Bhagwat Path.Riju Pathak. Video-3 (প্ৰথম স্কন্ধ)

แชร์
ฝัง
  • เผยแพร่เมื่อ 21 ม.ค. 2025

ความคิดเห็น • 296

  • @lilabora4982
    @lilabora4982 2 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ কৃপা কৰক।

  • @kanakdas2316
    @kanakdas2316 6 หลายเดือนก่อน +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ 🙏🙏🙏

  • @banigayan4963
    @banigayan4963 3 ปีที่แล้ว +1

    Ami apunar Vagawat path huni bout upokri hoisu jen lagise. Apunaloi sat sahasra pramam jasilu.🙏🙏🙏

  • @archanakalitaphukan4281
    @archanakalitaphukan4281 3 ปีที่แล้ว +2

    কৃষ্ণ 🙏......!!ইমান ৰসাল 'ভাগৱত' ৰ ব্যাখ্যা....! শুনি থাকিবৰ মন গ'লেও সাংসাৰিক ব্যস্ততাই কেতিয়াবা বাধা দিয়ে.... উপায়ন্তৰ হৈ ভগৱানৰে ইচ্ছা বুলি ভাবি লওঁ....!
    ভগৱান কথাৰ ৰস আমাৰ মাজত বিলাই ইমান উপকাৰ কৰাৰ বাবে অশেষ ধন্যবাদ..... পৰম পিতাই আপোনাক সুস্বাস্থ্য দান কৰক... ইয়াকে প্ৰাৰ্থনা জনাইছো....!!!!

  • @gitalineog930
    @gitalineog930 ปีที่แล้ว +1

    কৃষ্ণ প্ৰণাম প্ৰভু 🙏🙏🙏

  • @mrinalmedhi8346
    @mrinalmedhi8346 ปีที่แล้ว +2

    প্ৰভূ অধমৰ ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব, আপোনাৰ শ্ৰী মুখে ভাগৱত অমৃত পাণ কৰাৰ কৃপা প্ৰাৰ্থী কৰি ভগৱানৰ ওচৰত তাৰেই প্ৰাৰ্থনা জনাইছো। কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @santinath8356
    @santinath8356 3 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ। বৰ ভাল লাগিল।

  • @monimalabora4066
    @monimalabora4066 3 ปีที่แล้ว +1

    Bap xawa hea, bohu bohu dhanyabad apuni amak bhabat vunar ai xahaj xubidha tu diya babe.Apunak xahasra pranam jonaisu...mur jen eswar ror usarat moti dibo paru tar babe namor mukhere ashirdad dibo buli axa rakhilu...

  • @ib0202
    @ib0202 2 ปีที่แล้ว +2

    Baap ishwar apuni kuwa kotha khini khub bhaal lagise. Specially imaan practical example tu dise je aami ki dhuniya koi gardening kori nijey fresh xaak pasoli koribo paru, nijeo khai aru bilai bhalke thakibo paru. Bohut inspiring palu. Moi phoolor kheti koru kintu etiyar pora vegetable garden ekhonu arambho korim. Apuni axirwaad koribo. Krishna 🙏😊

  • @dipakborah1152
    @dipakborah1152 3 ปีที่แล้ว +1

    🙏🌺Krishna Baap🌺🙏

  • @anshumanborgohain2915
    @anshumanborgohain2915 ปีที่แล้ว +1

    প্ৰণাম প্ৰভু 🙏🙏। সুন্দৰ ব্যাখ্যা । কৃষ্ণ 🙏🙏

  • @bhupendas1971
    @bhupendas1971 4 ปีที่แล้ว +4

    অপূৰ্ব বিশ্লেষণ বাপ, সশ্ৰদ্ধ প্ৰণাম জনালোঁ |মধুৰময় ৰাতিপুৱা ভাগতে আপোনাৰ শ্ৰীমুখে কৃষ্ণ কথা শ্ৰৱণ কৰি অভিভূত হ'লো বাপ আৰু ভাগৱতৰ অমৃত ৰসে আমাৰ মন প্ৰাণ ঈশ্বৰমুখী হ'বলৈ অনুপ্ৰাণিত কৰিছে | হে মহান! আমাৰ শুভাশীষ সদায় থাকিব আপোনাৰ চিৰ মংগল কল্পে | আমাৰ পৰিয়ালসহ প্ৰণিপাত নিবেদিলোঁ আপোনাৰ চৰণত | কৃষ্ণ বাপ, কৃষ্ণ......

  • @sangitaborah5519
    @sangitaborah5519 4 ปีที่แล้ว +5

    হে বাপ এই অধমৰ সেৱা গ্ৰহণ কৰিব ।অতি সুন্দৰভাৱে বিশ্লেষণ কৰিলে বহুত ভাল লাগিল কৃষ্ণ প্ৰভু ৰাম ৰাম ৰাম ৰাম ৰাম 🙏🙏🙏

  • @digantadowerah9777
    @digantadowerah9777 4 ปีที่แล้ว +3

    হে বাপ, একান্ত সেৱা ধৰিলো। পৰম সুন্দৰজনে আপোনাৰ কন্ঠেৰে নিগৰিত পৰমামৃত পান কৰোৱাই আমাৰ দৰে নিকিন জনক বাধিত কৰাৰ বাবে কৃতজ্ঞতা নিবেদিছো ।

  • @elimonidas3557
    @elimonidas3557 3 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @bontiborah5014
    @bontiborah5014 4 ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ, প্ৰভুজন অতি সুন্দৰ ।মন প্ৰাণ জুৰ পৰি যায়, প্ৰভু ।নত শিৰে কোটি কোটি প্ৰণাম জনালোঁ।

  • @junmonisaikia3831
    @junmonisaikia3831 3 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ 🙏🙏

  • @Narendrasaikia556
    @Narendrasaikia556 5 หลายเดือนก่อน +1

    Ram krisna Ramkrisna

  • @modhusmitadas9137
    @modhusmitadas9137 4 ปีที่แล้ว +7

    কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্তশঙ্কৰ গুৰু শুনি আনন্দিত । সেৱা নিবেদিলো ।

  • @gangaramdeka9950
    @gangaramdeka9950 3 ปีที่แล้ว +1

    Krishna bap... Xuni val lgile

  • @rameshchandradas3725
    @rameshchandradas3725 3 ปีที่แล้ว +4

    কৃষ্ণ প্ৰভু বাপ। আমি সন্ধিয়া সপৰিবাৰে আপোনাৰ ভাগৱত কথা শুনোঁ আৰু পৰম শান্তি লাভ কৰোঁ। 🙏

  • @MoshmiBarman-g9z
    @MoshmiBarman-g9z 14 วันที่ผ่านมา

    কৰযোৰে ভক্তি অৰ্পন কৰিলোঁ। মনোৰম পৰিবেশন শুনি অতি মোহিত হৈছোঁ। অতি আনন্দিত হৈছোঁ।❤

  • @bholaramkalita7023
    @bholaramkalita7023 5 หลายเดือนก่อน +2

    প্ৰভূ ঈশ্বৰৰ শ্ৰীচৰণত সহস্য প্ৰণিপাত ! কৃষ্ণ

  • @rinaborah3390
    @rinaborah3390 ปีที่แล้ว +1

    প্ৰণাম প্ৰভু জনা ❤🙏🙏🙏

  • @manashidevi9262
    @manashidevi9262 3 ปีที่แล้ว +1

    Joi guru Sankar 🙏🙏🙏

  • @pushpasaikia7776
    @pushpasaikia7776 3 ปีที่แล้ว +3

    আপোনাৰ ভাগৱতৰ কথা শুনিবলৈ পায় আমাৰ জীৱন ধন্য যেন লাগিছে। আপোনাক শতকুটি প্ৰনাম জনাইছো।

  • @hsproduction81
    @hsproduction81 4 ปีที่แล้ว +4

    অতি সুন্দৰ হৈছে,
    সেৱা জনালো আপোনাক ।
    কৃষ্ণ 🙏।।

  • @RanjanDas-xh2yv
    @RanjanDas-xh2yv 11 หลายเดือนก่อน +3

    সেৱা জনাইছো ,🙏 লগতে আপোনাক এজন আৰ্দশ গুৰু ৰূপে গ্ৰহণ কৰিছো , আপুনি আমাক শিষ্য ৰূপে গ্ৰহণ কৰিব বুলি বিশ্বাস থাকিল । ওঁ নমো ভগৱতে বাসুদেবায় । 🙏

  • @bantideka823
    @bantideka823 4 ปีที่แล้ว +12

    কৃষ্ণ বাপ সুপ্ৰভাত | কৃষ্ণ পুৰুষে আমাৰ মাজত আপোনাকো এজন শুকদেব থৈ গ'ল সেই কাৰনে আজি আমি ধাৰাহিক ভাৱে ভাগৱত কথা শুনিবলৈ পাইছো | বহুত বহুত ধন্যবাদ | কিবা ভূল কলো যদি মাফ কৰিব | কৃষ্ণ

  • @bijoypawandas4034
    @bijoypawandas4034 2 ปีที่แล้ว +5

    🙏🙏🙏🌹🌹🌹 প্রনাম প্রভু ইশ্বৰ অধমে সেৱা নিবেদিছু 🙏🙏🙏পুনবাৰ আপোনাৰ দ্বাৰা পৰিচালিত মহা ভাগৱতৰ অমৃত কথা শুনি পৰম সন্তুোশ লভিছো কৃষ্ণ🙏🙏🙏 আপোনাৰ শু শৰিৰ কামনা কৰিলো🙏🙏🙏🌹🌹🌹

  • @nilimadas1784
    @nilimadas1784 2 ปีที่แล้ว

    বাপ ঈশ্বৰ আপোনাৰ ভাগৱাত পাঠ শুনি বহুত ভাল লাগিছে, ভগৱানে আমাকো কৃপা কৰে যেন এয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা, কৃষ্ণ কৃষ্ণ🙏 ও হৰি ও ৰাম, কৃষ্ণ কৃষ্ণ🙏

  • @joyadevi2447
    @joyadevi2447 4 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ আপুনি আমাক ইমান বাক্ষ্যা কৈ ইমান সন্তুস দিয়ালে আমি নথৈ আনন্দ উপভোগ কৰি ধন্য হৈছো ।কৃষ্ণ কৃষ্ণ সেৱাহে জনালো ।

  • @karabibora4055
    @karabibora4055 22 วันที่ผ่านมา

    🙏 Bhagwan r kripat aru apunar anugrah t bohut anugrihit holu .Bohut val lagil 🙏🙏🙏

  • @HirenBorah-l4s
    @HirenBorah-l4s หลายเดือนก่อน

    Om namu narayan🎉om namu narayan🎉om namu narayan🎉om namu narayan🎉om namu narayan🎉om namu narayan 🎉om namu narayan🎉🎉❤❤❤ 37:57 n🎉

  • @banigayan4963
    @banigayan4963 3 ปีที่แล้ว +1

    Krishna krishna🙏🙏🙏

  • @BirinchiGogoi-r3k
    @BirinchiGogoi-r3k 3 หลายเดือนก่อน

    🙏🙏🙏কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ গুৰুদেৱ কৃষ্ণ🙏🙏🙏

  • @manjulanath2645
    @manjulanath2645 4 ปีที่แล้ว +7

    পৰম কৃতাৰ্থ হৈছো ।বাপ ,ৰাতিপুৱাৰ সেৱাভাগি পৰিয়ালৰ সকলোকে জনালোঁ কৃষ্ণ,হৰি,ৰাম

  • @Ranjitgogoi5720
    @Ranjitgogoi5720 10 หลายเดือนก่อน +1

    বৰ ভাল লাগিল প্ৰভু

  • @urmilachamuah8785
    @urmilachamuah8785 7 หลายเดือนก่อน +1

    কৃষ্ণ!বাপ 🙏🙏

  • @lilakalita6705
    @lilakalita6705 4 ปีที่แล้ว +5

    কৃষ্ণ বাপ সেয়া জনালোঁ ।বহুত সুখী হৈছো ।আপোনাৰ মঙ্গল কামনাৰে ----

  • @pranatibhuyan9973
    @pranatibhuyan9973 4 ปีที่แล้ว +1

    কৃষ্ণ বাপ জন। সেৱা জনালোঁ।

  • @manjurajkonwar2807
    @manjurajkonwar2807 3 ปีที่แล้ว +1

    কৃষ্ণ প্ৰভু প্ৰণাম ।

  • @premnarayandas1423
    @premnarayandas1423 4 ปีที่แล้ว +6

    কৃষ্ণ বাপজন কৃষ্ণ
    তাহান্ত বিনাই নাই নাই নাই
    আমাৰ পৰম গুৰু ॥
    ( এইদৰে শুনিব পালে কৃতজ্ঞ হম)
    আপোনাৰ মিঠা কণ্ঠ ত ঈশ্বৰ কথা শ্ৰৱন কৰি অন্তৰত প্ৰশান্তি অনুভৱ কৰো ।
    সেৱা লৱ 🙏

  • @mridultalukdar7913
    @mridultalukdar7913 3 ปีที่แล้ว +1

    Krishna 🙏🙏 bap

  • @jayantadutta7259
    @jayantadutta7259 3 ปีที่แล้ว +1

    প্ৰভূ জনা তোমাৰ চৰণত ঠাই দিয়া ।।

  • @SorbonkarmakarKarmakar-ur9cs
    @SorbonkarmakarKarmakar-ur9cs ปีที่แล้ว +3

    Joy shree krishna porvu 🙏🙏🙏🙏

  • @benudhardeka6896
    @benudhardeka6896 4 ปีที่แล้ว +7

    👏 কৃষ্ণ কৃষ্ণ বাপ, অতি প্ৰয়োজনীয় তত্বজ্ঞান |

  • @bhaskarsaharia6589
    @bhaskarsaharia6589 7 หลายเดือนก่อน +1

    Prabhu namaskar 🙏🙏
    Aponar aei Bhagawat Path suni moi aru amar family member r sakalobor mugdh hoiso.moi najano aponar lagat ki enekuwa sakti ase jar karane mor mind2 positive thoughts loi divert hb dharise.aru tar babe aponar saranat pranipat kariso

  • @tapantamuli925
    @tapantamuli925 3 ปีที่แล้ว +1

    হৰি ৰামকৃষ্ণ হৰি হৰি

  • @anumeadhi2351
    @anumeadhi2351 4 ปีที่แล้ว +2

    হে বাপজনা ।আমাক অমৃত পান কৰাই শৰীৰ সুদদ্ধ কৰিলে ।ধন্য আপোনাৰ জীৱৱন।কৃষ্ণ কৃষ্ণ ৰাম ৰাম ।

  • @pradyutsarma5338
    @pradyutsarma5338 3 ปีที่แล้ว +1

    প্ৰভু বাপজনাৰ এনে সুমধুৰ কন্ঠত
    মহান ভগৱতৰ অমৃতময় সাৰতত্ত্ব ব্যাখ্যা শ্ৰৱণ কৰি কৃত কৃ্ৰ্তাথ হ'লো
    তেখেতৰ ব্যাখ্যাৰ আৰ্হি আৰু কন্ঠৰ
    গভীৰতা সঁচা কৈয়ে প্ৰসংশনীয়।
    শেষত তেখেতলৈ গভীৰ শ্ৰদ্বা আৰু সেৱা জনালো ।

  • @krishnatamang7248
    @krishnatamang7248 4 ปีที่แล้ว +4

    কৃষ্ণ বাপ, অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা। শ্রৱণ কৰি আনন্দিত লাগিল। আপোনালৈ সেৱাঁ জনাই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
    কৃষ্ণ জয় গুৰু শঙ্কৰ কৃষ্ণ 🙏🙏🙏🙏

  • @PratimaHazarika-u2w
    @PratimaHazarika-u2w 10 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏

  • @rumiborah7914
    @rumiborah7914 4 ปีที่แล้ว +5

    কৃষ্ণ।জয় গুৰু শঙ্কৰ ।বৰ সুন্দৰ ।🙏🙏🙏🙏

  • @satyendradutta641
    @satyendradutta641 3 ปีที่แล้ว +3

    বাপ ‌আপুনাৰ কন্ঠ‌‌ দান‌ হৈচায়ে বহুত ভাল লাগিছে 🙏🙏🙏🙏🙏🙏🙏

  • @rekhadas5058
    @rekhadas5058 3 ปีที่แล้ว +1

    কৃষ্ণ প্ৰভু

  • @utshavbarman587
    @utshavbarman587 2 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ প্রভু 🙏🙏🙏🙏

  • @snigdhahazarika6651
    @snigdhahazarika6651 3 ปีที่แล้ว +1

    Krishna Krishna bap bahut vl lagil apunaloi koti koti pranam janalo Krishna Krishna jai sri Krishna

  • @japanidas6859
    @japanidas6859 3 ปีที่แล้ว +1

    কৃষ্ণ ৰাম ৰাম ৰাম ৰাম

  • @harichandrasarma6824
    @harichandrasarma6824 4 ปีที่แล้ว +1

    ৰিজুদা ভাগৱত শুনি ভাল লাগিছে

  • @bulbulisarma8578
    @bulbulisarma8578 3 ปีที่แล้ว +3

    ঔম নমঃ ভগৱতে বাসুদেৱায় নমঃ 🙏🙏🙏 কৃষ্ণায় নমো নমঃ 🙏🙏

  • @manomatikalita4131
    @manomatikalita4131 4 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ বাপ সেবা জনালোঁ কৃষ্ণ

  • @dipankarbora1456
    @dipankarbora1456 4 ปีที่แล้ว +4

    Joy.. Sri... Krisna krisna krisna.....

  • @Sarala24
    @Sarala24 ปีที่แล้ว +1

    প্ৰভু আপোনাৰ পাঠ সদায় শুনো কিন্তু ..হেপাহ নপলাই .. ইমান সু্ন্দৰ কণ্ঠ আপোনাৰ

  • @pareshdas7140
    @pareshdas7140 4 ปีที่แล้ว +4

    🙏কৃষ্ণ বাপ, অাপোনাৰ ভাগৱত বাখ্যা শুনি অাপ্লুত হ'লো। অাপুনি দীৰ্ঘজীৱী হওক।কৃষ্ণ।

  • @priyadoleypegu597
    @priyadoleypegu597 4 ปีที่แล้ว +2

    কৃষ্ণ প্রভূ ঈশ্বৰ সেৱাভাগি জনালো। কৃষ্ণ 🙏⚫❤💛

  • @joshodadas1968
    @joshodadas1968 2 ปีที่แล้ว +1

    Pranam.pravu.bap.krishna

  • @sabitrimedhi6564
    @sabitrimedhi6564 3 ปีที่แล้ว +1

    ° কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ °

  • @ankurentertainment2791
    @ankurentertainment2791 3 ปีที่แล้ว +2

    প্ৰভু বহত বহুত ধন্যবাদ কৃষ্ণ কৃষ্ণ

  • @bijoyaveryniceborah8304
    @bijoyaveryniceborah8304 3 ปีที่แล้ว +1

    Krisnha Krisnha

  • @digbijoychoudhury8289
    @digbijoychoudhury8289 2 ปีที่แล้ว +1

    বৰ ভাল লাগে আপোনাৰ বিশ্লেষণ।।।।

  • @netraprasadsaikia3193
    @netraprasadsaikia3193 4 ปีที่แล้ว +6

    ক়্ষ্ণ ক়্ষ্ণ প্ৰভুজনা প্ৰণাম !প্ৰভূ অতি আমোদজনক !হিদয় জুৰ পেলাই যোৱা 🙏🙏🙏

    • @jatinhaloi7412
      @jatinhaloi7412 7 หลายเดือนก่อน

      Prabhu Balitara ( Nalbari) t aponar srimukhe directly Mahabhagabat sunar Bhagya lovisil . Krishna Krishna Prabhu........

  • @gautambarua5093
    @gautambarua5093 11 หลายเดือนก่อน +1

    Sadhu sadhu sadhu 🙏 Hori bol 🙏

  • @pranatisaikia2424
    @pranatisaikia2424 3 ปีที่แล้ว +1

    Pranati saikia prabhudew apuner sree saranat koti koti namosker ,

  • @joyramnathhazarika2750
    @joyramnathhazarika2750 3 ปีที่แล้ว +1

    নমো নমো নাৰায়ণ বাপজন। পূনৰ এবাৰ শুনা গল। সুন্দৰ

  • @dasdhiraj1090
    @dasdhiraj1090 2 ปีที่แล้ว

    Pranam Prabhu 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
    Bap Aapuni Manushya rupat, Mur manat Aapuni Bahut giyani Prabhu

  • @lilysonowal9199
    @lilysonowal9199 3 ปีที่แล้ว +1

    He Prabhu hewa he.

  • @amiyaborah9305
    @amiyaborah9305 ปีที่แล้ว +1

    Krishna Krishna probhu pranam.

  • @dimbeswaripatardeka2793
    @dimbeswaripatardeka2793 2 ปีที่แล้ว +1

    🙏Krishna Oum santi santi santi🙏

  • @keshabtalukder9020
    @keshabtalukder9020 ปีที่แล้ว

    হে বাপ আপোনাৰ শ্ৰীমুখে ভাগৱতৰ অৰ্থ অমৃত পান কৰিলো ।আপোনাৰ ওচৰত চিৰ-কৃত্গ্য ।।🙏🙏🙏🙏

  • @gapaldas451
    @gapaldas451 2 ปีที่แล้ว +1

    Dandabad Prabhu Dandabad

  • @Gitarthavlog5751
    @Gitarthavlog5751 4 ปีที่แล้ว +7

    কৃষ্ণ বাপ সেৱা জনালো। কৃষ্ণ কথা শুনি আনন্দিত হ'লো।🙏🙏🙏

  • @Karma_is_Life.
    @Karma_is_Life. 3 ปีที่แล้ว

    Khuub val lagise Rijuda.

  • @bhobanikantaborsaikia5206
    @bhobanikantaborsaikia5206 ปีที่แล้ว +1

    Krishna Krishna Krishna prabhudev

  • @binadeka9674
    @binadeka9674 3 ปีที่แล้ว +3

    Krishna Krishna bap .

  • @nilimachoudhury5019
    @nilimachoudhury5019 2 ปีที่แล้ว

    🙏🙏🙏 হে বাপ ঈশ্বৰ সহস্ৰ প্ৰণাম কৃষ্ণ কৃষ্ণ , ৰাম ৰাম ।

  • @pankajboruah3673
    @pankajboruah3673 4 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ প্রভুজনা সেৱাহে জনালো কৃষ্ণ

  • @orponadas6754
    @orponadas6754 3 ปีที่แล้ว +2

    Krishna🙏Krishna🙏Krishna🙏

  • @jinubarman5479
    @jinubarman5479 3 ปีที่แล้ว +3

    হে প্ৰভু অজস্ৰ সেৱা জনাওঁ আপোনালৈ ।🙏🙏🙏

  • @ab4fxff755
    @ab4fxff755 4 ปีที่แล้ว +2

    Prabhu apunar shrri mukhe ulowa bhagawat pathr raxe.mur xadai saku pani uliai apunak isware kushale rakhak 🙏🙏🙏

  • @kalyanidas4341
    @kalyanidas4341 7 หลายเดือนก่อน

    কৃষ্ণ🙏🙏

  • @nabajyotidas6117
    @nabajyotidas6117 2 ปีที่แล้ว +2

    🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏

  • @priyakheebora25
    @priyakheebora25 2 ปีที่แล้ว +1

    Krishna 🙏

  • @rikadas2664
    @rikadas2664 4 ปีที่แล้ว +2

    কৃষ্ণ,কৃষ্ণ অতি সুন্দৰ বাপ।

  • @barbiesaikia7081
    @barbiesaikia7081 4 ปีที่แล้ว +3

    Krisna bap jon

  • @bhubenthakuria9006
    @bhubenthakuria9006 4 ปีที่แล้ว +2

    প্ৰভু ভগৱন্ত কৃষ্ণ কৃষ্ণ কৃষ্ণ ‌

  • @junumech653
    @junumech653 4 ปีที่แล้ว +1

    কৃষ্ণ ৰাম কৃষ্ণ প্ৰভূ 🙏🙏🙏🙏

  • @jaandas3597
    @jaandas3597 4 ปีที่แล้ว +3

    Krishno.....baapjona...apunar .. mukhhonta..vhagowat sorovn...kori porom kithartho.....korisa... . Heva. Jonaisu.....

  • @nicholasbarman8031
    @nicholasbarman8031 4 ปีที่แล้ว +3

    Aponar charan t sata koti pranam.
    Krishna prabhu

  • @atulboruah4025
    @atulboruah4025 4 ปีที่แล้ว +6

    সৎগুৰুৰ চৰণত সেৱা জনালোঁ । কৃপা কৰিব বাপ । কৃষ্ণ !