Delivery Boy || Award winning || Look East

แชร์
ฝัง

ความคิดเห็น • 1.1K

  • @pankajchetia91
    @pankajchetia91 2 ปีที่แล้ว +116

    Delivery boy এজনৰ জীয়া কাহিনী উপস্থাপন কৰাৰ বাবে আপোনাক ধন্যবাদ ।। যিহেতু মই সেই কামেই কৰো ।। Delivery Boy এজনৰ প্ৰতি মানুহবোৰৰ ইমান ঠেক মনোভাৱ কিয় নাজানো ।

    • @JMKachari
      @JMKachari 2 ปีที่แล้ว +5

      Moi o ajon delivery boy

    • @thesqueezyboy5588
      @thesqueezyboy5588 2 ปีที่แล้ว +1

      Hunok dada protijon manuh buli kole bhul hoi. Besibhage korile buli sokoluwe nokore toh.

    • @dhrubajyotiboruah2108
      @dhrubajyotiboruah2108 2 ปีที่แล้ว +2

      মই সকলোকে সন্মান কৰোঁ l পাৰিলে সকলোকে চাহ একাপ খুৱাই পঠাব চেষ্টা কৰোঁ l

    • @suntobora9806
      @suntobora9806 2 ปีที่แล้ว +2

      মই এজন ৰুগীয়া লৰা, সেয়েহে মোৰ লাগতিয়াল বস্তু কিছুমান নিজেই গৈ দোকান বা বজাৰৰ পৰা আনিব নোৱাৰোঁ।গতিকে প্ৰায় সংখ্যক বস্তুৱেই ফিলিপ কাৰ্তৰ পৰা লওঁ।যি কেইজন লৰাই মোক বস্তু দিয়েহি প্ৰতিজন লৰাই মোৰ সমস্যাতো বুজি পায় বাবে একেবাৰে ঘৰলৈ সন্মুখত আহি দি যায়।সেয়েহে পাৰিলে তামুল এখন বা চাহ একাপ খাই যাবলৈ অনুৰোধ কৰোঁ।কিন্তু দুই এজনৰ বাহিৰে সকলোৱে খাবলৈ ইচ্ছা নকৰে।কাৰণ কাহিনীটোত দেখোৱাৰ দৰে কিছুমান মানুহৰ পৰা যিখিনি দুব‍্যৱহাৰ পাই সেইয়াই চাগে পেট ভৰি যায়।মই মানুহ হিচাপে সকলো কৰ্মৰ প্ৰতি সমানে সন্মান জনোৱাটো উচিত বুলি অনুভৱ কৰি সকলোকে সমানেই মৰম আৰু শ্ৰদ্ধা জনাওঁ।

    • @hdcreations2979
      @hdcreations2979 ปีที่แล้ว

      কামৰ সৰু-বৰ নাই ৷ মই সদায় তেওঁলোকক সন্মান কৰোঁ আৰু যাতে মোৰ বাবে অসুবিধাত নপৰে সেইটোও লক্ষ্য ৰাখোঁ ৷

  • @arupjk
    @arupjk 2 ปีที่แล้ว +1

    হৃদয় চুই গল

  • @souravneog6774
    @souravneog6774 2 ปีที่แล้ว +284

    এই ছবিখনে বহুতৰে ব্যৱহাৰ সলনি কৰিব বুলি আশা ৰাখিলো ❤

    • @Trevelwithyou
      @Trevelwithyou 2 ปีที่แล้ว +6

      Kandi dsu vai....

    • @golaghatroasterboy9996
      @golaghatroasterboy9996 2 ปีที่แล้ว +9

      মাথোঁ আশা হে কৰিব পাৰি কিন্তু মানুহৰ ব্যবহাৰ কাহানিবা সলনি হ'ব বুলি মই নাভাবো

    • @crazyaxom9036
      @crazyaxom9036 2 ปีที่แล้ว +1

      Right bro

  • @DulumoniDas-ho3vy
    @DulumoniDas-ho3vy 9 หลายเดือนก่อน +1

    😢😊

  • @Adhirathi1
    @Adhirathi1 2 ปีที่แล้ว +33

    ঘৰৰ পইচা লৈ বাট নাচায়ে ৪ টা বছৰ কৰা কামটোত ঘটা তিতা অভিজ্ঞতাবোৰৰ ৭০% এই shortfilim খনত দেখিলো। আশা কৰিছো কিছুমান মানুহ সলনি হওক। ধন্যবাদ ৰাজীৱ 👍 আগুৱাই যোৱা।

  • @jaansaikia9308
    @jaansaikia9308 2 ปีที่แล้ว

    Real Xosa kahini....Val lagil....👍👍👍👍Kin2Xokolu Manuh Xoman Nahoi....

  • @simashreegogoi6616
    @simashreegogoi6616 2 ปีที่แล้ว +139

    হৃদয় চুই গ'ল।কামত সৰু বৰ নাই। আমি সকলোৱে delivery boy ক সন্মান কৰা উচিত। তেওঁলোকে আমাৰ বাবেই ইমান কষ্ট কৰিছে। ৰ'দ বৰষুণ নেওচি তেওঁলোকে ঘূৰি ফুৰে মাত্ৰ আমাৰ বাবে।

  • @roneeaxom3589
    @roneeaxom3589 2 ปีที่แล้ว +2

    কৰ্মত সৰু বৰ নাই । সকলো কৰ্মক আৰু Delivery Boy বা এনেকুৱা ধৰণৰ কাম কৰি খাই থকা সকলো কৰ্মকৰ্তাক সকলোৱে সন্মান কৰক । পানী এগিলাচ দিব নোৱাৰিলেও অন্ততঃ বেয়া শব্দ ব্যৱহাৰ কৰি গালি নিদিব । সকলো কামৰ কৰ্মচাৰীতে দুই এজন বেয়া থাকেই লাগিলে Delivery Boy হওক বা ডাঙৰ ডাঙৰ অফিচাৰেই নহওক সেইবুলি সবকে একেই বুলি নাভাবিব 🙏 । By the way সুন্দৰ এখন short ফিল্ম ভাল লাগিল । 🔥❤️

  • @sumudarrang8399
    @sumudarrang8399 2 ปีที่แล้ว +4

    অন্তৰ চুই যোৱা এক বাস্তৱিক ঘটনা 🌸🌸😥😥

  • @RightStuff46
    @RightStuff46 2 ปีที่แล้ว +1

    Xosai bohut bhal message disa tumaluke ❤️❤️

  • @explorewithpartha
    @explorewithpartha 2 ปีที่แล้ว +22

    বহুত ভাল লাগিল ....সমাজৰ অপ্রিয় সত্য কিছুক দাঙি ধৰাৰ বাবে ...... মই দুই বছৰ এটা এনে company ৰ center in charge হৈ আছিলো ..... তেতিয়া delivery boy ৰূপে কৰ্মৰত যুৱকসকলৰ ঘাট প্ৰতিঘাত নিচেই ওচৰৰ পৰা দেখা পাইছিলো .....নিজৰ পৰিয়াল অথবা উপাৰ্জনৰ স্বাৰ্থত কৰ্মৰত এনে যুৱকসকলৰ কষ্ট বহু কম মানুহেহে উপলব্ধি কৰে

  • @Sankarjitcreation
    @Sankarjitcreation 2 ปีที่แล้ว

    enekua video bur diak val lagil....back to back Lage

  • @Bastabborah90
    @Bastabborah90 2 ปีที่แล้ว +77

    হৃদয় চুই গৈছে ৰাজীৱ দা 🥰 delivery boy এদিন মইও আছিলো😎

    • @nirup57
      @nirup57 2 ปีที่แล้ว

      মই এতিয়া কৰি আছো

  • @laksheswarrabha4712
    @laksheswarrabha4712 2 ปีที่แล้ว

    হৃদয় চুই যোৱা কাহিনী,,, বিষয় বস্তু আৰু অভিনয় বহুত সুন্দৰ হৈছে,,,,

  • @JayantaChutia-zb1ez
    @JayantaChutia-zb1ez 2 ปีที่แล้ว +16

    বহুত ধুনীয়া হৈছে । আজি অনুভৱ হব বহুতৰ যি সকলে তেওঁলোকক বেয়া ব্যৱহাৰ কৰে ।

  • @kushalgogoi8487
    @kushalgogoi8487 2 ปีที่แล้ว +1

    জীৱন সংগ্ৰাম মানে কি , যি ব্যক্তিয়ে সেই টোৱেই বুজি নাপায় তেওঁহে এনে মূৰ্খামি ব্যৱহাৰ কৰে ... ( জীৱন জিন্দাবাদ)

  • @hunkanchangmai626
    @hunkanchangmai626 2 ปีที่แล้ว +4

    কথাবোৰ আৰু কাহিনী সম্পূৰ্ণ সঁচা ৰূপে প্ৰকাশ হৈছে...ভাল লাগিলে চাই ♥️✨

  • @crowqueenyt283
    @crowqueenyt283 2 ปีที่แล้ว +1

    Love from lakhimapur 🥂🥂🥂🥂💗💗💗💖💖💖

  • @assameseffgamer5877
    @assameseffgamer5877 2 ปีที่แล้ว +14

    কৰি আছোঁ , কিছুমান মানুহ লগ পায় ভাল লাগে , আৰু কিছুমান মানুহৰ ব্যৱহাৰ দেখিলে মুখতে মাৰিব মন যায় 😑 আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় বুলি কাণত কথাটো পেলাই আহিলে হয় বাকি একো নকওঁ তাকে কৈ গুচি আহো 🙂

  • @jsmusical4908
    @jsmusical4908 2 ปีที่แล้ว +1

    Nice, Bohut bhal lagil video tu ❤❤❤
    Bohut bhal Act korise guutei team tu Mojja 👍👍👍

  • @sabitaassamesegirl255
    @sabitaassamesegirl255 2 ปีที่แล้ว +10

    Very nice. এই কাহিনীটোৰ পৰা বহুতৰে যেন ব্যৱহাৰ সলনি হৈ, তাৰেই আশা কৰিলোঁ।
    🥰🥰🥰

  • @vic49759
    @vic49759 ปีที่แล้ว

    সুন্দৰ অভিনয় আৰু সুন্দৰ উপস্থাপন - শলাগ লৈছো। সমাজক চিন্তাৰ খোৰাক যোগাইছে।

  • @Gyandeepkasturi09
    @Gyandeepkasturi09 2 ปีที่แล้ว +3

    Bhut vl consept.....bhut vl lagil Sai.....all is perfect 🙏🙏 delivery boy acting is so perfect 🙏

  • @alakakash
    @alakakash 2 ปีที่แล้ว

    সুন্দৰ । ভাল লাগিল চাই । সুন্দৰ অভিনয় 👍

  • @lakshiborah2542
    @lakshiborah2542 2 ปีที่แล้ว +16

    Gat lagi gol...nije moi ajn Delivery exicutive....dinr dintu lukr tan ktha suni nijr duty 100%kri jau ak matra family ktha vabi...ki krim kam ni..sakri ni... Graduation kriu kamr sru br sinta nkri kam buli kri asu...mur atai request saklu delivery exicutive loi kam kri juwa....kamr sru br ni...balagee ji kre interested nidiba...smy. Upjugi ata video.....Rajib da loi very thankful

  • @moonmisaikia5484
    @moonmisaikia5484 2 ปีที่แล้ว +2

    Proudly koisu persal loiy thku .ahk nhok proti bary dada kijonk kow ahk dada acup sah khb .,twlukr khusura nthkly 10..20 toka katiaba arew dew ru nxt persal lwtw hoi to muru khusura nthkly 10 ..20toka twlukw are deay krn twlukok buju aii grmt ami fanor tolto thkb nursu kinto twluky rody rody ghuri amr proiujoniw bsto amk jigan dhrsy twlukok hnman krato amr daitto.vly thkok hklu❤️

  • @jayasaha4566
    @jayasaha4566 2 ปีที่แล้ว +3

    জীৱন সংগ্ৰামৰ বাস্তৱ প্ৰতিচ্ছবিৰ সুন্দৰ প্ৰতিফলন ☹️

  • @papumonibhuyan7993
    @papumonibhuyan7993 ปีที่แล้ว

    অভিনয় বহুত ভাল হৈছে। কাহিনীটোৱে বহুত কিবা কৈ গল।

  • @tulikadevi1440
    @tulikadevi1440 2 ปีที่แล้ว +154

    The bitter truth of society 🥺 A big round of applause to the whole team❤️

  • @AMAR-gq5vw
    @AMAR-gq5vw 2 ปีที่แล้ว

    ekdom True ❤👌👌👌 mOiu deLiverY boY hOiii ..... bhT bhT bhT bhL LgiL video tu sAiii👍

  • @travelingwithlakhya7515
    @travelingwithlakhya7515 2 ปีที่แล้ว +3

    Bast unique concept val lagil 🔥

  • @dimbeswarsaikia2703
    @dimbeswarsaikia2703 2 ปีที่แล้ว +1

    bhut val lagil 😍🥰🥰🥰

  • @Digantadutta123
    @Digantadutta123 2 ปีที่แล้ว +11

    *Great vdeo Duwari 🌺😉 Respect delivery boy❤️🙏🏻 কাৰণ সিহঁতৰো এখন ঘৰ আছে,সংসাৰ আছে*

  • @rupjyotisaikia67
    @rupjyotisaikia67 2 ปีที่แล้ว

    সুন্দৰ উপস্থাপন‍ । ভাল লাগিল চাই

  • @rajivofficialrom3435
    @rajivofficialrom3435 2 ปีที่แล้ว +3

    ধুনীয়া Concept ৰাজীৱ দা❤️

  • @rideforfunaa1590
    @rideforfunaa1590 ปีที่แล้ว

    val lagil......soku r agot dekhi thoka jen lagil.... 🙏

  • @chimihandique1102
    @chimihandique1102 2 ปีที่แล้ว +12

    🥰হৃদয় শিহৰিত কৰি যোৱা এখনি ধুনীয়া জীৱন্ত প্ৰতিচ্ছবি কাহিনী বিশেষ।ভাল লাগিল লগতে দুঃখ লাগিও গ'ল😌😔

  • @axomientertainment360
    @axomientertainment360 2 ปีที่แล้ว

    খুবেই সুন্দৰ ভিডিও এনেকুৱা ধৰণৰ ভিডিও বোৰৰ জৰিয়তে মানুহৰ মন সলনি কৰিব পাৰি

  • @lakhyajyoti6394
    @lakhyajyoti6394 2 ปีที่แล้ว +7

    Topic hsa ke bht dhuniya....kisuman manuh e delivery boy manuh buli navabe hihote u tu kosto kori e khaise...... love you Debo da♥️

  • @kiritedas5392
    @kiritedas5392 2 ปีที่แล้ว

    সুন্দৰ হৈছে । দৈনন্দিন জীৱনত ঘটি থকা কাহিনী।

  • @jibanjyotibaishya
    @jibanjyotibaishya 2 ปีที่แล้ว +36

    Great respect to all the Delivery Boys who are working hard to deliver smiles to customer...this video shown the truth of our society.... Thanks to the team members of this video...
    I personally witness the dedication of All DAs as I'm working in Amazon India and I saw how our DAs are doing hardwork to Deliver a shipment to coustom in this hot season as well as in Winter season also....

  • @Debojit_CE
    @Debojit_CE 2 ปีที่แล้ว +2

    Amar fale uluta ako kotha2😂😂

  • @riturajborah2053
    @riturajborah2053 2 ปีที่แล้ว +3

    আপা আৰু দাদু ৰ voice টো কিন্তু Ultimate লাগিছে ।।Anywz . Congratulation to all team. Keep it up.

  • @nayanmoneegogoi7659
    @nayanmoneegogoi7659 ปีที่แล้ว

    Bohutt vl lagil... hokolu manuhe jen delivery boyk anekuaa byabahar nkre...hkluye jen vl vabe...

  • @paramanandasaikia4754
    @paramanandasaikia4754 2 ปีที่แล้ว +4

    বৰ সুন্দৰ Debo... সুন্দৰ Concept... সুন্দৰ অভিনয়। সৰ্বাংঙ্গসুন্দৰ...
    ❤️👍❤️
    আগলৈও এনেকৈয়ে ভাল ভাল কাম কৰি...আগুৱাই যোৱা ☺️

  • @gangjema2841
    @gangjema2841 ปีที่แล้ว

    This is the great messages for world 👍👍👍

  • @assamloversnkchannel2224
    @assamloversnkchannel2224 2 ปีที่แล้ว +4

    It's real .... because moi feel korisu mur life t

  • @arnabsaikia8131
    @arnabsaikia8131 2 ปีที่แล้ว +1

    Kaido jui oo🙏

  • @jvlogs5341
    @jvlogs5341 2 ปีที่แล้ว +4

    Moiu 4yers delivery kam krilu kintu ktiau valkoi respect npalu tothapiu kam kri golu kimn ghat protighat kri,,,,, ami dinor dintu kam kri biket tel vorai matro 200-300 toka pau tate kisumn ghoror mnuhr amer khai tokar uport suku kore,,,kintu moi mur nijor kamok loi bhut happy kionu moi kosto kri khausely,,,,1minits late hole customer gali aru hunkle goleu kio emn hunkle buli gali khau,,

  • @BirajHukai
    @BirajHukai 2 ปีที่แล้ว

    সঁচাকৈ বহুত ভাল লাগিল❤️❤️❤️ আৰু লৰাজনৰ অভিনয় বহুত ধুনীয়া হৈছে😍😍

  • @mithurabha9626
    @mithurabha9626 2 ปีที่แล้ว +4

    হৃদয় স্পৰ্শী ভিডিঅ' ❤️মানৱতা মানসিকতা এতিয়া হেৰাই যাব ধৰিছে ক্ৰমাৎ দিনটো আমাৰ বাবে সেৱা আগবঢ়োৱা প্ৰতিজন ব্যক্তিক আমিও শ্ৰদ্ধা সন্মান কৰা উচিৎ ভিডিঅ'টি চাই যেন সকলোৰে মাজত সেই মানসিকতা জাগি উঠে ।

  • @sumtara3779
    @sumtara3779 ปีที่แล้ว

    বহুত বহুত মজা লাগিল ৰাজিব দা👍👌

  • @smritirekhasonowal5808
    @smritirekhasonowal5808 2 ปีที่แล้ว +15

    শুভেচ্ছা সকলো লৈ। দেৱ দা, জাহ্নু, পূজা বা , ৰাহুল দা বহুত ভাল লাগিল। ধুনীয়া concept । ❤️🌻

  • @JonakjyotiVlog
    @JonakjyotiVlog 2 ปีที่แล้ว

    Hundor film val lagil ajon manuh kamere agbahi juwaa kahini ata bonai dekhuwaise aru kisuman manuh ase enekuwa video bonale haheee

  • @atulkumbang1804
    @atulkumbang1804 2 ปีที่แล้ว +5

    I don't know wat to say but it's realy true, it's happen every day. So thanks it's & every one who make this true short film. Waiting for next......

  • @rajibsaikia4684
    @rajibsaikia4684 2 ปีที่แล้ว

    সুন্দৰ অভিনয়ৰ চাই বহুত ভাল লাগিল

  • @Gamer-t2u3q
    @Gamer-t2u3q 2 ปีที่แล้ว +4

    Advanced congratulations 🥳🥳100k subscribe

  • @sadanandapegu1647
    @sadanandapegu1647 2 ปีที่แล้ว

    বহুত ভাল লাগিল।একেবাৰে অন্তৰ চুই গ'ল।

  • @kashmiriborah9445
    @kashmiriborah9445 2 ปีที่แล้ว +4

    Hosakoi, video tur protyek tu moment a bohut dhuniyaa koi futi uthise. Val lagile. Best wishes to the whole team. ❤️

  • @monmohangogoi3725
    @monmohangogoi3725 2 ปีที่แล้ว

    Monot pori goise nijor lifer ata homoir kotha.... Love you alll team❤❤

  • @jutishmitachangma5009
    @jutishmitachangma5009 2 ปีที่แล้ว +3

    Moja debo da🔥🔥🔥

  • @sumpigohain5694
    @sumpigohain5694 2 ปีที่แล้ว +1

    সচাই বহুত দুখ লাগিল চাই

  • @MovieInsight2024
    @MovieInsight2024 2 ปีที่แล้ว +4

    এয়াই হৈছে জীৱন । সকলো আও-কাণ কৰি কাম কৰি যাব লাগিব । Look East ৰ পৰা এনেকুৱা আৰু Video পাম বুলি আশা থাকিল।

  • @BhaiRaviCars
    @BhaiRaviCars 2 ปีที่แล้ว

    বহুত ভাল ভিডিও এটা পালোঁ। চেলুট...

  • @iadhyapak
    @iadhyapak 2 ปีที่แล้ว +10

    Fact about every job I guess....very impressive presentation by the team...good wishes

  • @DipankarDas-xl9yi
    @DipankarDas-xl9yi 2 ปีที่แล้ว

    Congratulations🎉100 k

  • @khirudneog3883
    @khirudneog3883 2 ปีที่แล้ว +5

    Hundor hoise Dada 😍❤️😍

  • @rashmibegum8
    @rashmibegum8 2 ปีที่แล้ว

    আজি প্ৰথম চালো আপোনালোকৰ video.
    সঁচাকৈ হৃদয় চুই গল । আগুৱাই যোৱা

  • @flowrinachutia9768
    @flowrinachutia9768 2 ปีที่แล้ว +3

    Great nd you are superstar debo da❤

  • @AnandaSangmaVlogs
    @AnandaSangmaVlogs 2 ปีที่แล้ว

    Video sai bohut val lgise val beya bohut manuh log pawa jai👍👍

  • @AxomFLEXY
    @AxomFLEXY 2 ปีที่แล้ว +3

    Wah Shibani baar acting dhunia hoisa💛
    Love from kakopather ❣️

  • @karandas9927
    @karandas9927 2 ปีที่แล้ว

    Khub dhuniya hoise next part r bbe Ready huwa

  • @pankajdowari4285
    @pankajdowari4285 2 ปีที่แล้ว +22

    pain is not an illusion, it is always real. Great work, and many congratulations to the whole team.

  • @lakhyadutta260
    @lakhyadutta260 2 ปีที่แล้ว

    Khub hundor hoise...bhal lagil bohut

  • @amayikasaikia7685
    @amayikasaikia7685 2 ปีที่แล้ว +4

    Touched....Bohut dhunia debo da n d entire team ❤️

  • @rajakhazarika1352
    @rajakhazarika1352 2 ปีที่แล้ว

    Bohut bohut bohut dhunia hoisa..Jiman dekhala tat koi basi vukto vugi hoi kinto.Takai dekhi bujai bujibo.

  • @abhijeet1989ful
    @abhijeet1989ful 2 ปีที่แล้ว +3

    Awesome and very good direction and cinematography

  • @anirbanborua945
    @anirbanborua945 2 ปีที่แล้ว

    সুন্দৰ। চুই গৈছে, মনটো।

  • @himangshuneog9450
    @himangshuneog9450 2 ปีที่แล้ว +6

    Falise raize aibar 🔥🔥🔥

  • @nikumobilephotography9384
    @nikumobilephotography9384 2 ปีที่แล้ว

    Bohut dhuniya solonto kahini

  • @letshangout6413
    @letshangout6413 2 ปีที่แล้ว +18

    Great work whole team 👏 portrait the real picture of the society.

  • @nitricacid7443
    @nitricacid7443 2 ปีที่แล้ว

    Real story of a every Dilaveray boy. Aru da apunar acting ekdom pure 💙👌👌

  • @angkritachetia4371
    @angkritachetia4371 2 ปีที่แล้ว +116

    This short film gave me a new perspective to respect the works of a delivery boy. Many say no work is greater or lesser but the behavior of some people shows that it is.
    Thanks to Delivery Boy for showing the harsh realities.😇
    Congratulations to the team for their good work. 🌻

    • @akshay.n4206
      @akshay.n4206 2 ปีที่แล้ว +5

      Moi ajn delivery boy.3 year experience.ghor solai asu.ata xuxi poriyal

  • @chaofu_konsurajit5482
    @chaofu_konsurajit5482 2 ปีที่แล้ว

    অন্তৰ চুই গ'ল ভাই, সঁছাই ভাল লাগিল সঁছা কাহিনী একদম❤❤

  • @Mrinmoygogoi24
    @Mrinmoygogoi24 2 ปีที่แล้ว +9

    The real truth 🥺🥺❤ I was also a delivery boy and worked for 2 months and all the problems all faced by me🥺 some people's are really good and some behave worst ❤Thanks to the team to bring out the truth of life of a delivery boy❤

  • @rekhadas9710
    @rekhadas9710 2 ปีที่แล้ว

    Mojja lagil sai.. Aru aneke Val val short film dibo buli akxha korilo.. Ey short film khn sai manuh bilak jate Chenge hoi..

  • @abhihehe
    @abhihehe 2 ปีที่แล้ว +6

    Great work guys ❤️
    Keep it up 👍 lots of love from Golaghat ❤️

  • @aruptamulimusical6252
    @aruptamulimusical6252 2 ปีที่แล้ว

    Hondor val lagil.. Kintu etu ata haru kahi ni aru bohot danger kahini humai thake ajon delivery jiwanot

  • @chinmoygogoi2724
    @chinmoygogoi2724 2 ปีที่แล้ว +11

    True story ...we should respect each work

  • @mr_zackbeardo
    @mr_zackbeardo 2 ปีที่แล้ว

    Like to Banta hay...... Sharing To My All The Delivery Executive ❤️⭐⭐⭐⭐⭐

  • @richaborah2133
    @richaborah2133 2 ปีที่แล้ว +23

    Through the entire video we see the harsh reality of today's society, how some people disrespect or threaten the people who belong from lower classes. I just want to salute and give huge respect to the one and all who work so hard and face all the obstacles just to feed their family. Thankyou Rajib daa and the entire team for presenting such a beautiful film.♥️ Kuddos to the team✨Long live Look East.

  • @jitubora4257
    @jitubora4257 2 ปีที่แล้ว

    Bht bsi vl lgl episode tu sai.

  • @akankhyamadhabdutta9855
    @akankhyamadhabdutta9855 2 ปีที่แล้ว +8

    This short film brought tears to my eyes🥺🥺

  • @rajashrigogoi743
    @rajashrigogoi743 2 ปีที่แล้ว +1

    হৃদয় চুই গল 🥺

  • @painXpain007
    @painXpain007 2 ปีที่แล้ว +8

    Humanity on its melting point🎈

  • @prafullagogoi3063
    @prafullagogoi3063 2 ปีที่แล้ว

    বতৰ্মান সময়ৰ পৰিস্থিতি..... কলা উপায় বাহিৰে সকলো পথেই বৰ কঠিন অ

  • @chinmoydas9885
    @chinmoydas9885 2 ปีที่แล้ว +4

    What a concept Rajib da ❤️🤗 Debo ki acting koriso❤️🔥🤗 And Big round of applause to the whole team keep doing great work🤗

  • @gautampathari957
    @gautampathari957 2 ปีที่แล้ว

    Khub Xundor ek uposthapon....

  • @badman6119
    @badman6119 2 ปีที่แล้ว +3

    Excellent acting by all !!

  • @dolyborahvlog691
    @dolyborahvlog691 2 ปีที่แล้ว

    সুন্দৰ অভিনয় দেৱ দা... ভাল লাগিলে চাই