প্ৰকৃত ভকত কোনজন ? | উজ্জ্বল সৌকাধৰা ভাগৱত ব্যাখ্যা | Ujjal Saukadhara bhagawat bakhya | Vagawat

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ต.ค. 2024
  • প্ৰকৃত ভকত কোনজন ? | উজ্জ্বল সৌকাধৰা ভাগৱত ব্যাখ্যা | Ujjal Saukadhara bhagawat bakhya | Vagawat
    #প্ৰকৃত_ভকত_কোনজন_?
    #উজ্জ্বল_সৌকাধৰা_ভাগৱত_ব্যাখ্যা
    #Ujjal_Saukadhara_bhagawat_bakhya
    #Vagawat
    #Bhagawat_Bakhya
    #Ujal_Hokadhara
    #Avaypuriya_Namghar_Bhagawat
    #Bhagawat_bakhya_by_ujal_hokadhara
    #ভাগৱত_পাঠ
    #ভাগৱত_ব্যাখ্যা_উজ্জ্বল_সৌকাধৰা
    #অভয়পুৰীয়া_নামঘৰ_ভাগৱত_ব্যাখ্যা
    #assamese_bhagawat_bakhya
    #ভাগৱত_পাঠ_ও_ব্যাখ্যা
    #vagawat_bakhya_ujal_hokadhara
    #ujal_hokadhara_video
    #ujal_hokhdhara_bhagawat_bakhya
    #ujjal_hokadhora_bhagawat_bakhya
    #ujjal_hokadhara_bhagawat_bakhya
    #Culture_of_Assam
    #Culture_of_Assam_youtube
    @cultureofassam
    @cultureofassamyoutube
    @everyone
    @followers
    @subscribers
  • บันเทิง

ความคิดเห็น • 99

  • @ranjanborah9407
    @ranjanborah9407 2 หลายเดือนก่อน +3

    🙏🙏🙏

  • @dipanakr1761
    @dipanakr1761 หลายเดือนก่อน +3

    সুন্দৰ কন্ঠ 🙏

  • @lifeisajourney0011
    @lifeisajourney0011 2 หลายเดือนก่อน +2

    ❣️🙏🏻🙏🏻🙏🏻❤

  • @BabitadehingiaBabitadehingia
    @BabitadehingiaBabitadehingia 3 หลายเดือนก่อน +3

    Krishna Krishna

  • @NitulNarjary
    @NitulNarjary 5 หลายเดือนก่อน +3

    ,🙏🙏🙏🙏🙏

  • @PriyankaDutta-r5r
    @PriyankaDutta-r5r 2 หลายเดือนก่อน +2

    Ram ram

  • @PranobSaikia-iv6xu
    @PranobSaikia-iv6xu 3 หลายเดือนก่อน +3

    Krishna

  • @narendranathsaikia5532
    @narendranathsaikia5532 5 หลายเดือนก่อน +3

    35:13

  • @bhargabhazarika8155
    @bhargabhazarika8155 หลายเดือนก่อน +3

    Krishna krishna krishna 🙏🙏🙏🙏

  • @AngkitaBorah-on6pn
    @AngkitaBorah-on6pn 4 หลายเดือนก่อน +3

    কৃষ্ণ

  • @khirensharma8666
    @khirensharma8666 4 หลายเดือนก่อน +3

    Apuni mohapurukh🙏🙏🙏

  • @BitenDutta
    @BitenDutta 4 หลายเดือนก่อน +3

    Krishna Krishna bup

  • @AnomaiDas
    @AnomaiDas 5 หลายเดือนก่อน +3

    Krishna🙏🙏🙏

  • @PabanBarman-ke5pe
    @PabanBarman-ke5pe หลายเดือนก่อน +2

    Naskar baapjon ,krishna.

  • @MomiPhukan-i5f
    @MomiPhukan-i5f 5 หลายเดือนก่อน +3

    Krishna🙏🙏🙏krishna🙏🙏🙏🙏

    • @PradipGogoi-i7b
      @PradipGogoi-i7b 2 หลายเดือนก่อน

      ঈশ্বৰ আৰু প্ৰকূত ভকত আপোনালোকে যি দৰে বিছাৰিলে ক'ত পাব? চাৰি বেদ ১৮পুৰাণ উপনিষদ গীতা ভাগৱত কীৰ্তন দশম ৰত্নাৱলী নাম ঘোষা আৰু যত শাস্ত্ৰ ধৰ্ম গ্ৰন্থ আছে সকলো পঢ়ক। ভগৱানক বিচাৰি থাকিলে ক'ত পাব? চাৰি বেদত বহুতো কথা আছে। বেদ মানে জ্ঞান যেতিয়া বহুতো জ্ঞানৰ শিক্ষা দিক্ষা কথা বতৰা থাকিব পাৰে। বেদৰ অন্তত শেষৰ ভাগক উপনিষদ বোলা হয় । উপনিষদ হৈছে বেদান্ত দৰ্শন ্। উপনিষদ সমূহ বহুতো আছে। গীতা ও এখন উৎকৃষ্ট মানৰ উপনিষদ। বাকী ৰামায়ণ মহাভাৰত আদি মহাকাব্য ভাগৱত পুৰাণ আদি ধৰ্মগ্ৰন্থ সমূহত জ্ঞান আদি বিভিন্ন ধৰণৰ ধৰ্ম মূলক ভক্তি প্ৰেম শ্ৰদ্ধা আগ্ৰহ পাব। কিন্তু পৌৰাণিক ভাৰতীয় দৰ্শন সমূহ আধ্যাত্মিকতাবাদৰ ওপৰত প্ৰতিষ্ঠিত এই উপনিষদ সমূহৰ দৰ্শন আৰু আধ্যাত্মিকতাবাদ গভীৰ মনোযোগ দি পঢ়িলেই আচল আত্ম বোধ আত্ম উপলব্ধি আধ্যাত্মিক জ্ঞান বিজ্ঞান চিন্তা চৰ্চা চেতনা ধ্যান ধাৰণা তত্ত্ব দৰ্শন সকলো সহজে দুৰ্লভ মূল্যৰ প্ৰাপ্তি হ'ব।‌ অহম ব্ৰহ্মাশ্মি। ব্ৰহ্মৰ ওপৰত কোনো ভগৱান ও নাই আৰু জীৱ ও নাই। ব্ৰহ্ম সত্যম জ্ঞানম অনন্তম। ব্ৰহ্ম সৰ্বোচ্চ সত্য। ব্ৰহ্ম বিশুদ্ধ চেতনা আৰু নিগূন সচিদানন্দ। সাগৰৰ পানীত উঠা ঢ়ৌ বিলাক আৰু জোৱাৰ বিলাক আচলতে সাগৰৰ পানীয়েই নহয় জানো? নিশ্চয় হয়। ইহঁতৰ ভিতৰত একো বৈষম্য নাই। একেই ও অভিন্ন। নাম দুটা কাম দুই ধৰণৰ। ইমানেই। কিমান ঢ়ৌ বিলাক উঠিছে আৰু কিমান নামিছে তাৰ হিচাব নাই। কিন্তু ঢ়ৌ বিলাক ও পানী আৰু সাগৰত থকা পানী ও পানী। একে পানী। চাৰি মুঠি জীৱ আৰু ব্ৰহ্ম একে অভিন্ন। আটাইয়েই বায়ু। অনুকুল বায়ু। অসীম অনন্ত মহাকাশ ভৰি থকা মাটি পানী তলৰ পৰা আকাশলৈ জুৰি থকা বিয়পি দহবিধ বায়ু যেনে প্ৰাণ অপ্ৰাণ উদ্যান বেন সমান নাগ কুম্ম কিকৰ দেৱ দত্ত আৰু ধনঞ্জয় বায়ুৰ লগত সংযোগ হৈ থাকে ব্ৰহ্ম। প্ৰথম পাঁচটা লগত সংযোগ মূখ্য পিছৰ পাঁচ টকা উপবায়ু হিচাপে থাকে ব্ৰহ্মৰ লগত। দেহত্যাগ কৰে ব্ৰহ্ম ই প্ৰাণ বায়ুৰ লগত। গতিকে ব্ৰহ্ম বা আত্মা একেই অভিন্ন আৰু অনুকুল বায়ু মণ্ডলৰ সীমা নাই। অনন্ত কোটি ব্ৰহ্মাণ্ডত বিয়পি ‌থাকিব। গতিকে ব্ৰহ্ম বা আত্মা আৰু জীৱ চেতনা জীৱাত্মা যি নহক সকলো ব্ৰহ্ম ও অভিন্ন ব্ৰহ্ম সত্য আৰু এক জগত মিথ্যা। মানে ব্ৰহ্মৰ ওপৰত জগত নহয়। ব্ৰহ্মৰ মায়াৰ শক্তিৰ ভ্ৰম ত জগত বিলোপন দেখা যায়। চকুৰে দেখা কানেৰে শুনা হাতেৰে স্পৰ্শ কৰা মনে মনে ভবা প্ৰকৃতিৰ সকলো বস্তুৱেই ব্ৰহ্মৰ মায়াৰ শক্তিৰ ভ্ৰম ত সুন্দৰ দেখা পোৱা যায় কিন্তু জগত খন মায়াময় মিথ্যা। সকলো চাৰি মুঠি জীৱ ই ব্ৰহ্ম বা আত্মা। কাৰণ ব্ৰহ্ম বা আত্মা বা জীৱাত্মা চেতনা জীৱ সকলো সঙ্ঘবদ্ধ হৈ ব্ৰহ্ম। সাগৰৰ পানী আৰু সাগৰত উঠা ঢ়ৌ বিলাকৰ মাজত বৈষম্যতা নাই। এক ব্ৰহ্ম সত্য। যি সকলো জীৱ বা চেতনা বা আত্মা ক ব্ৰহ্ম জ্ঞান কৰে। তেওঁ আচল ভকত। আৰু ব্ৰহ্ম হ'ল পৰম আত্মা। ব্ৰহ্মৰ ওপৰত কোনো ভগৱান নাই। ধন্যবাদ। প্ৰদীপ গগৈ গুৱাহাটী

  • @JitenDeka-to2dd
    @JitenDeka-to2dd 4 หลายเดือนก่อน +4

    Hori hori

  • @CristianoRonaldo321-x
    @CristianoRonaldo321-x 22 วันที่ผ่านมา

    ঔম নমঃ ভাগৱতেই বাসুদেৱ ❤

  • @sarujandas121
    @sarujandas121 6 หลายเดือนก่อน +3

    Krishna Baap Parnam

  • @BharatiBorah-ux8yx
    @BharatiBorah-ux8yx 17 วันที่ผ่านมา

    সুন্দৰ হৈছে

  • @barnalidas7784
    @barnalidas7784 6 หลายเดือนก่อน +3

    Krishna Krishna Ram Ram Krishna Krishna Ram Ram Krishna Krishna Ram Ram Krishna Krishna

  • @AnitaRabha-oe1fs
    @AnitaRabha-oe1fs 4 หลายเดือนก่อน +3

    Krishna Krishna Ram ram.....

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 6 หลายเดือนก่อน +5

    Krishna 🙏 bap আন্তৰিক অভিনন্দন জনালো আগুৱাই যাওঁক কৃষ্ণ

  • @Madhujyahazarika-yn2sc
    @Madhujyahazarika-yn2sc 4 หลายเดือนก่อน +3

    ৰাম কৃষ্ণ🙏

  • @pranabjyotihazarika7145
    @pranabjyotihazarika7145 6 หลายเดือนก่อน +3

    কৃষ্ণ কৃষ্ণ 🙏

  • @jutikakalita5497
    @jutikakalita5497 4 หลายเดือนก่อน +3

    Krishna Krishna kripa kara Prabhu

  • @pallabikagohain5720
    @pallabikagohain5720 6 หลายเดือนก่อน +3

    Krishna Namo Sarbon Karu Jano Harbo Khiyona Krishna Krishna Krishna 🙏🙏🙏

  • @SangeetaMedhi-ut1ij
    @SangeetaMedhi-ut1ij 4 หลายเดือนก่อน +4

    Krishna tumar soront kuoti kuoti nomaskar

  • @AnontaHazarika
    @AnontaHazarika 5 หลายเดือนก่อน +3

    Kirshna❤❤❤🎉

  • @ManoshGogoi-um5si
    @ManoshGogoi-um5si 5 หลายเดือนก่อน +3

    Ram krishna

  • @pallabikagohain5720
    @pallabikagohain5720 6 หลายเดือนก่อน +3

    Krishna Namo Sarbon Kirtan Maha Puinyo Kama Nimojjito Boishnab Habar Saron Pankoja Huwa Nibadisu 🙏 Krishna Krishna Krishna 🙏🙏🙏

  • @DhurbaBora-v7y
    @DhurbaBora-v7y 6 หลายเดือนก่อน +2

    Krishna Krishna 🙏🙏🙏

  • @chandramalakar6177
    @chandramalakar6177 6 หลายเดือนก่อน +3

    Krishna bahut bhal lagil khuni. ❤❤

  • @sarbeswardoley2388
    @sarbeswardoley2388 6 หลายเดือนก่อน +3

    Swarup Rani Doley. কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ প্ৰণাম 🙏🙏🙏

  • @malaranimech8140
    @malaranimech8140 5 หลายเดือนก่อน +4

    Ram Krishna krishna❤❤❤

  • @pranabjyotihazarika7145
    @pranabjyotihazarika7145 6 หลายเดือนก่อน +3

    কৃষ্ণ কৃষ্ণ প্ৰভু 🙏
    বাখ্যা শুনি আপ্লুত হলো

  • @RanjanDutta-z4i
    @RanjanDutta-z4i 4 หลายเดือนก่อน +4

    সুললিত কণ্ঠ, মনোমহা ব্যাখ্যা , যিমান শুনিলেওঁ হেপাহ নপলাই, কৃষ্ণ কৃষ্ণ হৰি হৰি, আগুৱাই যাওঁক 🙏🙏🙏

  • @dipabhuyan3684
    @dipabhuyan3684 4 หลายเดือนก่อน +3

    কৃষ্ণ প্ৰভূ তোমাৰ মাত খাৰ ইমান সুন্দৰ ভগৱান দেখা যেন লাগিলে তুমি এ ভগৱান সেৱা জনাইছো পোনাকণ

  • @moneswarsaikia6141
    @moneswarsaikia6141 5 หลายเดือนก่อน +3

    Ram Ram Krishna Krishna

  • @binuchangmai4466
    @binuchangmai4466 6 หลายเดือนก่อน +2

    সুন্দৰ।

  • @ramcharandeka9143
    @ramcharandeka9143 6 หลายเดือนก่อน +4

    Ramkrishna

  • @evaborgohain4202
    @evaborgohain4202 5 หลายเดือนก่อน +3

    Krishna krishna .

  • @JitenSaikia-de6xh
    @JitenSaikia-de6xh 15 วันที่ผ่านมา

    Krishna sondar bakhker bapjoner soron komalt sewa jonalu krishna.oh hari oh ram❤

  • @PrasadBorah
    @PrasadBorah 5 หลายเดือนก่อน +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @BijoyPawandasBijoyPawandas
    @BijoyPawandasBijoyPawandas 4 หลายเดือนก่อน +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 সেৱা নিৱেদিছু বাপ 🙏 বৰ সুন্দৰ উপস্থাপন কৃষ্ণ কথা তথা মহা ভাগৱতৰ কথা। আশীৰ্বাদ কৰিব বাপ আমি যাতে ঈশ্বৰ সেৱাত মনোনিবেশ কৰিব পাৰোঁ 🙏🌻🌾🌷 আপোনাৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলো 🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 জয় শ্ৰী কৃষ্ণ 🙏🌻🌾🌷 জয় শ্ৰী ৰাম কৃষ্ণ 🙏 জয় শ্ৰী হৰি নাৰায়ণ 🙏 জয় কৃষ্ণ শংকৰ মাধৱ দুজনা গুৰু 🙏🌾🌻🌷🪷

  • @krishna-l4c8k
    @krishna-l4c8k 4 หลายเดือนก่อน +4

    কৃষ্ণ কৃষ্ণ

  • @madhobdas9879
    @madhobdas9879 4 หลายเดือนก่อน +1

    Eman sundor mat bhhut dhunia huni thakibor mon jai

  • @KABITABURAGOHAIN-gz7wd
    @KABITABURAGOHAIN-gz7wd 6 หลายเดือนก่อน +3

    ইমান সুন্দৰ বৰ্ণন । বাপজনাক প্ৰভুৱে কৃপা কৰক কৃষ্ণ🙏🙏

    • @RajenMedhi
      @RajenMedhi 6 หลายเดือนก่อน

      ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤95:v&68740😮

  • @bulukantadutta8912
    @bulukantadutta8912 6 หลายเดือนก่อน +3

    Krishna,Krishna ব্যাখ্যা শুনি আপ্লুত হলো ।🙏🏻🙏🏻

  • @prabhatnath2658
    @prabhatnath2658 5 หลายเดือนก่อน +3

    Kontho ati sundar

  • @DudulSaikia-ko2lf
    @DudulSaikia-ko2lf 6 หลายเดือนก่อน +3

    Govinda provu krishna krishna ......

  • @jeutideka9317
    @jeutideka9317 4 หลายเดือนก่อน +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏

  • @BinitaGowalla-zj6yx
    @BinitaGowalla-zj6yx 5 หลายเดือนก่อน +3

    Kirshna 🙏🙏🙏

  • @junmoniduttaa
    @junmoniduttaa 6 หลายเดือนก่อน +2

    Bhagobot. Shuni. Val.. ❤❤❤Lagise

  • @nikunjanath4932
    @nikunjanath4932 5 หลายเดือนก่อน +3

    Pranam

  • @dipisaikia287
    @dipisaikia287 6 หลายเดือนก่อน +3

    কৃষ্ণ হৰি ৰাম

  • @Tulikaartacademy912
    @Tulikaartacademy912 5 หลายเดือนก่อน +4

    কৃষ্ণ কৃষ্ণ বাপ জনাৰ চৰণ কমলত কৌতি কৌতি সেৱা জনালো কৃষ্ণ‌‌

  • @Anima_Bharali123
    @Anima_Bharali123 6 หลายเดือนก่อน +5

    সুন্দৰ বাখ্যা। শুনি থাকিবৰ মন যাই। কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @BhabaniDas-m2t
    @BhabaniDas-m2t 6 หลายเดือนก่อน +3

    Krishna krishna

  • @G.Bflutefficial
    @G.Bflutefficial 4 หลายเดือนก่อน +3

    সুন্দৰ কণ্ঠ হৰি ৰাম 🙏🙏

  • @Himangshu..555
    @Himangshu..555 6 หลายเดือนก่อน +3

    কৃষ্ণ,🙏 বহুত ভাল লাগিল ।

  • @JayantaDhing-py2to
    @JayantaDhing-py2to 5 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ বা প

  • @pronatikonwar
    @pronatikonwar 6 หลายเดือนก่อน +4

    Ki kom bhakha nai ❤পুণ্যাত্মাই কিমানলৈ যে পুণ্য কণ বিলাইছে ❤হে ৰাম। কৃপা কৰা

  • @MinaBaruah-bl7nn
    @MinaBaruah-bl7nn 5 หลายเดือนก่อน +3

    Val kam karila ai vagatahila

  • @NumalBhuyan-ih6hf
    @NumalBhuyan-ih6hf 6 หลายเดือนก่อน +3

    Krishna.krishna.

  • @hiranyakrnath7073
    @hiranyakrnath7073 6 หลายเดือนก่อน +2

    ভাপ জনাৰ চৰনত সেৱা জনাইছোঁ। ইমান কম বয়সতে বহুত শক্তি দিছে পৰভূৱে বাপ আগোৱাই যাব ই

  • @bubulbangthai917
    @bubulbangthai917 6 หลายเดือนก่อน +3

    কৃষ্ণ প্ৰভু

  • @tarunloying7732
    @tarunloying7732 5 หลายเดือนก่อน +17

    কৃষ্ণ বাপ আপোনাৰ কণ্ঠ বৰ মিঠা ।শুনি থাকিবৰ মন যায়। ভাগৱতৰ কথাবোৰ বৰ সুন্দৰভাৱে ব্যাখা কৰিব পাৰে।আগুৱাই যাওক।

  • @পাপুকৰ্মকাৰ
    @পাপুকৰ্মকাৰ 5 หลายเดือนก่อน +3

    কৃষ্ণ বাপ মধুৰ হৰি নাম শ্ৰৱণ কৰিবলৈ পায় আমি ধন্য হলো সেৱা জনালোঁ

  • @pompiborah2495
    @pompiborah2495 6 หลายเดือนก่อน +3

    কৃষ্ণ 🙏

  • @jamunahazarika4374
    @jamunahazarika4374 6 หลายเดือนก่อน +3

    Krishna Prabhu kripa kariba

  • @rinagogoi1795
    @rinagogoi1795 6 หลายเดือนก่อน +3

    Krishna krishna ati hundra biyakha isware kipa karak

  • @PradipGogoi-i7b
    @PradipGogoi-i7b 6 หลายเดือนก่อน +4

    বাপ জনে কোৱা কথা বোৰ সত্য। শাস্ত্ৰ সন্মত সত্য কথা। কিন্তু ভাৰতীয় দৰ্শন আধ্যাত্মিকতাবাদৰ ওপৰত প্ৰতিষ্ঠিত। অথাৎ ভাৰতীয় শাস্ত্ৰীয় দৰ্শন সমূহত বৈজ্ঞানিক গৱেষণা আৰু দাৰ্শনিক তত্ত্ব সহ সৰ্বকালৰ সৰ্বোচ্চ উত্তম পৰম সত্য লাভ হয় আধ্যাত্মিকতাবাদৰ মাধ্যমেৰে পূৰ্ণ ব্ৰহ্ম স্বৰূপে ্সি হ'ল ব্ৰহ্ম সত্য জগৎ মিথ্যা। অতি চমু কৈ একে এষাৰে কৈ পেলোৱা এই কথা ষাৰ ব্ৰহ্ম সত্য জগৎ মিথ্যা মহাপুৰুষ মহিষী দৈৱিক ঐশ্বৰিক গুণ সম্পন্ন ব্যক্তি সকলে হে বুজিব পাৰে সাধাৰণতে বহিৰ্জগৎ বাপ জনে পাঠ কৰা মতে চলি আছে চলি থাকিব। কাৰণ অনন্ত কোটি ব্ৰহ্মাণ্ডত ব্ৰহ্মৰ ওপৰত কোনো নাই ভগৱান ও ব্ৰহ্মৰ ওপৰত নহয কাৰণ ব্ৰহ্ম হৈছে অচল অজনমা অমৰন অভগন অলিপ্ত অচিন্ত অব্যক্ত অক্ষয় অব্যয় নিৰাকাৰ নিবিকাৰ অনাদি অনন্ত কল্পনাতীত কালৰ অতীত চৈতন্য সনাতন অসীম সবব্যাপী নিগূন সবাৰো উদ্ধত ইত্যাদি। অতি চমু কৈ কবলৈ গলে উৰণ বুৰন গজন ভ্ৰমণ চাৰি মুঠি জীৱ আত্মা বা ব্ৰহ্মৰ প্ৰতিবিম্ব মানে। ব্ৰহ্মৰ পৰা জগত সৃষ্টি হোৱা ৰ বাবে দুবিধ প্ৰকৃতিৰ উৎপত্তি হৈছে এক হ'ল পৰা প্ৰকূতি আনবিধ অপৰা প্ৰকূতি। পৰা প্ৰকৃতিৰ চেতনা আছে ই ব্ৰহ্মৰ প্ৰতিবিম্ব। পৱিত্ৰ চেতনাক আত্মা বোলে। দেহৰ লগত সংযোগ হৈ আত্মা থকাৰ বাবে দেহে নিজকে আত্মা জ্ঞান কৰে আত্মা ইও নিজকে দেহ জ্ঞান কৰে। এই হ'ল দেহ আৰু দেহী ৰ মাজত থকা অহ্ঙকাৰ। আত্ম বোধ আত্ম উপলব্ধি হীন হৈ দেহকে আত্মা জ্ঞান কৰি জীৱ ই জন্ম মৃত্যু বন্ধনৰ চক্ৰৰ পৰা মুক্ত হ'ব নোৱাৰে। কিন্তু চেতনা হৈ থাকে। চেতনা ই আত্মা জ্ঞান লাভ কৰিব পাৰিলে আত্মা হৈ জন্ম মৃত্যু বন্ধনৰ ‌ পৰা মুক্ত হয়। গতিকে ব্ৰহ্ম সত্য জগৎ মিথ্যা। অনন্ত কোটি ব্ৰহ্মাণ্ডত মাএ এক ব্ৰহ্ম বাকী সকলো মিথ্যা মায়াময় বিনাশ শীল। ব্ৰহ্ম সত্য। সত্য শৌচ ক্ষমা দয়া শ্ৰদ্ধা ভক্তি প্ৰেম বিশ্বাস আদি নিগূন নিষ্কাম ৰসময়ী হ্নদয়স্থিত ভাৱনাই প্ৰেম ময় সত্য শুদ্ধ নিত্য পৱিত্ৰ আৰু জড় জগত খন মায়াময় প্ৰাকৃতি নিমিষতে শেষ হৈ যাব মহা প্ৰলয়ত। অকল থাকিব মানে পৰম ব্ৰহ্ম যি মাএ এক সত্য। গতিকে শাস্ত্ৰ সমূহ পঢ়িলেই নহ'ব তাক হ্নদয়ঙ্গম কৰিব লাগিব। জাতি ধৰ্ম বৰ্ণ লিঙ্গৰ কথা ই নাইকীয়া অনন্ত কোটি ব্ৰহ্মাণ্ড খন মায়াময় মিছা। ব্ৰহ্ম সত্য। ব্ৰহ্ম ঈশ্বৰৰ ওপৰত ্ এক ব্ৰহ্মৰ পৰাই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যত জীৱ জঙ্গম কীট পতংগৰ অগ নগ জগ তেৰি প্ৰতিবিম্ব। ইমান ঈশ্বৰ ঈশ্বৰী দেৱী দেৱতা জাতি ধৰ্ম বৰ্ণ লিঙ্গ একো নাই। সকলো জীৱ প্ৰকৃতিৰ ভিতৰতে জীৱ শ্ৰেষ্ঠ মানৱ। সকলো জীৱ প্ৰকৃতিৰ নিয়ম নীতি মতেই চলি থাকে কিন্তু জীৱ শ্ৰেষ্ঠ মানৱৰ ‌বাদে।মানৱৰ পৰা ই দানৱ আৰু জীৱ শ্ৰেষ্ঠ মানৱ আৰু মহিষী মহৎলোক দাৰ্শনিক বৈজ্ঞানিক গৱেষক সাহিত্যিক আধ্যাত্মিক চিন্তা চৰ্চা কৰা মানুহ সদাচাৰী দৈৱিক গুণ সম্পন্ন ঐশ্বৰিক গুণ সম্পন্ন ব্যক্তি সকলৰ ক্ৰম বিকাশ সাধন কৰে। পিছলৈ থাকিলে। প্ৰদীপ গগৈ অসম গুৱাহাটী।

  • @sumitradeka3599
    @sumitradeka3599 5 หลายเดือนก่อน +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏
    জয় জগতগুৰু শ্ৰীশ্ৰীমন্ত শঙ্কৰদেৱ 🙏🙏🙏🙏🙏🙏🙏

  • @minatimech4993
    @minatimech4993 6 หลายเดือนก่อน +4

    কৃষ্ণ কৃষ্ণ বাপ

  • @Krishnakoch174
    @Krishnakoch174 6 หลายเดือนก่อน +2

    Krishna krishna probhu val lagil🙏🙏🙏🙏🙏🙏🙏🙏🙏❤

    • @GunomaiNath
      @GunomaiNath 4 หลายเดือนก่อน

      ❤😅

  • @PradipGogoi-i7b
    @PradipGogoi-i7b 5 หลายเดือนก่อน +2

    হে বান্ধৱ আজি কিছু বছৰৰ আগৰ পৰা নাম ঘৰ বা সামাজিকভাৱে বা প্ৰতি ঘৰ মানুহৰ ঘৰে ঘৰে ভাগৱত পাঠৰ অনুষ্ঠান অনুষ্ঠিত কৰা দেখা পোৱা গৈছে। ই এক শুভ লক্ষণ আৰু মঙ্গলজনক কায্য পন্থা। সাম্প্ৰতিক সময়ত ভাৰতীয় দৰ্শনৰ প্ৰতি আৰু অতি প্ৰাচীন আধ্যাত্মিকতাবাদৰ ওপৰত ভাৰতীয় মানুহৰ স্বদ্ধা ভক্তিৰ বামপন্থী সূঁতি বোৱাৰ সময়ত অতি প্ৰাচীন আধ্যাত্মিকতাবাদৰ পোষকতাৰ ওপৰত ভিত্তি ৰাখি ইমান ভাগৱত পাঠৰ অনুষ্ঠান অনুষ্ঠিত কৰা তো এক সূভলক্ষণ আৰু ইয়াৰ প্ৰাসংগিকতা ও অতি লেখত লবলগীয়া। সাম্প্ৰতিক কালত জগতত জীৱ শ্ৰেষ্ঠ মানৱৰ অতীন্দীয় অলৌকিক পাৰমাথিক আধ্যাত্মিকতাবাদৰ পৰা আতৰি ইন্দ্ৰিয় আসক্তি সামাজিক বৈষম্যতা কামনা বাসনা লোভ মোহ কাম ক্ৰোধ মদ মাচায্য ৰাজসিক তামসিক আদি ভাৱনা হ্নদয়ত লৈ ব্যক্তিকেন্দীক চিন্তা চৰ্চাৰে জীৱন নিৰ্বাহৰ পদ্ধতি ব্যৱহাৰৰ শিক্ষা লাভ কৰা ধনী মানি সুখ-শান্তিৰে ভোগ বিলাসৰ উপভোগৰ অৰ্থে জীৱন ধাৰণৰ উপযোগী হোৱাকৈ শিক্ষা দিক্ষা লোৱাত মগ্ন। ধৰ্ম অৰ্থ কাম মূখ্য ‌ নাই প্ৰয়োজন। সত্য শৌচ ক্ষমা দয়া শ্ৰদ্ধা ভক্তি আগ্ৰহ বিশ্বাস আৰু প্ৰেম আদিৰ বিপৰীতে শোষণ নিস্পেষন অত্যাচাৰ অবিচাৰ বেভ্যিচাৰ অত্যাচাৰ অহ্ঙকাৰ আদি ৰাজসিক তামসিক গুণ সম্পন্ন দুষ্ট দৈত্য দানৱ সকলে ভৰি আছে। অতীতৰ ভাৰতীয় ৰিষি মুনি মহিষী সকলে অৰণ্যাশ্ৰম বিলাকত বেদ উপনিষদ পুৰাণ বেদান্ত দৰ্শন ৰামায়ণ মহাভাৰত গীতা ভাগৱত আদি ভাৰতীয় দৰ্শনৰ আধ্যাত্মিকতাবাদৰ মাধ্যমেৰে শিক্ষা প্ৰদান কৰাইছিল। তেতিয়া দিনত মানুহ বোৰ সাম্য সত্য শুদ্ধ পৱিত্ৰ আৰু সহনশীলতা মহৎ আছিল। সামাজিক বৈষম্যতা বিহীন এখন আধ্যাত্মিকতাবাদৰ ওপৰত প্ৰতিষ্ঠিত সমাজ সংস্কৃতি ৰাজনীতি ধৰ্ম অৰ্থ নীতি সকলো প্ৰকাৰৰ উন্নত মানদণ্ডৰ ভাৰত আছিল। আজিৰ সময়ত তেনে কুৱা হ'লে বহুতো ভাল। কিন্তু আগৰ দৰে তো হোৱাই নাই। অলপ ও পৰিবৰ্তন ও হোৱা দেখা নাই। মানুহৰ আত্ম বোধ আত্ম উপলব্ধি আধ্যাত্মিক চিন্তা চৰ্চা ধ্যান ধাৰণাৰ কোনো বদলি হোৱা নাই। নিগূন নিষ্কাম ৰসময়ী হ্নদয়স্থিত ভাৱনা হোৱা নাই।ৰজ আৰু তম গূণৰ হে প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। ভাগৱত মুখেৰে পঢ়িলেই নহ'ব মানুহৰ মুখেৰে পঢ়িলে এখন কানেৰে সোমাই আনখন কানেৰে উলাই গুছি যাব। দেখাক দেখি একাদশী পাতি লাভ নাই। সদাচাৰ শিকিলে হ্নদয়ত থকা মায়া মোহ কাম ক্ৰোধ মদ মাচায্য ৰাজসিক তামসিক ৰিপু আৰু গুণ সমুহ নিজে নিজে স্বভাৱিক ভাবে পৰিস্কাৰ হৈ যায়। বাৰিষা নদীৰ বুকুত জলেৰে উফন্দি নানান গেলা পচা লেতেৰা জাবৰ জোঠৰ সোঁতত উতি আহে আৰু শৰৎকালৰ নদীৰ পানীত সেই বোৰ নাথাকে নিজৰ স্বভাৱতেই নিৰ্মল পৱিত্ৰ হৈ পৰে। ভক্তি প্ৰেম বিশ্বাস একে। হ্নদয়য়েৰে পঢ়িব লাগিব মানৱীয় প্ৰমূল্যবোধ বুজি পাব লাগিব। সাম্প্ৰতিক কালৰ মানুহৰ মনত হ্নদয়ত পাপ হিচাপে আৰু অহ্ঙকাৰ ভৰি আছে। হ্নদয় পৱিত্ৰ নহ'লে ভাগৱত মুখেৰে পঢ়িলেই নহ'ব। নমস্কাৰ। প্ৰদীপ গগৈ। গুৱাহাটী।

  • @ranjandas1158
    @ranjandas1158 6 หลายเดือนก่อน +4

    কৃষ্ণ কৃষ্ণ বাপ ।প্ৰভু ভগৱন্তই আপোনাক কুশলে ৰাখক ।

  • @ThakursingBorkola-eq4jv
    @ThakursingBorkola-eq4jv 6 หลายเดือนก่อน +5

    ram.ram.duroi.para.namaskar

  • @dhireswarray8159
    @dhireswarray8159 6 หลายเดือนก่อน +26

    Ram Ram Krishna Krishna Krishna probhu joy shree krishnay govindo Hore murari hay natho narayono nomo nomo dhyono dhyono dhyono probhu 🙏🙏🙏

  • @NirodchBaruah
    @NirodchBaruah 5 หลายเดือนก่อน +3

    কৃষ্ণ কৃষ্ণ বাপ চৰণে সেৱা নিবেদিছো।

  • @lakshyasaikia6597
    @lakshyasaikia6597 5 หลายเดือนก่อน +3

    🙏🙏

  • @Janmonichetia-dx6yh
    @Janmonichetia-dx6yh 4 หลายเดือนก่อน +3

    Krishna Krishna

  • @biswsnatharbuwarianju2330
    @biswsnatharbuwarianju2330 4 หลายเดือนก่อน +4

    কৃষ্ণ

  • @Nihadas12313
    @Nihadas12313 6 หลายเดือนก่อน +2

    Krishna

  • @AnomaiDas
    @AnomaiDas 5 หลายเดือนก่อน +3

    Krishna🙏🙏🙏

  • @gopalbania8618
    @gopalbania8618 5 หลายเดือนก่อน +3

    Krishna krishna 🙏🙏🙏🙏🙏🙏

  • @pratibhakalitabaruah7321
    @pratibhakalitabaruah7321 5 หลายเดือนก่อน +3

    Krishna Krishna 🙏🙏

  • @sumitradeka3599
    @sumitradeka3599 6 หลายเดือนก่อน +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏

  • @mamuneoge
    @mamuneoge 5 หลายเดือนก่อน +3

    🙏🙏

  • @SumiDaskormar
    @SumiDaskormar 5 หลายเดือนก่อน +3

    Krishna Krishna Krishna

  • @MousumiHazarika-n7l
    @MousumiHazarika-n7l 5 หลายเดือนก่อน +3

    Krishna

  • @bramakantataid5653
    @bramakantataid5653 5 หลายเดือนก่อน +4

    Krishna 🙏🙏

  • @chandanadeka5880
    @chandanadeka5880 6 หลายเดือนก่อน +3

    Krishna Krishna Krishna

  • @LakhimiGohain
    @LakhimiGohain 6 หลายเดือนก่อน +3

    Krishna Krishna

  • @AnomaiDas
    @AnomaiDas 5 หลายเดือนก่อน +4

    Krishna🙏🙏🙏