টীয়কৰ দুই কন্যাই লাভ কৰিলে সফলতা

แชร์
ฝัง
  • เผยแพร่เมื่อ 15 ธ.ค. 2024

ความคิดเห็น • 47

  • @Miduldutta
    @Miduldutta 2 ปีที่แล้ว +14

    এই অভিযোগ কৰা কথাটোক লৈ
    বহুত বেয়া শব্দৰে দুহাৰি থৈছোঁ অভিযোগ কৰা ভিক্টৰ দাসৰ নামৰ ৰাজনীতি কৰা মানুহ তুক আৰু আপৰ গু খোৱা নেটা বোৰক ,
    আমাৰ বিশ্বাস আছিল এই টো
    ইয়াত ৰাজনীতি কৰিছে ,
    আৰু ভাল মানুহে বেয়া কাম আমি জানো
    আজি ভিক্টৰ সাৰাম জাতা ক'ত ক'ত গ'ল ,
    ভাল লাগিছে বৰ্তমান লৈকে যি সকলে চাকৰি লাভ কৰিছে
    তেওঁৰ লোকৰ বাবে ধন্যবাদ জনালো,
    আমি নিজে একো কৰিব নোৱাৰিলো
    কিন্তু আন মানুহে যদি কষ্টৰ বিনিময়ত কিবা এটা পায় শান্তি লাভ কৰো ,
    ধুনীয়া বহুতো ধুনীয়া বিশ্বাস দিছে আমাৰ মূখ্যমন্ত্ৰী জনে,,
    জয় শ্ৰীৰামমমমমমমমমমমমমমমমমমমমমমম

  • @polkakati9020
    @polkakati9020 2 ปีที่แล้ว +5

    এই সুযোগতে মাননীয় মুখ্যমন্ত্ৰী দেৱলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো। লগতে আৰক্ষী সঞ্চালক প্ৰধান মহোদয়লৈও। ভাল কৰ্মৰ স্বীকৃতি সদায় প্ৰসংসিতই হয়। এনেবোৰ প্ৰংসাৰ কথা শুনিলে আপোনালোকৰ ওচৰত শিৰনত হৈ যায়। সদায়েই যেন এনে কামৰ মাজেৰে আশীৰ্বাদ তথা সুনাম অক্ষুন্ন ৰাখে যেন।

  • @abhijitgogoi16
    @abhijitgogoi16 2 ปีที่แล้ว +5

    শুভেচ্ছা জনালো।ভাল লাগিছে মেধাৰ ভিত্তিত চাকৰি পাইছে, যেনেকৈ স্বচ্ছতাৰে চাকৰি পাইছে আগলৈও যাতে নিকা স্বচ্ছ তাৰে কাম কৰি যায় কামনা কৰিলো।

  • @kanakrabha3239
    @kanakrabha3239 2 ปีที่แล้ว +6

    বহু দুখীয়া লৰা ছোৱালী চাকৰি পালে বহু ভাল লাগিছে আজি পৰীক্ষা নিকা হৈছে যেন পাওঁ

  • @bababorah9085
    @bababorah9085 2 ปีที่แล้ว +10

    আখিল, কংগ্ৰেছ ,আপ, লুৰিণ , তৃণমূলৰ OTP ৰিপুণ বড়া আৰু বাওঁ তহঁতে চকুমেলি চা ॥ লগতে চেলেকা চেনেলৰ সাংঘাতিক কেইটা ॥ দুখীয়া মানুহে চাকৰি পাইছেনে ॥ অভিনন্দন ॥

  • @kirangogoi4748
    @kirangogoi4748 2 ปีที่แล้ว

    সুন্দৰ, এটা সময় আছিল টকা নিদিয়াকৈ চাকৰিৰ কথা দুখীয়াই ভাবিব নোৱাৰিছিল । ধন্যবাদ অসম চৰকাৰ ।

  • @dipupatangia9860
    @dipupatangia9860 2 ปีที่แล้ว +1

    অতি সুন্দৰ।

  • @pushpadhardeka6071
    @pushpadhardeka6071 2 ปีที่แล้ว +3

    Toomalokar safalatar babe aami bahut hukhi. Thank u bhanti.

  • @mrjobola2170
    @mrjobola2170 2 ปีที่แล้ว

    একাংশ মেডিয়াৰ প্ৰচাৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশ্ন হয় যে দুখীয়া বুলি চাকৰি পাইছে নে আৰ্থিক ভাৱে দুৰ্ৱল ঘৰৰ লৰা-ছোৱালীয়ে নিজৰ যোগ্যতাৰ বলত চাকৰি পাইছে।
    যোগ্যজনক যোগ্যতাৰ হিচাপত সন্মান কৰক ইয়াত ধনী-দুখীয়া, ধৰ্ম-জাত-পাত, গাঁও-চহৰৰ কথা নাহে।

  • @ajoyborah9072
    @ajoyborah9072 2 ปีที่แล้ว

    অভিনন্দন জনালো দুয়োজনী ভাগিনলৈ।

  • @pankajsaikia6076
    @pankajsaikia6076 2 ปีที่แล้ว +1

    May God bless both of you🙏

  • @globalvillage6416
    @globalvillage6416 2 ปีที่แล้ว +2

    Action speaks louder than words..... moi Qatar t chakori koru gotike moi political party t nai...... ami pora huna kori thoka homoyot AGP aru Congress r rulling t ketiyao dekha nai enekoi chakori howa..... moi nijei SI exam Congress r homoyot pass korisilo kintu durniti kori chakori list t annkunubar he naam homuwale ..... moi bipodot pori ann state loi ahibologa hol .... etia Qatar t asu

    • @karmayt6816
      @karmayt6816 2 ปีที่แล้ว

      Nice bro Qatarot ki kora etia

  • @kalpanadas6707
    @kalpanadas6707 2 ปีที่แล้ว +3

    Congratulations 🎉🎉🥳

  • @bashantiborah2411
    @bashantiborah2411 2 ปีที่แล้ว

    ছোৱালী দুগৰাকী ৰ নাম আৰু গাওঁ খনৰ নাম কোৱা হ'লে বেছি ভাল পালোহেতেন

  • @sankardas8373
    @sankardas8373 2 ปีที่แล้ว +1

    মুল্য বৃব্ধী হৱ লাগে অসম চৰকাৰ.কাৰন চাকৰী বহুত দি আছে.

  • @manabkonwar423
    @manabkonwar423 ปีที่แล้ว

    ধন্যবাদ

  • @prabhatkumargogoi2717
    @prabhatkumargogoi2717 2 ปีที่แล้ว +1

    ছোৱালী দুগৰাকীৰ নাম প্ৰকাশ কৰিবলৈ পাহৰিলে, নে কিবা বাধা আছে ?

  • @sanjibgogoi2757
    @sanjibgogoi2757 2 ปีที่แล้ว +5

    Val lagil kintu Alp dinor pisot i phone ata loi reals bonai cammmndo nohoba...👍

    • @ajitdas1862
      @ajitdas1862 2 ปีที่แล้ว +1

      jar jitu gun kheia Jane n .. tmia sage tenekai nki

    • @sanjibgogoi2757
      @sanjibgogoi2757 2 ปีที่แล้ว

      Moi cammmndo nohi nohi🙄

    • @ajitdas1862
      @ajitdas1862 2 ปีที่แล้ว +1

      @@sanjibgogoi2757 tenehole cmmt u nokoribo tenekoi..jar reels dekhe tar reels tur cmmt section tu goi aidore koi ahilei hol

  • @jyotismanhazarika3524
    @jyotismanhazarika3524 2 ปีที่แล้ว +1

    congress baa

  • @barasharajbangshi719
    @barasharajbangshi719 2 ปีที่แล้ว +1

    শুভেচ্ছা জনালো ।

  • @mr.cyclerider162
    @mr.cyclerider162 2 ปีที่แล้ว +2

    Congratulations 💐

  • @rekhabora2772
    @rekhabora2772 2 ปีที่แล้ว +1

    Mama jindabad b j p jindabad

  • @loboganju7531
    @loboganju7531 2 ปีที่แล้ว +1

    Great

  • @subhadevrabha503
    @subhadevrabha503 2 ปีที่แล้ว

    Good 👍👍👍👍

  • @jibontaye6714
    @jibontaye6714 2 ปีที่แล้ว

    Very good

  • @goneshsaikia9725
    @goneshsaikia9725 2 ปีที่แล้ว +2

    G hakale sakori paise teo lukar gharkhan dakhi hukhi hoisu..hai hakole puatu juktihanmot...aru jugya jan ..abhinandan ...

  • @stylewdwomenia2016
    @stylewdwomenia2016 2 ปีที่แล้ว

    Congratulations

  • @baloramdeka8021
    @baloramdeka8021 2 ปีที่แล้ว

    Good jab

  • @prasantborah786
    @prasantborah786 2 ปีที่แล้ว

    Etia victor , akhil aru congreess or spokesperson kot ase

  • @sureshsonowal7764
    @sureshsonowal7764 2 ปีที่แล้ว +1

    Moru vnga ghar ata ase

  • @Justfeel7999
    @Justfeel7999 2 ปีที่แล้ว

    bik gaya hai ye news
    agar itna hi garibo ko naukri mila hai to plss govt ko kahiye cuttoff dikhaye merit list v dikhaye

    • @Justfeel7999
      @Justfeel7999 2 ปีที่แล้ว

      100 garib ka dikha k 500 seat bechne wali govt yahi karti hai aur media se karwati hai

    • @Justfeel7999
      @Justfeel7999 2 ปีที่แล้ว

      90 seat the female k liye
      80 qualify the
      lekin aap ladko ka v dikhaiye

  • @tutumonibrahma9207
    @tutumonibrahma9207 2 ปีที่แล้ว +1

    bjp sarkar jindabat aji dr. himanta bishwa saror karne assomkhn agotke bll hoiisee xo teoo hdaye dirgho jivi hok

  • @shiblalsharma5547
    @shiblalsharma5547 2 ปีที่แล้ว

    Birudhi bur

  • @barman4899
    @barman4899 2 ปีที่แล้ว

    Congratulations🥳🎉👏

  • @pankajsaikia6076
    @pankajsaikia6076 2 ปีที่แล้ว +1

    Congratulations🙏

  • @janborah3220
    @janborah3220 2 ปีที่แล้ว

    Congratulations

  • @monjitboruah4813
    @monjitboruah4813 3 หลายเดือนก่อน

    Congratulations