@ Tumi korunamoy jogotore pran @ School prayer @প্ৰাৰ্থনা@ তুমি কৰুণাময় জগতৰে প্ৰাণ...
ฝัง
- เผยแพร่เมื่อ 25 ธ.ค. 2024
- @ Tumi korunamoy jogotore pran @ School prayer @প্ৰাৰ্থনা@ তুমি কৰুণাময় জগতৰে প্ৰাণ
তুমি কৰুণাময় জগতৰে প্ৰাণ
তুমি যীচু, তুমি আল্লাহ, তুমি ভগৱান II
এই বিশ্ব সংসাৰ তোমাৰে শ্ৰজন
সকলো জীৱকে তুমি কৰিছা পালন।
গগনে পৱনে সকলোতে তুমি
একে মনে একে চিতে বিছাৰিচো আমি
আমি অজ্ঞানী কৰিছো মিনতি
জ্ঞান দিয়া বুদ্ধি দিয়া দিয়াহে সুমতি