Assamese Daily Rashifal 04-08-2018//12

แชร์
ฝัง
  • เผยแพร่เมื่อ 2 ต.ค. 2024
  • Assamese Daily Rashifal
    04-08-2018
    ASTROLOGER
    Joy Prakash Sarmah
    NAVAGRAHA ASTROLOGICAL CENTRE▶️▶️ Assamese Daily Rashifal, Ajir Rashifal, Today's Rashifal, Assamese Dainik Rashifal, February Rashifal, 2019 Rashifal.
    নমস্কাৰ ।
    আপুনি ইয়াত ৰাশি অনুযায়ী প্ৰতিদিনৰ ৰাশিফল সমূহৰ বিতং তথ্য লাভ কৰিব পাৰিব ।
    ইয়াত বৰ্ণনা কৰা ৰাশিফল সমূহ সম্পূৰ্ণ সাৰ্বজনীন । অৰ্থাৎ ৰাশিফলসমূহ প্ৰতিদিনেই গ্ৰহৰ ভাৱ আৰু দশা অনুসৰি গণনা কৰা হয় আৰু বিভিন্ন দিশৰ বিষয়ে বিতংকৈ বৰ্ণনা কৰা হয় ।
    যেনেদৰে-- আপোনাৰ আজিৰ স্বাস্থ্য-ভাৱ !! ৰোগীৰ ক্ৰমোন্নতি নে অৱনতি !! ব্যায়াধিক্য যোগ !?
    চোৰ-ডকাইত, ঠগ-প্ৰৱঞ্চকৰ পৰা সাৱধান !!
    বিদ্যালাভ তথা বিদ্যাৰ্থীৰ ল'ব লগীয়া সাৱধানতা--স্বাস্থ্যভাৱ, তৰ্ক-বিতৰ্ক, লাভ- লোকচান, ইত্যাদি ।
    প্ৰেম-বিবাহত দশাফল, নতুন যোগাযোগৰ ফল, আশাভংগ বা বাঞ্চা-সিদ্ধি, ইত্যাদি ।
    একেদৰে কৰ্মপ্ৰাৰ্থী, ব্যৱসায়ত লাভ-লোকচান, ঠগৰ পৰা সাৱধান, কৰ্মচাৰীৰ প্ৰমোচন, বাক-বিতংদা ইত্যাদিৰ বিষয়ে জানি লৈ দিনটোৰ বাবে সতৰ্ক থাকক ।
    Channel টো Subscribe কৰি ৰাখক আৰু Video টো Like কৰি আমাক উৎসাহিত কৰক । আপুনি আপোনাৰ মনোভাৱ তলৰ Comment Box ত ব্যক্ত কৰিব পাৰে আৰু ব্যক্তিগতভাৱে জানিব বিচাৰিলে আমাৰ লগত যোগাযোগ কৰাৰ বাবে আগ্ৰহ কৰিব পাৰিব ।
    মই আপোনাক সহায় কৰি যথেষ্ট সুখী হ'ম ।
    Thanking you....
    NAVAGRAHA CENTRE.
    JOY PRAKASH SARMAH.

ความคิดเห็น • 2