কি কলে ভকত বৈষ্ণৱ সকলক? মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° শ্ৰী শ্ৰী প্ৰভু পীতাম্বৰ দেৱগোস্বামীয়ে

แชร์
ฝัง
  • เผยแพร่เมื่อ 15 ม.ค. 2025

ความคิดเห็น • 52

  • @biswajitbaruah3564
    @biswajitbaruah3564 ปีที่แล้ว

    Koti koti pranam prabhu

  • @BhaskarDeka-qv4ym
    @BhaskarDeka-qv4ym ปีที่แล้ว

    Hare krishna Prabhu .

  • @papariburagohain3963
    @papariburagohain3963 หลายเดือนก่อน

    Pronam jonaisu

  • @nitaisharma9552
    @nitaisharma9552 ปีที่แล้ว

    Bohut dhunia kotha koise provu

  • @dimbeswaripatardeka2793
    @dimbeswaripatardeka2793 ปีที่แล้ว

    Krishna Hori Ram Oum santi Oum santi Oum santi 🙏🙏🙏🙏

  • @akhilgogoi1869
    @akhilgogoi1869 ปีที่แล้ว

    Hoi bhal lagil.krishna.

  • @AnjaliBaruah55
    @AnjaliBaruah55 ปีที่แล้ว

    কৃষ্ণ প্ৰভূ 🙏🙏🙏🙏🙏

  • @madhurjyagogoi6085
    @madhurjyagogoi6085 ปีที่แล้ว

    কৃষ্ণ

  • @digantsaikia1328
    @digantsaikia1328 ปีที่แล้ว

    Krishna prabhu

  • @binusaikia6391
    @binusaikia6391 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @AmusedElephant-oc7ne
    @AmusedElephant-oc7ne 11 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ সেৱা জ্নালো প্ৰভু ❤❤❤

  • @durgeswarphukan8498
    @durgeswarphukan8498 2 ปีที่แล้ว +1

    শত সহস্থ প্ৰণাম গুৰুদেৱ।

  • @Bornali-q4y
    @Bornali-q4y ปีที่แล้ว

    প্ৰভু অপৰাধ হ'লে ক্ষমা কৰিব ।প ইতাভাত তামযিক আহাৰ নেকি

  • @putuldas3984
    @putuldas3984 ปีที่แล้ว

    Kreshna

  • @pallabineog7116
    @pallabineog7116 ปีที่แล้ว

    🙏🙏🙏

  • @SukumarDutta-w4s
    @SukumarDutta-w4s 17 วันที่ผ่านมา

    Dr Pitambardeva Pravu is expressing human life as belief in the eternal nature of the Self which is the most vital point in practical spiritual life Know your own soul is the knowledge god

  • @junumech7558
    @junumech7558 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ জনা আপোনাৰ চৰণ ভক্তি ভৰা‌ সেৱা নিবেদিলে কৃষ্ণ কৃষ্ণ

  • @khagensarma2187
    @khagensarma2187 ปีที่แล้ว +3

    প্ৰভু ঈশ্বৰ শতকৌতি প্ৰণাম । আপোনাৰ সমাজ সংস্কাৰক মন্তব্যই আমাক কৃতাৰ্থ কৰিলে। আশীৰ্বাদ কৰিব আমি আমাৰ সমাজ খন তেনে দৰে গঢ়িব পাৰো। প্ৰণাম।

  • @monjurikagogoi1406
    @monjurikagogoi1406 ปีที่แล้ว +2

    প্ৰভু ঈশ্বৰলৈ সেৱা জনালোঁ। তেখেতৰ ভাষণে সকলোকে উপকৃত কৰিছে।

  • @SukumarDutta-w4s
    @SukumarDutta-w4s 17 วันที่ผ่านมา

    Humans higher evolution there arises in a new yearning the hunger of the soul as longs for the Eternal and the Infinite which can bring nourishment peace to hungry soul

  • @krishnakakaty2624
    @krishnakakaty2624 2 ปีที่แล้ว +4

    Bohut. Dhuniya kotha koise. Xewahe. Jonaisu prou

  • @munmigogoi2377
    @munmigogoi2377 2 ปีที่แล้ว +2

    Krishna

  • @bhubaneswarsaikia1098
    @bhubaneswarsaikia1098 ปีที่แล้ว

    প্ৰভু ঈশ্বৰলৈ কোটি নমস্কাৰে সেৱা জনাইছোঁ

  • @luckyboruah2478
    @luckyboruah2478 ปีที่แล้ว

    সএত এতিয়াও কিয় মূতি` পূজা কৰা হয়

  • @bijithazarika7363
    @bijithazarika7363 2 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰনাম জনাইছো ।

  • @aparajitatamuli7273
    @aparajitatamuli7273 ปีที่แล้ว +2

    ❤ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম বিষ্ণু ❤

  • @sarbanandasingh269
    @sarbanandasingh269 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 ปีที่แล้ว

    Xosa kotha koise Apuni.

  • @SukumarDutta-w4s
    @SukumarDutta-w4s 17 วันที่ผ่านมา

    Humans higher evolution arises a new yearning the number soul as long for eternal Infinite which alone can bring nourishment peace in to hungry soul

  • @debajitborah1643
    @debajitborah1643 2 ปีที่แล้ว +1

    Pranam Guru Dev 🙏

  • @anilsaikia1554
    @anilsaikia1554 2 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ 🙏🙏

  • @asomiaasom6008
    @asomiaasom6008 2 ปีที่แล้ว +1

    জয় গুৰু দেৱ দামোদৰদেৱ ।অসমত প্ৰথম আনুস্থানিক সত্ৰ প্ৰতিস্থাপক বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰক মহাপুৰুষ দেৱ দামোদৰদেৱ গুৰুৰ শিষ্য প্ৰভু নিৰঞ্জনদেৱ স্থাপিত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ দেৱৰ সুন্দৰ ব্যাখ্যা ।

    • @badanchutia8428
      @badanchutia8428 ปีที่แล้ว

      ৰম
      ৰাম।ৰাম।ৰাম।বহো।বহো।বহোধ
      ধন্যবাদ

    • @rajibsharma6751
      @rajibsharma6751 ปีที่แล้ว

      Aijon damodoria, dangor dangor fot loa.mahapurs sankardebor kirton dahom bargeet adi damordebor neki.damudoror ki ase kobo paribo.

    • @asomiaasom6008
      @asomiaasom6008 5 หลายเดือนก่อน

      ​​@@rajibsharma6751দেৱ দামোদৰদেৱে প্ৰথম সত্ৰ পাটবাউসী সত্ৰ স্থাপন কৰে অৰ্থাৎ দামোদৰদেৱে অসমক সত্ৰ দিলে ।দেৱ দামোদৰদেৱৰ উপদেশত প্ৰপন্ন শিষ্য ভট্টদেৱে কথা ভাগৱত ,কথা গীতা ,কথা ভক্তি-ৰত্নাৱলী লেখি অসমক গদ্য সাহিত্য দিলে অৰ্থাৎ অসমক গদ্য সাহিত্য দিলে গদ্য সাহিত্যৰ জনক দিলে বিশ্বই যানে ।গুৰু দেৱ দামোদৰদেৱে সত্ৰ বান্ধি চাৰিও দিশে শিষ্য প্ৰশিষ্যৰ দ্বাৰা সত্ৰ বান্ধি অসমৰ ৬২ % তকৈ অধিক লোকক বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্মত দীক্ষিত কৰি বৈষ্ণৱ কৰাই কলুষিত লোক ,ধৰ্ম ,সমাজ সংস্কাৰ কৰিছিল ।গুৰু দেৱ দামোদৰদেৱৰ শিষ্য সকলোলে ঘোষাৰত্ন ,ভাগৱতৰ কেবাটাও স্কন্ধ অধ্যায় অসমীয়া পদত ৰচি শংকৰদেৱৰ লগত অসমীয়া ভাগৱত সম্পুৰ্ণ কৰে ,কথা ভাগৱত কথাগীতা কথাভক্তিৰত্নাৱলী ,শ্ৰীশ্ৰীকৃষ্ণলীলা কীৰ্তন ,ভক্তিবিবেক ,ভাগৱত অধিকৰম ,শৰণ মালিকা ,প্ৰসংগমালা ,শ্ৰীশ্ৰীকৃষ্ণ গীতা আদি কৰি বহু পুথি অসমক দি অসমীয়া সাহিত্য ভৰাল চহকী কৰে ।এই জআা ড° পীতাম্বৰ গোস্বামীও দামোদৰদেৱ গুৰুৰ আবদানৰ বাবে সত্ৰাধিকাৰ হব পাৰিছে খাই পাত ফলা চৰিত্ৰৰ অকৃতজ্ঞ লোকে আজি দেৱ দামোদৰদেৱক নভজি ত্যাগ কৰি নাম নলৈ গুৰু শংকৰ মাধৱক গুৰু ভজি কীৰ্তনঘোষা নামঘোষা বৰগীত ভাওনা গাই প্ৰচাৰ কৰে ।সেই কাৰণে তুমি প্ৰশ্ন কৰিছা নজনাৰ বাবে দামোদৰদেৱৰ কি আছে বুলি । ভট্টদেৱৰ লিখনীত পোৱা যায় দামোদৰদেৱে গীতাৰ ওপৰত টীকাভাষ্য লিখিছিল কিন্তু কোনোৱাই লুপ্ত কৰিছে ।বৰগীতৰ সমতুল্য গীত তিনিটা পোৱা গৈছে আজিও আছে । দেৱ দামোদৰদেৱৰ বিষয়ে নজনাটো অসমীয়া জাতিৰ বাবে কলংক ।

    • @asomiaasom6008
      @asomiaasom6008 5 หลายเดือนก่อน

      ​​@@rajibsharma6751দামোদৰদেৱৰ কি আছে বুলি সুধিছা ?গুৰু দেৱ দামোদৰদেৱৰ বহুদিশ গুণ বৈশিষ্টপুণ সত্ৰ সমুহ আছে ,গুৰু দামোদৰদেৱৰ আজ্ঞাত শিষ্য গকলে লিখা ঘোষাৰত ,কথা ভাগৱত ,কথা গীতা ,কথা ভক্তিৰত্বাৱলী ,ভাগৱতৰ কেবাটাও স্কন্ধ অধ্যায়ৰ অসমীয়া পদত ৰচনা ,শ্ৰীশ্ৰীকৃষ্ণলীলাকীৰ্তন , ভক্তিবিবেক আদিকৰি বহু পুথি গীত পদ ঘোষা আছে তাতকৈ আৰু দামোদৰদেৱৰ কি লাগে ?দামোদৰদেৱৰ ৬২% তকৈ অধিক শিষ্য আছে তাতকৈ আৰু কি লাগে ?

  • @atulokalita4134
    @atulokalita4134 ปีที่แล้ว

    অতি সুন্দৰভাৱে উপস্থাপন কৰিছে। আধ্যাত্মিক শিক্ষা অবিহনে সমাজ সংস্কাৰ হব নোৱাৰে। গতিকে শিক্ষা অনুষ্ঠানত আধ্যাত্মিক শিক্ষাৰ দৰকাৰ। ভগৱানৰ বিশ্বাসী হ'লে সমাজ সংস্কাৰ হব। কৃষ্ণ কৃষ্ণ

  • @mahendraborah4575
    @mahendraborah4575 ปีที่แล้ว

    কৃষ্ণ প্ৰভু ঈশ্বৰ প্ৰনাম🙏🙏🙏

  • @liligogoi7007
    @liligogoi7007 10 วันที่ผ่านมา

    Kishna probhu hawa jonaisu

  • @polisaikia7185
    @polisaikia7185 2 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ প্ৰভু জনাবলৈ সেৱা জনালোঁ।

  • @ranjuhazarika8799
    @ranjuhazarika8799 2 ปีที่แล้ว

    Joy guru 3 you

  • @muninoza4944
    @muninoza4944 2 ปีที่แล้ว

    জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ ।

  • @krishnakakaty2624
    @krishnakakaty2624 2 ปีที่แล้ว +1

    Xoto. Ku ti. Pronam. Jonaisu. Provu

  • @dhrubajyotisarmah6733
    @dhrubajyotisarmah6733 2 ปีที่แล้ว

    Muslimbore kiman utpat korile seibor chaok

  • @rebotisaikia661
    @rebotisaikia661 2 ปีที่แล้ว +1

    প্ৰভু শ্ৰীচৰণত শত কোটি প্ৰণাম জনালো৺৷

    • @runumoniboruah
      @runumoniboruah ปีที่แล้ว

      প্ৰভু ঈশ্বৰৰ শ্ৰীচৰণত শতকটি সেৱা জনালো ।

  • @tankeswarpathak7599
    @tankeswarpathak7599 ปีที่แล้ว

    সুন্দৰ ব্যাখ্যা । সশ্ৰদ্ধ সেৱা জনালোঁ প্ৰভূ ঈশ্বৰ লৈ।

  • @dipankarbora1456
    @dipankarbora1456 2 ปีที่แล้ว

    Gurus Jonar Sri Charonat kokti koti pranam krisna🙏🙏🙏🙏🙏🙏🙏 Ram ram ram ram ram ram Krisna Krisna Krisna Krisna Krisna Krisna Krisna🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @R.B.G-q9f
    @R.B.G-q9f ปีที่แล้ว

    🙏🙏🙏🙏

  • @liligogoi7007
    @liligogoi7007 10 วันที่ผ่านมา

    Kishna probhu hawa jonaisu