MAA O MAA - RAGHAV | Jatin | Mridula | Zubeen | Shanta | Diganta Bharati | Pankaj Ingti

แชร์
ฝัง
  • เผยแพร่เมื่อ 28 ก.ย. 2023
  • Music Credits
    Music-Zubeen Garg
    Song- Maa Oo maa
    Singer- Zubeen Garg, Shanta uzir
    Lyrics- Diganta Bharati
    Composer - Zubeen Garg
    Mix and Mastering - Ibsan lal Boruah
    Recoded at - Chickmik studio
    Music Arrangement - Babloo
    Tabla - Raja
    Siter - Subhankar Hazarika
    Cinema Credits
    Cast - Jatin Bora, Mridula Boruah, Nishita Goswami, Hiranya Deka, Bibhuti Bhushan Hazarika, Chinmoy Katoki, Jivi, Sumi Borah
    Music Producer -
    Zubeen Garg
    Lyrics - Zubeen Garg, Diganta Bharati, Rahul Gautam Sharma
    Singer - Zubeen Garg, Shanta Uzir, Mahalaxmi Iyar, Zublee, Prabin Borah
    DOP - Pradip Daimary
    Aerial photography - Joydeep Poul
    Action Director - Rajesh Kanan
    Art Direction - Jyoti Shankar Bhattacharyya
    Vfx Ratul dutta
    Costume - Navanita Sharma Bora
    Makeup - Biswajit Kalita
    Online Editing - Abhijit Roy
    Production Manager - Monuj Kumar Mishra
    Production Designer - Navanita Sharma Bora
    Choreography - Pankaj Ingti, Deepak Dey,
    Sound Designing and Mixing - Debajit Changmai and Amrit Pritam (MPSE)
    BGM - Ajay Singha
    Di Colourist - Rajesh Yadav
    Editor and Visual Promotion - Protim Khaound
    Poster Design - Hitesh Sharma
    Direction Team - Arindom Kashyap, Annindita Kalita, Bhargab Adhypak, Surajit Phukan
    Story, Screenplay, Dialogue - Abhijit Bhattachary
    Music - Zubeen Garg
    Produced by - Navanita Sharma Bora, Jatin Bora
    Directed by - Jatin Bora
  • เพลง

ความคิดเห็น • 1.1K

  • @KabitaBoruah-ks9ok
    @KabitaBoruah-ks9ok 9 หลายเดือนก่อน +126

    মা--- মা----মা-----অ'-----মা ---উফ' এই সুন্দৰ মা গীতে মোক আকৌ কন্দুৱাই গল ।🙏🙏মা সমান কোন হব পাৰে ।ইমান সুন্দৰ কণ্ঠৰ অধিকাৰী জুবিন।বোলছবিখন চাবলৈ অপেক্ষ্যাত আছো।🙏🙏❤️❤️🙏🙏

  • @hiyasarma99
    @hiyasarma99 9 หลายเดือนก่อน +100

    মা দেউতা অবিহনে এই পৃথিৱী খন শূণ্য.....❤️🌎💫

  • @john-8810
    @john-8810 9 หลายเดือนก่อน +230

    এই গীতটোক এটা যাত্ৰাৰ আৰম্ভণি বুলি ক’ব পাৰি। যি যাত্ৰাৰ কোনো শেষ নাই... চিৰদিন এই গীতটো নতুন হৈ গৈ থাকিব...
    এতিয়া অপেক্ষা মাথোঁ ৰাঘৱলৈ.... ❤

    • @hiro408
      @hiro408 9 หลายเดือนก่อน +9

      জুবিন গাৰ্গ মানেই এক বিশেষ শক্তি ❤, মাতৃ - পুত্ৰ নাইবা পিতৃ - পুত্ৰৰ আকুল মৰম, প্ৰেম কেৱল জুবিন গাৰ্গৰ কণ্ঠইহে ফুটাই তুলিব পাৰে। কি কম আৰু ইমান ধুনীয়া ❤❤❤

    • @john-8810
      @john-8810 9 หลายเดือนก่อน +2

      @@hiro408 মনৰ কথা ক’লে ❤️❤️

  • @hiro408
    @hiro408 9 หลายเดือนก่อน +194

    জুবিন গাৰ্গ মানেই এক বিশেষ শক্তি ❤, মাতৃ-পুত্ৰ নাইবা পিতৃ-পুত্ৰৰ আকুল মৰম, প্ৰেম কেৱল জুবিন গাৰ্গৰ কণ্ঠইহে ফুটাই তুলিব পাৰে। কি কম আৰু ইমান ধুনীয়া 💚🤍💝

  • @user-jm9dq7kk8j
    @user-jm9dq7kk8j 9 หลายเดือนก่อน +141

    কৰ্মসূত্ৰে বাহিৰত থাকো কিন্তু এই গানটো শুনিকীনে মা লৈ আজি বহুত মনত পৰিছে।। ভালে থাকক সকলোৰে মা - দেউতা ❤

  • @jyotishmaandeka1859
    @jyotishmaandeka1859 9 หลายเดือนก่อน +164

    চকুপানী ৰখাব নোৱাৰিলোঁ😢 .. কি সুন্দৰ উপস্থাপন.. লগতে জুবিন দাৰ কন্ঠৰ কথাটো সকলোৱে জানেই.. তেওঁৰ কন্ঠৰ দৰদে সকলোকে আবেগিক কৰি তোলে ❤.. বিৰাতেই সুন্দৰ হৈছে ❤.. এতিয়া মাথোঁ চিনেমাখনলৈ অপেক্ষা ❤..
    💥 ৰাঘৱ 💥

    • @krishnaborah4375
      @krishnaborah4375 9 หลายเดือนก่อน +4

      কেতিয়া আহিব😢 আমাৰ মাজলৈ ৰাঘৱ

    • @jyotishmaandeka1859
      @jyotishmaandeka1859 9 หลายเดือนก่อน +1

      @@krishnaborah4375 27 October

    • @karabimedhi9002
      @karabimedhi9002 8 หลายเดือนก่อน +1

      ​@@krishnaborah437527 th October

    • @anishray6367
      @anishray6367 8 หลายเดือนก่อน +3

      Film khon sai ahok. Nije nije sokupani olai ahibo.

    • @maramisaikiapatowary7298
      @maramisaikiapatowary7298 8 หลายเดือนก่อน

      ​@@krishnaborah4375😊😊

  • @mjsaikiaentertainment9975
    @mjsaikiaentertainment9975 9 หลายเดือนก่อน +28

    দিগন্ত দাৰ কথা আৰু দাদাৰ সুৰৰ মায়াজালত প্রাণ পাই উঠিছে গীতটিয়ে | সঁচাকৈ চকুলৈ নিগৰিছে আজি.......যতীন দা আৰু টীম ৰাঘৱলৈ অলেখ অযুত মৰম আৰু শুভকামনা | আৰু উজলি উঠক আমাৰ অসমীয়া চলচিচত্র উদ্যোগটো | ❤❤❤

  • @debajitzgVlog
    @debajitzgVlog 9 หลายเดือนก่อน +40

    কি শক্তিশালী কণ্ঠ চকুপানী ওলাই গ'ল 😢 ৰাঘৱৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ ❤

  • @Kaushik632
    @Kaushik632 9 หลายเดือนก่อน +139

    জুবিন দাৰ কন্ঠত যতীন দাৰ অভিনয়.... অপেক্ষা..❤

  • @Rupam_ZG_Kakati1845
    @Rupam_ZG_Kakati1845 9 หลายเดือนก่อน +34

    সঁচাকৈ এক অভূতপূৰ্ব কন্ঠৰ সমাহাৰ কালজয়ী গীত ❤ বহুত ধুনীয়া গীত এটি উপহাৰ দিছে জুবিন ককাইদেউ এ 😇🙏 বহুত বহুত শুভেচ্ছা থাকিল "ৰাঘৱ" চিনেমাখনলৈ ।

  • @anupamneog4660
    @anupamneog4660 9 หลายเดือนก่อน +160

    কোনে কি নকয়, কোনোবাই কয় পাগল, কোনোবাই কয় বিজেপিলৈ বিক্ৰী হ'ল, কোনোবাই কয় মদাহী কিন্তু মদ হ'লে চবেই খায়,,,,, এটা কথা মন কৰিব যে জুবিন গাৰ্গ মদাহী হ'ব পাৰে, কিন্তু সকলো মদাহীয়ে জুবিন গাৰ্গ হ'ব নোৱাৰে।
    এই সকলোবোৰ কথা আওকাণ কৰি ডাঙৰ হোৱা গছ জোপাই হ'ল জুবিন গাৰ্গ। যিয়ে কেতিয়াবাই আকাশ চুলে কিন্তু ভৰি মাটিতেই আছে। দাদা ❤️ ।।

    • @rihanaj1818
      @rihanaj1818 8 หลายเดือนก่อน +2

    • @monuranjanbaisya5819
      @monuranjanbaisya5819 8 หลายเดือนก่อน +1

      I ❤ zubeen da mon sui gol gaan Tu xuni
      Love you zubeen da

    • @puspaengtipi7611
      @puspaengtipi7611 8 หลายเดือนก่อน +1

      Always loved zubeen da❤❤

    • @user-qm7iy4kc3e
      @user-qm7iy4kc3e 8 หลายเดือนก่อน +1

      Wow kiman hundar katha kala Tumi ,mon sui gol akabara

    • @ABHIMANIMON-yh2nv
      @ABHIMANIMON-yh2nv 4 หลายเดือนก่อน +1

      Uff❤

  • @Rockstar0500
    @Rockstar0500 8 หลายเดือนก่อน +6

    Bht val lgil raghab sai.❤❤Joi Raghab.❤❤joi zubeen Daa

  • @user-tj4br2ti3j
    @user-tj4br2ti3j 9 หลายเดือนก่อน +121

    জুবিন দাৰ অনুৰাগী সকলে like কৰি যোৱা ...👍💝🥰

  • @sontoshkumardey7963
    @sontoshkumardey7963 9 หลายเดือนก่อน +33

    ধন্যবাদ জুবিন দা আৰু যতীন দা, ইমান ধুনীয়া এটা গীত দি আমাক উপহাৰ দিয়াৰ বাবে ❤❤🙏🙏

  • @tapanakhomofficial7484
    @tapanakhomofficial7484 5 หลายเดือนก่อน +2

    মা দেউতাক দিয়া উপহাৰৰ ভিতৰত এইটো গীত শ্ৰেষ্ঠ উপহাৰ।।।।ভালে থাকক সকলোৰে মা দেউতা।।🙏🙏🤗

  • @BitopanBorah
    @BitopanBorah 9 หลายเดือนก่อน +41

    উফ..... ভাষাবিহীন❤ জয় জুবিন দা ❤

  • @karishmadas1173
    @karishmadas1173 9 หลายเดือนก่อน +42

    Masterpiece ❤ চকুপানী ৰখাব নোৱাৰিলোঁ 😢😢😢

  • @pranjitpartho
    @pranjitpartho 9 หลายเดือนก่อน +22

    গানেই কন্দুৱাইছে আৰু ফিল্ম বাকী আছেই ❤❤ বহুত শুভেচ্ছা থাকিল "ৰাঘৱ" লে 🎉🎉

  • @kushalgogoi8806
    @kushalgogoi8806 9 หลายเดือนก่อน +469

    মা পৃথিৱীৰ শ্ৰেষ্ঠতম উপহাৰ। সকলোৰে মা - দেউতা ভালে থাকক। ৰাঘৱলৈ শুভেচ্ছা থাকিল।

    • @apran...
      @apran... 9 หลายเดือนก่อน +11

      Fantastic 👌👌👌👌❤

    • @meeradeka4667
      @meeradeka4667 9 หลายเดือนก่อน +3

      খুব ভাল লাগিল

    • @kushalgogoi8806
      @kushalgogoi8806 9 หลายเดือนก่อน +2

      Thanks 🙏🙏

    • @Kingk175
      @Kingk175 6 หลายเดือนก่อน

      Thanks

    • @sampakrobidas8950
      @sampakrobidas8950 6 หลายเดือนก่อน

  • @RATUL-VLOGS
    @RATUL-VLOGS 9 หลายเดือนก่อน +45

    মা'ৰ মৰমেই মাএ এনেকোৱা এটা medicine যাৰ কোনো experiedate নাথাকে ❤😊_ভালে থাকক সকলো মা_❤❤

  • @nishancreation3614
    @nishancreation3614 9 หลายเดือนก่อน +28

    আপোনাৰ কণ্ঠত স্পষ্ট মা শব্দৰ মূল্য, প্ৰকাশ,মৰম আৰু আদৰ বহুত গুনে বঢ়াই । জুবিন দা ❤ ককাইদেউ ❤

  • @assamesepoem7953
    @assamesepoem7953 9 หลายเดือนก่อน +13

    কণ্ঠত চকুলো নিগৰিছে উফ কি যে সুন্দৰ অনুভৱৰ চকুলো
    জয় জুবিন দা
    যতিন দা❤

  • @sagarikalifeline9883
    @sagarikalifeline9883 9 หลายเดือนก่อน +46

    মা..... এক আচৰিত শক্তি মা 🙏

  • @user-lr5pg3qc2o
    @user-lr5pg3qc2o 9 หลายเดือนก่อน +124

    যতীন বৰাৰ দৰে অভিনেতা আৰু জুবিন গাৰ্গেৰ দৰে গায়ক অসমত কোনো নাই আৰু জন্ম নহ'ব চাগে 😊🎉❤

    • @njcreative1990
      @njcreative1990 8 หลายเดือนก่อน +3

      Really

    • @biswajitbaruah2831
      @biswajitbaruah2831 8 หลายเดือนก่อน

      সঁচা কথা, গানটোত বহুত অৰ্থ আছে।

    • @tikendrajitassom871
      @tikendrajitassom871 8 หลายเดือนก่อน

      1:37 😅

    • @dkblog5226
      @dkblog5226 4 หลายเดือนก่อน +1

      Zubeen da xdai zubeen da a hoi thakib ❤🙏🥀 !! Kin2 jatin dat koi rabi dar raghupati besi val lagisile 😊

  • @pinkumoniborah5914
    @pinkumoniborah5914 9 หลายเดือนก่อน +15

    হৃদয়স্পৰ্শী এটি গীত। ভাল লাগিল। ৰাঘৱলৈ বহুত বহুত শুভেচ্ছা থাকিল

  • @sahidulalamkhan6368
    @sahidulalamkhan6368 9 หลายเดือนก่อน +20

    জুবিন গাৰ্গ - যাৰ গানেই সাহস, প্ৰেৰণা যোগায়! ❤️

  • @crezycreativity5406
    @crezycreativity5406 9 หลายเดือนก่อน +25

    মা তুমি নাহিলেই অস্থিৰতাই আগুৰি ধৰে হিয়া....❤

  • @jayantatalukdar1966
    @jayantatalukdar1966 5 หลายเดือนก่อน +4

    জুবিন দাৰ সৃষ্টি খুবেই হৃদয় স্পর্শ, ওঁ মা , কোত মোৰ মা, মোৰ মা, মাজনী, অ' দেউতা, পিতাই ঐ , মোৰ কেচুৱাই কান্দিছে এইবাৰ আকৌ "মা অ মা" জুবিন দা আপুনি মহান❤️🥰

  • @bikramdas58
    @bikramdas58 9 หลายเดือนก่อน +32

    প্ৰিয় ব্যক্তি কন্ঠত এটি সুমধুৰ গীত..❤️ ‍ Zubeen Da is the voice 😉 and Acting #Jatin Bora no words ⚡

  • @jurimonikalita4440
    @jurimonikalita4440 9 หลายเดือนก่อน +46

    জুবিন দা আৰু যতীন দা সদায়েই অনুপম❤❤

  • @BuddhaBayushman7575
    @BuddhaBayushman7575 9 หลายเดือนก่อน +9

    সঁচাকৈ দেহ মন শীতল কৰি তোলা এটি গীত, ইমান দিনে youtube খুচৰি খুচৰি audio গীত শুনি আছিলোঁ আজি video গীতটি পাই মনটো বহুত ভাল লাগিল thank you jatin da and Zubin da and all team of raghav

  • @simplelifewithasimplegirl7852
    @simplelifewithasimplegirl7852 9 หลายเดือนก่อน +7

    😢😮❤❤❤❤❤ বহুত ধুনীয়া ❤❤❤❤❤❤ এই কাৰণে জুবিন দা,জুবিন দায়ে হয়,only one

  • @priitam_xutradhar
    @priitam_xutradhar 9 หลายเดือนก่อน +40

    মা তুমি অনান্য।
    মা তুমি ভগৱান।
    মা তুমি ধৰণী।
    ❤❤❤

  • @ChinmoyVlogs06
    @ChinmoyVlogs06 8 หลายเดือนก่อน +13

    ও মাঁ তোমালৈ বহুত মনত পৰিছে ও গীতটি শুনাৰ পিছত বহুত কান্দিছো এবাৰ যদি লগ পালো হয় তোমাক বহুত কথা কব লগা থাকি গল ও মাঁ তই মোক কিয় এৰি গলি ও মাঁ আজি কালি সকলো সলনি হল সচাঁ মৰম তোমাৰ বাহিৰে বেলেগে দিব নোৱাৰে মাঁ তোমাৰ কোলাত মূৰ থয় শুৱ মন গৈছে ও মাঁ 😢😢😭

  • @lipikaray3592
    @lipikaray3592 8 หลายเดือนก่อน +2

    Raghav cinema khon moja lagise..geet tio khubei dhunia..eman kanduwaise cinema khone..khub val lagise❤❤❤..hokoluwe sab khub val pab👍👍👍

  • @Borlung
    @Borlung 9 หลายเดือนก่อน +25

    বৰ্তমান মোৰ মা আছে সেইকাৰণে বহুত সুখী বা বহুত কষ্টৰ পৰা দূৰত আছো কিন্তু মই বুজো যিসকলৰ মা নাই সেই সকলৰ কিমান দুখ মই কেতিয়াও ভাবিৱ নোৱাৰো মা অবিহনে মই কেনেকৈ জীয়াই থাকিম .... জুবিন দা আপুনি মহান ❤❤❤❤️

  • @BhimmAZ
    @BhimmAZ 9 หลายเดือนก่อน +11

    জুবিন গাৰ্গ দা অতুলনীয় ❤🙏

  • @DEBAJIT_PATHAK.
    @DEBAJIT_PATHAK. 9 หลายเดือนก่อน +78

    অই, ঐ ৰাতিতো শুব
    অই, ঐ ভাগৰে চুব
    অই, ঐ নৱমিৰে জোন
    অই, ঐ আঁতৰি যাব ।
    মা ও মা
    কৰি দে ক্ষমা
    ক'তেবা লগালোঁ জগৰ
    তোৰ চেনেহ বিচাৰি বিচাৰি
    লাগিছে আজি মোৰ ভাগৰ
    সোণ বুলি এবাৰ নামাতো নেকি
    দুহাতে সাৱটি নলওঁ নেকি
    মা ও মা কৰি দে ক্ষমা
    ক'তেবা লগালোঁ জগৰ
    তোৰ দুটি নয়নৰে
    এটি মইও হ'ব খোজো
    অৱহেলা কিয়নো মোলৈ
    ও মা জানিব খোজো
    তোৰে ভৰিত কলিজা থেকেচিম
    তাৰে তোলৈ দুটি হাঁহি কিনিম
    ও মা এনে সপোনে মোৰ
    মা ও মা কৰি দে ক্ষমা
    ক'তেবা লগালোঁ জগৰ
    নিচুকণি শুনা যে নহ'ল
    খোৱা নহ'ল তোৰ হাতৰে
    হাতে বুলাই দিয়ো বুলি
    ৰ'লোঁ মাথোঁ বহু বছৰেই
    মৰা মৰা লৰালি যৌৱন
    ভিৰৰ মাজতো একাকি জীৱন
    ভাঙি দিবিহি এই সাঁথৰ
    মা ও মা কৰি দে ক্ষমা
    ক'তেবা লগালোঁ জগৰ
    অই, ঐ ৰাতিতো শুব
    অই, ঐ ভাগৰে চুব
    অই, ঐ নৱমিৰে জোন
    অই, ঐ আঁতৰি যাব ।।
    যিসকলে গান গাবলৈ বিচাৰে বা যিসকলে গান ভাল পায় তেওঁলোকলৈ দিগন্ত ভাৰতী দাৰ কলমেৰে নিগৰা আৰু জুবিন দাই প্ৰাণঢালি কণ্ঠদান কৰা এই আবেগ ভৰা গীতটো অসমীয়াত শব্দৰে আগবঢ়ালোঁ ।
    গীতটো বহুবাৰ শুনিছোঁ কাৰণ আগতেই Audio টো মুক্তি পাইছে সেয়ে শুনি শুনি গীতটোকেই লিখিলোঁ ।
    আজি Video টো মুক্তি দিলে , ভিডিও টো চালো, যদিও চকু পানী ওলায় অহা যেন হৈছে তথাপিও ভাল লাগিছে , মাক থাকিও মাকৰ অভাৱ , নোপোৱাৰ বেদনা কিমান যন্ত্ৰণাদায়ক ...সেয়া ৰাঘৱ ত যতীন দাই সকলোকে অভিনয়ৰ যোগেৰে প্ৰকাশ কৰিব।। Waiting for Raghav 💛
    #Raghav #JatinaBora #NishitaGoswami #ZubeenGarg #Debajitpathakzg

  • @r.hazarika9231
    @r.hazarika9231 8 หลายเดือนก่อน +10

    বৰ আবেগিক হৈ পৰিলোঁ, হৃদয়স্পৰ্শী গীত,ৰাঘৱলৈ শুভ কামনা জনালোঁ ❤

  • @AkashPatar-ww6or
    @AkashPatar-ww6or 9 หลายเดือนก่อน +10

    গান তো হুনি জেন মোৰ বুকু খন হাত পৰি গল ।। 😢কব নোৱাৰা এটা বহুত ভাল লাগিল ❤❤। গানটোৰ প্ৰতিতো হুৰ প্ৰতিতো শব্দ ত যেন বহুতৰে জীৱনৰ এটা এটা কাহিনী জৰিত হৈ আছে।
    বহুত বহুত ভাল লাগিল ❤।
    And love you jotin daa ❤ ❤

  • @introvert_sanjib
    @introvert_sanjib 9 หลายเดือนก่อน +14

    জুবিন গাৰ্গ দাৰ কন্ঠ অতুলনীয়।‌
    Zubeen + Jatin = 💥💥

  • @ankurjyotinath4986
    @ankurjyotinath4986 8 หลายเดือนก่อน +14

    যেতিয়া এই গানটো চিনেমা হলত বজে নহয় তেতিয়া বেলেগ এটা Goosebumps আহি যায় আৰু মোৰ ওচৰত বহা(চিনেমা হলত) প্ৰায় সকলোৱে লাহে লাহে উচুপি কান্দি আছিল।❤❤❤😢😢

    • @user-yd4ps2ln4c
      @user-yd4ps2ln4c 8 หลายเดือนก่อน +1

      Mjjah hoise film khon jatin Dak anei king buli nokoi ❤❤❤

    • @RanuKakati-st7cb
      @RanuKakati-st7cb 7 หลายเดือนก่อน +1

      Moiu kandisilu bhut dukh lagisil nijoke rokhab nuyarilu

  • @TechInformativeAssam
    @TechInformativeAssam 8 หลายเดือนก่อน +2

    সৰু পৰা মা ডাঙৰ দীঘল কৰি কিমান কষ্ট সন্মুখীন হৈ নিজৰ লৰা ছোৱালী ভাল হোৱা বিচাৰে।। আৰু ডাঙৰ হোৱা পিছত কয় আমৰ লৈ তই কৰিলি কি। বিয়া পিছত নিজৰ গৰাকী জনি কথা শুনি জন্তনা দিব নালাগে মাকক।। পৃথিৱী মা আৰু দেউতা এবাৰ পাই সেই কাৰণে মৰমত শান্তি থাকিব দিয়া ।। মা দেউতা আৰু একো আশা নকৰে ❤❤❤❤

  • @milliondreams0762
    @milliondreams0762 9 หลายเดือนก่อน +10

    জুবিন দা আৰু যতীন দা দুয়োজনে মোৰ সকলো সময়ৰে favourite ❤

  • @gitarthazgmedhi.
    @gitarthazgmedhi. 9 หลายเดือนก่อน +9

    জুবিন দা বুলি কলে হৃদয়ত লাগি ধৰে ও 😌😢 ভগৱানক দেখা পোৱা নাই কিন্তু মই মানৱ ৰূপী ভগৱানৰ ৰূপত জুবিন দাক দেখা পাইছো 🥺😩 প্রভুদেৱ আপুনি সদায় মোৰ ভগৱান ❤❤

  • @manashdeka7545
    @manashdeka7545 3 หลายเดือนก่อน +3

    তোৰ দুটি নয়নৰে এটি ম‌য়ো হ'ব খোজো .....😌💝

  • @coversongsmazikmaniadipank9952
    @coversongsmazikmaniadipank9952 9 หลายเดือนก่อน +2

    Bohut dhunia gaan. Sokupani ulai gol.

  • @sonomshyamvlog6662
    @sonomshyamvlog6662 9 หลายเดือนก่อน +20

    কি যে সুন্দৰ গীত মা মা অ মা ♥️♥️♥️

  • @pilingadeka
    @pilingadeka 9 หลายเดือนก่อน +3

    উফ জেগাত লাগি গৈছে মোৰ❤ mon pran sui goise ane dhoror geet bur hunile deha xat pori jai montu kiba kiba lagijai

  • @OldAgeHomeUtpal
    @OldAgeHomeUtpal 9 หลายเดือนก่อน +19

    সকলো ককা - আইতা আবেগিক হৈ পৰিছিল গানটো দেখি। ❤ কেইগৰাকীমান আইতাই চকুলো তুকিছিল। আমাৰ আশ্ৰমত গানটো শুভ মুক্তি দিয়াৰ বাবে আকৌ এবাৰ শ্ৰদ্ধাৰ শ্ৰীযতীন বৰা দাদালৈ আৰু শ্ৰীনৱনিতা বৰা শৰ্মা বাইদেউলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ ।

    • @sudarshansharma5
      @sudarshansharma5 9 หลายเดือนก่อน

    • @enushkulalung8138
      @enushkulalung8138 9 หลายเดือนก่อน

      সচাঁই আবেগিক হৈ গলো

  • @PabitraSonowal-km3xn
    @PabitraSonowal-km3xn 9 หลายเดือนก่อน +8

    জুবিন দা অমৰ হৈ থাকক তাকে কামনা কৰিলো আমাৰ অসমীয়াৰ বাবে❤

  • @Frustratedmitu
    @Frustratedmitu 9 หลายเดือนก่อน +7

    "মৰা মৰা ল'ৰালি যৌৱন
    ভীৰৰ মাজতো একাকী জীৱন......" These lines 💔😫

  • @BishwajitTaid-gn8xz
    @BishwajitTaid-gn8xz 9 หลายเดือนก่อน +4

    ❤️💝 মা তুমি সচাকে অনন্ন্যা❤️💝 মা মানেই জীৱন দাতা💝❤️♥️❤️ মা মানেই নিৰাপত্তা 🙏🙏মা ❤️❤️💝মা দেউতা 🌍🌎💫🌈 গানটো হ্নদয় চুই গল জুবিন দা আৰু যটিন দা ♥️❤️💝 জয় জুবিন দা🙏💝

  • @anilkumardas8454
    @anilkumardas8454 9 หลายเดือนก่อน +33

    উফ্ কি অপূৰ্ব কন্ঠ ❤সচাইয়ে মন প্ৰাণ শেতা পৰি গ'ল।“জয় জুবিন দা”🙏 আপুনি সদায় ভালে থাকক‌ তাকে ভগৱানৰ ওচৰত প্ৰণিপাত জনাইছোঁ। অনাগত দিনত আৰু ভাল ভাল গান অসমবাসীক দি যাব বুলি আশা ৰাখিলোঁ। আজিৰ ঘৰৰ পৰা কৰ্মসূত্ৰে ওলাই অহা বহু দিনে হ'ল। মালে বহুত মনত পৰিছে😢 “মা" গানটো শুনি বহুত কান্দিলো। অবশেষত ৰাঘৱ বাবে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অপেক্ষা কৰি আছোঁ চাম বলি।

  • @PrinceGogoi-np3ou
    @PrinceGogoi-np3ou 8 หลายเดือนก่อน +2

    Hokolue saboge bohut dhuniya hoise cinema khon ❤....

  • @Sanjib-Shorts
    @Sanjib-Shorts 9 หลายเดือนก่อน +1

    Zubeen da nohole axomiya cinema industry adhoruwa... Aii gaantu xuni gaar lum xiyori uthe kobo nuwaru ki jadu ase teur gaanbilakot... Zubeen da love u ❤️😘

  • @bishwajitnath5860
    @bishwajitnath5860 8 หลายเดือนก่อน +4

    আইৰ সমান হব কোন নদীৰ সমান বব কোন?জয় ৰাঘৱ যাৰ মা নাই সিহে বোজে অ jai hind জয় আই অসম।😢😢😢

  • @dulukrishnavlog4063
    @dulukrishnavlog4063 9 หลายเดือนก่อน +3

    1st song t kuwa yang mane Deuri maa bli koi Deuri olp ase val pysu bhut bhut aru val lagil bhut😊😊😊❤❤❤

  • @pratapsaikia3049
    @pratapsaikia3049 9 หลายเดือนก่อน +5

    অতি সুন্দৰ উপস্থাপন। সুন্দৰ কণ্ঠ। সুন্দৰ অভিনয়।❤

  • @amarjyotidas2467
    @amarjyotidas2467 9 หลายเดือนก่อน +5

    ভাল লগা এটা গান ❤মা মই তোৰ বাবেই জীৱন জীয়াই থাকিম ৷হাজাৰ কষ্ট হলেও তোৰ এশাৰী মাতে মোক সজীৱ কৰি তুলে৷❤

  • @sanjibborah9156
    @sanjibborah9156 9 หลายเดือนก่อน +5

    বহুত ভাল লাগিল❤❤❤❤❤❤❤❤❤ ৰাঘৱলৈ শুভেচ্ছা থাকিল।

  • @RUWAT777
    @RUWAT777 9 หลายเดือนก่อน +7

    চকুলো নিগৰি গ'ল 😥 বহুত বেছি ধুনীয়া হৈছে।👍

  • @user-il2nc1el2t
    @user-il2nc1el2t 9 หลายเดือนก่อน +1

    Jatin Da+Zubeen Da manei Blockbuster.

  • @hirokjyotisaikia2503
    @hirokjyotisaikia2503 4 หลายเดือนก่อน +1

    মা দেউতা অবিহনে জীবন কিমান কষ্ট সেইতো নথকা সকলে হে অনুভব কৰে। ❤

  • @RatulReehit
    @RatulReehit 9 หลายเดือนก่อน +42

    জুবিন দা আৰু মাৰ সংঞ্জ্যা বহু ওপৰত❤❤..জয় জুবিন দা❤❤

  • @farukdiscuess4237
    @farukdiscuess4237 9 หลายเดือนก่อน +17

    👑Jatin Bora is a Un compareable Actor.
    His acting can be compared to bollywood actors. ( specially emotion parts)👌👌
    Waiting❤❤❤❤

  • @rahulgogoi705
    @rahulgogoi705 9 หลายเดือนก่อน +1

    Hundra hoise vl lagil

  • @sikhamaninath2507
    @sikhamaninath2507 9 หลายเดือนก่อน +2

    Xunile xuni thakib mn jai 🥰🥰.....

  • @H.J.K.CREATION
    @H.J.K.CREATION 9 หลายเดือนก่อน +5

    উফ‌:কি গাইছে অ জুবিন দাই🥲 লাভ ইউ জুবিন দা ❤️ আপুনি মোৰ বাবে ভগৱান হয় 🙏❤️🔥

  • @bhaijandas-ss7fg
    @bhaijandas-ss7fg 8 หลายเดือนก่อน +4

    মই মা ৰ মৰমৰ বাবে প্ৰতি ক্ষণত হাবাথুৰি খাইছো ।মা ৰ অভাৱে বৰকৈ আমনি কৰে । বাৰে বাৰে এই গীতটো শুনিবলৈ মন যায় । ❤মা কৰি দে ক্ষমা,🙏। ভগৱানে ভালে ৰাখক 🙏 তোক মা।

  • @pranjaldas-ri2pp
    @pranjaldas-ri2pp 6 หลายเดือนก่อน +1

    জুবিন দাৰ এনে এটা গুণ হঠাৎ নচুৱাব পাৰে আৰু কন্দোৱাব পাৰে। তেওঁ অসমৰ অমূল্য সম্পদ। জয় জুবিন দা।

  • @juliraniroy5491
    @juliraniroy5491 9 หลายเดือนก่อน +1

    অতি সুন্দৰ,,,, চকুপানী ওলাই আহিলে

  • @Nitishkalitaflute
    @Nitishkalitaflute 9 หลายเดือนก่อน +3

    bidya purona axomiya film r feel ahi gaise, borhiya ekdom

  • @gaurabvlogs36
    @gaurabvlogs36 8 หลายเดือนก่อน +4

    মা দেউতা অবিহনে পৃথিৱী খন শূন্য ❤❤

  • @shabitriborkakotibora9109
    @shabitriborkakotibora9109 8 หลายเดือนก่อน +1

    Bohut sundor git.zubin da aru jotin da amar bohut moromor hoi jar soman kono hobo pora nai aji loika.raghoboloi bohut2 subhessa thakil jotin da.

  • @bhaskar_jaihind446
    @bhaskar_jaihind446 9 หลายเดือนก่อน +2

    Gaar num xiori jua eti geet❤️✨

  • @dipanjaligogoi8851
    @dipanjaligogoi8851 9 หลายเดือนก่อน +5

    মন বিগলিত কৰি যোৱা এটি গীত । কণ্ঠ ,সুৰ অনন্য ।

  • @sumibaruahsaikia5783
    @sumibaruahsaikia5783 7 หลายเดือนก่อน +3

    গান টো যিমান ধুনীয়া চিনেমা খন তাতোতকৈ ধুনীয়া❤❤

  • @MadhurimaDreamvlogs
    @MadhurimaDreamvlogs 9 หลายเดือนก่อน +1

    Hundor

  • @hiteshbarman4055
    @hiteshbarman4055 9 หลายเดือนก่อน +2

    Cinema khon j kimn vl lagibo sai.. অপেক্ষা মাথোন চিনেমাখনলৈ

  • @babudas653
    @babudas653 9 หลายเดือนก่อน +3

    অতি সুন্দৰ। মা তোমাক বহুত মন পৰিছে। I Love you zd jt ❤❤❤❤

  • @Gopintrip8
    @Gopintrip8 9 หลายเดือนก่อน +6

    মা নহ'লে পৃথিৱী অন্ধকাৰ

  • @petpuha
    @petpuha 9 หลายเดือนก่อน +2

    এইজন জুবিন গাৰ্গ সদায় বিচাৰোঁ!

  • @iloveassam7896
    @iloveassam7896 9 หลายเดือนก่อน +2

    Jatin Bora ❤❤❤❤❤❤❤❤bht waiting kori aso movie khonor babe

  • @GJK550
    @GJK550 9 หลายเดือนก่อน +19

    Without Zubeen da incomplete any assamese movie 💪⚡

  • @jowandutta4685
    @jowandutta4685 9 หลายเดือนก่อน +12

    দৰদ আৰু দৰদী কণ্ঠ। Superb ❤

  • @ankurkakati6351
    @ankurkakati6351 9 หลายเดือนก่อน +1

    Joi zubeen da love you zubeen da,,,xosakoi zubeen da apunar kontho manibo lagibo ,,pgol hoi jam ,amar mromr zubeen da xodai vale thakoko ,,
    Axomot ajone ganor roja ase ,aru xei jon hol amar moromr zubeen da

  • @TulshiPhukan-rk8ye
    @TulshiPhukan-rk8ye 9 หลายเดือนก่อน +41

    যতীন দাৰ অভিনয়,জুবিন দাৰ কণ্ঠ ❤❤❤❤

  • @hmmhimangshu5843
    @hmmhimangshu5843 9 หลายเดือนก่อน +3

    Super hit hbo
    Jdi jatin dak log pau dekham
    Aru kom
    Apuni axomor super star
    Moi Himangsgu Dekai kolu

  • @hirakjyotikalita4491
    @hirakjyotikalita4491 9 หลายเดือนก่อน +3

    গম পোৱা গৈছে যে চিনেমা খন কিমান ধুনীয়া হব ❤❤❤❤ waiting.......

  • @latadekaraja5105
    @latadekaraja5105 9 หลายเดือนก่อน +2

    শিশুৰ বঞ্চিত মনস্তত্ত্বক তুলি ধৰা এটি অনুভৱী গীত৷ বাৰে বাৰে শুনিও আমনি নলগা৷

  • @gyandeepnath3600
    @gyandeepnath3600 9 หลายเดือนก่อน +12

    উফফ্ জুবিন দাৰ কণ্ঠৰ এই দৰদ্ ❤লগতে শান্তা বাইদেউলৈ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ❤️অপেক্ষা মাথোঁ ৰাঘৱলৈ

  • @pagolsoraiZG
    @pagolsoraiZG 9 หลายเดือนก่อน +35

    কি সুমধুৰ কণ্ঠ ❤️🥺 জুবিন দাৰ গান শুনিলে যেন ক'ৰবাত বেলেগ এখন পৃথিৱীৰত ভাহি যাও 🎧😇

    • @nikumonichakravarty6426
      @nikumonichakravarty6426 9 หลายเดือนก่อน +2

      Right I love zubeen da❤❤

    • @pagolsoraiZG
      @pagolsoraiZG 9 หลายเดือนก่อน

      @@nikumonichakravarty6426 ohhh ❤️

  • @user-om1zr3wr4d
    @user-om1zr3wr4d 9 หลายเดือนก่อน +2

    চকু পানী উলিয়াই দিলা,, উফ কি কণ্ঠ,, zg,,❤❤

  • @digantadasdas6790
    @digantadasdas6790 9 หลายเดือนก่อน +2

    zubeen dar kanthat he enekuwa gan sambhab. seibabe zubeen da no 1 singer.

  • @charliechaplin3271
    @charliechaplin3271 3 หลายเดือนก่อน +1

    Child artist superb acting... video moja

  • @ankuran8534
    @ankuran8534 9 หลายเดือนก่อน +11

    Zubeen + Shanta ❤
    Perfect composition. Love from #Tokyo

  • @one9-dhi
    @one9-dhi 9 หลายเดือนก่อน +7

    জুবিন দাৰ কাৰণে এবাৰ শুনা গানটো তিনি-চাৰিবাৰ শুনিছোঁ যদিও চকুদুটাই আমনি পোৱা নাই❤ cinematography👌

    • @jadabdas7755
      @jadabdas7755 9 หลายเดือนก่อน +1

      Ekdom Khosa kotha hei

  • @dutta585
    @dutta585 9 หลายเดือนก่อน +1

    ❤Maa❤Bujabo nuwara koi val puwa manuh goraki hoise maa...gaan2 huni hokoluwe maak Miss krise😍Hodai hustho hoi thaka maa❤️...Raghav saboloi ami exited hoi asu🤗

  • @thejollywood280
    @thejollywood280 9 หลายเดือนก่อน +1

    Dhunia Lagise❤️❤️