ৰাজীৱ শদিয়াৰ শেষৰখন মঞ্চ।। ৰসবাৰী পৰ্যটন মেলা ২০২৫।। তগৰ অসম।। ৰাজীৱ শদিয়া

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 ก.พ. 2025
  • #ৰাজীৱশদিয়াগগৈ
    তেখেতে শেষৰখন মঞ্চত গাই যোৱা গীতটি।। লুইতখন ভৰিলে বিঃহ মেতেকাৰে।। ৰসবাৰী পৰ্যটন মেলাৰ মঞ্চত তেখেতে নিজৰ ভাল লগা তিনিটা গান গায় মাটিত ঢলি পৰিছিল।।

ความคิดเห็น • 8

  • @Borahdaaa
    @Borahdaaa 18 วันที่ผ่านมา +4

    ভাল লাগিল ঠাই ডোখৰ চাই 😢❤।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 13 วันที่ผ่านมา

    বহুত দুখ লাগিল ঠাই খন আৰু মন্সখন দেখা পাই। তেওঁৰ স্বৰ্গগত বিদেহী আত্মাৰ সদগতি কামনা কৰিলো। তেওঁ যতেই আছে শান্তিৰে থাকক।

  • @Ratulllll-w1x
    @Ratulllll-w1x 18 วันที่ผ่านมา +2

    ইমান ধুনীয়া ঠাই ডোখৰত আৰু ইমান ধুনীয়া অনুস্থানত তেখেতৰ এই ঘটনাটো হৈছে 😢😢❤ । তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ। ❤❤❤❤❤❤❤ জয় আই অসম ✊✊

  • @mamonisaikia39
    @mamonisaikia39 18 วันที่ผ่านมา +1

    ঠাই দোখৰ দেখোৱালা ভাল লাগিল।

  • @Manokh3d
    @Manokh3d 17 วันที่ผ่านมา

    👍🏻

  • @winneroflife7
    @winneroflife7 18 วันที่ผ่านมา

    Ummm

  • @Togoraxom1234
    @Togoraxom1234  17 วันที่ผ่านมา +1

    তেখেত পৰ্যটন মেলাত গীত পৰিৱেশন কৰিবলৈ অহা এইবাৰেই প্ৰথম নাছিল। তেখেতে আগতেও বহুবাৰ আহিছে। কিন্তু এইবাৰ বুকু বিষ বুলি কৈ গান গাবলৈ লওঁতেই এই ভাবিব নোৱাৰা ঘটনা এটা হৈ গল।

  • @bijurajkhowa7114
    @bijurajkhowa7114 17 วันที่ผ่านมา

    এডোখৰ পৱিত্ৰ ঠাই😂😂😂😂।