JONBAI - Lyrical Video | Subasana Dutta | Neel Akash | Raag Parag | Palash Gogoi | New Assamese Song

แชร์
ฝัง
  • เผยแพร่เมื่อ 21 ต.ค. 2024
  • Song: Jonbai
    Singer: Subasana Dutta, Neel Akash
    Lyrics/ Composition: Raag Parag
    Music: Palash Gogoi
    Mixing & Mastering: Diganta Bordoloi
    Cover design & lyrical video: Partha Jit Hira
    For Live Show 📞
    Contact : 7002118771, 8099047373
    Stay connected -
    Subscribe : / subasanadutta
    Facebook : / singersubasana
    Instagram : / subasanadutta11
    Google+ : plus.google.co...
    TH-cam channel managed by D10 Media Network
    Visit: www.d10mediane...
    © All rights reserved.
    #jonbai #subasanadutta #newmusic
    #romanticsong #lyricalvideo #assamesesong

ความคิดเห็น • 1.8K

  • @salmanpagagofficial6274
    @salmanpagagofficial6274 2 ปีที่แล้ว +30

    সচাই বা❤ আপুনি দেৱী নে দেৱতা নাজানো ইমান মিঠা মাত, আপোনাৰ কন্ঠৰ প্ৰতিজনৰ ব্যক্তিৰ হৃদয় চুই যায় ...আপোনাৰ প্ৰতিটো গীত মোৰ প্ৰিয় আৰু নতুন নতুন গীতৰ উপহাৰ পাম বুলি আশাবাদী ।

  • @BT-co7cl
    @BT-co7cl 2 ปีที่แล้ว +51

    ৰাগ দা নীল দা আৰু সুবাসনা বা ❣️❣️
    নীল দা আৰু সুবাসনা বাৰ কণ্ঠ অতুলনীয় লগতে ৰাগ দাৰ কথা আৰু সুৰে সোণত সুৱগা চৰাইচে ❤️

  • @krishnakantalahon6167
    @krishnakantalahon6167 2 ปีที่แล้ว +40

    Ufff 🥺🥺ইমান ধুনীয়া হৈছে গানটো, শুনি থাকিলে শুনি থাকিব মন যায় ৷ ❤💙💚প্ৰিয় গায়িকা... আৰু ধুনীয়া ধুনীয়া গানৰ উপহাৰ দি যাব বুলি আশা থাকিল! ❤

  • @paporikalita2018
    @paporikalita2018 2 ปีที่แล้ว +42

    হৃদয় চুই যোৱা গান তাতে আকৌ সুবাসনা বা আৰু নীল দাৰ কণ্ঠত🥰🥰🥰

  • @DebojitHandique.
    @DebojitHandique. 2 ปีที่แล้ว +87

    বহুত অপেক্ষাত আছিলো সম্পূৰ্ণ গীতটোৰ।আপোনালোকৰ কন্ঠত পাগল হৈছো ইমান সুৱলা লগতে গীতটোৰ সংগীত বহুত ধুনীয়া হৈছে।❤

    • @ALPHA50k
      @ALPHA50k 2 ปีที่แล้ว +1

      Uff neel akash ❤️❤️

  • @allinonene5434
    @allinonene5434 2 ปีที่แล้ว +28

    শৈশৱৰ বহু স্মৃতি বিচাৰি পাওঁ জোনবাইত 😔😌

  • @bidyashreecreation7000
    @bidyashreecreation7000 2 ปีที่แล้ว +12

    আপোনাৰ সুমধুৰ সুকন্ঠ গীতৰ পাগল অনুৰাগী । আজিকালি কিয় জানো শুৱাৰ আগত আপোনাৰ গীত নুশুনিলে টোপনি যাবলৈ বৰ টান।।।@LOVE FROM TINSUKIA❤️❤️❤️

  • @riyasaikia4170
    @riyasaikia4170 2 ปีที่แล้ว +41

    বাৰে বাৰে শুনিছোঁ ।কিমান অপেক্ষা কৰিলোঁ গানটোৰ বাবে...... দুই গৰাকী প্ৰিয় শিল্পীৰ সুৰীয়া কণ্ঠত গানটি হৃদয় চুই গৈছে ❣️❣️

    • @sidfernspro7348
      @sidfernspro7348 2 ปีที่แล้ว +1

      th-cam.com/play/PLnYkdo9eOqX2SnyXKfLamkd9PjKzg8JkV.html

  • @jitenscreation6089
    @jitenscreation6089 2 ปีที่แล้ว +39

    আপেক্ষাৰ অন্ত পৰিল finally
    অসমৰ melody queen + ভাল পোৱা মানুহ জন
    উফ্ কি সুন্দৰ জুটি
    ❤️❤️❤️
    Lots of love

  • @Bhskr360
    @Bhskr360 2 ปีที่แล้ว +76

    উফ!!কথা -সুৰ আৰু কণ্ঠ ❤️❤️❤️। বহুত গায়িকা আহিছে আহি থাকিব কিন্তু সুবাসনা বা,তৰালী বা,ভিতালী বা, বৰ্ণালী বাৰ এক আচুতীয়া স্থান প্ৰতিজন অসমীয়াৰ হৃদয়ত সদায় আছিল,আছে আৰু থাকিব ।।

  • @bijitborpatra3670
    @bijitborpatra3670 2 ปีที่แล้ว +303

    কুলি চৰাইৰ দৰে মিঠা আপোনাৰ কণ্ঠ সৰুৰে পৰাই বহুত বেছি ভাল পাওঁ আপোনাৰ সকলোবোৰ গীত , লগতে "জোনবাই" Team লৈ শুভেচ্ছা থাকিল ।❤️❤️

  • @changmaimamu5007
    @changmaimamu5007 2 ปีที่แล้ว +11

    কি কম বা ! আকৌ এবাৰ তোমাৰ কণ্ঠৰ প্ৰেমত পৰিলোঁ। বহুত ধনীয়া 💕💕💕😌❤️❤️🥰

  • @abhijit142
    @abhijit142 2 ปีที่แล้ว +159

    সুবাসনা বাৰ সেই মৌসনা কোমল মাতটো সদায়েই প্ৰিয় ❤️ নীল দাৰ মাতটোত প্ৰেমত নপৰি নোৱাৰোঁ🥰'জোনবাই'লৈ বহুত বহুত মৰম আৰু শুভকামনা ❤️😘

    • @popydas8182
      @popydas8182 ปีที่แล้ว

      Ooooo9oo9ooopp9pppoppooo9oppopoppoppoppppppp009009 po99 po9 po opooo999 po999oo99oo9 over9
      ooooo
      O9 kkkkkkkkkkkkklk😁qo

    • @jyostnaliborah870
      @jyostnaliborah870 ปีที่แล้ว +3

      Hubhakhana ba so cute nice

  • @stoneyhostelkhuninglung6455
    @stoneyhostelkhuninglung6455 ปีที่แล้ว +37

    What a melodious voice and tune. Don't know any meaning but listening many times. Love ❤️ from Manipur

  • @koushikrabha5704
    @koushikrabha5704 2 ปีที่แล้ว +39

    বহু দিনৰ অপেক্ষাত উফ শান্তি লাগিছে আজি হে গানটো শুনিব পাই । Subasana Baa ...💗💗🥰🥰🥰💞💞💞💞

  • @rajdeep2411
    @rajdeep2411 2 ปีที่แล้ว +35

    উফ্ বা ইমান শুৱলা কণ্ঠ! মন শাত পৰি যায় ❤

  • @shantanubaruah1710
    @shantanubaruah1710 2 ปีที่แล้ว +658

    অ তই দেৱতা নেকি জানৈ ইমান অভিমান 💖💕💖👌
    সুবাসনা বাৰ কন্ঠৰ গীত,কোনে কোনে ভালপোৱা লাইক এটা দি যোৱা ইয়াত 🤩
    Like 100K

    • @konengko2104
      @konengko2104 2 ปีที่แล้ว +10

      অ তই দেৱতা নেকি জানৈ ইমান অভিমান।

    • @dipaliboruah1226
      @dipaliboruah1226 2 ปีที่แล้ว +4

      @@konengko2104
      ...

    • @pranjalnath2866
      @pranjalnath2866 2 ปีที่แล้ว +1

      @@konengko2104 🔛🔛👟

    • @mahendranath4681
      @mahendranath4681 2 ปีที่แล้ว +5

      ইমান ধুনীয়া আৰু মিঠা সুবাসনাৰ কন্ঠ মোৰ ভাষা নাই। মই বহুত শুনিম।

    • @hemantagogoi2200
      @hemantagogoi2200 2 ปีที่แล้ว +1

      L

  • @Bondeep_Saikia
    @Bondeep_Saikia ปีที่แล้ว +62

    সুবাসনা বাৰ প্ৰতিটো গীতেই প্ৰতি জনৰ হৃদয় স্পৰ্শ কৰি যায় 🌼 বা আপোনাৰ কণ্ঠ অতুলনীয় 🙏🏼 আপুনি বহুতৰ বাবে প্ৰেৰণাৰ উৎস হৈ ৰওক 🌼❤️

    • @BhoniBorborua
      @BhoniBorborua 6 หลายเดือนก่อน +1

      21thunderouswhat the first half and 8mark questions english 8mark questions about 8❤❤❤❤❤❤😂❤❤😅😅😅😊😊

  • @junmonigogoi1719
    @junmonigogoi1719 ปีที่แล้ว +3

    Bohut vallpau sob singer poti2 songs vall nelage Neel da Aru subasana Baa Voice অতুলনীয় ❤❤ aru anekua vall loga songs bor parborloi bohut hope kori asu huni pam buli New year Song amr majorloi আগবঢ়াই দিব buli

  • @sonudas-kc5yc
    @sonudas-kc5yc ปีที่แล้ว +8

    Just the voice , i am listening every day many times ....Beautiful voice god gifted . Keep rocking

  • @easytricks....5239
    @easytricks....5239 2 ปีที่แล้ว +14

    Love from morigaon....❤️❤️❤️🤗
    আশা থাকিল তোমাৰ মৰম লগা কণ্ঠটিত আগ লৈ এনেকুৱা সুৰীয়া গীত বোৰ উপহাৰ হিচাপে পায় থাকিম

  • @DMCollection
    @DMCollection 2 ปีที่แล้ว +5

    কিমান দিনৰ পৰা ৰৈ আছিলোঁ এই গানটোৰ সম্পূৰ্ণকৈ শুনিবলৈ পাম বুলি, অবশেষত অপেক্ষাৰ অন্ত পৰিল ৷ ♥️🥰♥️ তই দেৱতা নেকি ? কিয় ইমান অভিমান ! Have heard this line many times🥰

  • @indrasaikia3594
    @indrasaikia3594 2 ปีที่แล้ว +64

    বহু অপেক্ষা কৰিলোঁ সম্পূৰ্ণ গীতটিৰ কাৰণে বহুত ভাল লাগিল শুনি বা 💓🙏🙏

  • @rimlibora7272
    @rimlibora7272 2 ปีที่แล้ว +29

    প্ৰিয় কণ্ঠশিল্পী গৰাকীৰ কণ্ঠত পুনৰ বাৰ আকৌ এটি জনপ্ৰিয় গীত। সঁচাই শুনিলে শুনি থাকিব মন যোৱা এটি গীত 💓💓💓💓💓💓💓💓💓lots of love from titabar

    • @sidfernspro7348
      @sidfernspro7348 2 ปีที่แล้ว

      th-cam.com/play/PLnYkdo9eOqX2SnyXKfLamkd9PjKzg8JkV.html

  • @sarangasaikia9507
    @sarangasaikia9507 2 ปีที่แล้ว +17

    আপোনাৰ কণ্ঠ টো সদাই মোৰ বাবে উপহাৰ এইটো গীত ও শাৰদীয় উপহাৰ হিচাপে বুকুত ৰাখি থৈছোঁ❤️❤️

  • @Suwaib_Full_Hearted
    @Suwaib_Full_Hearted 2 ปีที่แล้ว +14

    Subasana Dutta baa your voice is on Next Level ❤️💚

  • @abassam1966
    @abassam1966 2 ปีที่แล้ว +10

    বহু অপেক্ষাৰ অন্তত 😍❤️ । গানটোৰ প্ৰথম ট্ৰেইলাৰ কণতে প্ৰেমত পৰিছিলো ।😍❤️

  • @akhrangshavlogs
    @akhrangshavlogs ปีที่แล้ว +1

    Buhut valll lge subasona bar song bur buhut buhut buhut❤️❤️❤️❤️🥰🥰🥺🥺

  • @madhuryaborah414
    @madhuryaborah414 2 ปีที่แล้ว +15

    Ufffff.....
    Baaa তোমাৰ কণ্ঠ 🥺😩
    ইমান সুন্দৰ হৈছে গীতটি ৰাতিপুৱাই শুনি মনটো ভাল লাগি গ'ল 🥰
    খুব সুন্দৰ হৈছে সুবাসনা বা আৰু নীল দা🥰❤️

  • @pintuphukan5136
    @pintuphukan5136 ปีที่แล้ว +1

    Khub hundor eti mon sui juwa geet

  • @gokuldasmusical
    @gokuldasmusical 2 ปีที่แล้ว +5

    বা তোমাৰ মাতটো যোৱা জনমৰ কিবা পূণ্যৰ ফলতেই পাইছা। ইমান ধুনীয়া 😍 জুবিন দা আৰু আপোনাৰ কণ্ঠত নতুন বিহু বিচাৰো ।

  • @navanitasaikia0260
    @navanitasaikia0260 2 ปีที่แล้ว +10

    কল্পনাৰ সাগৰৰ ভাৱনাবোৰ 🥺💞 মোৰ বাবে সপোন যেন এটি গান... অনুভৱ 🥰

  • @chinmoy415
    @chinmoy415 2 ปีที่แล้ว +5

    অ তই দেৱতা নেকি জান ঐ ইমান অভিমান আপোনাৰ মিঠা মাতত গীতটি নিয়ৰৰ টোপালৰ দৰে জিলিকি উঠিছে কবলৈ ভাষা নাই শিৱসাগৰৰ পৰা হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি মৰম জনাইছোঁ ❤️

  • @AnkurRajKashyapArt
    @AnkurRajKashyapArt 2 ปีที่แล้ว +24

    মন চুই যোৱা এটি গীত। মন চুই গ'ল গীতৰ কথা আৰু সুৱদী কণ্ঠই ❤️

  • @dhrubajyotideka6117
    @dhrubajyotideka6117 2 ปีที่แล้ว +4

    বা, এটি সুন্দৰ গীত আমালৈ উপহাৰ দিয়া বাবে আপোনাক বহুত বহুত ধন্যবাদ। আপোনাৰ সুললিত কণ্ঠই সৰুৰে পৰাই সদায় এক অনন্য শিহৰণ জগাই তোলে। এদিন আপোনাক গুৱাহাটী চিটি চেণ্টাৰত একদম ওচৰৰ পৰা পাইছিলো যদিও মোৰ জীৱনলগৰীৰ শাৰীৰিক কিছু অসুস্হতাৰ কাৰণে আপোনাক এবাৰ বা বুলি মাত এষাৰি দিয়াৰ পৰাও বিৰত আছিলো। কিন্ত্ত আপোনাৰ সৰলতাই আপোনাৰ প্ৰতি মোৰ মান সন্মান আৰু বৃদ্ধি কৰিছে🙏🙏🙏🙏

  • @paporihazarika2190
    @paporihazarika2190 ปีที่แล้ว +15

    Favorite one .....love you baa

  • @jayantajeetchannel9183
    @jayantajeetchannel9183 2 ปีที่แล้ว +6

    আহিনৰ আকাশৰ তলত বহি আছিলোঁ জোনবাইক চাই চাই। আপোনাৰ জোনবাইটিয়ে বুকুতে শুই পৰিলহি। বহুত ধন্যবাদ আপোনালোকলৈ।
    ❤️

  • @Dhrub_S
    @Dhrub_S 2 ปีที่แล้ว

    ।।। অ তই দেৱতা নেকি জান ঐ ইমান অভিমান।।।
    উফ কিমান শান্তি লাগিছে। শুভেচ্ছা জ্ঞাপন কৰিলো সকলোকে।।

  • @lovelybhuyan3992
    @lovelybhuyan3992 2 ปีที่แล้ว +17

    My favourite singer ❤❤❤congratulations🥳

  • @pranaypankajgogoi2900
    @pranaypankajgogoi2900 2 ปีที่แล้ว +19

    Extremely Loved it..... Wow.... What a lovely song! Lyrics are awesome.... Great job team Jonbai....

  • @jintisonowal9261
    @jintisonowal9261 2 ปีที่แล้ว +9

    বহুত দিনৰ মূৰত এটা ভাল গান❤️❤️

    • @sidfernspro7348
      @sidfernspro7348 2 ปีที่แล้ว +1

      th-cam.com/play/PLnYkdo9eOqX2SnyXKfLamkd9PjKzg8JkV.html

  • @prokashphukon8440
    @prokashphukon8440 2 ปีที่แล้ว +1

    Subakhona baa r gan bur hadai dhunya......
    Evergreen song....God blessed baa.....

  • @bidyutbikashworld4355
    @bidyutbikashworld4355 2 ปีที่แล้ว +25

    খুব সুন্দৰ বাইদেউ ❤️,,আপোনাৰ আৰু নীল দাৰ কন্ঠটো বহুত মিঠা,,তাতে আকৌ পলাশ‌ দাৰ সংগীত আৰু দিগন্ত দাৰ সংমিশ্ৰন,মুঠৰ ওপৰত গান 🔥🔥

    • @phukanjintuofficial
      @phukanjintuofficial 2 ปีที่แล้ว +1

      Gaan tur kotha diya aru xur diya jonok pahora tu dukhor kotha kintu

  • @pranabrangchali4679
    @pranabrangchali4679 2 ปีที่แล้ว

    Uffffff ❤️....o toi debota nki tur eman abhimaan ... Ki lyrics raag da ...subabhana ba always my all time fav ❤️

  • @bhairabjyotigogoi8333
    @bhairabjyotigogoi8333 2 ปีที่แล้ว +26

    অৱশেষত অপেক্ষাৰ অন্ত পৰিল .... বুকুখন জুৰাই গ'ল একদম 😍😍 আজি মোৰ জন্ম দিনৰ দিনাই গীত টো ৰিলিজ দিয়াৰ বাবে ধন্যবাদ ❤️❤️ , মোৰ বাবে উপহাৰ এইটো 💐

  • @nilakhipator8686
    @nilakhipator8686 2 ปีที่แล้ว +1

    One side love 💕🥺 gaantu mur lifetur logot kiba mil ase oo baa❤️😍 thank you so much aru kobole bhakha nai love from karbi anglong ❤️😘

  • @horenbora5764
    @horenbora5764 2 ปีที่แล้ว +10

    ""ইমান সূন্দৰ গীতৰ ৰচনা ক'বলৈ ভাষা নাই,সু বাইদেউৱে আৰু নীল দাই ইমান সূন্দৰকৈ উপস্থাপন কৰিছে,সচাকৈয়ে গীত টোৰ প্ৰেমত পৰিলোঁ, ♥️♥️তই হাহিঁ দিলে বুকুত কপনি হয়।♥️♥️♥️। অসমীয়াৰ সংগীত জগত আৰু আগবাঢ়ি যাওঁক তাৰেই কামনা কৰিলো।

  • @sabinchutiachutia8861
    @sabinchutiachutia8861 2 ปีที่แล้ว

    mojja 💗🌺🥀

  • @DIPUDARSHANMUSICAL
    @DIPUDARSHANMUSICAL 2 ปีที่แล้ว +5

    সুবাসনা বাৰ প্ৰতিতো গীতেই মোৰ প্ৰিয় আপোনাৰ কণ্ঠ শুনিলে মন ভৰি যাই জোনবাই ইমান ধুনীয়া গীত বহুত ভাল লাগিল শুনি তাতে মৰমৰ নীল ককাইদেউ কণ্ঠ আছে আৰু প্ৰাণ পাই উঠিলে বহুত শুভেচ্ছা মৰম বা❤️❤️❤️

  • @msk7313
    @msk7313 2 ปีที่แล้ว +2

    সুবাসনা বা বুলি কলেই এক বুজাব নোৱাৰা অনুভূতি আৰু জোনবাই উফফফ💕 লগতে আছে আমাৰ সকলোৰে প্ৰিয় নীল দা 💕 ভালে ৰাখক দুয়োজনকে ভগৱানে ।

  • @jyotipr123
    @jyotipr123 2 ปีที่แล้ว +6

    ভাল গীত এটিৰ অপেক্ষাত আছিলো,
    শুনি ভাল লাগিল দেই সুবাসনা বা আৰু নীল দা😊❤️

  • @manjitkalita793
    @manjitkalita793 ปีที่แล้ว +1

    সুবাস বিলাই আপোনাৰ গীতে♥️🌸

  • @krishnabania3483
    @krishnabania3483 ปีที่แล้ว +12

    Her voice touches the heart ❤️

  • @toponkoch2083
    @toponkoch2083 ปีที่แล้ว +1

    বৰ মিঠা, হৃদয়স্পৰ্শী কন্ঠ দুয়োজনৰে।
    গানটো শুনি কাৰ কাৰ হৃদয়ত প্ৰেম প্ৰেম ভাৱ এটা জাগি উঠিছে।❤️❤️

  • @chinmoy415
    @chinmoy415 2 ปีที่แล้ว +11

    Love from sivasagar ❤️❤️

  • @partho2.3official32
    @partho2.3official32 ปีที่แล้ว +1

    Gan to huni thaki la huni thaki bo loi ka mon Jai 🥰❤️

  • @RAAJNEELMUSICAL
    @RAAJNEELMUSICAL 2 ปีที่แล้ว +13

    বা বহুত সুন্দৰ। আপোনাৰ প্ৰতিটো গীত মোৰ বাবে প্ৰিয়। আপোনাৰ কণ্ঠ সচাকৈ বহুত সুন্দৰ। আপোনাৰ লগত গীত এটা কৰিব বহুত মন আছে বা।❤️👍🙏

  • @janmonimedhi8971
    @janmonimedhi8971 2 ปีที่แล้ว +1

    অ তই দেৱতা নেকি জানৈ ইমান অভিমান........best line💕🤞🤞

  • @mridughatowar2089
    @mridughatowar2089 ปีที่แล้ว +8

    Just an awesome voice fell in love with this song 😍😍

  • @dicha8130
    @dicha8130 2 ปีที่แล้ว +6

    বহুত বহুত ভাল লাগিল শুনি ইমান শুৱলা হুৰ ♥️😚। আৰু আগলৈও আমাক এনেকুৱা গীত উপহাৰ দি যাওঁক☺️♥️💞। বহুত বহুত মৰম থাকিল💗😚♥️

  • @kamalsarmah1831
    @kamalsarmah1831 2 ปีที่แล้ว +10

    বহুত দিনৰ অপেক্ষাৰ পিছত ভাল লগা গীতটো উপহাৰ পালো সচাকে বহুত বেছি ভাল লাগিছে বা 💙 অতি মৰম লগা গান এটি 😘😘

  • @kuldipgogoi6192
    @kuldipgogoi6192 ปีที่แล้ว +1

    Nice eman dhuna song ❤❤❤ val lagla

  • @babysaikia7520
    @babysaikia7520 2 ปีที่แล้ว +12

    Melody queen ❤️

  • @lashyamoyee1025
    @lashyamoyee1025 2 ปีที่แล้ว +7

    Heart touching ❤

  • @JunakPriyamMusicaL143
    @JunakPriyamMusicaL143 2 ปีที่แล้ว +11

    Mind-blowing Baa 💕🎶🌿

  • @sumi.c12916
    @sumi.c12916 2 ปีที่แล้ว +1

    কিমান অপেক্ষা কৰিলোঁ এই গান টোৰ বাবে বা আপোনাৰ গান বাৰে বাৰে সুনিও আমনি নালাগে জুনবাই লৈ বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিলে🥰🥰❤️❤️❤️❤️❤️❤️❤️❤️

  • @parashmonibhuyan6899
    @parashmonibhuyan6899 2 ปีที่แล้ว +9

    প্ৰিয় গায়িকা আৰু সুন্দৰ কণ্ঠ ❤️🤗

  • @kaushikmusiczone6231
    @kaushikmusiczone6231 2 ปีที่แล้ว

    Ufff.... finally palu aji xunibole...bhut val lage apunar geet xuni...vaxa nai kobole ..roi asilu geet2 xunibole 🔥🔥❤️❤️❤️ luv from sadiya

  • @mdhirajsaharia3273
    @mdhirajsaharia3273 2 ปีที่แล้ว +12

    Woow!nice voice 💓👍🔥.... Love you subasana baa❤️

  • @sibanandagogoi6540
    @sibanandagogoi6540 2 ปีที่แล้ว

    Uff kije dhuniya kontho nigoraise o ba aru moromor Neel da superbb 👍👍👍

  • @dhirajnath
    @dhirajnath ปีที่แล้ว +27

    Neel Akash's two lines gives this song to next level

  • @MonNilim-xm7fq
    @MonNilim-xm7fq 3 หลายเดือนก่อน +1

    বহুত ভাল লাগে বা আপোনাৰ গীত বোৰ ❤❤❤❤❤

  • @ruspanmoran3603
    @ruspanmoran3603 2 ปีที่แล้ว +4

    বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলো গানটো শুনিবলে _
    বহুত বেছি ভাল লাগিছে । ❤😍🤗

  • @rimpientertainment1547
    @rimpientertainment1547 ปีที่แล้ว +1

    Neel da💘🔥🔥

  • @bidyutbikashbora4135
    @bidyutbikashbora4135 2 ปีที่แล้ว +3

    সুবাসনা বাৰ কণ্ঠ সদায়ে প্ৰিয় ♥️

  • @palashchutia499
    @palashchutia499 2 ปีที่แล้ว +1

    Uff ইমান ধুনিয়া কণ্ঠ 🥰🥰 love you subasana baa

  • @mitalideka2575
    @mitalideka2575 2 ปีที่แล้ว +11

    Listening after waiting so many days🥺... Love it🥰❤️

  • @sangitadeka1502
    @sangitadeka1502 2 ปีที่แล้ว +1

    সুবাসনা বা আৰু নীল আকাশ দাৰ কণ্ঠত গানটো সোণত সুৱগা হৈ পৰিছে ।

  • @XLMixture
    @XLMixture 2 ปีที่แล้ว +5

    Best female Assamese singer 🥰🥰🥰😍😍😍

  • @jintumonidutta2788
    @jintumonidutta2788 2 ปีที่แล้ว

    Apunar konthat jadu ase...golden voice subasana baa..keep it up

  • @itspall_ab9766
    @itspall_ab9766 2 ปีที่แล้ว +10

    সঁচাই আপোনাৰ গানে সুভাষ বিলাই যায় ❤️❤️❤️

  • @bikukalita2061
    @bikukalita2061 ปีที่แล้ว +2

    Mojja 😍😍😍🌹🌺🌺🌹😎😎😎

  • @manjitkonwar8421
    @manjitkonwar8421 2 ปีที่แล้ว +7

    Uuffff voice, all time fav melodious queen ❤❤❤

  • @ghanashyamdas4039
    @ghanashyamdas4039 2 ปีที่แล้ว +2

    বৰ ভাল লাগিল। এনেয়েও সুবাসনা বা, ৰ গীতৰ প্ৰেমত বহু দিনৰ পৰাই বলীয়া আৰু কোনো সন্দেহ নাই যে তেখেত অসমৰ এক নম্বৰ জনপ্ৰিয় কোকিলকন্ঠী গায়িকা।

  • @apurbanath5147
    @apurbanath5147 2 ปีที่แล้ว +4

    Wow just Wow 🔥🔥🔥😍😍😍
    Both are My Two favourite Singers🥰🥰🥰

  • @rashmibora2489
    @rashmibora2489 2 ปีที่แล้ว

    Uffff ki hundor geet.. Ontor sui goise. Kble vakha nai atai km superrrrr

  • @uttamcreation1593
    @uttamcreation1593 2 ปีที่แล้ว +5

    Love from Dhemaji ❤️✨💚❤️❤️nice song

  • @bikashborah_
    @bikashborah_ 2 ปีที่แล้ว +1

    Tahanir Junbai khon Junbai e.. xunali xoixov Junbair geet r majote

  • @mamanirabha4846
    @mamanirabha4846 2 ปีที่แล้ว +4

    Mojja❤❤❤

  • @dharma_xnwl
    @dharma_xnwl 10 หลายเดือนก่อน +1

    Vlge lgise❤

  • @mantumoniborah7469
    @mantumoniborah7469 ปีที่แล้ว +10

    So so so beautiful Song ❣️What a Soulful Voice of subashana and neel 💞 the Lyrics are So meaningful and heart touching.... Congratulations to team junbai💛 we are feel so proud to have a singer like Subashana dutta in our Assamese film industry ❤

  • @MissNamita965
    @MissNamita965 2 ปีที่แล้ว +2

    Finally waiting overcome ❤️❤️❤️❤️❤️❤️জুই জুই জুই

  • @Mimakshikalita7672
    @Mimakshikalita7672 2 ปีที่แล้ว +4

    হৃদয় চুই যোৱা গীত ❣️

  • @sikhamaninath2507
    @sikhamaninath2507 2 ปีที่แล้ว

    🥰 bahu dinr pora bisari asilo xampurna geet to....aji dexi nuxuna koi thakib nowarilo 🥰❤️😘

  • @manalishadas2421
    @manalishadas2421 2 ปีที่แล้ว +12

    Ufffffff this voice 🔥💥❤ Love you Subasana baa ❤

  • @anishkasauravvlog1783
    @anishkasauravvlog1783 2 ปีที่แล้ว

    Ufff ...😍😍😍😍 mur fvt hoi tumi 💓💓💓 ...emn dhunia hoi song2 ..😍😍😍

  • @dishantff3625
    @dishantff3625 2 ปีที่แล้ว +7

    Uff neel akash voice ❤️😍

    • @nobojit1
      @nobojit1 ปีที่แล้ว

      Uff subasana

  • @gitashreesaikia1554
    @gitashreesaikia1554 2 ปีที่แล้ว

    Ufff.... ❤❣️apunar gan huni le barepoti prem t pori jaw😘

  • @jintusenapoti8924
    @jintusenapoti8924 ปีที่แล้ว +4

    Your voice...... oh my god ❤️❤️❤️❤️❤️❤️❤️

  • @musicsong4696
    @musicsong4696 2 ปีที่แล้ว +1

    Eman dhuniya song really bohut bohut bohut vl lagil huni 100 bar man hunilue aru huni thakim