Ojaantric || Assamese Podcast ft. RIMA DAS || Ep.98
ฝัง
- เผยแพร่เมื่อ 26 ก.ย. 2023
- Our Second channel:
Oasis Talukdar : www.youtube.com/watch?v=MQQwb...
Udayan Duarah : www.youtube.com/watch?v=bQPji...
OJAANTRIC.....
For business inquiries you can mail us at: oasismotionfilms@gmail.com
#ojaantric
#assamesepodcast
#RIMADAS
আপোনালোকৰ সম্ভৱ হ'লে মানে অনুপম শইকীয়া দাক মাতিব চোন । ইমান ধুনীয়া ধুনীয়া গান গান দিলে আমাক কিন্তু এতিয়া যেন মানুহজন ক'ৰবাত হেৰাই গ'ল।
Guest selection should remain just like this❤️
ৰিমা দাস । শান্ত শিষ্ট নম্ৰ দূৰদান্ত প্ৰতিভাৰ অধিকাৰী মহিলা গৰাকী অসমৰ গৌৰৱ । খুবেই ভাল লাগিল আজিৰ খণ্ডটি । আমাৰ হেপাহৰ অনুষ্ঠান অযানত্ৰিক লৈ ধন্যবাদ। 🙏💐
ছয়গাওঁ ছোৱালী -- কাহিনী , পৰিস্তিতি , পৰিৱেশৰ , সৃষ্ঠিত অসাধাৰণ প্ৰতিভা -- my salute specially goes to you
Kisuman qn moi bhabu xudhibo lagisile... Jene teu kenekua dhoronor world cinema saisile, director r karone knekua observations important hoi, jihetu teu kunu film school jua nasile, knekoi emn direction r technicalities bur xikile, kor pora xikile, bahiror director kar kar movie Sai, tenekua world cinema bonabo karone particular film school jaboi lage neki, Direction r karone teu ki ki books refer koribo etc etc. Enekua dhoronor prosno bur xudhibo, atleast kiba eta clue paleu we can learn.
সময়ৰ সোঁতত হেৰাই নোযোৱা মানুহ গৰাকী ।। এগাল ক্ষোভ আছে , ৰীমা বাইদেউৰ চিনেমা বোৰ কিয় অসমৰ হল বোৰত ভালকৈ নাহে বা নাচাই । অসমৰ চুটি চিনেমাৰ আদৰ্শ আঁৰৰ আচল নায়িকা ৰীমা বাইদেই,, যি সকলে "village Rock start " চোৱা নাই সেই সকলে এবাৰ চাওক গম পাব অসমীয়া চিনেমা আচলতে সঁচা অৰ্থ আৰু আচল সোৱাদ কি ।।❤❤❤
প্ৰিয় ব্যক্তি গৰাকী❤️❤️।কথনশৈলী ইমান সুন্দৰ !জুখি-মাখি কথা কয়।ভাল লাগিছে episod টো❤️❤️❤️
বঢ়িয়া লাগিল।তৰাজ হাজবেণ্ড চাই আপ্লুত হ'লো।ৰীমা দাসলৈ অভিনন্দন জনাইছোঁ।
Only For Rima Baa ❤❤❤❤❤🙏 hats off to you. And congratulations for the film Tora's Husband
Her story is an inspiration for many budding creators ❤
Ojaantric is an emotion for me❤..and I'm always thankful to ojaantric for introducing me with the two finest singer Prabin Borah and Bishrut Saikia.
She proved that failure is the first step of success 🙏
আজিৰ episode টো বহুত ভাল লাগিল। অনেক প্ৰতিভা থকা মোৰ প্ৰিয় ব্যক্তি গৰাকী লৈ বহুতো মৰম ও শুভেচ্ছা জনালোঁ আৰু আগবাঢ়ি যোৱা।❤❤
বৰ ভাল লাগিলে। ভিডিঅটো একে বহাতে চালো। চোকা মানুহ বোৰ এনেকুৱা হয়। ৰিমা দাস।
Thank you very much ,Ajantrik respected Rima Das ak mata karone..Teor kotha bor suni khoob bhaal lagil..❤️
কিয় জানো,এখেতৰ চিনেমা চাই মোৰ দুখ আৰু সুখৰ মিশ্ৰণ হৈ মনত কিবা এটা সাঙঘাটিক ভাল লাগে আৰু চকুপানী ৰখাৰ নোৱাৰো।আজি তেখেতৰ কথা বতৰা শুনি চাই সমানেই ভাল লাগিল। ধন্যবাদ Ojaantric।
She is truly very intellectual and has a powerful imaginary mind that god given to her..All the best to her upcoming projects..🙏👍
Love u ❤ud daa and oasis daa for this back to back dhamaks🎉
I was waiting for her. Loved the conversation 🥰
What a humble person. Such a gem of a person we have ❤