জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ ঘনিষ্ঠ নীতিকেশে মৰিয়াই মাৰি পেলালে পংখী সন্দিকৈক

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 พ.ค. 2024
  • ৩০ছেকেণ্ডৰ ৰীলছৰ দৰে নহয় লাভষ্ট'ৰী।হোমৰ গুৰিত বহি ৭জনম একেলগে থাকিম বুলি কৈ দিয়াটো সহজ কিন্তু প্ৰতিশ্ৰুতি ৰক্ষা কৰাতো কিমান সহজ?কোনে জানে আপোনাৰ প্ৰিয়জনৰ হাততে আপোনাৰ মৃত্যু লিখা আছে?পংখীক ভালদৰে ৰাখিম বুলি কৈ বিয়াপাতি মৰিয়াই মৰিয়াই মাৰি পেলালে শিক্ষক নীতিকেশ দাসে!জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ ঘনিষ্ঠ বুলি নিজকে কৈ ফুৰা পাষণ্ডৰূপী নীতিকেশৰ হাতত প্ৰাণ গ'ল পংখী সন্দিকৈৰ

ความคิดเห็น • 2.2K

  • @satyagogoi9305
    @satyagogoi9305 หลายเดือนก่อน +65

    এনে ধৰনৰ ব্যক্তিক অতি সোনকালে ফাঁচী দিব লাগে।

  • @amirahmed9088
    @amirahmed9088 หลายเดือนก่อน +90

    ইয়াক মাৰি পেলাব লাগে ভন্টি তোমাৰ মৃত্যু খবৰটো পাই বহুত দুখ লাগিল

  • @Frustratedmitu
    @Frustratedmitu หลายเดือนก่อน +29

    কোনোবাই পাইও ৰাখিব নাজানিলে
    কোনোবাই আকৌ নোপোৱাবোৰৰ বাবে চিৰদিনলৈ কান্দে । হায়ৰে জীৱন.......🥺💔

  • @user-fj6pf2kd2f
    @user-fj6pf2kd2f หลายเดือนก่อน +69

    ফাচি দিব লাগে 😢😢পাষন তোক মাৰি পেলাব লাগে 😢😢বহুত দুখ লাগিল😢😢

    • @uddiptadas2451
      @uddiptadas2451 หลายเดือนก่อน +2

      Toka poisa sai nhy Lora Jon sai biya hua ushit...... Lora vl hle jenekoi hleo happy rakhibo suwali k

    • @RemedyVlogstar
      @RemedyVlogstar หลายเดือนก่อน

      Ai sobok mari peluwai val😢

    • @Firjugaming69
      @Firjugaming69 หลายเดือนก่อน

      Kune dibo fasi sorkar aru police Or aibur sabole homoi ny kar usorot poisa ase heibur ha sabo

  • @pabindas6525
    @pabindas6525 หลายเดือนก่อน +645

    জোনমনি ৰাভা পুলিচ হৈও ন্যায় নাপালে, পংখি য়ে পাব জানো

  • @bhaskardas3916
    @bhaskardas3916 หลายเดือนก่อน +402

    এজন শিক্ষক হৈ ইমান যে বেয়া গুণৰ মানুহ হয় কোনে জানে ।গতিকে ইয়াক ফাছি দিয়ক, তেতিয়া হে পংশীৰ আত্মাই শান্তি পাব।

    • @mukulbaruah1833
      @mukulbaruah1833 หลายเดือนก่อน +6

      Bhaskar Das kebol nastik(Buddha) holehe Hotyakari huarpora basiba pariba. Ji Dharma t nirbuj jib k Boli di khalal u lv kariba pari buli sikssa diye khei Dharma t iyatkoi aru ki akha kariba.

    • @mukulbaruah1833
      @mukulbaruah1833 หลายเดือนก่อน

      Bhaskar Das mon t rakhiba manuhr Deh t kunu atmaa nethake. Atmaa aru Eswar k biswakh kora khakalehe besi Hotyakari hoy. Apuni khastra pahiba apunar eswar a atatikoi swarthaparatr gyan dise. Ramayan, Mahabharat, Bhagawat gita, Puraan, Upanikhad, Bed, Monusmrity pahile khakal u urahir oor buji paba.

    • @MridusmitaDeuri583
      @MridusmitaDeuri583 หลายเดือนก่อน

      Hosake koise apuni aiburok shasti dibo Lage😡

    • @BubulDas-vk3gg
      @BubulDas-vk3gg หลายเดือนก่อน

      ❤❤❤❤👍👍👍👍👍👍👍

    • @BubulDas-vk3gg
      @BubulDas-vk3gg หลายเดือนก่อน

      ❤❤❤❤❤❤❤

  • @mainabindasmaina4196
    @mainabindasmaina4196 หลายเดือนก่อน +235

    এইজন মহান শিক্ষকক ফাঁচি দিব লাগে

  • @pabindas6525
    @pabindas6525 หลายเดือนก่อน +757

    স্কুলবোৰত গুণ উৎসৱ পতাতকৈ শিক্ষকৰ জ্ঞানৰ উৎসৱ পাতক

  • @youngrider0727
    @youngrider0727 หลายเดือนก่อน +153

    মানুহ ধুনীয়া আৰু চাকৰি কৰিলে তেওঁ ভদ্ৰ হয় নায়ায়, গতিকে অকণমান চাই বিয়া হ'ব লাগে

    • @bijulirabha-hj9bq
      @bijulirabha-hj9bq หลายเดือนก่อน +1

      💯%👍👍

    • @MridusmitaDeuri583
      @MridusmitaDeuri583 หลายเดือนก่อน

      💯

    • @world-Mix-Eeaction
      @world-Mix-Eeaction หลายเดือนก่อน

      Aei tu bhul Manuh hor aru suwali r bro xei babe anekuwa hoi ase soli ase anekuwa kiman ghotona xunilo

  • @bigboss.3213
    @bigboss.3213 หลายเดือนก่อน +451

    থোৱা হে টকা দেখিলেই বিয়া দি দিয়ে,,
    দুখীয়া হলে যিমান ভাল ল'ৰা হলেওঁ পাত্তা নিদিয়ে ছোৱালী বা ছোৱালী ৰ মাক-বাপেক বোৰে ।
    কি কম একু কবলৈ মন নেযায়।
    মাৰি পেলাব পাৰিলেটো নিষ্ঠুৰ হবই লাগিব।
    অপ্ৰিয় সত্য 95% ধন থকা ল'ৰা চৰিত্ৰ বেয়া।

    • @dhonsingengti5520
      @dhonsingengti5520 หลายเดือนก่อน +12

      You are right

    • @b.kalita1381
      @b.kalita1381 หลายเดือนก่อน +10

      Sakori mein

    • @latifali9650
      @latifali9650 หลายเดือนก่อน +24

      Social Media ৰ প্ৰেম বৰ খন্তেকীয়া।।।। লৰা এজন ক ভাল দৰে চাই হে বিয়া দিব লাগে।।।।
      ছোৱালী বোৰুয়ো ধনী বা ধুনীয়া লৰা এজনক নে পাত্তা দিয়ে।।।
      মই নিজে চাকৰি কৰোঁ কিন্তু এজনী ছোৱালী বিচাৰি নাপাওঁ ভাল বিয়া কৰাবৰ বাবে ।।। লৰা বোৰ যিমান বেয়া সিমানে ছোৱালী বুৰো ভাল নহয় ।।।

    • @sunitchangmai9718
      @sunitchangmai9718 หลายเดือนก่อน +4

      Right

    • @jaansaikia9308
      @jaansaikia9308 หลายเดือนก่อน +6

      10000000%Xosaa kothaa tokaa dekhaa pale asam boliyaa ase agpis nasai akol biyaa khon di gotabo baa lora tor lagot jabo parilee hol...anekuwa aji kali bohut hoise dukhiyaa holeow Xukhon thokaa bohut dekha paiso aru pisoloi Bohut devlop hoi dei

  • @RahulSonowal-vp7ln
    @RahulSonowal-vp7ln หลายเดือนก่อน +40

    বহুত লোক,, নামত হে শিক্ষক,, কিন্তু সিহঁত,, একো একোজন #ৰেন্দা আৰু #বনৰী।।।।
    স্বাৰ্থপৰ বোৰটো নকলেও হব।।।
    যিবোৰক দেখিলেই গৰুপিটন দিবলৈ মন যাব।।

  • @Jayantabaruahvlogs
    @Jayantabaruahvlogs หลายเดือนก่อน +143

    এজন শিক্ষক হৈ ইমান যে বেয়া গুণৰ মানুহ হয় কোনে জানে। গতিকে ইয়াক ফাছি দিয়ক, তেতিয়া হে পংশীৰ আত্মাই শান্তি পাব।

    • @MridusmitaDeuri583
      @MridusmitaDeuri583 หลายเดือนก่อน +1

      💯

    • @munmihazarika3567
      @munmihazarika3567 หลายเดือนก่อน

      Fasi dib lage aituk

    • @munmihazarika3567
      @munmihazarika3567 หลายเดือนก่อน +1

      Fasi dib lage aituk

    • @deni8059
      @deni8059 หลายเดือนก่อน

      Aji kali bohut teacher e vodror mokha pindhi ank morkho xojai

  • @kuldeepgogoi9270
    @kuldeepgogoi9270 หลายเดือนก่อน +66

    ইমান ধুনীয়া ছোৱালীজনীক কেনেকৈ মাৰি পেলাব পাৰিলে 😢

    • @_gayatri_dutta
      @_gayatri_dutta หลายเดือนก่อน +4

      BA hoi mur ghro usro hoi o😭💔

    • @navya.s26
      @navya.s26 หลายเดือนก่อน +1

      Character beya hole aru ki ase. Tar extramarital affair soli asil

    • @gogoi1961
      @gogoi1961 29 วันที่ผ่านมา

      ইহঁতৰ সঁচ টোৱেই এনেকুৱা। নামাৰি কি কৰিব?? মহা পাখন্দ, চৈতান, কুলাংগাৰ ৰ সঁচ হয় এইবোৰ। আমাৰ ছোৱালিবোৰৰে দোষ, অকণো চিন্তা নকৰি যি-তি বিজিতৰিয়া সঁচ বোৰলৈ যায় থাকে।

  • @kishorkrbaishyavlogs7820
    @kishorkrbaishyavlogs7820 หลายเดือนก่อน +53

    জয় কৃষ্ণগুৰু ঈশ্বৰে সকলো বিচাৰ কৰি উচিত শাস্তি দিয়ক

    • @kangkanadas7891
      @kangkanadas7891 หลายเดือนก่อน +2

      জয় কৃষ্ণগুৰু প্ৰভু কৃপা কৰিবা সকলোকে

    • @user-xc2yb4se8s
      @user-xc2yb4se8s หลายเดือนก่อน +2

      Joy krishnaguru

    • @subrotsaikia8418
      @subrotsaikia8418 หลายเดือนก่อน +2

      Joy krishnaguru

  • @AkashSaikia-vb7uv
    @AkashSaikia-vb7uv หลายเดือนก่อน +20

    ধনীয়ে ধনৰ মূল হে বুজে 70% মানুহে / মৰম নহয়। তথাপিও ধন থাকিলে হে বিয়া দিয়ে ছোৱালীক..... দুখীয়াৰ মৰম পাবলৈ নিদিয়ে ❤

  • @mantudas3746
    @mantudas3746 หลายเดือนก่อน +10

    শিক্ষা আৰু জ্ঞানৰ মাজত বুহু পাৰ্থক্য আছে

  • @djrock5500
    @djrock5500 หลายเดือนก่อน +139

    সেইবাবে চাকৰি দেখি ল'ৰা লগত প্ৰেম কৰিব নালাগে , ঘৰৰ মানুহ আৰু আমাৰ সমাজ খনৰো দুখ চৰকাৰী চাকৰি কৰা ল'ৰা লে হে ছোৱালী বিয়া দিয়ে।

    • @Anushka-yk5ek
      @Anushka-yk5ek หลายเดือนก่อน

      Sakori thoka nothoka buli nohoi aji kali mota manuh bur sob ekei

    • @samarborah9160
      @samarborah9160 หลายเดือนก่อน +1

      100 likes complete kori dilu de moi

    • @purabidas282
      @purabidas282 หลายเดือนก่อน +4

      Sakori kora lora bya aru nkora lora vl ..enkeua kiba rule thkile nissoy sakori nkorar tte biya dibo dobe .. but sakori , poisa loi manuhor mon mogoju compare koribo niwari bupai

    • @riiiannn3211
      @riiiannn3211 29 วันที่ผ่านมา

      sei karone sakoriyal suwaliye bekar lorak val npy biya nhy 100 jnr 97 jne

    • @Anushka-yk5ek
      @Anushka-yk5ek 29 วันที่ผ่านมา

      @@riiiannn3211 bekar lorai ki crime kora nai nki..joutuk dabi kori bekar bure murder kore heibur gom nupua nki.. sakori kora nokora khboloi nai aji kali kaku val buli kbo nuwari

  • @munubhuyan2590
    @munubhuyan2590 หลายเดือนก่อน +46

    মই এটা কথা এ কম বিয়া বাৰুৰ প্ৰতি মানুহৰ বিশ্বাস কমি এ গৈছে
    বিয়া তো উঠাই দিব লাগে
    এইবোৰ বিয়া বাৰু নোহোবাই ভাল।
    টকা সকলোকে লাগে ।টকাৰ লগত কথা নাই ।চলিবৰ কাৰনে টকা লাগিবৈ
    কথাতো হল এইহোপা আলে বালে বিয়া চিয়া নোহোবাই ভাল
    মা দেউতা ৰ সমান নিজৰ কোনো নহয় ।
    মা দেউতা ৰ লগত থকা ।মা দেউতাক মৰম কৰা

    • @Abhikamalakarpb
      @Abhikamalakarpb หลายเดือนก่อน

      Ekdom right...👍👍 xosake biya nuhuai val

  • @XubarnaMoran
    @XubarnaMoran หลายเดือนก่อน +23

    এইখন ভাৰত দেশত, বিশেষকৈ অসমত ন্যায় শব্দটো নামতহে, কামত একো নাই, এতিয়া আৰু ন্যায় ন্যায় বুলি চিঞৰি একো লাভ নাই, অপ্ৰিয় হলেও সত্য কথা।
    দেউতাক ককায়েক ভায়েক যদিহে কোনোবা আছে, তেনেহলে আৰু সেইতোকো মাৰি পেলোৱাৰ সমান একো হব নোৱাৰে।
    এপাকে যদিহে ভাৰত দেশত, অসম দেশত জন্ম হলো বুলি গৰ্ব অনুভব কৰো আনফালে আকৌ লাহে লাহে ঘৃণাও উপজে, উপজে নহয় উপজিবলৈ বাধ্য.., মৰা কতা যেন এতিয়া বাই হাত কা খেল।
    আজিকালি মোৰ কোনোবাই ন্যায় বিচৰা শুনিলে দুখ অকণো দুখ বেয়া নালাগে অন্যথা হাঁহিহে উঠে।

    • @NandeswarRajkonwarNandeswar
      @NandeswarRajkonwarNandeswar หลายเดือนก่อน +1

      Right

    • @navya.s26
      @navya.s26 หลายเดือนก่อน

      Etya Jodi tak direct fasi diye baa guliai mare government khon democracy r against t buli bohute kobo. Human rights violate kora kotha ahi poribo. Kisuman manuhe hoitu protibaad u koribo.

  • @papulborah1902
    @papulborah1902 หลายเดือนก่อน +79

    ১০০ শতাংশ সঁচা,টকা থাকিলেই লৰা ভাল আৰু টকা নাথাকিলেই লৰা বেয়া। আজি কালি স্বভাৱ চৰিত্ৰ কেৱল টকাৰে হে নিৰ্ধাৰণ কৰে।

  • @Ghbb2
    @Ghbb2 หลายเดือนก่อน +165

    তাই ইমান সোনকালে বিয়া নহওঁ কৈছিল কিন্তু কুকুৰ টোৱে নি মাৰি পেলালে। আমাক গতাই দে সেইটোক একে গোৰে মুখ ভাঙি পঠিয়াম তাক কোন নীল আকাশ আহে তাক বচাবলৈ চাই লম তাক আচলতে জেল ত দিবই নালাগিছিল তাক ঠগি মেলি ছোৱালী ঘৰলে আনি একে ঘাপেই চফা কৰিব লাগিছিল জেল ট দিলে কি হব আকৌ ওলাই আহিব তাতকৈ তাক জেল ত নিদি ছোৱালী ঘৰলে যেনে তেনে আনি মাৰি পেলাব লাগিছিল

    • @MousumiDas__123
      @MousumiDas__123 หลายเดือนก่อน +2

      ইয়াত নীল আকাশৰ নাম আৰু কৰ পৰা আহিল

    • @manashsaikiaab3964
      @manashsaikiaab3964 หลายเดือนก่อน

      Jelor pora uluwa pasot mari pelab, kiba kori holeu

    • @Akoni-sd2ws
      @Akoni-sd2ws หลายเดือนก่อน

      Etuk fasi dibo lge

    • @digital_deep72
      @digital_deep72 หลายเดือนก่อน +5

      Ami pabo lagisil kukur puwali tuk jiya ai jiyai gorom tel dhali dilu hoi gah t

    • @gogoi1961
      @gogoi1961 29 วันที่ผ่านมา +1

      সেই পাখন্দ সঁচটোক ছোৱালীজনীৰ ঘৰৰ ওচৰৰ মানুহে পালেই চাফা কৰি পেলাব লাগে। মই আটাইতকৈ সুখী হম তেতিয়া।

  • @lakhanmandal400
    @lakhanmandal400 หลายเดือนก่อน +17

    ফাঁচি দিয়ক তেতিয়া হে পংশীৰ আত্মাই সিপুৰীলৈ যাত্ৰা কৰিব মোৰ ফালৰ পৰাও পংশীৰ আত্মাই চিৰ শান্তি লাভ কৰক তাৰে ভগৱানৰ ওচৰত প্ৰাথনা জনালোঁ 🙏🏻😭😭

    • @babitahazarika6300
      @babitahazarika6300 หลายเดือนก่อน

      Bhul মাক দেউতাকৰ

  • @baruah4784
    @baruah4784 หลายเดือนก่อน +33

    কে..." নীল‌আকাশৰ ঘনিষ্ঠ ?
    কি মানে তেখেতৰ নাম ব্যৱহাৰ নোহোৱা কৈও News 🗞️ টো হ'ল হয়
    কাম নাই নহতৰ, থূই 💦
    কাম নাই

  • @BarnaliPhuljhadi96
    @BarnaliPhuljhadi96 หลายเดือนก่อน +34

    Biai sob nohoi j eitu mnuhe buji kio napai..aji ty bia nohole okole thakile jiyai thakile hoi nijor Maa Deutar Logot😭kunubai force krilei ba mnuhe ki kobo buli vabi jate kuneo kako force kori bia nidie eitu decision nije lobo lage beleg or mote ketiao bia hobo nalage ……👏🏻mind it girls 🧿live your life ❤kunuba lorar krne nijor Jibon beya nokoriba🥹

  • @vikramborgohain1910
    @vikramborgohain1910 หลายเดือนก่อน +119

    এনেকুৱা বিলাকক ৰাজহুৱা ফাঁচী দিব লাগে,,,,

    • @mukulbaruah1833
      @mukulbaruah1833 หลายเดือนก่อน

      Bikram Gohain kiman k fasdi diba. Jetialoike Axomia samaj a Monubadi, brahmonbadi,jatibadi jehadir prithibir vitarat no1 swarthapr, khingkhuk Dharmar asoran kariba tetialoike khamaj kalukhit hoi thakiba. Ekmatra nastik(Buddhai) he Hotyakari huarpora bosaba. Nijor swarth puranr babe jiba/jantu boli dia pontha( Dharma)t thaka manuhr babe aibilak khadharan kotha.

    • @mukulbaruah1833
      @mukulbaruah1833 หลายเดือนก่อน

      Bikram Borgohain Dangaria.

    • @pranamikaphukan6656
      @pranamikaphukan6656 หลายเดือนก่อน +1

      Right fasi dibo lge.

    • @JituAhmedRJFilms
      @JituAhmedRJFilms หลายเดือนก่อน +1

      সঁচা কথা।

    • @annaatitorkothamonotpreval3450
      @annaatitorkothamonotpreval3450 5 วันที่ผ่านมา

      Right

  • @user-tn3yu4ue2g
    @user-tn3yu4ue2g หลายเดือนก่อน +64

    ধনী হোৱা বাবেই কাল হল। টকাই সকলো শেষ কৰি পেলালে| আমি বোৰে ধনী উচ্চ বিচৰাৰ বাবেই এনে ঘটনা হয়। প্রকৃত জানা নহয় |

    • @mukulbaruah1833
      @mukulbaruah1833 หลายเดือนก่อน +1

      Heeramoni hazarika, Dhoni dukhiar kotha nahoy. Anukhilon, khikhu(Bassak) dita andha biswakhr sikssa, khorurepora kebol eswar vakti khikua khontane anayakhe Hotya kariba pare. Kebol nastik(Buddhai) he hotyakari huarpora bosaba pariba.

  • @Mon229
    @Mon229 หลายเดือนก่อน +35

    লৰাটো দেখাত ভাল লৰাটো চৰকাৰী চাকৰি কৰে ...এইবোৰ চাই আজি কালি বহুতো ছোৱালী বিয়াত বহে আৰু এনেকুৱা পৰিস্থিতিত পৰি নিজৰ লগতে ঘৰৰ মানুহৰ জীৱন শেষ কৰে

  • @TilumoniTaye
    @TilumoniTaye หลายเดือนก่อน +26

    ভন্টি তোমাৰ মৃতুৰ খবৰটো পাই বহুত দুখ লাগিছে।😢😢😢

  • @user-en7ut1xh8c
    @user-en7ut1xh8c หลายเดือนก่อน +180

    জেলৰ পৰা ওলাই গ'লে আৰু বেলেগ ছোৱালীক মাৰী পেলাব। জহনিত যোৱ নৰ খাদকটো পীয়াছ

    • @mukulbaruah1833
      @mukulbaruah1833 หลายเดือนก่อน +1

      Dalimi Das kebol nastik(Buddha) holehe Hotyakari huarpora basi thakiba. Ji Dharma t kebol swarthaprata khikai, mukhat Ram r nam kinarat astro rokhar adhikar khei Dharma t iyarkoi aru ki akhaa kariba.

    • @Queen26125
      @Queen26125 หลายเดือนก่อน +1

      ​mane apuni ki kobo khujise? Amar dhormoi ki karbak hotya koribole xikaise neki

  • @user-qi1zn4wp2q
    @user-qi1zn4wp2q หลายเดือนก่อน +101

    এনেকুৱা শিক্ষকক বান্দৰক পঢ়োৱা বলৈ দিব লাগে জেলত 😊

    • @ankurzubeen1158
      @ankurzubeen1158 หลายเดือนก่อน +2

      Boineksudak jiyai jiyai jole diyok raij a

    • @_gayatri_dutta
      @_gayatri_dutta หลายเดือนก่อน +1

      BA asil amr ghro usr hoi😭

  • @utpalborah2179
    @utpalborah2179 หลายเดือนก่อน +13

    আৰু সকলোৱে সদায় ভালদৰে থাকিব বিচাৰে এজন ল'ৰাৰ চৰিত্ৰ স্বভাৱ কেনেকুৱা পিছতহে গম পায় আগতে একো গম নাপায়

  • @minakhyee.........official7236
    @minakhyee.........official7236 หลายเดือนก่อน +33

    Middle class family rr chuwali burok pohai hunai financially jate independent hobo pare aru nijor responsibility nije lobo pare haituk guruta diya usit kintu aji kali kisuman mak deutake chuwali rr college hekh hol ki nahol lora rr character nusuwake government job kora aru dhoni handsome loraloi biya diya tu ye besi important diye....... Tarei fol mak dewtak aru chuwali sobei vug Koribologiya hoi. Apriyo holeo haitya, basi khaba jagi huba, specially, chuwali manuh.... 😊

    • @korobidas5056
      @korobidas5056 หลายเดือนก่อน +2

      100% Khosa koisa ✌ Thank God mur Maa aru dada bohut supportive mur biya topic tuk loi😊😘

    • @user-kv8bk9hf6h
      @user-kv8bk9hf6h หลายเดือนก่อน +1

      Right

    • @tulikabhuyan7009
      @tulikabhuyan7009 หลายเดือนก่อน

      💯

    • @mithunnath3141
      @mithunnath3141 หลายเดือนก่อน

      Right 👍

  • @aamarjibonbhumika8075
    @aamarjibonbhumika8075 หลายเดือนก่อน +79

    কাৰ ঘনিষ্ঠ সেই টো ডাঙৰ নহয় মাত্র ছোৱালীৰ জীৱনৰ লগত হেতালি খেলা শিক্ষক নীতিকেশক কি কৰিলে পংখী ন্যায় পায় তাকেই সকলোৱেই ভাবক

  • @TARAMAIPEGU-xg9eg
    @TARAMAIPEGU-xg9eg หลายเดือนก่อน +34

    ফাঁচি দিয়ক নৰপিষাশটোক

    • @Harchitasaikia-zt1sj
      @Harchitasaikia-zt1sj หลายเดือนก่อน +3

      Noropikhas nohoi randa hoi he

    • @vnm559
      @vnm559 หลายเดือนก่อน

      Burbok r nisina kotha kio koi ase.. fasi kundina hua dekhise kouksun.. ajileke jiman criminal dekhise khub besi jail ot he rakhe .. kam nai eibilak koi eku ..dudin man pasot ako eri dibo yak

    • @gogoi1961
      @gogoi1961 29 วันที่ผ่านมา

      জহৰা সঁচৰ হয় সেইটো। ফাঁচি দিব লাগিবই তাক।

  • @GeetimaDuttaKalita-zf7jm
    @GeetimaDuttaKalita-zf7jm หลายเดือนก่อน +5

    সেই ছোৱালী জনী আত্মা শান্তি পাই

  • @aimonibora3134
    @aimonibora3134 หลายเดือนก่อน +5

    Literature people always kind hearted..... So people easily play with their emotions .

  • @debajitriyang2227
    @debajitriyang2227 หลายเดือนก่อน +18

    বিশেষ একো কৰিব নালাগে হাত দুখন কাটি পেলাব লাগে

  • @prasantapriyanujvlogs7191
    @prasantapriyanujvlogs7191 หลายเดือนก่อน +26

    আমাৰ সমাজত চাকৰি কৰা লৰাই ভাল, লাগিলে স্বভাৱ চৰিত্ৰ যিয়েই নহওঁক । ছোৱালী এজনীয়ে নিজৰ জীৱন আন এজন পুৰুষৰ লগত উৎসৰ্গা কৰিবলৈ যাওঁতে পুৰুষ জনক ভলকৈ জানি লোৱাটো ভাল ।

  • @user-jn1fx9un2h
    @user-jn1fx9un2h หลายเดือนก่อน +7

    দাসক ফাচি দিয়ক নহ'লে কৰবাত পালে মই মৰিয়াই মৰিয়াই মাৰি পেলাম। সাৱধান অসম চৰকাৰ ।বাৰে বাৰে আহোমক এনেকৈ অত্যাচাৰ কৰিলে মানি লোৱা নহ'ব । প্ৰয়োজন হলে অসম বুৰঞ্জীত উল্লেখ হোৱা কান্দ কৰিবলৈ ৰাজি আছো ।।

    • @gogoi1961
      @gogoi1961 หลายเดือนก่อน +1

      এই বিজতৰিয়া দাস বোৰলৈ হোৱাই-নোহোৱাই আমাৰ আহোম ছোৱালীবোৰ যাব ধৰিছে কেলৈ?? এতিয়া ফল ভুগিছে আৰু ভুগিব বাকী কেইজনীয়েও

  • @riturajmissong7016
    @riturajmissong7016 หลายเดือนก่อน +19

    আজি এই শিক্ষিত সমাজখন কলৈ গৈ আছে বাৰু শিক্ষিত হোৱাৰ পাছতো মানুহে কিয় ইমান নিঠুৰ হব পাৰে

  • @NumalKhongiadigital
    @NumalKhongiadigital หลายเดือนก่อน +44

    এবাৰ আমাক সমজাই দিয়ক না,, এনেকুৱা দৃতিয় জন নোলোৱা কৰি দিম,,, মৰিয়াই মৰিয়াই ইয়াকো লাইভট দেখুৱাই দিলোঁ হয়,,, কত গল টাই আহোম বুলি ফিতাহি মৰা কেইটা, এজনী আহোম জীয়ৰীয়ে ন্যায় পাবনে,,,

    • @rajashreehandique6220
      @rajashreehandique6220 หลายเดือนก่อน +1

      Ami u ahom hoi aru handique hoi bhut😭

    • @kushaldoley4590
      @kushaldoley4590 หลายเดือนก่อน

      Kole ki hobo ​@@rajashreehandique6220

    • @BhairabPawle
      @BhairabPawle หลายเดือนก่อน

      Face to face buji paisene

    • @gogoi1961
      @gogoi1961 29 วันที่ผ่านมา +2

      পাখন্দ মাছবেপাৰী বোৰৰ উৎপাত বহুত বাঢ়িছে। ইহঁতৰ নিচিনা লেতেৰা, বিভৎস, বনৰীয়া জন্তুবোৰলৈ আমাৰ ট্ৰাইবেল ছোৱালীবোৰৰ বিয়া হবলৈ ইমান উৎপাত কিহৰ লাগি থাকে? নিজৰ জাতিৰ, নিজৰ race ৰ লৰাৰ লগত সম্পৰ্ক নকৰে কেলৈ আমাৰবোৰে?? বন্ধ কৰিব লাগে একেবাৰে এইবোৰ। আৰু লগতে সেই অসুৰটোক মৃত্যুদণ্ড দিয়াব লাগে।

    • @gogoi1961
      @gogoi1961 29 วันที่ผ่านมา

      @@rajashreehandique6220 digitally protest কৰা। এই অসুৰ সঁচ টোৱে কঠোৰতম শাস্তি পাবই লাগিব।

  • @goutambarman988
    @goutambarman988 หลายเดือนก่อน +1

    আজিৰ যুগৰ কিছুমানৰ ভালপোৱাৰ এনেকুৱাই পৰিনতি হয় বৰ বেয়া লাগিল ঘটনাটো

  • @tushargoswami6036
    @tushargoswami6036 หลายเดือนก่อน +2

    ধণতন্ত্ৰৰ সমাজত গণতন্ত্ৰ মৃত্যু।এয়াই হ'ল বৰ্তমানৰ মূল মন্ত্ৰ।

  • @kalpanaboruah3516
    @kalpanaboruah3516 หลายเดือนก่อน +25

    ইয়াক মাৰি পেলাব লাগে।

    • @mukulbaruah1833
      @mukulbaruah1833 หลายเดือนก่อน

      Kalpana Baruah baideo kiman k mariba.Jetialoike manuhe Monubadi, Brahmonbadi, jatibadi jehadir prithibir vitarat no1 swarthapr, maratmak, khingkhatmak bisardhara (Dharma) thakiba tetialoike khodai ane Hotya hoi thakiba.Ji Dharmai nirdukhi, nirbuj Durbol pranik Boli di nijor monubancha puran t biswakh kare khei bisardharat manuh Hotyakari huatu khulabh. Kebol Nastik(Buddha i) he manuh k Hotyakari huarpora bosaba.

  • @PodumGogoi-pn2ke
    @PodumGogoi-pn2ke หลายเดือนก่อน +14

    আচলতে কি বিছাৰিছিল সেই পাষণ্ডটোৱে। নিজতকৈও বেছি ভাল পোৱা জনক এনেকুৱা কৰিব পাৰে নে? সি মানুহ নহয়। ইয়াক উচিত শাস্তি দিয়ক।

  • @shantanuBora
    @shantanuBora 24 วันที่ผ่านมา

    এনে নৰপিষাচক ফাছি দিব লাগে।যাতে আকৌ এনে ধৰণৰ ঘটনাৰ সংঘটিত নহয়😢😢

  • @Harchitasaikia-zt1sj
    @Harchitasaikia-zt1sj หลายเดือนก่อน +16

    ছোৱালী কেইজনিও বনৰি হয় আৰু নিতিকেশ বোলাতোও একেবাৰে মাৰি পেলাব লাগে আৰু যাৰ লগত সম্পৰ্ক আছিল সেই বনৰী জনী ক😂

  • @user-dv5oo8zv5u
    @user-dv5oo8zv5u หลายเดือนก่อน +53

    পইচা দুটকামান দেখিলে চেহেৰাটো ধুনীয়া দেখি ছোৱালী এজনীক বিয়া দিব নালাগে 😂আগৰ দিন নাই😂পংখীৰ দৰে ইংৰাজী মেজৰ লোৱা নিজৰ ভৰিত ভালদৰে ঠিয় দি সামাজিক প্ৰতিষ্ঠা লাভ কৰিলহেতেন 😂বিয়া হৈ কি পালে ?

    • @lizabora5291
      @lizabora5291 หลายเดือนก่อน +1

      Hosa dei

  • @krishnagogoi1657
    @krishnagogoi1657 หลายเดือนก่อน +6

    নৰপিশাচ টোক জীয়াই থব নেলাগে

  • @user-hf9ul9eb1l
    @user-hf9ul9eb1l หลายเดือนก่อน +1

    😢😢😢😢 দিদি ভালে থাকিবা miss korim didi 😢😢😢😢

  • @maffiagaming9581
    @maffiagaming9581 หลายเดือนก่อน +2

    Justice for ponkhi😧😧

  • @rashmiborah1103
    @rashmiborah1103 หลายเดือนก่อน +5

    কিছুমান ছোৱালীয়ে এনেদৰে নিজৰ ঘৰ খনৰ পৰিয়ালৰ কথা আৰু সমাজৰ সন্মানৰ কথা ভাবি কিয় শয্যা কৰি থাকে আৰু এদিন নিজৰ জীৱনটোকে হেৰুৱাই পেলাব লগা হয় গতিকে সময় থাকোঁতে নিজৰ ঘৰৰ বা মাতৃৰ আগত সকলো মনখুলি কথা পাতিব লাগে মাতৃ সকলেও এইক্ষেত্ৰত সকলো চালি জাৰী চাই নিজৰ ছোৱালীক বচাবলৈ চেষ্টা কৰিব লাগে জোঁৱাইক দিয়াৰ মানে যমক দিয়া এই উদাহৰণ বুঢ়া লোকে দি গৈছে বহুত দুখ লাগিল 😭

    • @user-tm6jo5ux3e
      @user-tm6jo5ux3e หลายเดือนก่อน

      Hokolu homaiyat suwalike dukh diye sakori kriu kisuman hanti puwa nay

  • @Starly99933
    @Starly99933 หลายเดือนก่อน +12

    Amar manuh bure okol Musolman xokoloke dux die kintu amr Axomiya buru kom nhoi .. ✊✊

    • @fcodg755
      @fcodg755 หลายเดือนก่อน

      Toi Muslimneki nonsense

  • @JyoutishnaGogoi
    @JyoutishnaGogoi หลายเดือนก่อน +2

    Ponkhie niyai pauk😢

  • @NirmolRay118
    @NirmolRay118 หลายเดือนก่อน +1

    এনেকুৱা মানুহৰ ফাঁচীৰ যোগ্য।

  • @putulgayan648
    @putulgayan648 หลายเดือนก่อน +12

    সময় হ'লে সকলোৰে মুখা খোল খাই পৰে

  • @mainanmoinavlogs413
    @mainanmoinavlogs413 หลายเดือนก่อน +32

    Mastor namot kolonko hoi

  • @Bastab__zg
    @Bastab__zg หลายเดือนก่อน +2

    টকা আৰু চৰকাৰী চাকৰি ওও মা গো জোৱাই মেতেৰীয়েল😂
    এতিয়া কল khaa😘

  • @pabitradeka9424
    @pabitradeka9424 หลายเดือนก่อน +1

    এনেবোৰ মানুহক চৰকাৰে চাকৰি দিয়াৰ আগতে তেওঁ লোকৰ জন্ম কুন্দুলি লোৱা ভাল। 😢😢😢😢

  • @DeepDas-gz2yd
    @DeepDas-gz2yd หลายเดือนก่อน +5

    থোৱা হে আজি কালি ছোবালী মাক দেউতাকে ধনি লৰা চাই বিয়া দি দিয়ে দুখিয়া লৰা ভাল হলেউ নিদিযে কি যে হব মাক বাপেক বোৰ ধনি হলে বিযা দি দিব বিচাৰে কিনতু আৰু এটা কথা জোণমণি ৰাভা বা পুলিচ হযো ন্যায় নাপালে প‌ংখি বাই নো কৃত ন্যায়পাব নীতিকেশ নামৰ নৰপিশাচ টোক শাচতি দিব লাগে ইৰাক মাৰি পেলাৱ লা গে

  • @balendas4259
    @balendas4259 หลายเดือนก่อน +43

    কি বিকৃত মানসিকতাৰ লোক প্ৰভু । এইবোৰ মানুহ নে পশু । ইচ কৃষ্ণ । অসহ্য পাইছো । পাষণ্ড টোক বাচি দিয়ক।

    • @user-xl2nt1nw3q
      @user-xl2nt1nw3q หลายเดือนก่อน

      mari pelabo lage taku kurkur tuk

    • @mukulbaruah1833
      @mukulbaruah1833 หลายเดือนก่อน +2

      Balen Das, apuni u Hotyakari habo pariba. Karan apuni ji Dharma jigoraki uparwalak biswakh kore kheijone anyai bhabe juddhat manuh hotya koraisil, kheijonr anek ku kirty likha asey. Ekmatra nastk(Buddha i) he Hotyakari huarpora bosaba.

    • @gogoi1961
      @gogoi1961 29 วันที่ผ่านมา

      @@mukulbaruah1833 হয় একেবাৰে সঁচা

  • @niranjanlahon948
    @niranjanlahon948 หลายเดือนก่อน +2

    সচাঁ ভালপোৱা দিলেও দুদিন পাছত আপোনাক কস্ট দি এৰি যাব ।এটা ভাল income লাগে সকলোকে ।অচিনাকি বা জনী তোমাৰ আত্মাৰ শান্তি কামনা কৰো 😔

  • @Niju-pallab-borah
    @Niju-pallab-borah หลายเดือนก่อน +1

    আইনক এটাই অনুৰোধ কৰিছোঁ তাক উচিত শিক্ষা দিয়ক 🙏🥺

  • @miduldutta8798
    @miduldutta8798 หลายเดือนก่อน +27

    এই পষুটো ঘৰ বাৰী জ্বলাই দিব লাগে ,
    শিৱসাগৰ নিটাই পুখুৰী মানুহ হৈ অবহেলা কিয় ,
    অধিবক্তা বোৰে টকা লৈ হত্যা কাৰিক মিছা প্ৰমাণ প্ৰত্ৰ দাখিল কৰি মুকলি আকাশৰ তললৈ যাবলৈ ৰায় প্ৰদান কৰিব ,
    গতিকে এইটো হোৱা আগত ৰাইজে নিজেই উচ্চিত সিদ্ধান্ত ল'ব লাগে,
    এতিয়া শিৱসাগৰ অখিল গগৈৰ ডাঙৰিয়া ক'ত গ'ল ,
    এনেকুৱা মানুহক encounter কৰিব লাগে ,
    নে আইনৰ অধীনত মিছা প্ৰমাণ প্ৰত্ৰ দাখিল কৰি মুকলি আকাশৰ তললৈ যাবলৈ এৰি দিব লাগে ,
    মামা encounter কৰক এই পাখণ্ড মানুহ বোৰক ,
    জয় শ্ৰী ৰামমমমমমমমমমমমমমমম 🙏 🙏 🙏

    • @mukulbaruah1833
      @mukulbaruah1833 หลายเดือนก่อน +1

      Midul dutta dangaria apuni jetialoike monubadi, brahmonbadi, jatibadi jehadir bisardhara(Dharma)t thakiba, tente apuni u hoytu hotyakari habo. Karan nirbali, nirdukhi, nirbuj pranik he apuni Boli diey. Bolit biswakhi khakalr babe karuna moitry nai, kebol khingkha asey. Nastik(Buddhai) he Hotyakari huarpora bosaba.

    • @miduldutta8798
      @miduldutta8798 หลายเดือนก่อน

      @@mukulbaruah1833 ki baperor sat dal likhiso sat2 ,
      Toi morili buli vabisilu morai nai Jen sat ,
      Tut koi bhal bhal manuh mori goisa toi ki karane jiyai aso o sat2 ,
      Toi Mur comment burat reply nakaribe sat ,
      Tur sms moi suwa nai ladwa putek

    • @miduldutta8798
      @miduldutta8798 หลายเดือนก่อน

      @@mukulbaruah1833 তোৰ ফকতিয়া ভাষণ বন্ধ কৰ ,
      কি বাপেৰৰ মূৰটো লিখিছ আধা অসমীয়া আধা বাংলাদেশী,

    • @mousumgogoi123
      @mousumgogoi123 หลายเดือนก่อน

      Tur bokibo dorkr ki.....majot ??? Pokor khojoti uthise jodi belegt mar ge .. hi vul korise ..vul korile hasti paboi..pboee lage ​@@mukulbaruah1833

    • @gogoi1961
      @gogoi1961 29 วันที่ผ่านมา +1

      বনৰীয়া পাখন্দ পিখাস পৰিয়ালটোৰ ঘৰ বাৰী একেবাৰে জ্বলাই পেলাব লাগে ওচৰৰ মানুহে। লগতে সেই জহৰা পাখন্দটোক ও মাৰি পেলাব লাগে ৰাইজে।

  • @-s.editzcreation
    @-s.editzcreation หลายเดือนก่อน +17

    কেনেকৈ কব পাৰিছে শিক্ষক বুলি। পাখণ্ডটোক ফাঁচী দিয়ক অনবাৰৰ দৰে যাতে বাচি যাবলৈ নিদিয়ে

  • @swapnabarman1817
    @swapnabarman1817 หลายเดือนก่อน

    ❤❤❤❤ থিকে কৈছা আৰু তেওঁ ফাছী দিব লাগে

  • @swapamdas6425
    @swapamdas6425 หลายเดือนก่อน

    Radhe Radhe 🙏🙏

  • @user-cw3xr3pb1w
    @user-cw3xr3pb1w หลายเดือนก่อน +6

    কনীটো কাটি দিয়ক

  • @bidyutbikashgogoi5722
    @bidyutbikashgogoi5722 หลายเดือนก่อน +25

    আইনত গতাই কি লাভ, মৰিয়াই মাৰি পেলাওক তাকো।

    • @Harchitasaikia-zt1sj
      @Harchitasaikia-zt1sj หลายเดือนก่อน +3

      আমাৰ আইন খন বৰ নিষ্ঠুৰ আইন খন নে কেতিয়াও ভাল মানুহক নিয়াই নিদিয়ে আৰু যিমান পাৰে টকা টোহে চাই এই আইন খনে। অসম খনত বহুত আছে যি য়ে আজিলৈকে উচিত নিয়াই আজি পৰ্যন্ত পোৱা নাই ।আছলতে চোৰক যদি ধৰিব পাৰে তেনেহলে হাচতি তো নিজে দিব পাৰে আইন খন ক গতোৱাতকে। এই আইন খনে নিয়াই দিব যে আশা কম আৰু এতিয়া সেই নৰপিশাছ তোৰ লগত সেই নৰপিশাছনি কুলক্ষনি জনিক কো মাৰি পেলাব লাগে

    • @_gayatri_dutta
      @_gayatri_dutta หลายเดือนก่อน +1

      ​hmm😭 BA r le bohut mnt pore o knke nu phru
      Tai VNTI u mur lgte pohe
      BUT BA k u Hru r porah pi ahisuh 💔🥺

    • @bidyutbikashgogoi5722
      @bidyutbikashgogoi5722 หลายเดือนก่อน +1

      @@_gayatri_dutta নিয়তি এইয়া

  • @mousumichoudhury7409
    @mousumichoudhury7409 หลายเดือนก่อน

    আকৌ শিক্ষক মানে শিক্ষা গুৰু। আমাৰেই দুৰ্ভাগ্য 😢😢😢😢😢😢😢

  • @chumibora6485
    @chumibora6485 หลายเดือนก่อน +1

    আমাৰ আইনে টকা খাই এৰি দিৱ আজিলৈ এনেকুৱা ঘটনা বহুত হ'ল কাকো ফাঁচি নিদিলে আইনে

  • @nayakinfo4613
    @nayakinfo4613 หลายเดือนก่อน +5

    সেই বাবেই ছোৱালী এজনী য়ে জানিব লাগে গাৰ বৰণ বগা আৰু মৰমলগা সুঠাম যুৱক হলেই এজনী ছোৱালী ক্ষেত্ৰত ল'ৰাজনক হিৰো বুলি ভাবি লৈ প্ৰেম ত আগবাঢ়ি ব নালাগে। সুন্দৰ মৰমলগা মুখ এখনক কোনেও প্ৰাধান্য নিদিব। সি ল' ৰা ই হওঁক বা ছোৱালী য়ে হওঁক। ক'লা দেখাত খুব ধুনীয়া নহলেও ভাল মানুহ হব পাৰে।

    • @babitahazarika6300
      @babitahazarika6300 หลายเดือนก่อน

      সঁচাকৈ

    • @gogoi1961
      @gogoi1961 29 วันที่ผ่านมา

      বগাবোৰ কুৎসিত কুলাবোৰৰ নিচিনা পাখন্দ , বীভৎস নহয় দেই। তাৰ কথা বেলেগ, তাৰ বৰণ অলপ বগা হলেও সি "ৰিয়েল বগা" নহয়। আচল বগা সেইটোক হে কয় যি নগা , মিচিং, আহোম কছাৰী আদি ট্ৰাইবেল মানুহবোৰ

  • @user-zg3ps5ez3h
    @user-zg3ps5ez3h หลายเดือนก่อน +10

    Eman dhuniya suwali jonik mari pelale oo.. Usit hasti diok

  • @abhijitbania8475
    @abhijitbania8475 หลายเดือนก่อน

    Niyai lage🙏🙏

  • @nayanpatgiri84
    @nayanpatgiri84 หลายเดือนก่อน +1

    বেছি আধুনিকতাৰ ফালে আগবাঢ়ি গৈ গৈ আমি পুৰণি শিক্ষা বোৰ পাহৰি গৈছো
    পুৰণি সময়ৰ এনেকুৱা ঘটনা কেতিয়াও হোৱা নাছিল

  • @najmabegum9619
    @najmabegum9619 หลายเดือนก่อน +7

    ফাছি হ'ব লাগে তাৰ, যাতে কোনো ল'ৰাই এনেকুৱা কাম দ্বিতীয় বাৰ নকৰে 😠😠

  • @nkvlog8919
    @nkvlog8919 หลายเดือนก่อน +47

    Fachi diyak Tak joldi joldi

    • @mukulbaruah1833
      @mukulbaruah1833 หลายเดือนก่อน

      Nk vlog kiman k fassi diba. Apuni jodi monubadi, brahmonbadi, jatibadi jehadir swarthapr Dharma anukhilon kare tente apuni u Hotyakari hoboloi kinchit u khamay nelagiba. Kebol Budha r anukhilon a he manab jatir lagate jibakul u rokhya kariba. Monubadi, brahmonbadi, jatibadi jehadir mukhat Ram nam kinarat rakhe churi. Apuni Boli biswakhi hoy ne?

  • @user-ri3oz2hm1g
    @user-ri3oz2hm1g หลายเดือนก่อน +1

    এই জন মহান শিক্ষক উচিত শাস্তি দিব লাগে আৰু ফাচি দিব লাগিব পংখী বা জনী আত্মা ই শান্তি পাওক এই য়ে ভগৱানৰ ওপৰত প্ৰাৰ্থনা জনালোঁ 😂😂😂

  • @SumitaKochSumitrakoch
    @SumitaKochSumitrakoch หลายเดือนก่อน +1

    Love From Borsola 😎❤

  • @sahanasultana9592
    @sahanasultana9592 หลายเดือนก่อน +12

    Nil akash r name tu lobo nalagisil...vl nalagil

  • @user-he4mt6eb7z
    @user-he4mt6eb7z หลายเดือนก่อน +4

    এনেকৈ আমাৰ অসমত আজি কিমান চোৱালীৰ মিতৰো হয়ছে গতিকে আমাৰ অসম চৰকাৰে এইটু বন্ধ কৰিব লাগিব

  • @horeramtanti1046
    @horeramtanti1046 หลายเดือนก่อน +1

    ফাঁচি দিয়ক তেতিয়া হে পংশীৰ আত্মাই শান্তি পাব

  • @Munofficel
    @Munofficel หลายเดือนก่อน +1

    ধনী দেখি বিয়া দিব নিবিচাৰিব 🙏পইছায়ে সকলো নিদিয়ে 🙏 ধনীয়ে দিব ধন আৰু দুখিয়াই দিব মৰম ❤

  • @GopinathbarmanRamRamRam
    @GopinathbarmanRamRamRam หลายเดือนก่อน +4

    পাচি দিব লাগে এনেকুৱা পিষাচকূ❤❤❤

  • @air33-ias53
    @air33-ias53 หลายเดือนก่อน +10

    বিয়া পতাৰ ঢৌৰ মাজতে এসাৰ কথা। লৰা চাকৰি কৰিলেই বিয়া নিদিব। চাই চিটি হে দিব।

  • @user-hf9ul9eb1l
    @user-hf9ul9eb1l หลายเดือนก่อน +1

    তাক ফাঁচী দেওক এনে কা লৰা আমাক নালাগে এই সমাজত

  • @jiturabha5775
    @jiturabha5775 หลายเดือนก่อน

    এইবোৰ বৰ্তমান সময়ত সাধাৰণ কথাহে , দু:খ কৰিবলৈ একো নাই ।
    সামাজিক মাধ্যমত দিয়া বাবেহে আমি দেখিছো আৰু বাকীবোৰ কোনে মাত মাতিব

  • @hemalatachutia4669
    @hemalatachutia4669 หลายเดือนก่อน +4

    সত্যকা ৰিৰ। ফাঁচি হব। লগে

  • @nvnita
    @nvnita หลายเดือนก่อน +24

    muku mur mnh jone bht bea bibohar kre .....🥺🥺 ru atiya blg Suwali krne muk ariu dixe jdiu akow tar lgt lyft ktiya ba jbo lgiyaw hoi muku sge anekwwai kri pelabo enew mrim mrim ke thke 🥺hxai manob jatir kisumn mnh br nisthur vl dore krubak jiyai thakibo nidia misa mrom vlpua.....di pst ni loi mri pelai 🥺🥺🥺🥺🥺

    • @horumanuh.
      @horumanuh. หลายเดือนก่อน

      😢

    • @nvnita
      @nvnita หลายเดือนก่อน

      @@horumanuh. 🥺

    • @LLAhrnd
      @LLAhrnd หลายเดือนก่อน

      Kot ghr apunar 😟

    • @Partha7755
      @Partha7755 หลายเดือนก่อน

      Nijoke vl k rakhok

    • @nvnita
      @nvnita หลายเดือนก่อน

      @@LLAhrnd sivsagar 😫

  • @rabencreationallmix5569
    @rabencreationallmix5569 หลายเดือนก่อน

    🥺🥺🥺🥺🥺🥺🥺🥺❤️❤️❤️❤️❤️beya lagile bahut 🥺🥺🥺❤️❤️

  • @momidas7120
    @momidas7120 หลายเดือนก่อน +1

    From Hyderabad

  • @durlavmshry1312
    @durlavmshry1312 หลายเดือนก่อน +7

    হাই ৰে হাই বালৰ
    এই মানৱ জীৱন 🙂💔

  • @nasrinakthar642
    @nasrinakthar642 หลายเดือนก่อน +29

    Suali biya dile xodai nijor ghr khon r lgt mila koi dibo lge jdi nijor ghr khon t koi olp uport jai tatiya hole suali r krne a bipod aji ei gotana tui proman kri dile...Baki dukhi a xasti pawok

  • @user-kn9kk3yj6o
    @user-kn9kk3yj6o หลายเดือนก่อน

    Aibur manuhok jabot jibon karadonda dibo lge ❤❤❤

  • @NivaKalita-oo3yb
    @NivaKalita-oo3yb หลายเดือนก่อน +1

    বিচাৰ কৰি থকাতকৈ তাক মাৰি পেলাব লাগে।

  • @gyanjyotisofficial9466
    @gyanjyotisofficial9466 หลายเดือนก่อน +6

    strong Govmnt lage amak. fasi hbo lge

    • @vnm559
      @vnm559 หลายเดือนก่อน

      Ajir jug t kar fasi hua dekhise.. eibilak jiman koleu kam nai eneu edin eri dibo yak

  • @utpalborah2179
    @utpalborah2179 หลายเดือนก่อน +7

    ধনী দুখীয়া কথা নাই মানুহ বেয়া হ'লে ধনীও বেয়া থাকে দুখীয়াও বেয়া থাকে।।চাকৰী কৰা সকলো ধনী দানৱ নহয় বহুত দুখীয়া ঘৰৰ ছোৱালী ধনী ঘৰত ৰাণীৰ দৰে আছে আৰু কিছুমানৰ জীৱন গৈছে😂।।থিক সেইদৰে দুখীয়াৰ মাজতো আছে নৰপিষাচ।।চায়চিতিটো সকলো যায় আগতীয়াকৈ গম পালে কোন যাব এনেকুৱা মানুহলৈ।।।।

  • @birajgaming878
    @birajgaming878 หลายเดือนก่อน +1

    ই মৰিলে হে বাইদেউৰ আত্মাই শান্তি পাব

  • @neelimabrahma5511
    @neelimabrahma5511 29 วันที่ผ่านมา

    পংখীক যেনেকৈ শাস্তি দি মাৰিছে তাকো একে শাস্তি দি মৰাতোহে উচিত |

  • @princegogoi1564
    @princegogoi1564 หลายเดือนก่อน +11

    Manuh Mora manuhok direct fasi diok jodi hosa hoi ghotonati.....eri dibo nalage tak.....ponkhi tumar atmai siro hanti paok....🙏🙏🙏🙏