ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
বহুত ভাল লাগিছে আমাৰ অসমৰ সংস্কৃতি বাহিৰৰ দেশলৈ আপুনি লৈ যোৱাৰ কাৰণে ধন্যবাদ 🙏🙏🙏🙏
বহুত ভাল লাগিল । সুন্দৰ হৈছে।
নাম প্ৰদৰ্শনে অসমৰ জয়ৰ গৌৰৱ বিদেশত। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মননীয় সুভাষ নাথ দেৱলৈ।❤❤❤🎉🎉🎉
❤😂
অতি সুন্দৰ আমাৰ গৌৰৱ সুভাষ ভাইটি
অসম আৰু অসমীয়াৰ বাবে গৌৰৱৰ কথা। সুভাষ নাথ আৰু তেওঁৰ নাগাৰা নামৰ দলটো আগুৱাই যাওক। জোনমণি দেৱী খাউণ্ড বাইদেউক অশেষ ধন্যবাদ। 🙏
জয় আই অসম। 🙏
সুভাষ তোমাক কি বুলি ধন্যবাদ জনাম । বহুত ভাল কাম এটি কৰিলা ।
❤❤❤ বহুত সুন্দৰ পৰিবেশন। বহুত বহুত শুভেচ্ছা জনালোঁ।❤❤❤
❤ তুমি সুদুৰ মুম্বাইৰ পৰা আমাৰ অসম তথা দৰঙলৈ মৰম আৰু গৌৰব কঢ়িয়াই অনাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল লগতে আৰু আগুৱাই যোৱা ❤❤❤❤
ধন্যবাদ
Jai Jai Sri Krishna. From Assam Sivasagar district in🇮🇳🌏.
বহুত ভাল লাগিল। শুভেচ্ছা জনালোঁ। অপৰ্ণা বুজৰবৰুৱা
কৃষ্ণ 🙏 বৰ সুন্দৰ ❤️
Eman.................. Dhunia
অসমৰ, বিশেষকৈ দৰং জিলাৰ নাগাৰা নামে যদি জগতসভাত জিলিকি উঠে, তেন্তে আটাইতকৈ ময়ে সুখী হম ৷ ছিপাঝাৰৰ ৰত্ন সুভাষ নাথলৈ মৰম আৰু শ্ৰদ্ধা দুয়োটাই থাকিল ৷ বলো বৈশ্যৰ নামলৈ বৰকৈ মনত পৰিছে ৷
সুন্দৰ,নাগাৰা নাম জগতত তুমি ভোটা তৰা হৈ জিলিকি থাকা।
সকলো পোন প্ৰথমবাৰৰ বাবে হৈছে ❤ সুভাষ দা আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আগুৱাই যাওঁক লগতে অসমীয়া নাগাৰা নামক বিশ্ব দৰবাৰলৈ লৈ যোৱাত সহায় কৰক Best wishes team kooki❤ মৰমেৰে প্ৰাঞ্জল (গুৱাহাটী)
দৰঙৰ গৌৰৱ। আৰু আগুৱাই যোৱা। শুভেচ্ছা থাকিল সকলো লৈকে।
এজন প্ৰতিভাবান যুৱক ।
বহুত বহুত বেছি ভাল লাগিল 🙏🇮🇳 ধন্যবাদ
ভাল লাগিল নাথ দা
বহুত ভাল লাগিল
সুভাষ দা বৰ ভাল লাগিল।
বহুত ভাল লাগিছে ❤
ধুনীয়া সুভাষ দাদা আৰু আগুৱাই যোৱা দৰং ❤❤
অতি সুন্দৰ প্ৰদৰ্শন ❤❤❤❤❤
Subhash Da namaste bohut bhal hoise
Wow bahut besi val lagise ❤❤❤❤❤❤❤❤
Very Nice Dada 👏👏👏
অতি সুন্দৰ
মুম্বাইত নাম গুৱা দেখি বহু বহু শুভেচ্ছা জনালোঁ দাদা।
সুভাষ তুমি আগবাঢ়ি যোৱা।
Very Nice
Pranam jonaisu, who gave us today for better tomorrow
ভাল লাগিল দাদা 🙏আগন্তুক দিনত আৰু আশা কৰিছোঁ ৷৷
Bahut bhal lgil
বহুত ভাল লাগিল।
দাদা বহুত ভাল লাগিল
সুন্দৰ । বৰ ধুনীয়া হৈছে ।
Xundar🙏 Krishna
❤❤❤mojaaa
ভাল লাগিল দাদা
আপোনালৈ ধন্যবাদ যাছিলো,, আপুনি অসমৰ সংস্কৃতি অসমৰ বাহিৰলৈ প্ৰচাৰ কৰা বাবে
ভাইটী তোমালৈ হিয়া ভৰা মৰম আৰু আশীৰ্বাদ জাচিলো । গ্ৰহন কৰিবা।
অতি সুন্দৰ ।
বহুত ভাল লাগিছে দাদা ❤
Axomor gourob subhash daa
Subhash dak loi gowrab koru.....❤❤❤❤
সুন্দৰ হৈছে দাদা আশা আছে কেতিয়াবা আপোনাৰ নাম ওচৰৰ পৰা চাম
দৰঙৰ গৌৰৱ, দৰঙীয়া সংস্কৃতি মুম্বাই পালেগৈ।
Bht dhunia
Best of luck kooki team ❤
Best of luck dada
সচাকৈয়ে বহুত ভাল লাগিল
Dhuniya
সুন্দৰ ❤
Proud of you
Good very good dada❤❤
Khub bhal lagil
এইহে আচল কথা। নাগাৰা নামক বিশ্বৰ দৰবাৰক নিব পৰা সম্ভাৱনীয় ব্যক্তিজনেই হৈছে সুভাষ নাথ। নিজৰ কাম কৰি যা শুদ্ধ ৰ্ূপত বাকী ভগৱানে আশীৰ্বাদ দিব।
প্ৰেৰণা মূলক মন্তব্য পাই আহ্লাদিত হৈ পৰিলোঁ। বহুত বহুত ধন্যবাদ জনালো 🙏
জয় আই অসম ♥️
সুভাষ দাদাক মই বহুত ভাল পাও❤
সুন্দৰ দাদা ❤❤
Super ❤❤❤❤
Congratlulation Subhash.❤😊
Moza subhash da
Proud to be an Assamese ❤
Mja dada❤❤
Moja Mama❤❤❤👍👍
Proud of you Subhash da
Val khbr Amar karne
Xundar
N̊i̊c̊e
Very nice
Bahut vl lagil sai moio gaai aso nagarar nam
দৰং ৰ গৌৰৱ সুভাচ
Nice ❤
Garu dav❤❤
Best of luck Dada
বহুত ভাল খবৰ আমাৰ গৌৰৱ তুমি 🙏🙏🙏🙏
দৰঙৰ আৰু অসমৰ গৌৰৱ
Nice
Proud of you ❤
moza
Appuna...Luk...Assamor..gowrob
Moja
ৰাম ৰাম হৰি😊😊😊❤❤❤
Very good
আপোনাকলৈ আমিও গৰ্বিত অসমৰ ব্যক্তি হিচাপে। কৃষ্ণ🎉❤
অসমৰ নাম ৰাখিলে। ধন্যবাদ
গৌৰৱ অনুভৱ কৰিছো
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
❤❤❤
Nagara namat nagara tu val koi dekha paba lage
Moi bandra t asilo..kamor karone jabo nowarilo..
Please second part ase jodi Debo son
Enekuwa Sanskriti katu naai...Bahut bhaal lagil
❤❤❤❤🎉🎉🎉🎉
👌👌👌
ছাৰ আপোনাক লৈ আমিয় গৌৰব কৰিব পাৰিম
🙏🙏🙏❤️
🙏
বহুত ভাল লাগিছে আমাৰ অসমৰ সংস্কৃতি বাহিৰৰ দেশলৈ আপুনি লৈ যোৱাৰ কাৰণে ধন্যবাদ 🙏🙏🙏🙏
বহুত ভাল লাগিল । সুন্দৰ হৈছে।
নাম প্ৰদৰ্শনে অসমৰ জয়ৰ গৌৰৱ বিদেশত। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মননীয় সুভাষ নাথ দেৱলৈ।❤❤❤🎉🎉🎉
❤😂
অতি সুন্দৰ আমাৰ গৌৰৱ সুভাষ ভাইটি
অসম আৰু অসমীয়াৰ বাবে গৌৰৱৰ কথা। সুভাষ নাথ আৰু তেওঁৰ নাগাৰা নামৰ দলটো আগুৱাই যাওক।
জোনমণি দেৱী খাউণ্ড বাইদেউক অশেষ ধন্যবাদ। 🙏
জয় আই অসম। 🙏
সুভাষ তোমাক কি বুলি ধন্যবাদ জনাম । বহুত ভাল কাম এটি কৰিলা ।
❤❤❤ বহুত সুন্দৰ পৰিবেশন। বহুত বহুত শুভেচ্ছা জনালোঁ।❤❤❤
❤ তুমি সুদুৰ মুম্বাইৰ পৰা আমাৰ অসম তথা দৰঙলৈ মৰম আৰু গৌৰব কঢ়িয়াই অনাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল লগতে আৰু আগুৱাই যোৱা ❤❤❤❤
ধন্যবাদ
Jai Jai Sri Krishna. From Assam Sivasagar district in🇮🇳🌏.
বহুত ভাল লাগিল। শুভেচ্ছা জনালোঁ। অপৰ্ণা বুজৰবৰুৱা
কৃষ্ণ 🙏 বৰ সুন্দৰ ❤️
Eman.................. Dhunia
অসমৰ, বিশেষকৈ দৰং জিলাৰ নাগাৰা নামে যদি জগতসভাত জিলিকি উঠে, তেন্তে আটাইতকৈ ময়ে সুখী হম ৷ ছিপাঝাৰৰ ৰত্ন সুভাষ নাথলৈ মৰম আৰু শ্ৰদ্ধা দুয়োটাই থাকিল ৷ বলো বৈশ্যৰ নামলৈ বৰকৈ মনত পৰিছে ৷
সুন্দৰ,নাগাৰা নাম জগতত তুমি ভোটা তৰা হৈ জিলিকি থাকা।
সকলো পোন প্ৰথমবাৰৰ বাবে হৈছে ❤ সুভাষ দা আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আগুৱাই যাওঁক লগতে অসমীয়া নাগাৰা নামক বিশ্ব দৰবাৰলৈ লৈ যোৱাত সহায় কৰক
Best wishes team kooki❤
মৰমেৰে প্ৰাঞ্জল (গুৱাহাটী)
দৰঙৰ গৌৰৱ। আৰু আগুৱাই যোৱা। শুভেচ্ছা থাকিল সকলো লৈকে।
এজন প্ৰতিভাবান যুৱক ।
বহুত বহুত বেছি ভাল লাগিল 🙏🇮🇳 ধন্যবাদ
ভাল লাগিল নাথ দা
বহুত ভাল লাগিল
সুভাষ দা বৰ ভাল লাগিল।
বহুত ভাল লাগিছে ❤
ধুনীয়া সুভাষ দাদা আৰু আগুৱাই যোৱা দৰং ❤❤
অতি সুন্দৰ প্ৰদৰ্শন ❤❤❤❤❤
Subhash Da namaste bohut bhal hoise
Wow bahut besi val lagise ❤❤❤❤❤❤❤❤
Very Nice Dada 👏👏👏
অতি সুন্দৰ
মুম্বাইত নাম গুৱা দেখি বহু বহু শুভেচ্ছা জনালোঁ দাদা।
সুভাষ তুমি আগবাঢ়ি যোৱা।
Very Nice
Pranam jonaisu, who gave us today for better tomorrow
ভাল লাগিল দাদা 🙏আগন্তুক দিনত আৰু আশা কৰিছোঁ ৷৷
Bahut bhal lgil
বহুত ভাল লাগিল।
দাদা বহুত ভাল লাগিল
সুন্দৰ । বৰ ধুনীয়া হৈছে ।
Xundar🙏 Krishna
❤❤❤mojaaa
ভাল লাগিল দাদা
আপোনালৈ ধন্যবাদ যাছিলো,, আপুনি অসমৰ সংস্কৃতি অসমৰ বাহিৰলৈ প্ৰচাৰ কৰা বাবে
ভাইটী তোমালৈ হিয়া ভৰা মৰম আৰু আশীৰ্বাদ জাচিলো । গ্ৰহন কৰিবা।
অতি সুন্দৰ ।
বহুত ভাল লাগিছে দাদা ❤
Axomor gourob subhash daa
Subhash dak loi gowrab koru.....❤❤❤❤
সুন্দৰ হৈছে দাদা আশা আছে কেতিয়াবা আপোনাৰ নাম ওচৰৰ পৰা চাম
দৰঙৰ গৌৰৱ, দৰঙীয়া সংস্কৃতি মুম্বাই পালেগৈ।
Bht dhunia
Best of luck kooki team ❤
Best of luck dada
সচাকৈয়ে বহুত ভাল লাগিল
Dhuniya
সুন্দৰ ❤
Proud of you
Good very good dada❤❤
Khub bhal lagil
এইহে আচল কথা। নাগাৰা নামক বিশ্বৰ দৰবাৰক নিব পৰা সম্ভাৱনীয় ব্যক্তিজনেই হৈছে সুভাষ নাথ। নিজৰ কাম কৰি যা শুদ্ধ ৰ্ূপত বাকী ভগৱানে আশীৰ্বাদ দিব।
প্ৰেৰণা মূলক মন্তব্য পাই আহ্লাদিত হৈ পৰিলোঁ। বহুত বহুত ধন্যবাদ জনালো 🙏
জয় আই অসম ♥️
সুভাষ দাদাক মই বহুত ভাল পাও❤
সুন্দৰ দাদা ❤❤
Super ❤❤❤❤
Congratlulation Subhash.❤😊
Moza subhash da
Proud to be an Assamese ❤
Mja dada❤❤
Moja Mama❤❤❤👍👍
Proud of you Subhash da
Val khbr Amar karne
Xundar
N̊i̊c̊e
Very nice
Bahut vl lagil sai moio gaai aso nagarar nam
দৰং ৰ গৌৰৱ সুভাচ
Nice ❤
Garu dav❤❤
Best of luck Dada
বহুত ভাল খবৰ আমাৰ গৌৰৱ তুমি 🙏🙏🙏🙏
দৰঙৰ আৰু অসমৰ গৌৰৱ
Nice
Proud of you ❤
moza
Appuna...Luk...Assamor..gowrob
Moja
ৰাম ৰাম হৰি😊😊😊❤❤❤
Very good
আপোনাকলৈ আমিও গৰ্বিত অসমৰ ব্যক্তি হিচাপে।
কৃষ্ণ🎉❤