Wife's few question after husband joins ULFA-I, Will Bidyut Mahanta answer?

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ธ.ค. 2023
  • Wife's few question after husband joins ULFA-I, Will Bidyut Mahanta answer?
    Watch the full clip to know more about this story.
    #pragnews #ulfa #assam #wife #husband #ulfajoin
    Follow Prag News:
    Facebook: / pragnewsassam
    Twitter: / pragnews
    Instagram: / pragnewsofficial
    Visit: www.pragnews.com

ความคิดเห็น • 56

  • @basisthaacharya6590

    সেই জনে বিয়াই পাতিব নালাগিছিল। এতিয়া দলনিত পোনা মেলাৰ দৰে কথা হ'ল। স্থিৰতা নাথাকিলে জীৱনত সফল হোৱা জটিল।

  • @bnjn5135
    @bnjn5135  +18

    পৰেশ বৰুৱা ডাঙৰীয়া আপুনি একমাত্ৰ পুত্ৰ জনক ঘুৰাই পঠিয়াই দিয়ক ভালে ভালে পৰিয়াল তু বিপদত পৰিছে বহুত।

  • @bkp9774
    @bkp9774  +35

    তাক শ্বহীদ বঁটা বিজয়ী প্ৰদান কৰা উচিত। 😊😊😊 প্ৰণামি নিজে সাহসী হোৱা। তাৰ দৰে মূৰত মাল নাইকীয়া এটা গৰুৰ কথা ভাবি লাভ নাই ।

  • @asomiaasom6008

    মানুহ কিমান স্বাৰ্থপৰ এই ঘটনাই উদঙাছে ।পত্নীক এৰি দৰমহা পোৱা সেনা আৰক্ষীত গলে গৌৰবাম্বিত হয় পত্নিক এৰি স্বজাতি স্বদেশৰ মুক্তিৰ বাবে বৈপ্লৱীক দলত গলে দুৰ্ভগীয়া হয় সুবিধাবাদী হয় ।সেনা আৰক্ষীত যোৱা লোকক এনেকৈ প্ৰশ্ন নকৰে কিন্তু বিপ্লৱী সংগ্ৰামী হলে প্ৰশ্ন কৰে ।বিপ্লৱী সংগ্ৰামীজন সফল বিজয়ী হলে জনগণনেতা ৰাষ্ট্ৰনেতা হয় বিপ্লৱ সংগ্ৰাম কৰি থাকিলে চকুৰ কুটা দাতৰ হুল আপদ হয় ।

  • @budhinsaikia6300

    অসম স্বাধীন হোৱা মানে

  • @monjulaphukan6115

    God Bless you

  • @ChandraLekharu-qb3hk

    আপুনি আবেগিক হোৱাতো স্বাভাৱিক, সত্যক কোনেও দীৰ্ঘ কাল লুকাই ৰাখিব নোৱাৰে এইয়া তাৰেই প্ৰমান ,অসমে হেৰুৱা স্বাধীনতা পুনৰ উদ্ধাৰৰ হেতুকে মুক্তি যুঁজত অৱতীৰ্ণ হোৱাৰ বাবে আপুনি গৌৰৱ তথা তেওঁ আই অসমীৰ বাবে কৰা ত্যাগক ইতিবাচক সঁহাৰি দি তেওঁৰ দীৰ্ঘ আয়ু কামনা কৰক। তেওঁৰ ৰ ত্যাগ যাতে অথলে নাযায় ।

  • @dineshsarania4834

    মানসিক বিকাৰগ্ৰস্ত নেকি? আলফাত এতিয়া বজাৰ নাই।

  • @rabibiswas7319

    😢😢😢

  • @topon.dutta.3248

    Good news

  • @manjugogoi5366

    Bahut dukh lagil 😥😓

  • @junabaruah3190

    aapuni tekhetok khub vl prasna korise. Dhaynabad.

  • @ranojdey7290

    Apuni chinta nokoribo ajon virangana r dore takok ,dikkar disu mohata tomak erman ,Jodi icha asil tane kio ,agaot biya patise,maa deotak ,horu bacha er logot gatokta korise,Bai deo vedoi kon Sai really bahut bahut bea lagise

  • @lnl6069

    Enekoiye vage ne khopun...? enekoiye Nari khokole jiki jiki hari jai...?

  • @maina___vlogs.

    Bohut dukh lagise manuh gorakir karone

  • @user-hr4md8gh6o

    😢😢😢😢😢😢😢😢😢😢😢😢

  • @barman4899

    🥺🥺🥺

  • @ibromsibrothanglupayungtap5904

    Atiya uthile ki koriba

  • @PapuSonowal-hl3cl

    Bhal lagileo dukh lage