গুজৰাটত ৪টা, অসমত এটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ অনুমোদন

แชร์
ฝัง
  • เผยแพร่เมื่อ 29 ก.ย. 2024
  • ▶️ অসম-গুজৰাটত হ’ল ছেমিকণ্ডাক্টৰ, কৰ্ণাটকত নহ’ল
    ▶️ গুজৰাটত ৪টা, অসমত এটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ অনুমোদন
    ▶️ বৰ্তমান সময়ত ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ চাহিদা বিশ্বজুৰি বৃদ্ধি
    ▶️ কৰ্ণাটক বঞ্চিত হোৱা বুলি মন্ত্ৰী প্ৰিয়াংক খাৰ্গেৰ ক্ষোভভৰা টুইট
    ▶️ প্ৰিয়াংক খাৰ্গে হৈছে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ
    ▶️ প্ৰিয়াংকৰ টুইটক লৈ প্ৰতিবাদত উত্তাল বিজেপি
    ▶️ মুখ্যমন্ত্ৰীৰ পৰা কেইবাজনো মন্ত্ৰী, দলীয় নেতা সৰৱ খাৰ্গেৰ বিৰুদ্ধে
    ▶️ ৰাজ্যত ক্ৰমাৎ শক্তি বৃদ্ধি কৰা কংগ্ৰেছ অস্বস্তিত খাৰ্গেৰ বক্তব্যত
    ▶️ মল্লিকাৰ্জুন খাৰ্গে আৰু প্ৰিয়াংক খাৰ্গে অসম বিৰোধীঃ মুখ্যমন্ত্ৰী
    ▶️ অসমৰ দৰে সৰু ৰাজ্য এখনে কৰ্ণাটকৰ মন্ত্ৰীৰ টোপনি কাঢ়ি লৈ গৈছে
    ▶️ প্ৰিয়াংক খাৰ্গেৰ মন্তব্যক যোগাত্মক হিচাপে লৈছোঁঃ হিমন্ত বিশ্ব
    ▶️ সমালোচনাত সৰৱ মন্ত্ৰীদ্বয় পীযূষ হাজৰিকা-জয়ন্তমল্ল বৰুৱা
    ▶️ টানি আনিছে ভূপেন হাজৰিকা সন্দৰ্ভত মল্লিকাৰ্জুন খাৰ্গেৰ ভাষ্য
    ▶️ সুধাকণ্ঠক এজন সাধাৰণ গায়ক বুলি অভিহিত কৰিছিল খাৰ্গেই
    ▶️ অস্বস্তিৰ মাজত বিজেপিক প্ৰত্যুত্তৰ দিয়াৰ চেষ্টা কংগ্ৰেছৰ
    ▶️ প্ৰিয়াংক খাৰ্গেক সমৰ্থন দি উত্তৰ দিছে গৌৰৱ গগৈয়ে
    ▶️ গৌৰৱৰ মতেও গুজৰাটক ৪টা প্ৰকল্প দি কৰ্ণাটকক বঞ্চিত কৰিছে
    ▶️ প্ৰত্যুত্তৰ দিছে ভূপেন বৰা, ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈয়েও
    ▶️ ছেমিকণ্ডাক্টৰক লৈ খাৰ্গেৰ বক্তব্য অসমৰ বাবে অপমানজনক নেকি?
    ▶️ ছেমিকণ্ডাক্টৰ প্ৰকল্পই অসমত সলনি কৰিব পাৰে ঔদ্যোগিক বাতাবৰণ
    ▶️ প্ৰিয়াংক খাৰ্গেৰ দৰে কংগ্ৰেছো অসমত ছেমিকণ্ডাক্টৰৰ বিৰোধী নেকি?
    ▶️ কিয় অসম কংগ্ৰেছে প্ৰিয়াংক খাৰ্গেৰ বিৰুদ্ধে আনুষ্ঠানিক বক্তব্য দিয়া নাই?
    ▶️ অসমত কংগ্ৰেছৰ উত্থান যাত্ৰাত বিধি-পথালি দিব নেকি এই বক্তব্যই?
    ▶️ বিজেপিয়ে তীব্ৰ বিৰোধিতাৰে ৰাজনৈতিক মুনাফা ল’ব বিচাৰিছে নেকি?
    ▶️ বিজেপিৰ অভিযোগৰ কি প্ৰত্যুত্তৰ দিব অসম কংগ্ৰেছে?
    ▶️ ‘দৰবাৰ’ৰ আলোচনাৰ বিষয় ছেমিকণ্ডাক্টৰ-খাৰ্গেক লৈ কংগ্ৰেছৰ অস্বস্তি

ความคิดเห็น • 6

  • @DkfkFkkf-f4g
    @DkfkFkkf-f4g 5 ชั่วโมงที่ผ่านมา +1

    BJP is good for India along with ASSAM..

  • @gunajitsarma5579
    @gunajitsarma5579 6 ชั่วโมงที่ผ่านมา

    Congress sarkar axomat sambhob nohai . sarkar koribole jogya dokhya netar proijon . Jogy neta keijon asse Congress dolat sarkar koribole

  • @Boraanshu
    @Boraanshu 6 ชั่วโมงที่ผ่านมา

    Nokore .. 26,t ahibo nisina lagise vomgreey

  • @parthaborgohain1239
    @parthaborgohain1239 4 ชั่วโมงที่ผ่านมา

    Sudr

  • @AmiyaKumarDas-p4e
    @AmiyaKumarDas-p4e 5 ชั่วโมงที่ผ่านมา

    Tiri r maar khowa manuhor kotha nukhunu

    • @SanjaySarma-yf1yc
      @SanjaySarma-yf1yc 5 ชั่วโมงที่ผ่านมา

      🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣নকব