The legend comes with another mc skilled literate vibes in the hip-hop scene of Assam. Shou-out to my inspiration Abhishek Mukherjee ❣️❣️❣️❣️🙏🙏🙏🙏🙏🙏❣️❣️❣️❣️
""সংঘৰ্ষৰ ধুমুহাত কি শব্দ,,,,!!!!!!!! আমি মাথোন মূক,স্তব্ধ৷"" অসমীয়া হিপহপৰ পথেৰে যোৱা প্ৰতিজন পথাচাৰীয়ে ক'ব, Van M এক ইতিহাসৰ পাতনিৰ পৃষ্ঠা৷ Red salute comrade!!!!
আপোনাৰ কষ্ট আৰু সাধনাই সোনকালেই স্বীকৃতি পাব বুলি মোৰ দৃঢ় বিশ্বাস ৷ এই ধৰণৰ গান হয়তো বহুজনে শুনা নাই, কিন্তু যিয়ে এবাৰ শুনে সি অনুধাৱন কৰিব ৰেপ সংগীতৰ কিমান জোৰ আছে ৷
#সংঘৰ্ষ
কিছুমান কথা কব আহিছো..
এজন যোঁজাৰো Abhishek Mukherjee
প্ৰথমবাৰৰ বাবে এটি Rap গীতত প্ৰেমত পৰিছোঁ মই...
আগতে নুশুনো একেবাৰেই কিন্ত এই Rapটি শুনি তেজ গৰম হৈ গৈছে...তেজ উতলিছে...ইমান ধুনীয়াকৈ বৰ্ণনা কৰিছে Abhishek Mukherjeeয়ে...সন্মান এই ৰেপটিৰ প্ৰতি...সন্মান এই মানুহজনক..
0%Nudity -- 0%Bikes,Wines,Cars etc..
100% Hardwork we Saw ... আচলতে বুজিটো পালো তাৰ ওপৰিও বিশেষ অনুভৱ কৰিলো..
ভালপোৱাৰ কাৰণ সমূহ :☺️
১. গুৰুত্বপূৰ্ণ বিষয় ওপৰত💌
২ .কন্ঠটিয়ে জোকাৰি পেলাইছে(the burning voice)💌
৩. ৰেপটিৰ কথাবোৰ বজ্ৰপাত💌
৪. বৃদ্ধ,ডেকা,সৰু..সকলোৱে শুনি ভাল পাব💌
৫.অসমীয়াগিৰি💌
৬.কোনো বিষয়ৰ প্ৰতি ৰুচি বঢ়োৱা কায্য(motivation)
আচল ৰেপ...প্ৰতিজন যুৱ প্ৰজন্মৰ জীৱনৰ সৈতে হোৱা ঘটনাবোৰ শুনি পাব....অশেষ ধন্যবাদ তোমালৈ এনে ৰেপ গীত আমাক দিয়াৰ বাবে..বিশ্বাস তুমি পাৰিবা...সকলোকে অনুৰোধ জনাইছো এবাৰ শুনি চাব এজন যোজাঁৰোৰ চিঞৰ...
.Rise Up...Shine Up...Go Up...Bless Always..
অতুলনীয়
Point 5 is d best
hvy
অসমীয়া ৰেপৰ আচল সৌন্দৰ্য্য ।
Comment is 🔥🔥💓
0% nudity
0% cars,wine
100% HARD WORK....
Hii... Bro.
ai vdo2 suaa,, কাক চকু দেখাইছ MADARJAAT 😜😜,, বহুত জমনি চোৱা 👇👇👇
th-cam.com/video/sRQ3EejoKo8/w-d-xo.html
"লাঞ্চিত, বঞ্চিত, হৃদয় মোৰ ভগ্ন,
আনৰ সʼতে বন্ধ কোঠাত প্ৰেয়সী মোৰ নগ্ন।"
Lyrics bro🔥🔥🔥
Epic lines
it was his real life event😢😢
What is the meaning of this lines in English ?
@@mdirtazurrahman6100
Embarrassed, Discriminated, heart broken
My lover is naked with someone in closed room
Juiii
শব্দ নে বজ্রপাত,,,
আপোনাৰ শব্দত সমাজ কপাই দিব পৰা শক্তি আছে।।।।
আমি সদায় আপোনাৰ লগত আছো,, আপুনি গাই যাওক।।
"লাঞ্চিত, বঞ্চিত, হৃদয় মোৰ ভগ্ন,
আনৰ সʼতে বন্ধ কোঠাত প্ৰেয়সী মোৰ নগ্ন।"
0:45 দৰিদ্ৰ হৈ জন্ম লোৱা মোৰ জীৱনৰ অভিশাপ...
Relate the line 😢💔
শব্দ নে বজ্ৰপাত...😱😱
জোকাৰি পেলালে..💜💜
Hoi Vai
হয়, একেবাৰে বজ্ৰ!
এইটো flow নে ছুনামি.. 🌊🌊
ডুবাই পেলালে মোক .. 🔥🔥
আপোনাৰ শব্দত গোটেই সমাজ জোঁকাৰি পেলাব পৰা ক্ষমতা আছে 🔥
Hii.... Bro.
ai vdo2 suaa,, কাক চকু দেখাইছ MADARJAAT 🤨🤨,, বহুত জমনি চোৱা 👇👇
th-cam.com/video/sRQ3EejoKo8/w-d-xo.html
অসমৰ হীৰা আমাৰ VanM _ সদায় আছো বন্ধু _ 💥
ভাল বনাইছা ভাই 👍👍
✊ জয় আই অসম ✊
অসমীয়া ❤️
VANM is the future of Assamese Hip-hop scene.
Period.
Absolutely 🔥🔥
Most underrated rap boy of Assam
. We love u bro
মই ভাল গান শুনিলে ঘৰৰ সকলোৱে শুনিবলৈ home theatre ত বজাও। বহুত অসমীয়া গান শুনিলোঁ আৰু ঘৰৰো সকলোকে শুনালো। সদায় গানতো শুনাৰ পিছত ভাল লাগিল, ভাল গাইছেহে কৈছিল।
কিন্তু আপোনাৰ গানটো শুনাৰ পিছত মোৰ ঘৰৰ সকলোৱে এইটোহে আচল গান বুলি কৈছে, কাৰণ গানতোৰ প্ৰতিটো লাইনতে আজিৰ সমাজৰ কথা।প্ৰেমৰ গান বহুত আছে,কিন্তু অনেকৱা সমাজৰ সঁচা কথা গান হিচাপে প্ৰকাশ কৰা বহুত কম শিল্পী আছে।Hats off. দামী গাড়ী, bike, background dancer বা big-budget নহলেও যে ভাল গান বনাব পাৰি এইটোৱে প্ৰমাণ।
আপুনি দাদা এনেকৈয়ে অসমীয়া rap like যাব, মই এইটো লগৰ সকলোলৈকে share কৰিলোঁ আৰু আগলৈও কৰি যাম।
এইটো video ত million views নাই তাত কিয় নাই তো সকলোৱে জানে আৰু এনেকৱা video ত views matter নকৰে কাৰণ দাদা আপোনাৰ যিখিনি views বা subscriber আছে সেইখিনি আপোনাৰ গানৰ কাৰণেহে আহিছে।
1000times likes from me and from my family and friends. Please do more Assamese rap.
You will remember after also 100 years for this rap in assam. Best rap i have ever listen on you tube.
@kaushik Borah 👌👌 Agreee
Correct
Please guyz famous him👏👏... Aag🔥🔥🔥🔥🔥
Really ya plz famous him next level 🔥🔥🔥
Next time
Hi is allready famous in assam hip hop
* phone rings *
Hello, this is the fire department.
Me: Yeah, it's Van M again. Bring your largest tanker this time.
The legend comes with another mc skilled literate vibes in the hip-hop scene of Assam.
Shou-out to my inspiration Abhishek Mukherjee
❣️❣️❣️❣️🙏🙏🙏🙏🙏🙏❣️❣️❣️❣️
অসমীয়া Hip hop ৰ ইতিহাস ৰচনা,
শব্দৰ ভুমিকম্প, VAN M, ,
Life mein jitna bhi rap song Suna hai sabse best rap song
Load of Love from Assamese in Sydney, Australia..... Full support......
Through his lyrics, he has told not only about himself but also about the underground singer and rapper who wants to make his career in Assam.
ভাই আপুনি মহান...|||
আপোনাৰ গানত জুই নিগৰে...||
ৰচি যাব ইতিহাস..
পিছফালে আমিবোৰ আছো ✊
আজিহে শুনিলো আপোনাৰ ৰেপ। কবলৈ ভাষা নাই কি কম এনেকুৱা ৰেপাৰ আমাৰ কাৰনে বহুত প্ৰয়োজন। আপোনাৰ ৰেপ শুনাৰ লগে লগে গাত অসমীয়াৰ তেজ জাগী উঠে। দুৰ্নীতি ৰেপ সংগীতটি দৰে আৰু ৰেপ সংগীত বনাবচোন।
aapunr gaanr sbdot mur teej utoli jaii...moja aapunr lgt asuu...rosibo lagibo itihakh
সুতৰ বিপৰীতে যোৱা জনেই ইতিহাস ৰচে 🔥🔥🔥
সোত হয়
বহুতৰ গাত লাগিব কথাখিনি
VAN-M be like-লাগিব দে ছেট*
মা এ এদিন গৌৰৱ কৰিব 🙏
I didn't understand anything but I can feel you bro
If you feel you leave the earth .
@@dipakrai116 Ok 👍
☺
@@LAHON Ohk thank you Sir.
Bro, I don't know where you are from. This is an Assamese Rap Song and the lyrics of the Song makes your body's hair will Shiver.
2.03 pora Ga num xiori jaii .... Mind blowing bro keep it up 💕😊 Bihu t edin matibo 🔥
হতবাক, অবাক হৈ গ'লো,
প্ৰতিটো শব্দই স্বতন্ত্ৰ, জোকাৰনী ভূমিকম্পৰ,
কি সুন্দৰ জিৱন ভাই আপোনাৰ.🤗🥰 যিমান দুখত থাকিলেও আপোনাৰ ডিদিঅ চোৱাৰ পাছত মনটো ভাল লাগি যায়,🥰🤗😍
সচাকৈ আপুনি এজন Real Artist🙏
Dimoria সোনাপুৰৰ পৰা ১ বস্তা মৰম দিলো#swapanboro
Divine of Assamese rap🙏is known as Van M
""সংঘৰ্ষৰ ধুমুহাত কি শব্দ,,,,!!!!!!!! আমি মাথোন মূক,স্তব্ধ৷""
অসমীয়া হিপহপৰ পথেৰে যোৱা প্ৰতিজন পথাচাৰীয়ে ক'ব, Van M এক ইতিহাসৰ পাতনিৰ পৃষ্ঠা৷
Red salute comrade!!!!
জীৱন এক সংঘৰ্ষ
Juii
#DaxBABU
U have made us the Assamese proud.....u r very famous in Mumbai.....
Yes brother you can make a history of assamese rap🔥🔥🔥🔥big fan dada❤️
মই blv কৰিৱ পৰা নাই কি শুনিলো....
🔥🔥🔥 Hats off bhai...
Full suport ase aamr falor pora aapunaley....🙏🙏🙏
Van Mukharjee bro . big fan of u. dinot doh bar man baje mur home theatre t, mukhostho hoi goise. durniti aru xonghorkho
1000+ শুনিলো তথাপিও প্ৰতিবাৰতে তেজ গৰম হৈ যায় 🤟🤟🤟🤟🤟
Keep it up we are always with you
Ever single words touch my heart
Salute
You gonna make history definitely
I have listened to a good rap after a long time. I am lucky I discovered you. Keep up the good work.
হৃদয় চুই গ'ল দাদা 😍😍 আৰু মোৰ এটা অনুৰোধ বলৎকাৰৰ হৈ এটা গান শুনা পাম বুলি আশা কৰিছো🙏🙏
সঁচাকৈ
Dhuniya...gaan
O my God lyrics manibo logia ksm bhut arthapurno mjja lagil
This is real hip hop, Assamese Rap Industry needed this badly. ❤
Thankyou❤
Lyrics ✔
Real talent ✔
Like it bro..you are awesome 💥😍😍
2:23 besi val lgxe
Don,t worry dada,,, you're my legend
Aisssssshhh mozzzzaaa
শব্দবোৰ জুই🔥
He is the rising star of ASSAM respect his song 🔥🔥🔥
Hii... Bro.
ai vdo2 suaa,, কাক চকু দেখাইছ MADARJAAT 🤨🤨,, বহুত জমনি চোৱা 👇👇👇
th-cam.com/video/sRQ3EejoKo8/w-d-xo.html
Total.. Savage.. 💥💥
Lyrics were like the bullets of an akm percing through the haters...
Keep it up bro.. 👍👍
his words in this beautiful meaningful song were more like a manual machine gun rather than an akm
হিলাই দিছা দাদা ❤
তেজ গৰম হৈ গৈছে 🔥🔥
আগুৱাই যোৱা দাদা অসমীয়া rap ৰ ইতিহাস তোমাৰ নাম জিলিকি উঠক তাকে কামনা কৰোঁ
শব্দৰ ভূমিকম্প 🔥
শব্দ নহয় যেন ভূমিকম্প 🔥🔥
Our Assamese Rap God🔥🔥🔥 Hats off man ❤
VAN M is back with a masterpiece... Jui lyrics kela jui beh 🔥🔥🔥
Tumi itiah goriba👍👍👍 dada......moichini pao tmk aru adin sobe chini pabo🤟🤟🤟
আপোনাৰ কষ্ট আৰু সাধনাই সোনকালেই স্বীকৃতি পাব বুলি মোৰ দৃঢ় বিশ্বাস ৷ এই ধৰণৰ গান হয়তো বহুজনে শুনা নাই, কিন্তু যিয়ে এবাৰ শুনে সি অনুধাৱন কৰিব ৰেপ সংগীতৰ কিমান জোৰ আছে ৷
I cant stop watching...
10 bar man ekerahe xuni a asu 🔥❤
Your songs give me goosebumps everytime I hear.
Bro I m an Assamese and I m proud of u
VanM : Respect mate. I was hunting for words for but unable to. A gem!
God bless u brother... সাংঘাটিক ভাল লাগিল।
I proud of u bro ..😌 2mi mur dada hisape moi gorvo koru ..❤anke aruu aagg bahi jwa ....2mr lgt ami xodai asuu ...🙂❣
💥💥💥💥💥💥💥💥💥💥💥❤❤❤❤❤❤❤❤❤❤❤❤ তেজ গৰম হৈ গ'ল দাদা ❤❤
apuni best of best 💪💪
Hii.... Bro.
ai vdo2 suaa,, কাক চকু দেখাইছ MADARJAAT 😜😜,, বহুত জমনি চোৱা 👇👇
th-cam.com/video/sRQ3EejoKo8/w-d-xo.html
@@pallablaskar8730 😄😄👌
এইটো কন্ঠ নহয় আপোনাৰ ব্ৰজ হয়, যাক এতিয়া অসমৰ বেছিকৈ প্ৰয়োজন হৈছে, আগবাঢ়ি যাওক শুভেচ্ছা থাকিল
Awesome man awesomeness!!! Hobdo bisari puwa nai.... Joi Aai Axom
Kostobur prokakh paise ...bht hard
Straight outta Assam❤❤
100% hardwork and 101% Respect for you🙏
I can tell my kids that i heard this legend
Respect respect respect!!!! Talent..
Aponar protito khobdot ...1ta msg ase val lge ...ru aguai jaouk god bless you first time khuniso rap song ...
Regular hunu apunar Akai kaita gan 🔥🔥🔥🔥🔥
Same bro
Hip Hop jai ho.. VAN M jai Ho.... 💪👌👌💖❤❤❤❤❤❤❤❤❤❤❤❤❤
Hii... Bro.
ai vdo2 suaa,, কাক চকু দেখাইছ MADARJAAT 🤨🤨,, বহুত জমনি চোৱা 👇👇
th-cam.com/video/sRQ3EejoKo8/w-d-xo.html
I can't understand Assamese, but still this got me. Music and Emotions go beyond language. We need our local languages. Keep going bro.
🤘হৃদয় চুই গল বন্ধু, এয়াহে সংগীতৰ প্ৰকৃত বিৱৰ্তন। নহলে সস্তীয়া এচাম শিল্পীয়ে অসমৰ সংগীতৰ ৰাজহাৰ ডাল হালাই দিব খুজিছিল। বহুত শান্তি পালোঁ, প্ৰকৃত শিল্পীৰ অভাৱ বাৰুকৈ অনুভৱ কৰি আছিলোঁ, তোমাৰ আৱিৰ্ভাৱত বহুত সকাহ পালোঁ। আৰু ভৱিষ্যতে তোমাৰ লগত দেখা হোৱাৰ আৰু কাম কৰাৰ কামনাৰে এই ভাবগধূৰ ৰাপটোৰ বাবে আন্তৰিক অভিনন্দন🤘
Bro Tumi agole juwa ..love big fan
Damn
Van M lyrics is something else man
It's on another level
Savage song👍
this man is serious dope
Yes struggle is something everyone is not related with 🤐😲
Ooo be bhai ki likhisa be lyrics ultimate song bro #xonghorkho
Bohut val gaise dada ...... Anedorei vobisyote o gai thakok
Assam'r legend 🔥
Hii... Bro
ai vdo2 suaa,, কাক চকু দেখাইছ MADARJAAT 😜😜,, বহুত জমনি চোৱা 👇👇
th-cam.com/video/sRQ3EejoKo8/w-d-xo.html
Damn bro🤘....
It was insane...👌🤘
Moja lagil xuni... you're my one and only most favorite Assamese rapper ..💕
Rupam Deka he is my teacher in allen
@@wargodyuvraj1879 awesome 🤟
Hii.... Bro.
ai vdo2 suaa,, কাক চকু দেখাইছ MADARJAAT 🤨🤨,, বহুত জমনি চোৱা 👇👇
th-cam.com/video/sRQ3EejoKo8/w-d-xo.html
Tumar agot Rajveer , 9t nine , mc eibur eku nhoi !!
Van M🔥
Bro VAN M nd ISLAND badiya hoi sabse nd Rajveer sabse faltu rapper gali diye
Baaal island warrior😂
I can hear Asam from Dhaka 😍❤️🌹
Dada tomi onek valo rap koro 🤘🏻
Real hip hop, lyrics, rhymes, axomiya hip hopor legend... Van M❤️❤️
Masterpiece
bro tumr lyrics 🔥
অসমীয়া সংগীতৰ জগতত খলকনি van m🙏🙏
Kali r pora okl ai2 gaan ai huni asu.. ...moja bro 😎
Moja bro ✊ super
Akhimoya hip hop a re rosim edin etihakh.❤️
Hii.... Bro.
ai vdo2 suaa,, কাক চকু দেখাইছ MADARJAAT 😜😜,, বহুত জমনি চোৱা 👇👇
th-cam.com/video/sRQ3EejoKo8/w-d-xo.html
Proud as an assamee🔥🔥wat a rap!!!
Your songs shows the damn reality ❤️
Hii... Bro
ai vdo2 suaa,, কাক চকু দেখাইছ MADARJAAT 🤨🤨,, বহুত জমনি চোৱা 👇👇
th-cam.com/video/sRQ3EejoKo8/w-d-xo.html
Aguwai jua... Amak aru laage...
জুই 🔥 ককাই 🤘
Boht hard🔥🔥