখন নাটক কৰাই ভাল আছিল।হহুৱাব জানে বুলিয়েই যে সকলোতে ফটোৱা কৰিব সেইটোত সহযোগ নকৰোঁ। সকলোৱে ভাবি চাব এবাৰ।ধন্যবাদ
Hy aku broo 100%
Akdom hosa
কথাটো সঁচা কথা ।
Bohut. Val. Lagil. Sai.
Val lagil sai
Val lahil sai😍😊😊
Bahut val lagil xakalure ovinoy
Bht bhal hoise
Jai.shree.ram.ram.jai.hanuman.jai🔱🏗️🥥🍎🙏🌹🥀💅💐
নাৰদক ভাল লাগিছে দেই সুদৰ অভিনয়
Ufffff beauty r acting wahhhh....vakha nai
Moja
নাৰদৰ বিদায় বেলাত জিকীৰ গাই প্ৰস্হান যে, আদশ' নে বিদশ', নাৰদে ত জিকীৰ নাগাই
Val lagil dei video2😍
Bohut val lagil
Nice voice devarshi 👌
Val lagil sai hundor ovinoy
Mojja lagisy Beautyk😂😂😂
Bhut val lagese
Narid or acting sobotkoi val lagise
বহুত সুন্দর হইছে অভিনয় তাতোত কৈ সোনদর হইছে দেবর্ষি কণ্ঠ
Mojja 🥰🥰🥰unstoppable
ভাল লাগিল ভিদিওটো চাই
Very nice ❤️
Mojs
Nice ovinoy.
Bor sundor house Krishna 🙏🙏
Cffghhffghj
সুন্দৰ অভিনয়
ৰাস ৰাস হৈ থাকিলে ভাল হয় । এই ক্ষেত্ৰত বাবুল বৰাই কি কব বাৰু ।
Vall lagesha🍒🍊🍑🍑🍒🍈
এ মজা
Kiya katha ha 😮😊❤
সুন্দৰ
Avinoi vl kintu rashok bikisto vabe poridashan korise krn boson khini rashor natokot nai , asomiai jodi asomiar shanshkriti beleg rup die beleg ru ki krib vabok mur monor kothahe kntu
ৰাসত হাস্য ৰস লাগে ,কিন্তু অতিৰণ্জিত হলে মুল কাহিনীয়ে গুৰুত্ব হেৰুৱাই,ইয়াতো হেইটোৱে পৰিলক্ষিত হৈছে
Takei
Bohut val lagil sai 🙏🙏🙏
আপোনালোকে ঈশ্বৰৰ নামত অন্তত ইমান তললৈ নামিব নাপায় বহুত লাজ লাগিছে ছিঃ
Nice
❤
মজা
বহুত সুন্দৰ হৈছে,বিৰল অভিনয়।
Nic
CV নাৰদৰ অভিনয় ভাল হৈচে কিন্তু কংসয়েনিজেহে বখোদেৱক হাতে শিকলি লগাবলৈ আদেশ দিছিল নাৰদৰ কথা শুণি এই কাম কৰা নায় গতিকে সংলাপ বিৱহাৰ সংযত হব। ধণ্যবাদ।
🔥🔥🔥
নাৰদৰ অভিনয়ে বেছিকৈ মুহিত কৰিছে 30:26
❤️❤️
🥰
কে কে আৰু মোহনৰ অভিনয় বেহাৰবাৰিতহে ভাল লাগে ৰাসতকিন্তু একেবাৰেই ভাল নালাগেঅতি বেছি হ'লে পাতল হৈ পৰে।
😅😅😂😂❤❤
ফটোৱামীৰো সীমা এটা থাকে অ ককাই।
🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥
Sai vl lagise kin2 aji kali rash komiti bure making korise. Making korile beya lage
কংসৰ অভিনয় ঠিকেই আছে,কিন্তু কন্ঠটো ল'ৰা ৰজাৰদৰে লাগিল,গতিকে চৰিত্রটোত গাম্ভিয্যতা নাহিল.....
Nevc
Mmi
Sac
গৰুৱে ঘাহ খাইও অমিত দিয়ে।হাপে অমিত খাইও বিহ দিয়ে।পাথক্য খাদ্য নহই ।আছলতে যত জিতো।ভুল হলে ক্ষমা কৰিব।🙏🙏
❤️❤️❤️
kk muhonak akol beharbaritei vaal lage sidha baat
Muru same
তোমাৰ ভিদিও সদায় চাওঁ মোৰো চাবা আৰু চাইকাইভটো কৰি দিবাদেই
💓🫶
Aikhn rakh korise
এয়া ৰাসেই হৈ আছে নে??😂যদি সঁচাকৈয়ে তেওঁলোকক নিমন্ত্ৰণ কৰি অনা হৈছে তেন্তে এটা ভাল চৰিত্ৰ ৰূপায়ণ কৰিবলৈ দিয়ক। তেওঁলোকৰ এনেধৰণৰ সস্তীয়া সংলাপবোৰ শুনি এয়া ৰাস নে তেওঁলোকৰ ধাৰাবাহিকখন ধৰিবৈ পৰা নাই 😂 হাস্যৰসৰ নামত মানে কি কি কৈ থকা নাই এইকেইটাই।😂
নাটৰ বিষয় বস্তু লগত সংগতি ৰাখি সংলাপ হোৱা হলে ভাল আছিল ।
U
Val lagel Sai hole , akhibad thakel rakhorlei buli
Over action krile beya lage ...Shri Krishnar RAKH LILA hoi Behorbari outpost nhoi
Nara onok ki asarit nohone bajaniznsjz
এই বোৰ হৈছে কিহৈছে ভাওনা শেষ হল ! ৰাসও শেষ হব পুৰনা ভাবে ৰাস কৰক ।কমিতি চকু ৰাখক অাধুনিক তা সকলো উঠি যাবৈৈ নিদিব নাট থকা দৰে দৰশন কৰাওক ।অভিনেতা দুজনেও এবাৰ ভাব কি কৰিছে । হাহি খোৰা দিবলৈ গৈ নিজক নাপাৰিব । মোহন কেকে অভিনয় ভাল পাও বেহাবাৰি ।ৰাস শংকদেবৰ কেলি গোপাল নাট অাধাৰ
নাৰদ ৰ কণ্ঠ সঁচাকৈয়ে waaaa❤❤,বাকী k k muhonor কমেডি ৰাসত ভাল নালাগে,ৰাস খন কমেডিধাৰাবাহিক নহয়
এওঁলোকৰ অভিনয় ভাল পাওঁ কিন্তু ৰাসত এইবিলাক ভাল নালাগে ,অলপ বেছি হৈছে নেকি !
tora ba nki gan to guwa
avodro 2ta..
k k muhone bikrti krise. raxt emn fotuwa nkre
Rakh aneke nepate pagol hol neki assam bakhi rice
Narodor over acting hoise
ৰাসত এই বোৰ অভিনয় ভাল। নালাগে।
Vul hola khoma korib.aibur mona voba rakh.prokit rakh nhoi.mona voba rakh
Besi fokotiya korile
Ekdom vl loga nai
ফটোৱামি
ফটুৱামি

কে কে আৰু মোহনৰ অভিনয় বেহাৰবাৰিতহে ভাল লাগে ৰাসত
কিন্তু একেবাৰেই ভাল নালাগে
অতি বেছি হ'লে পাতল হৈ পৰে।
😅😅😂😂❤❤
ফটোৱামীৰো সীমা এটা থাকে অ ককাই।
🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥
Sai vl lagise kin2 aji kali rash komiti bure making korise. Making korile beya lage
কংসৰ অভিনয় ঠিকেই আছে,কিন্তু কন্ঠটো ল'ৰা ৰজাৰদৰে লাগিল,গতিকে চৰিত্রটোত গাম্ভিয্যতা নাহিল.....
Nevc
Mmi
Sac
গৰুৱে ঘাহ খাইও অমিত দিয়ে।
হাপে অমিত খাইও বিহ দিয়ে।
পাথক্য খাদ্য নহই ।
আছলতে যত জিতো।
ভুল হলে ক্ষমা কৰিব।🙏🙏
❤️❤️❤️
kk muhonak akol beharbaritei vaal lage sidha baat
Muru same
তোমাৰ ভিদিও সদায় চাওঁ মোৰো চাবা আৰু চাইকাইভটো কৰি দিবাদেই
💓🫶
Aikhn rakh korise
এয়া ৰাসেই হৈ আছে নে??😂যদি সঁচাকৈয়ে তেওঁলোকক নিমন্ত্ৰণ কৰি অনা হৈছে তেন্তে এটা ভাল চৰিত্ৰ ৰূপায়ণ কৰিবলৈ দিয়ক। তেওঁলোকৰ এনেধৰণৰ সস্তীয়া সংলাপবোৰ শুনি এয়া ৰাস নে তেওঁলোকৰ ধাৰাবাহিকখন ধৰিবৈ পৰা নাই 😂 হাস্যৰসৰ নামত মানে কি কি কৈ থকা নাই এইকেইটাই।😂
100%
নাটৰ বিষয় বস্তু লগত সংগতি ৰাখি সংলাপ হোৱা হলে ভাল আছিল ।
U
Val lagel Sai hole , akhibad thakel rakhorlei buli
Over action krile beya lage ...
Shri Krishnar RAKH LILA hoi Behorbari outpost nhoi