কাইলৈৰ পৰা অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম অধিৱেশন
ฝัง
- เผยแพร่เมื่อ 7 ก.พ. 2025
- কাইলৈৰ পৰা অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম অধিৱেশন। পাঠশালাৰ ভট্টদেৱ সমন্বয় ক্ষেত্ৰত যুদ্ধকালীন ব্যস্ততা। লাখ লাখ সাহিত্যনুৰাগীক আদৰিবলৈ সাজু পাঠশালাবাসী। পূৰ্ণ গতিত চলিছে অধিৱেশনৰ প্ৰস্তুতি পৰ্ব। পাঠশালাৰ পৰা আমাৰ এক প্ৰতিবেদন।
#PratidinTime #AssamNews #assam #pathsala