ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ,এই মৰম আৰ্শীবাদে অনাগত দিনত মোক আৰু উৎসাহ আৰু সাহস দিব🙏🎋🌾Thanks a lot,Please share and Subscribe my TH-cam Chennal..stay safe and happpy 😍🚩
প্ৰাণ দ্বীপ da bhut val lgy আপোনাৰ gan tu xuni
PRAN DEEP MUSICAL Dada bohut mojaa gan2 ...god bless u bro ....1ta time ahibo apuni amar hei jegakon nam koribo .....
Dada 2mr Radha gaan2 bht vl lage aru ei notun gaan2 bht dhuniya hoise.atiya2 tiktok t bht famuos hoise.wish u all the best for a playback singer🙏keep it up😊😊👌👌👌
Dada nmbr2 dibosun
Hosa koi val lagese....aru agg bahi jua notun notun gaan amk upohar de jua saba hokolua akuali lobo...👍
কৰুণা ভাইৰাছে সমগ্ৰ বিশ্বৰ লগতে অসমতো আতংকৰ সৃষ্টি কৰি থকাৰ মাজতে আপোনি এনে এটি সুন্দৰ গীত আমাক উপহাৰ হিচাপে দিছে, তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।। আগলৈও যাতে এনেধৰণৰ গীত আমি শুনিবলৈ পাওঁ তাকে আশা কৰিলোঁ।। সুখি হোৱা তুমি 😍😍
লক ডাউন ৰ মাজতো প্ৰাণ দ্বীপ দাৰ এটি সুন্দৰ গীত।।। শুনি বহুত ভাল লাগিল দাদা ।।।আৰু কাৰ কাৰ ভাল লাগিল শুনি লাইক কৰা ।।।।ইমান ধুনীয়া গীত এটি আমাক উপহাৰ দিয়া বাবে ধন্যবাদ দাদা ।।।👍👍
💓
👍👍
th-cam.com/video/wvkSeU_ZiA8/w-d-xo.html
সঁচাকৈ বহুত বহুত ধন্যবাদ প্ৰাণ দ্বীপ দা লৈ
আটাইবোৰ গানেই ভাল লাগে প্ৰাণদীপ দাদাৰ👍👍
সাগৰৰে নীলা, তুমি যেন্ চিলা.... Waooo😍😍😍😍😍
প্ৰাণদ্বীপ ককাই সুন্দৰ অ । "ৰাধা"ৰ দৰে "মায়া সানি দিয়া না"ও আদৰি লওক সকলো তাৰে কামনা কৰিলো ।
অ অ অ'''''''' অ অ অ।।।। অ অ অ'''''''' চা ৰা ৰা ❤❤❤❤ এইটো গালে পাগল হৈই যাও অ'।বহুত ভাল লাগে মোৰ।
Thike kio je iman Val Lage 🥰
Kobole vakha nai aru de
Really bhut val lage
বৰ সুন্দৰ হৈছে ভাই। ৰাধাৰ পাছত মানুহৰ মুখে মুখে ৰৈ যোৱা আৰু এটি গীত উপহাৰ দিলা।
কবলৈ ভাষা নাই ।অতি সুন্দৰ আগোৱাই যোৱা শুভেচ্ছা থাকিল।
Utfff,,,কলিজা জনীলৈ মনত পৰি গল,,সুন্দৰ হৈছে,,জুবিনদাৰ পুৰণি কলীয়া ৰোমান্তিক গীতবোৰৰ দৰে,,
আজিও আহিছো শুনিবলৈ আকৌ😍 সাগৰৰে নীলা .....
সুন্দৰ প্ৰানদ্বীপ। তুমি আগুৱাই যোৱা। ধুনীয়া গান। ধুনীয়া ভিডিঅ'।
বৰ্তমান সময়ত এটা জনপ্ৰিয় গীত। বহুত সুন্দৰ তোমাৰ সুৰ।❣️❣️
তোমাৰ সৃষ্টিৰ স্বকীয়তাই তোমাৰ বাবে আশীৰ্বাদ হওঁক প্ৰাণদ্বীপ ।টিম প্ৰয়াসৰ লগতে কৃপাল দাৰ পৰাও শুভকামনা জনাইছোঁ।
Ufff ki je gan ita montu kiba lagi jay🥰😍
আমাৰ প্ৰাণদ্বীপ❤️ আমাৰ হোষ্টেলৰ প্ৰাণদ্বীপ
কোনো কোনো মুহূৰ্তত দীক্ষুৰ গান শুনি থকা যেন লাগে । সাদৃশ্য আছে কণ্ঠৰ । strong voice . মই তুলনা কৰা নাই দুয়োজনৰ মাজত । উৎসাহ যোগাইছো । আগবাঢ়ি যোৱা ককাই।
ইমান ধুনীয়া গানটোৰ বাবে ধন্যবাদ ভাই..বহুত ভাল লাগিল....প্ৰাণদ্বীপৰ বাবে মৰম বহুত❤❤❤❤❤
Very nice song
ইমান ধুনীয়া গীতটো আমাক উপহাৰ দিয়া বাবে ধন্যবাদ দাদা
বহুত ধুনীয়া হৈছে 👍
Bohut val lagile dei song bro😍😍😍😘😘😘
গানটো শুনি বহুত ভাল লাগিল 💚💚মনটো কিবা বহুত ৰোমান্টিক ফিল হৈ গানটো শুনি থাকিলে❤️❤️ বাৰে বাৰে শুনিলেও আমনি নালাগে❤️❤️
Hi
Ru lagy bey ankwaaa gaaan.. Bht bht mjaaaa
Am from uttarakhand ....Just exploring Assamese song on my bad day and am loving it 💕💕💕💕Thank you 💕
Mojja lagile prandeep dada apuni Jen aguai jaok tarei vogobanor usort parthona jonalu🥰🥰
Bht bht bht val lagise dada 👌👌
Eman dhuniya lagile omg😘😘♥️♥️🤗🤗
গানৰ ভাষা বহুত উন্নত মানদণ্ডৰ হৈছে।
ভাল লাগিল ❤❤❤
❤️❤️ Hosakoie bohut dhunia hoise apunr aei gaan2..aru apuni aguaey jae Jen...best of luck..nd God bless you.. stay blessed stay happy ♥️♥️.Muru ghr Jorhat Titabart.
ককাইদেউ🔥
মজা গাইছা প্ৰাণদীপ দা
Pradeep daa song ot jadu ase hunile huni thakibo mn jaii ❤️
লক ডাউন ত বহূত বাৰ সুনিলো মন তো ভাল লাগিছে গান তো সুনি থাকিলে মন বহুত ভাল লাগে জানো নতুনকৈ প্ৰেমত পৰিছো
Bht dhuniya gantu ru bht dhuniya lyrics 😍😍😍🌹🌹🌹
তোমাৰ প্ৰতিটো গানৰ প্ৰেমত পৰো ❤😊 ওচৰ পৰা লগ পোৱাৰ হেঁপাহ এবাৰ ❤
ধুনীয়া ভাই 👌👌
Dintut 10 bar manke xunu.... Aru val val gaan di jua amak PRAN❤
Moja hoise dada
Pran dip 2mi 🔥🔥🔥🔥
Bohut duniya hoisa pran da
🔥🔥🔥❤️ vl lgise bhut song tu ❤️
Zubeen Dar Pisot ..Apuni A Prothom..Jar Konthoi Hridoi Sui Gol.♥️Love You Sir ♥️
Lyrics and voice হৃদয় চুই গৈছে ।।
Nice song Moi aitu song bhut bar xunisu Bohut vl lagise Supab 👌👌
Soo nice song ree . Bohutei dhuniya . Montue bhal lago gol
Bohut bhal lagil prandeep dada❤️
Bht vlgise bht dada
বঢ়িয়া👍👍👍👍👍
Dada aji apunar promgrm salu cinnamart . Bohut bohut val lagil.... Bht mne bohut ru...
Huni amonie nalge..hunie thakibo mon jai..imn dhuniya geet aru konth
Bohut Dhuniya hoisa Dada ❤
Nice song 😘😘😘😘
Bht dhunia kontho
Apuni agole ru agbahibo paribo parandip da
♥️♥️♥️♥️♥️বৰ ধুনীয়া
বৰ সুন্দৰ হৈছে prandeep 👌
Moja 💕💕
Uff bohut sweet voice Fida hoi goiso gan huni bohut val lagisa.😘😘❤️❤️
Wow dhuniya lagise dai hosa bhuta 😍😍😍😘😘😘😘
Hundor...
Gan tut fida hoi goisu 😇😇
বহুত ভাল লাগিল আপোনাৰ গানটো,,, আগ্ৰহেৰে বাট চাই আছিলো,,, আগলৈও এনেকৈয়ে ধুনীয়া গীত আমাক উপহাৰ দিয়ে যেন,,, আগুৱাই যাওক
Hui
Mojja gan bonaise de.xuni a thakibo mn jai
আমাৰ মাজুলী মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত আপোনাৰ এই গীতটো আপুনি পৰিৱেশন কৰিছিল। এইকাৰণে শুনিলো ভাল লাগিল।
❤
Bhut dhuniya gaisa Dada mjaa
Bohut Val lagil ❤️
Bhut vl lagil
Prandeep da bohut val lagil gantu xuni🤗🤗
Dhuniya hoise
Such a beautiful work.. Papu Da Awesome music as always 💞
Hii💞
ধুনীয়া লাগিছে দাদা
আগতেই মুখস্থ হৈ অাছে। বহুত বহুত শুভকামনা থাকিল😍🌸চকুতে চকু থৈ মায়া সানি দিয়ানা ❤
Bhut bhal lagil geet ti huni soooooo nice
খুউব সুন্দৰ হৈছে গীতটি তুমি সদায় আগবাঢ়ি যোৱা ভাইটি ।
Finally.... 😍😍😍Mojja bondhu
Bohut bhal Lage gantu huni. Anedorei aguwai juwa.
বহুত ভাল গাইছা | এনে দৰে উন্নতি কৰি প্ৰতিগৰাকী অসমীয়াৰ অন্তত চুই যোৱা যেন | সফল হোৱা তাকে কামনা কৰিছোঁ |
Bohut dhuniya lagil dei😊😍 eta hundor, full romantic song❤️❤️❤️
Mojja dada dhuniya hoise Best new romantic song 😍😍😍
Hosai bhut hundor hoise geet t ... Moi bhut huni thaku mur amoni nalage ... Ujjol vobishyot kamona korilu pran
Bhut mojaa lagesa kokoi ❤️❤️❤️♥️♥️♥️
Bht bht dhuniya lgile frvrt songs pran deep
Hi Dada mojaa video go mojaa 👌👌👌🤘✌
বহুত ধুনীয়া 😘😘😘
Love from arunachal pradesh❤️
Bohut val lagil gaan tu.................
তোমাৰ গান শুনি বহু ভাল লাগে
Mzaaa dada
Finally ❤bohut dhunia hoise ❤❤
Bht dhunia😌😌😌
MjaAaaa,
Bohut dhuniya hoise prandip da apunr gan2 mur bohut val lage ai gan2 hunile huni thakibloi mn jai bare bare
এ গান তু লিষাতে বহুুত দিন লাগিছে ছাগে। ভাল লাগিল। ছো গানতু বহুুত গানৰ কথাৰে মিছ আছে। জেন লাগিছে।
প্ৰানদীপ ককাইদেউ বহুত ভাল লাগে তোমাৰ কণ্ঠত ধুনীয়া ধুনীয়া গানবোৰ শুনিবলৈ পালে। all the best.
Bohut dhuniya lagise gaan 2 ...❤️❤️❤️❤️
mojja lagesa
মনপৰশা এটি গীত ,,সকলোবোৰ সুন্দৰ হৈছে,,উহ: বহুত ভাল লাগিল,,টিকটকত আৰু জনপ্ৰিয় হৈছে
সুন্দৰ হৈছে।
O mja hoishe song2 ❤️❤️❤️❤️aru Jen new new song ahe
Wow bht dhuniya gaan...Xuni vl lagil
বঢ়িয়া হৈছে ভাই 😍😍😍😍
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ,এই মৰম আৰ্শীবাদে অনাগত দিনত মোক আৰু উৎসাহ আৰু সাহস দিব🙏🎋🌾Thanks a lot,Please share and Subscribe my TH-cam Chennal..stay safe and happpy 😍🚩
প্ৰাণ দ্বীপ da bhut val lgy আপোনাৰ gan tu xuni
PRAN DEEP MUSICAL Dada bohut mojaa gan2 ...god bless u bro ....1ta time ahibo apuni amar hei jegakon nam koribo .....
Dada 2mr Radha gaan2 bht vl lage aru ei notun gaan2 bht dhuniya hoise.atiya2 tiktok t bht famuos hoise.wish u all the best for a playback singer🙏keep it up😊😊👌👌👌
Dada nmbr2 dibosun
Hosa koi val lagese....aru agg bahi jua notun notun gaan amk upohar de jua saba hokolua akuali lobo...👍
কৰুণা ভাইৰাছে সমগ্ৰ বিশ্বৰ লগতে অসমতো আতংকৰ সৃষ্টি কৰি থকাৰ মাজতে আপোনি এনে এটি সুন্দৰ গীত আমাক উপহাৰ হিচাপে দিছে, তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।। আগলৈও যাতে এনেধৰণৰ গীত আমি শুনিবলৈ পাওঁ তাকে আশা কৰিলোঁ।। সুখি হোৱা তুমি 😍😍
লক ডাউন ৰ মাজতো প্ৰাণ দ্বীপ দাৰ এটি সুন্দৰ গীত।।। শুনি বহুত ভাল লাগিল দাদা ।।।আৰু কাৰ কাৰ ভাল লাগিল শুনি লাইক কৰা ।।।।ইমান ধুনীয়া গীত এটি আমাক উপহাৰ দিয়া বাবে ধন্যবাদ দাদা ।।।👍👍
💓
👍👍
th-cam.com/video/wvkSeU_ZiA8/w-d-xo.html
সঁচাকৈ বহুত বহুত ধন্যবাদ প্ৰাণ দ্বীপ দা লৈ
আটাইবোৰ গানেই ভাল লাগে প্ৰাণদীপ দাদাৰ👍👍
সাগৰৰে নীলা, তুমি যেন্ চিলা.... Waooo😍😍😍😍😍
প্ৰাণদ্বীপ ককাই সুন্দৰ অ । "ৰাধা"ৰ দৰে "মায়া সানি দিয়া না"ও আদৰি লওক সকলো তাৰে কামনা কৰিলো ।
অ অ অ''''''''
অ অ অ।।।।
অ অ অ'''''''' চা ৰা ৰা ❤❤❤❤ এইটো গালে পাগল হৈই যাও অ'।বহুত ভাল লাগে মোৰ।
Thike kio je iman Val Lage 🥰
Kobole vakha nai aru de
Really bhut val lage
বৰ সুন্দৰ হৈছে ভাই। ৰাধাৰ পাছত মানুহৰ মুখে মুখে ৰৈ যোৱা আৰু এটি গীত উপহাৰ দিলা।
কবলৈ ভাষা নাই ।অতি সুন্দৰ আগোৱাই যোৱা শুভেচ্ছা থাকিল।
Utfff,,,
কলিজা জনীলৈ মনত পৰি গল,,
সুন্দৰ হৈছে,,জুবিনদাৰ পুৰণি কলীয়া ৰোমান্তিক গীতবোৰৰ দৰে,,
আজিও আহিছো শুনিবলৈ আকৌ😍 সাগৰৰে নীলা .....
সুন্দৰ প্ৰানদ্বীপ। তুমি আগুৱাই যোৱা। ধুনীয়া গান। ধুনীয়া ভিডিঅ'।
বৰ্তমান সময়ত এটা জনপ্ৰিয় গীত। বহুত সুন্দৰ তোমাৰ সুৰ।❣️❣️
তোমাৰ সৃষ্টিৰ স্বকীয়তাই তোমাৰ বাবে আশীৰ্বাদ হওঁক প্ৰাণদ্বীপ ।টিম প্ৰয়াসৰ লগতে কৃপাল দাৰ পৰাও শুভকামনা জনাইছোঁ।
Ufff ki je gan ita montu kiba lagi jay🥰😍
আমাৰ প্ৰাণদ্বীপ❤️ আমাৰ হোষ্টেলৰ প্ৰাণদ্বীপ
কোনো কোনো মুহূৰ্তত দীক্ষুৰ গান শুনি থকা যেন লাগে । সাদৃশ্য আছে কণ্ঠৰ । strong voice . মই তুলনা কৰা নাই দুয়োজনৰ মাজত । উৎসাহ যোগাইছো । আগবাঢ়ি যোৱা ককাই।
ইমান ধুনীয়া গানটোৰ বাবে ধন্যবাদ ভাই..বহুত ভাল লাগিল....প্ৰাণদ্বীপৰ বাবে মৰম বহুত❤❤❤❤❤
Very nice song
ইমান ধুনীয়া গীতটো আমাক উপহাৰ দিয়া বাবে ধন্যবাদ দাদা
বহুত ধুনীয়া হৈছে 👍
Bohut val lagile dei song bro😍😍😍😘😘😘
গানটো শুনি বহুত ভাল লাগিল 💚💚মনটো কিবা বহুত ৰোমান্টিক ফিল হৈ গানটো শুনি থাকিলে❤️❤️ বাৰে বাৰে শুনিলেও আমনি নালাগে❤️❤️
Hi
Ru lagy bey ankwaaa gaaan.. Bht bht mjaaaa
Am from uttarakhand ....Just exploring Assamese song on my bad day and am loving it 💕💕💕💕
Thank you 💕
Mojja lagile prandeep dada apuni Jen aguai jaok tarei vogobanor usort parthona jonalu🥰🥰
Bht bht bht val lagise dada 👌👌
Eman dhuniya lagile omg😘😘♥️♥️🤗🤗
গানৰ ভাষা বহুত উন্নত মানদণ্ডৰ হৈছে।
ভাল লাগিল ❤❤❤
❤️❤️ Hosakoie bohut dhunia hoise apunr aei gaan2..aru apuni aguaey jae Jen...best of luck..nd God bless you.. stay blessed stay happy ♥️♥️.Muru ghr Jorhat Titabart.
ককাইদেউ🔥
মজা গাইছা প্ৰাণদীপ দা
Pradeep daa song ot jadu ase hunile huni thakibo mn jaii ❤️
লক ডাউন ত বহূত বাৰ সুনিলো মন তো ভাল লাগিছে গান তো সুনি থাকিলে মন বহুত ভাল লাগে জানো নতুনকৈ প্ৰেমত পৰিছো
Bht dhuniya gantu ru bht dhuniya lyrics 😍😍😍🌹🌹🌹
তোমাৰ প্ৰতিটো গানৰ প্ৰেমত পৰো ❤😊 ওচৰ পৰা লগ পোৱাৰ হেঁপাহ এবাৰ ❤
ধুনীয়া ভাই 👌👌
Dintut 10 bar manke xunu.... Aru val val gaan di jua amak PRAN❤
Moja hoise dada
Pran dip 2mi 🔥🔥🔥🔥
Bohut duniya hoisa pran da
🔥🔥🔥❤️ vl lgise bhut song tu ❤️
Zubeen Dar Pisot ..Apuni A Prothom..Jar Konthoi Hridoi Sui Gol.♥️
Love You Sir ♥️
Lyrics and voice হৃদয় চুই গৈছে ।।
Nice song Moi aitu song bhut bar xunisu Bohut vl lagise Supab 👌👌
Soo nice song ree . Bohutei dhuniya . Montue bhal lago gol
Bohut bhal lagil prandeep dada❤️
Bht vlgise bht dada
বঢ়িয়া👍👍👍👍👍
Dada aji apunar promgrm salu cinnamart . Bohut bohut val lagil.... Bht mne bohut ru...
Huni amonie nalge..hunie thakibo mon jai..imn dhuniya geet aru konth
Bohut Dhuniya hoisa Dada ❤
Nice song 😘😘😘😘
Bht dhunia kontho
Apuni agole ru agbahibo paribo parandip da
♥️♥️♥️♥️♥️বৰ ধুনীয়া
বৰ সুন্দৰ হৈছে prandeep 👌
Moja 💕💕
Uff bohut sweet voice Fida hoi goiso gan huni bohut val lagisa.😘😘❤️❤️
Wow dhuniya lagise dai hosa bhuta 😍😍😍😘😘😘😘
Hundor...
Gan tut fida hoi goisu 😇😇
বহুত ভাল লাগিল আপোনাৰ গানটো,,, আগ্ৰহেৰে বাট চাই আছিলো,,, আগলৈও এনেকৈয়ে ধুনীয়া গীত আমাক উপহাৰ দিয়ে যেন,,, আগুৱাই যাওক
Hui
Mojja gan bonaise de.xuni a thakibo mn jai
আমাৰ মাজুলী মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত আপোনাৰ এই গীতটো আপুনি পৰিৱেশন কৰিছিল। এইকাৰণে শুনিলো ভাল লাগিল।
❤
Bhut dhuniya gaisa Dada mjaa
Bohut Val lagil ❤️
Bhut vl lagil
Prandeep da bohut val lagil gantu xuni🤗🤗
Dhuniya hoise
Such a beautiful work.. Papu Da Awesome music as always 💞
Hii💞
Hi
ধুনীয়া লাগিছে দাদা
আগতেই মুখস্থ হৈ অাছে। বহুত বহুত শুভকামনা থাকিল😍🌸
চকুতে চকু থৈ মায়া সানি দিয়ানা ❤