আইনাম।। দুৰ্গা নাম।।

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ต.ค. 2024
  • TH-cam
    বৰ্তমান সময়ত তথ্য আহৰণৰ একমাত্ৰ নিৰ্ভৰযোগ্য উৎস।
    তেনে এটা চেনেল হৈছে Kiranlive TH-cam চেনেল।
    এই চেনেলত সকলো সামৰি অভিজ্ঞ লোকৰ দ্বাৰা অনুষ্ঠান প্ৰচাৰ কৰি অহা হৈছে।
    কৃষকৰ বাবে কৃষি, মীন পালন, গৰু পালন, হাঁহপালন, ছাগলী পালনৰ বিষয়ে বিজ্ঞানীসকলৰ পৰামৰ্শ দিয়া হৈছে। লগতে এই চেনেলত আইনাম ,শীতলানাম, দুৰ্গাপূজাৰ নাম, লক্ষ্মীপুজাৰ নাম,দিহানাম, শীতলা পুথি পাঠ, খুৱা খোৱী, সত্যনাৰায়ন পুথিপাঠ, আদি যামল ,কানখোৱা , তুলসী চৰিত্ৰ, দশম পাঠ উৰেষা, বৰকৰতী পুথি শুনিব পাৰিব ।
    এই সকলো পুথি গাঁৱৰ অভিজ্ঞ ব্যক্তিৰ দ্বাৰা পাঠ কৰোৱা হৈছে।
    Kiranlive চেনেলত প্ৰচাৰ কৰা হৈছে অসমীয়া ব্যাকৰণৰ কেইবাটাও পাঠ ।
    আৰু আছে বুৰঞ্জী প্ৰসিদ্ধ ঠাইৰ সবিশেষ।
    / @kiranlive9534
    #folksong

ความคิดเห็น • 4