Big Breaking | 8 February 2024 | Himanta Akhil Fights | Himanta 7 Big Announcement | Earning Tips
ฝัง
- เผยแพร่เมื่อ 29 ก.ย. 2024
- Big Breaking | 8 February 2024 | Himanta Akhil Fights | Himanta 7 Big Announcement | Earning Tips
For Sponsor🌎 bharalimithu81@gmail.com
WhatsApp📞7002492869
Telegram 📲 t.me/@sp70024
এই চেনেলত আপুনি দৈনিক বাতৰিৰ লগতে বিভিন্ন ধৰণৰ আঁচনি আৰু শিক্ষাৰ লগত জড়িত video পাই থাকিব । পলম নকৰি তৎক্ষণাত Subscribe কৰি লওঁক 🙏🙏🙏
এই পৰিয়ালৰ 🤟সুস্থ থাকক সবল থাকক সকলো 💪
#sunny_technologyAssamese #january2024 #assam_tech_learning #Assam #TomorrowIndiaClosed #AssameseLatestNewsToday #todayassamesenews #AssameseNews #8February2024HimantaBiswaSarmaNews #battery #8FebruaryAssameseLatestNewsToday #8February #AssameseNewsUpdate #8FebruaryHimantaNewRuleRegulations #newsliveassamesenews #HimantaBiswaSharmaCabinateBigNews #BigBreakingNews #assamrationcardnews #Assam #8Februaryassamesenews #AssameseNews #NewsLiveAssam #TodayAssameseNews #HimantaBiswaSarmaNewsToday #AssameseBreakingNews #assamesenews #AssameseTopNews #8FebruaryTopNewsToday #Sunny_Technology #8February2024AssameseMorningNews #AssameseMorningNews #assamesenewstoday #dy365news #todayassamesenews #HimantaCabinateEmployeesBigNews #assamesenews #sunny_technology #Sunny_Technology
বহু সময়ত অসমৰ মাননীয় মূখ্যমন্ত্ৰীৰ বহু বিষয়ত একমত নহলেও এইটো বিষয়ত সদায়েই তেখেতৰ লগত আছো ৷
HBS zindabad zindabad zindabad 🙏
বিজেপি চৰকাৰ মানে বিদেশী চৰকাৰ।
Brilliant,sincere,honest,no nonsense CM .. HATS OFF
👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍🙏
Akou start hol 😂😂😂😂😂😂😂😂
Good. Good and very good. The CM
knows history. Hindu people cannot
tolerate cow slaughter in front of them. We the Hindu worship cows
Right BJP
Allu dibo
আপুনিও কংগ্ৰেছ ত কম খালে নে লুটি পুতি বৰ্তমান BJP আপোনাৰেই ৰাজত্ব
😂নমস্কাৰ
আপোনালোক মানে ওপৰৰ মাল ,মল্ল তিনিও লগ হৈ কম খালে নে কংৰেজৰ পৰা ।কংৰেজৰ ভাত আপোনালোকৰ নাৰিত আছে ।আত্মগ্লানি নাই বাবে নহয় জানো।
এই কথা খিনি আপুনি কংগ্ৰেছ ৰ মন্ত্ৰী হৈ থাকোঁতে কিয় কোৱা নাছিল ? মুখ্য মন্ত্ৰী মহোদয় ........ !
এই মুখ্য মন্ত্ৰী পাগল হৈছে
অখিল গগৈ কাম নাই । ই এটা মহা ধুৰন্ধৰ। আন্দোলনৰ দোকান খুলি আৰু অসমীয়াক আবেগিক কৰি ই নিজে চলি আছে ।
অসমত থকা মিঞা কেইটাই হিমন্ত বিশ্ব শৰ্মাৰ কথা এবাৰ ভালকৈ কাণৰ কণামাকৰি গুচাই শুনক....! নগাঁৱত মোৰ নিচিনা খিলঞ্জীয়া অসমীয়াক মিঞা ই ৰাজহুৱা স্থানত গুৰ মাৰিছিল...! ইহঁতৰ অটপালি বহুত হ'ল....
বিৰুধিয়ে কথা কলে অধ্যক্ষই কিয় বাধা দিয়ে
মামাৰ সদন
জিন যোৱাৰ সময়, বিলীন হোৱাৰ সময়। উপযুক্ত আবেগ আৰু অনুভূতিৰ বৰ্হি প্ৰকাশ।
কিন্তু চৰকাৰক আমি কব বিছাৰিছো ধৰ্মৰ নামত নতুনকৈ বাংলাদেশী আনি কি বুজাব বিচাৰিছে ?
মনত ৰাখিব অসমীয়া লোকে *কা* কোনোপধ্যে মানি নলব ।
Right
😂😂😂😂
জনতাই নিৰ্ব্বাচন কৰি দিয়া প্ৰতনিধি সকল গছৰ মুঢ়া যেন অনুভৱ হয় ।
অখিল গগৈ জিন্দাবাদ
অকল মিঞা মুছলমান বোৰে নহয় বাংলাভাষী সকলো বিদেশী।
Hemanta sir ehh always vl kotha koi........ atleast he is the only CM with doctorate degree....... I don't mean to hurt any religion but......its true 🙏🏻✌🏻
Agote. Tumi. Ki. Partyt. Asila. Apunaluce. Bikham. Bad. Kori. B. J. P. Tgola. Sarda. .Gamon. Loj. Bad. Chalenge. Cari. Fosib. Lagib. Buli. B. J. P. T. Vorty. Houl.🎉🎉🎉
অখিল গগৈ জিন্দা বাদ ।
thik koise aru thik korise Himu mamai. enekoi kobole Dom nasil kunu CM r. We r with u mama👍
Baki bangladeshi r vote lovers hokol👎mori jauk.
Himanta sarmautu konges partit asile.tetia himantair sarr sokuketa mod khai asile neki
অখিল ধন্য তুমি। মূখ্য মন্ত্ৰী ও পানী পানী খাই গৈছে। বাকী বিৰোধী সকলো বিধায়ক গছৰ মুঢা
Himanta Biswa Sharma CM Sir. Khokolu manuhk nosai ase...Sob vangi dibo, di Amar Okhomiyak khedi tar pisot Banglqdeshike khubidha kori dib, ba Congresst thakute sobe diya dekhise, dise, nije dekhisu...
Tar vokto vugi moiyo hou...
Kiman Bangladeshir hoi kam korisile...?
baktigot School College khuli bangladeshik satro satrik khokolk porhuai thakise...? Aru amak porhib diya nasile...Bjp ahi khumuai akko mur mati kari ni Akko Baktigoto School Khuli dise...
tar proman Okhomt bangladeshi kiman manuh hol...khei bur sale hol...?
Himanta CM Sir. Teu politics kora Dinor pora bangladeshir hoiye kam kori thakisile aru ase...jar babe teu enekua nohoa nubuja kotha bur koi mushalmank jolai thake....aru Hindo dhormor manuhk Hindo dhormor kotha koi Val logai thaki nijor kori thake...😂
Karon Tekhetr eko nai. Himanta Biswa CM Sir. Mon mogojot etai kotha soli thake, Kenekoi Okhom khon banglqdeshi korib pare...Jene AIUDF. aru bondho deh hoi, bondho desh buli koiyo thaki Teulokokoke khubidha di thake..?
Aru Okhomiy manuhe take khosa buli vabi loi CM Sir. Ji kotha koi bissax kori loi mukh meli sai thake...😂
এতিয়াও চৰকাৰে অসমৰ থলুৱা জাতি , জনগোষ্ঠীৰ ভূমি সুৰক্ষা কৰা নাই কিয় ?? অকল মুছলমান এচামেই সমস্যা কৰা নাই অসমত ; ভাৰতীয় প্ৰৱজনৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰী মহোদয়ৰ কথাখিনি প্ৰযোজ্য হ'ব লাগে । হিন্দু - মুছলিম বুলি মুখ্যমন্ত্ৰীৰ কথা খিনি বিভাজন হ'ব নালাগে ।
উচিত আৰু বাস্তব সত্য কথা কলে । আজি যেতিয়া থলগীৰি লোক সকল ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ বাবে চিন্তিত আৰু কঠোৰ স্থিতি লবলৈ, চৰকাৰৰ সোপাঢিলা নীতিৰ বিপক্ষে সৰব হব লাগিছিল সেই সময়ত ৰাম মন্দিৰৰ নামত বিভোৰে হৈছে । উত্তৰ ভাৰতীয় সাংস্কৃতিক আগ্ৰাসন লৈ তেওঁলোক একেবাৰে চিন্তিত নহয়।
অসমীয়া লোকে বুজিব পাৰিব লাগিব যে অবৈধ বাংলাদেশী আৰু ভাৰতীয় লোকৰ আমাৰ ভূমিৰ ওপৰত দখল একে আৰু সম পয্যায়ৰ। ধৰ্মৰ নামত জাতিৰ মাজত বিভাজন আনি আমাৰ সতাম পুৰুষীয়া বৈশিষ্ট এটা বিজতৰীয়া চিন্তা চৰ্চাৰ কৌশলী প্ৰয়োগ কৰি, আমাৰ বাস্তব সমস্যাক ঢাকি ৰাখি আন এটা বৃহৎ সমস্যাৰ দিশে লৈ যাবলৈ চেষ্টা চলি আছে।
অবৈধ অনুপ্ৰবেশকাৰীক বহিস্কাৰ কৰিব বুলি শাসন দখল কৰা সকলৰ মুখত আজি কিয় সেই কথা আমি শুনিবলৈ বা কাৰ্যকৰী কৰা দেখা নাপাওঁ ?
থলুৱাৰ অধিকাৰ থলুৱা লোকে ৰক্ষা কৰিব লাগিব।
জয় আই অসম !
@@WhatsthehellXyz একমত প্ৰকাশিলো ডাঙৰীয়া
বহিঃ ৰাজ্যৰ পৰা অসমত চাকৰি ৰ reservation post লবলৈ আহে সেই বিষয়ে চৰকাৰে একো কৰিব নোৱাৰে,অসমত অসমীয়া সুৰক্ষিত নহয় ,আলফা স্বাধীনত জিন্দাবাদ
মাননীয় মুখ্যমন্ত্ৰী চাহাবে জানিব লাগে অসমত মিঞা মুছলমান সকলক স্বাধীনতাৰ পূৰ্বে অসমত হাবি জঙ্ঘল কাটি খেতি কৰিবলৈ পূৰ্ব বংগৰ পৰা উঠাই আনিছিল। পাহৰি নাযাব অসমৰ বহু মুছলনে কিন্তুু বিজেপি দলত সেৱা আগবঢ়াই আছে!
এতিয়া তুমি বাঙালী আনিবলৈ বিচাৰিছা নহয় ? নিলজ্জ অসম প্ৰেম । ফটোৱা কথাৰে বিধান সভা কলংকিত নকৰিবা হিমন্ত !
1OO% SUPPORT TO Himanta Bisha Sarma.
অসমীয়া ভাষা মুছলমানে বিক্ৰী কৰা নাই বিজেপিয়ে বিক্ৰী কৰিছে
সন্মানীয় মুখ্য মন্ত্ৰী মহো দয়ক শ্ৰদ্ধা
জনাইছোঁ!
ঐ ১৫০০ টকীয়া অন্ধ ভকত।মদৰ টকা পাই আছনে
গড়ীয়া -মৰীয়া আমাৰ ভাই। অসমত অসমীয়া হিচাপে তেওঁলোক খিলঞ্জীয়া লোক ইয়াত কোনো দু- ৰাই নাই
ঐ ছেৰমান, বেছি নিচিঞৰিবি। গৰুৰ মাংস খোৱা বাদ দে। তেতিয়াই কম চিঞৰ ওলাব।
হিন্দু বঙালী কেইটাই চেঞ্চাচত অসমীয়া ভাষা বুলি লিখিব নে
जी थाई हम नहाय टेक कोई अहम. जी मिया जाति/ हैंपरड हम नहाय टेक कोई एसोमिया. टेनेहोले है मुसलमान जनबहती मुसलमान बोस्टित एसोमिया वेंचर स्कूल भालूकागुर सह जनजाति एम.ए. स्कूल तू सरकारी निडी असम राजनीति सरकार रैकर पोडोलिट रेजर सरकार असोनी,सर्बोसिक नमोट अहोपा सकारी दी गोइसिल. तात निदी टेट,ट्यूटर दी गोइसे किया
....
কংগ্ৰেছত থাকোতে 'ইফতাৰ'। লাজ লাগে এইবোৰ দেখি শুনি
Aji abhibhashi musalman hokole asomiya bhshak aadore loisay. Ei kotha khini asomot bash kora bangali hokolok kowk tewloke asomiya bhashak burha anguli dekhai asay.
সদনখন মূখ্য মন্ত্ৰী আৰু অখিলৰ দুটাৰে নেকি.......!
Aru aji हिंदू bengali r babe ka kio anibo loga होल ? BJP र agenda mote dekh बिसूर . India unity in diversity .isnt it ?
অখিল অবিহনে অসম শেষ । অখিল গগৈ দীৰ্ঘ জীৱি হৈ থাকক। তাৰেই আশীৰ্বাদ
মুখ্যমন্ত্ৰী মহোদয়লৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
Piyush sir k aru besi dhanyabad jonaisu maane "Akhil Gogoi ki bostu A" enekoi voba babe....🤑🤑
এনে মূৰ্খ মন্ত্ৰী ভগৱানে আয়ুষ কমাই পটন হৈ যাওক। মিচা কথা কৈ নিজৰ জোলোঙা ভৰপূৰ।
As you said our CM sir about the non indigenous muslim peoples who migrated to Assam illegally but question is that they all came When the Congress government was in power And you were in Congress... If you know that it was happening then what were you doing at that time..?.. you had to take an action on it...🤔
Right bruh
C M Sir Val Kotha koise Thankyou
Tumitu adin congress ot asili kyo atiya eman xomolosuna?
it इस baseless scheme .Vasundhara र kam नाई.
Axil গগৈৰ দৰে সাহসী ব্যক্তি সদনত নাই
Akhil,jeck of all trades,master of none.
বিজেপি ৰ দালাল এইবোৰ
গোটেই অসমখনৰেই দালাল
হিংশ্ৰ,ক্ৰড় এজন মুখ্য মন্ত্ৰী।অসমত কেতিয়াও নাছিল আৰু নহব।
Hindu Bangladesi also major problems of Assam
Tetya apunie Congressot asilll😅😅😅😅
Apunar mote definition nhbo cm mohodaya
Himanta sharmai axomor manubu pagol paiase
Mama thank you
মামাই একেবাৰে 100% সঁচা কথা কৈছে।
মিচা মামাৰ পাপৰ কথা সেয়ে অসমৰ দূৰদশা।
অখিল গগৈ অসম সিংহ পুৰুষ
akhil gogoie bangladeshi burok ki karone iman support kore be?
5 lakh tokat mati napai ghor u bonabo nuwari ita daam bohot
তেতিয়া হলে বুৰঞ্জীৰ বিষয়টো কিয় নাইকিয় কৰি দিলে ৷
Beta sob ehoti political bur kamsur
কংগ্ৰেছে আনা নাই ,চৰকাৰে আনিছে .
।?
#মোদী হাটাও দেশ বচাঁওক। 😡
Beya kotha dei hindu Muslim hindu Muslim
Mama right kotha koise goru khle ami dukh paw 😟😭
এতিয়া গোজেই গছ হ'ল।
Joy mama
C m thik katha koise faltu Headline bonisa kiya
আচল সঁচা কথা ॥ এই কথা স্পষ্টকৈ সময়ত নোকোৱাৰ বাবেই অসমৰ আজি এই অৱস্থা ॥
mama your right.bjp zindabad.
৭১ ৰ ভাষা আন্দোলত অসমীয়া ভাষা support কৰিছিল
C m sir ji kaise 100 % Right
Dudh di sap puhisu ami.
Jai shree Ram 🙏
মাননিয় মনটি মহুদয় এই বখুনধৰা আচনি খন বিধায়ক হকলে পৰিচালনা কৰে বুলি হুনি ভাল লাগ্ কাৰন আমি ভুত দি জয় জুকট কৰাও জে আমাৰ ৰাজহুৱা বা বিয়গটিয় কামবুৰ কৰি দিব বুলি
কিনটু কথা মতে নহয়
2022 আৰু 2023 বখত আমি বা মই চাকুল অপিচত মনদল বা আমাৰ গাৱৰ গাওবুহা পৰা জানিব পাৰিলু জে বিধায়ক মহুদয় 2022 আৰু 2023 বষ ডিচেম্বৰ আৰু জানুৱাৰি মাহটু বিধায়ক মহুদয় মনদলক নিজৰ মাটি কামত লগালে বুলি আমি আমাৰ লাটৰ গাওবুহাৰ পৰা তেনে এইখন চৰকাৰ বা বিধায়ক সকলৰ এনেকুৱা কাম নেকি
Chief minister apuni Jodi emane congressok bea pai tetia hole bortomanor chief minister kio Hiteswaror. Bhoriy dhorisil.
Pijush dadai bor moodot ase
Dharm kotha bad diya apuni to hindi dikha di aase
Good mama
অশিলগগ্ঐমিঞাৰসমথ্😊’ক
সেই সময়ত আপোনী কংগ্ৰেছৰ বৰ্বৰ নেতা আছিল
আপোনিয়ে মাতি এতিয়া আপুনিয়ে সেদিছেজে
C m natak nakaribi
BJP hatao axom bosau
Proud of you our great CM HBS
Good decision
Mama media Assam ot 🤣🤣🤣🤣🤓🤓🤓🤓🚩🚩🚩🚩
১০০% জিন যোৱাৰ সময়
আহোমে কনৌজৰ পৰা অনা সকলে 😂
The speaker is not secular
সুন্দৰ 🙏
CM ...H.B.S. 100 percent 👍
amar doya nalage ami mosulman khilongiya assam matri bhume eiyat junmu bume
Surrender before India hindbhashi and bangladeshi peoples, reduce your population this is your agendas, welcome out of North East peoples,so that they can help you and they can buy your family and your lands too by money??? Why our Assamese people( axom) can't encourage our own peoples and making population and teaching them proper ways in education 😊 ??? Once we lost our children, now you confess and try to find out your children more ????
mamai koboi aku nai karone aibur uttar dise re 😂😂😂😂😂😂 mamau dimak aneke solai mamuhe vabhi lga hoi
Cm জিন্দাবাত এনেকুৱা এজন মন্তি পাইছোঁ ❤❤❤❤❤মামা
Yes that's 💯 percent correct your comment Jai Hind
মুখ্যমন্ত্ৰীয়ে সঠিক কথা কৈছে।
অখিল গগৈৰ কথা সঠিক
Bal koriso himonto
Mama right kotha koise
The,great,love,thank,you,very,must
Thank you too!