Mur Rohedoi | মোৰ ৰহেদৈ | Zubeen Garg | Deeplina Deka | Ft. Austriyana | Nirupam | New Assamese Song
ฝัง
- เผยแพร่เมื่อ 8 ก.พ. 2025
- Times Music brings you the most entertaining song of the season "Mur Rohedoi" for this #bihu2023 .
Audio credits
Song : Mur Rohedoi
Singer : Zubeen Garg & Deeplina Deka
Composition & Music - Jayanta Kakati
Lyrics - Bijit Tamuly
Music Arrangement- Bablu Shibabrata Sarma
Mix & Master- Shekhar Jyoti Goswami
Additional Programming- Shekhar Jyoti Goswami
Recorded @ Studio CHIKMIK @ Zero DB
Video Credits
Choreography and Direction : Pankaj Ingti
Featuring : Austriyana Dhingia and Nirupam Saikia
Video Edit & Colour : Manas Kasyap
Cinematography : Parag Jyoti Das
Make-up : Bhaskar Dutta
Asst. Choreography : Deep Phukan & Rakesh Ingti
Production Manager : Nayan Kalita
Poster Designed by Debu ( Graphica Studio)
Download and Stream on
insta : / 1112836153452291
Apple Music : geo.music.appl...
iTunes : geo.music.appl...
JioSaavn : www.jiosaavn.c...
Amazon : music.amazon.i...
Spotify : open.spotify.c...
TH-cam Music : • Mur Rohedoi
Resso : m.resso.com/Zs...
মোৰ ৰহেদৈ..
সুৰ / সংগীত: জয়ন্ত কাকতি
কথা: বিজিত
ৰহেদৈ অ' মোৰ ৰহেদৈ..
হবিনে তই মোৰ ৰহেদৈ।
ৰংমন ঐ মই তোৰ ৰহেদৈ..
হমে ঐ মই তোৰ ৰহেদৈ।।
বিজুলী চাৱনি তোৰ অ' মোৰ ৰহেদৈ..
বুকুতে বিন্ধে জান অ' মোৰ ৰহেদৈ..
মোৰ মনৰে পদূলিতে ঘনে-ঘনেকৈ..
তোৰ মৰমৰ অগা-দেৱা অ' মোৰ চেনাই ঐ..
বাঢ়ি অহা মোৰ ভালপোৱাৰে,
বহুতৰ মাজতে তোকে বিচাৰে..
অলপ আহৰি পালেই জাননে,
তোৰে ভাৱনাত উতি ভাহি ফুৰে।
চিলমিলিয়া মোৰ লাহি সপোনতে,
তোকে দেখো ৰাতি দোপৰতে..
আবেগে আৱৰা ভাৱনাবোৰেও,
প্ৰতি পল কিয় তোকে বিচাৰে?
ভাবিছোঁ যাওঁনে তোৰ কাষৰলে,
মনৰে কথাবোৰ খুলি কবলে..
সাঁচি থোৱা মোৰ হিয়াৰে মৰমবোৰ,
এতিয়া বুকু উপচি পৰে।
যেতিয়া আহিবি এনেকৈ আহিবি,
যেন উভতি চাব আৰু নালাগে..
অলপ মৰমে অলপ হেঁপাহে,
সপোন সজাব তোৰে মোৰে।
Make sure you subscribe to the channel and never miss a single video: www.youtube.co...
Like || Share || Subscribe || Love
For more updates:
Facebook : / timesmusicassamese
Instagram : / timesmusicassamese
Tweet us your favourite videos on : / timesmusiceast
Website : www.timesmusic....
#zubbengarg #deeplinadeka #latestassamesesongs - เพลง
Zubeen da ৰৈ আছোঁ,,,অসমীয়াৰ আবেগ আপুনি joi zubeen da ✊ ✊✊ জুবিন দাক কোনে কোনে অন্তৰৰ পৰা ভাল পাই চাও ,, জুবিন দাক ভাল পোৱা সকলে like kora ....❤️🥰😘
Joi zubeen da Very mice song 🙌✨🙌
Zubeen দাক ভাল পোৱা বোৰে লাইক দি যোৱা ❤️😍🔥
জুবিন মানেই জীৱন .....
জয় জুবিন দা
____পৃথিৱীত যি জনে দুখীয়াৰ মন বুজি পায় সেই জনে আমাৰ জুবিন দা
🙏
____ জয় জুবিন দা 🤟❤️😍
জুবিন দা সদায় 💥 বহুত অপেক্ষাত পাছত শুনিব পালোঁ বহুত ভাল লাগিছে !!
ৰহেদৈ মানেই হিট 🔥🔥🔥🔥 ekdom mojja lagise 🔥❤️❤️❤️
Rohedoi mane gu
আপোনাৰ গানে সৃষ্টি কৰে প্ৰেমৰ জোৱাৰ আপোনাৰ গানে চতিয়াই ৰং প্ৰভাতি পুৱাৰ নিজীব পদাৰ্থকো প্ৰাণ দিব পাৰে হতাশাৰ মূহুৰ্ততো জীয়াই থকাৰ নতুন হেঁপাহ জগাই প্ৰেৰণা দিব পাৰে আপুনি আমাৰ হিয়াৰ আপোন আপুনি অসমৰ কলিজাৰ সপোন যুগে যুগে জীয়াই থাকক সৃষ্টিৰ পথাৰ সেউজীয়া কৰি ৰাখক ভগৱানে আপোনাক কূশলে ৰাখকক❤🙏🌍
༒☬𝄟⃝🖤 জয় জুবিন দা♥️🥰༒☬
_____আপোনাৰ অনুৰাগী পপী ❤️😌
মোৰ ভাল লাগা অভিনেতা অভিনেত্ৰী তাতে আকৌ zubeen daaa - deplina baa r song. A mojjaa
Love from tamulpur ❤️❤️❤️
যেতিয়া জুবিন দাৰ গান কাণত বাজি থাকে
অকলশৰীয়া মুহূৰ্তবোৰো অতি প্ৰিয় হৈ পৰে !!
Dhuniya lagel gantu👌Austriyana Amar Dhemaji gaurab aguwai juwa❤
2010 চনৰ জুবিন দা আকৌ ঘূৰি আহিছে ❤️🔥
দিপলীনা বা মাতটো কিবা বেলেগ বেলেগ লাগিছে অলপ😁😁 কিন্তু অট্ৰিয়ানা বাইদেউ💥🔥 জয় জুবিন দা ♥️🙏🎵
Gutei team 👍👍👍🙏😘😘
জুবিন দাৰ গীত শুনিলে গাৰ নোমবোৰ শিয়ৰি উঠে। জুবিন দাৰ কণ্ঠৰ এয়াই যাদু। জুবিন দা মোৰ বাবে ভগৱান হয় । I love you zubeen da ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❣️💞💕💞💕💕💞💕💞💕💕💞💞💕💞💕💕💕💕 💞💕💕💞💕💕💞💕💞💞💞💞💕💞💞💞💞💕💞💞💞💞💕💕 💕
Zubinda song❤❤❤....austiyana bhttt vl lgse aguwai jua🎊🎊🎊
ভাল লাগিল , সুন্দৰ ৰোমাণ্টিক গীত ❤️❤️❤️
Wow❤❤❤❤lv it
মোৰ মৰমৰ বা জনী 💖
Eman dhuniya acting kore baar jonii... Best of 🤞
উফ দাদা ৫০ বছৰ বয়সতো সেই একেই ২৫ বছৰীয়া কণ্ঠ আৰু সুৰ।
Matro stage performance karte alp drnks komai diok dadi
Bor hundor hoise ❤ ❤
উফ 💖💘💘 জুবিন দা আপোনাৰ গান বাৰে বাৰে শুনি থাকিলেও আমণি নালাগে কাৰণ আপোনাৰ কণ্ঠত অমিয়া সুখ বিচাৰি পাওঁ।😌💜💖
Love from odisha..... brothers brothers
Joi Zubeen da 💫❤❤...... Zubeen da main ❤
Baru bhal loga gaan eta ako palu aru xunibo...... Love you ZUBEEN DAA ❤️💫
ধুনীয়া
Wow , music 🎵🎵 mind blowing 👍👍👍, very nice song ,I like it
অতি সুন্দৰ ।
ধুনিয়া ❤❤
বহুত ভাল লাগিছে শুনি 🧡🥰💞💝♥️ এতিয়া লৈকে ১০বাৰ মান শুনিলোঁ আৰু শুনিম 💗💘❤️🔥I LOVE YOU GOD FATHER 💖💛❤️🩹
Mojaaaa lagise ....🥰🥰🥰
গানটো বহুত ধুনীয়া শুনি থাকিব মন জাই ❤
🙏🏾🙏🏾🌹🌹🌹 King of Assam 🥰🥰❤️❤️
Love you God Father 🙏🏾🙏🏾🙏🏾
বাইদেওৰ চাগে প্ৰথম মিউজিক ভিডিও । ভাল লাগিল 🤗
Jubeen da you are my favourite person in the world ... Aru apunar hokolu song Mur priyo ... Apuni plz Xorotore eti hemeka Rati song tu nisina song eta dibo plzz ❤️❤️🌹
Zubeen daaaa + Diplina baaaa uffff fida😍😍😍😍😍😍😍😍😋😋😋😋😋
Woww❤️🥺 Bohut Dhuniyaa
Uff 😍😍❤❤❤Austriyana Baa 😍💝😘
Austriyana Dihingia 🔥🥰😍
Austriyana..... bohut dhunia hoise.... dhemaji.....frm
All favourite ... zubeen da ...dipu ba ... nirupam da ❤️❤️
Dhuniya
Nice .....❤❤❤ love from meghalaya....😊😊😊
Ooo kolija ❤ Zubeen dada🥺🥺ummmah🥺🥺🥺
তুমি দেখোন জিয়ৰি এজনি আনিব পাৰা
সংহাৰ পাতিবলৈ ধুনীয়া ধূনীয়া ছোৱালী ধূনীয়া ধূনীয়া বোৰ জিলিকি থকা আছে তোমাৰ লগতে সদায় আমি নো কি আৰু সামান্য গুৰিপৰুৱা হে । যাম নহয় চোই চামচ গৈ দেখিছো নহয় চবতে লেতি পেতি ঐ চিনেমা কৰা মানুহ যে হৈ থাকে ন নহয় কি যে ঐ 🤠❤
Bohut dhuniaya hoise
Bhal hoise .
Finally dekhiboloi palu austriyana bak music industry t🥹❤️❤️
Moja jai zubeen da
Nice video song bohut bohut dhoniyobad 👍
Seni jonik baleu nasau Etak Eri blgr lgt ase etia ... Zubeen daa karone salu aru ❤️
অপেক্ষা অন্তত ❤️❤️❤️❤️
Love from Lakhimpur ❣️
Jai zubeen daa amazing song ♥️🌹🤟🥰👌
Jai ho Bhole Baba 🕉❤🙏❤🕉🌹🔱🌹🔱🌹🔱🌹🙏🌹🌺🌺🌺🌺🌺🌺🕉🕉🕉🕉🕉🕉
Choreography is awesome 👍
The Living Legend #Zubeen Garg (Da) || God of Music ❤️🙏 ||
সুন্দৰ
Old zubeen da back ❤️
Video r dance mjjaahh.
Jai Zubeen da...
Bahut val lagil dance Da ♥️👌
Boss🔥💖
Mojja ❤️
Rohedoi.huni fida hoi golu 🔥🔥🔥🔥🔥
Waawww❤️❤️❤️❤️
Main ako zubeen da❤️🌝 Austriyana baa on 🔥
Bohut val lagil❤❤
জয় দাদা♥️♥️
Moja song Zubin da and deeplina ba
Dhuniya gaan 🔥❤️💯
Mojja
God bless you go ahead
অষ্ট্ৰিয়ানা দিহিঙ্গীয়াৰ প্ৰথম গানৰ ভিডিঅ' অভিনয় ধুনীয়া 💓💓💓💓💓💥💥💥🙏🙏
Ahhhh moozzzzahh
OOO zubeen daa bohut vall gan tu xuni 😘😘
Moja lagil xuni
Team❤️
অলপ বাবু দা আৰু প্ৰিয়ংকা ভৰালী বাৰ ৰহেদৈ গানটোৰ সোৱাদ পোৱা যেন লাগিল।😍♥️
ৰহেদৈ Verson 2 Zubeen da and priyanka ba r গানটোৰ 2nd verson
জুবিন দা জুই 🤩
Zubeen Dada😘😘😘🤲🤲🤲 🚩🚩🚩
Super duper ❤❤❤
Joi zubeen da ❤🥰👍
Mjaaa ❤️
lovee zubeen da assam 👑 👑king
অপেক্ষা !!
Amezing
Joi zubeen Daa ✊❤️
Akow purni ganot juwa jen lagesy khosa vl lage se .❤❤juiii
WoW❤❤
Hit zubeen da ❤❤
Wow ❣️❤️❤️
জয় জুবিন দা 💝
Austriyana jui
My expectations with Zubeen Garg is high and he fulfill my expectations always! ❤️
Father's of song zg❣️🔥😊
Moja moja moja
Austriyana ❤️🎉
Hittt🔥🔥🔥❤️❤️
জয় জুবিন দা
❤🥀🤍