Val Val, bor hundor kotha alusona korise dei. Val lagil. Khati akhomiya manuhok loi thikei alusona korise. Sintadhara aru alusona anekuwa hobo lage .🙂🤟👍 Dhanyabad.🙏
হব হব আপোনালোক কিমান ফালটো জানো প্ৰথম Agreement কৰোঁতে ৫ লাখ ৩৫ হাজাৰ ৫ শ টকা লৈছিল ঘৰৰ একো কাম আৰম্ভ কৰাই নাই কিন্তু হলেও আপোনা লোকে ৩৫ হাজাৰ ৫ শ টকা টো খালে ৫ লাখ টকা টো ঘূৰাই দিলে যদিও পুলিচৰ ভয় দেখালত দিছে ১ মাহ মান চতুৰাই আছিল এতিয়া এটা কথা ঠিক আছে যে drowning বনাও তে খুব বেছি ১০ হাজাৰ ১৫ হাজাৰ যায় যিহেতু এটা Assam type ঘৰ কিন্তু আপোনালোকে ৩৫ হাজাৰ টকা খাই দিছে মই আৰু মোৰ মা ঘৰতে অকলে থাকো দেউতাও সৰুতে ঢুকাই চে নাপাই ই এনেকৈ লোকৰ কষ্ট ধন খাবলৈ মাৰ বহুত কষ্ট ধন আছিল ৰাইজ সাৱধান মই ১% মিছা কোৱা নাই ।
এনেকোৱা ভাল কাম কৰা লৰা আমাৰ অসমত এতিয়া বহুত প্রয়োজন ।🙏
Val Val, bor hundor kotha alusona korise dei. Val lagil. Khati akhomiya manuhok loi thikei alusona korise. Sintadhara aru alusona anekuwa hobo lage .🙂🤟👍
Dhanyabad.🙏
Jagya Daar khopun khini poron howok....god bless you Dada ❤
I love jagya construction ❤❤❤❤❤
ভাল কাম কৰি আছা।আগুৱাই যোৱা
Worthy programme. So views u kom. Keep up the good job Brother
Jagya borah video sau sai gm pau teu manuhk hohai kore val lage jagya ujjol houk❤❤❤❤❤❤❤❤❤❤
Bhal lagil programme tu Sai…good job ND24….best wishes Jagya…..good journalism is inversely proportional to views 😀
Val lagil , aag barhi jauk asomia lora hisape. Bhagawan e aru unnati korok
Vall discuse korise❤❤❤
Aru aguwai jauk
খুব ভাল কাম কৰি আছে তেখেতে।।
Val lagil assamese lora anekua kam imposible but possible..good going bro keep it up..👍
Let him prove that the works taken up is done properly without compromising the materials and quality.
ভাল লাগিল কাম কৰি যোৱা ভৱিষ্যত উজ্জ্বল হওঁক তোমাৰ 😘
তুমি কাকীৰ গৌৰৱ। ভগৱানে কুশল কৰক
Construction sector t akhomot professional skilld labour ekdm kom..
Assameya Lora belaka ana dora kam kore agbarhok god bless you
Val lagise kothakhini huni honkale korok gotei marowari northeast khonot loti ase .aagote guwahati khonot cover korok .
হব হব আপোনালোক কিমান ফালটো জানো প্ৰথম Agreement কৰোঁতে ৫ লাখ ৩৫ হাজাৰ ৫ শ টকা লৈছিল ঘৰৰ একো কাম আৰম্ভ কৰাই নাই কিন্তু হলেও আপোনা লোকে ৩৫ হাজাৰ ৫ শ টকা টো খালে ৫ লাখ টকা টো ঘূৰাই দিলে যদিও পুলিচৰ ভয় দেখালত দিছে ১ মাহ মান
চতুৰাই আছিল
এতিয়া এটা কথা ঠিক আছে যে drowning বনাও তে খুব বেছি ১০ হাজাৰ ১৫ হাজাৰ যায় যিহেতু এটা Assam type ঘৰ কিন্তু আপোনালোকে ৩৫ হাজাৰ টকা খাই দিছে মই আৰু মোৰ মা ঘৰতে অকলে থাকো দেউতাও সৰুতে ঢুকাই চে নাপাই ই এনেকৈ লোকৰ কষ্ট ধন খাবলৈ মাৰ বহুত কষ্ট ধন আছিল
ৰাইজ সাৱধান মই ১% মিছা কোৱা নাই ।
Jagya Al assamot kam kora kentu assameya mestre logaba
Sumi Bora case closed 😂.
But jagya construction vl kaam kri ase
Jagya construction eta misoliya mnuh k thogile amar
Mur metarial or poisa dia nai...fal2 jagya construction
Hoi janu