মুখ্যমন্ত্ৰীৰ কাষতে অভিযন্তাক জবাবদিহি কৰালে এজন সাধাৰণ জনতাই।

แชร์
ฝัง
  • เผยแพร่เมื่อ 14 ม.ค. 2025

ความคิดเห็น • 25

  • @kharkhuaokhomia5949
    @kharkhuaokhomia5949 2 ปีที่แล้ว +13

    মূখ্যমন্ত্ৰী মহোদয়ে সাধাৰণ জনতাৰ লগত হাতত ধৰা ধৰিকৈ কথা পতাৰ এটা বিৰল আৰু নান্দনিক দৃশ্য দেখা পালো।

  • @jitendrabarman6577
    @jitendrabarman6577 2 ปีที่แล้ว +17

    পৰীক্ষাত ফেইল কৰিলে শিক্ষকক দোষ দিয়া কিন্ত কোটি কোটি টকা খৰচ কৰা চৰকাৰী আচনি সমুহ বিফল হ’লে ঠিকাদাৰ বিভাগীয় বিষয়া সকল কিয় দোষী নহয় ৷

  • @rekhamoniPhukon-u9e
    @rekhamoniPhukon-u9e 6 หลายเดือนก่อน

    জনতা সচেতন হলে মন্ত্ৰী বিধায়কে নিজকে বহুত ওপৰৰ মাল
    ঈশ্বৰ প্ৰেৰিত দূত এই বোৰ নাভাবি জনতা ৰ মাজৰে এজন বুলি ভাবিব

  • @fulmanali523
    @fulmanali523 2 ปีที่แล้ว +3

    Love u sir

  • @iconic-24
    @iconic-24 2 ปีที่แล้ว

    Die hard fan of HBS ❤❤❤

  • @Kaushikeditzshorts
    @Kaushikeditzshorts 2 ปีที่แล้ว +6

    মহৰী , দালালে টকা খাই বাজেট শেষ কৰি দিয়ে

  • @ripon_bora
    @ripon_bora 2 ปีที่แล้ว

    Sir apunak khub val lagi

  • @phanindradevagoswami4635
    @phanindradevagoswami4635 2 ปีที่แล้ว +2

    সেই ধুৰন্ধৰে মানুহজনৰ কান্ধত কিয় হাত দি আছে?

  • @bhargabacharja1778
    @bhargabacharja1778 ปีที่แล้ว

    ভোটাৰক সাধাৰণ বুলি ভাবিলে ভুল কৰা হব। গণতন্ত্ৰৰ ৰক্ষক জনতা।

  • @bhasmazumdar9801
    @bhasmazumdar9801 6 หลายเดือนก่อน +1

    ডাঙৰ চো ৰ সৰু চুৰক ধমক মাৰে ইঞ্জিনৰ t কৈ C।M। মহা চোৰ

  • @jagadishdeka8118
    @jagadishdeka8118 2 ปีที่แล้ว +6

    CM মামাক সকলোৱে ভালপায়। অখিল বদন আৰু বদনৰ দালালে নাপালে একো ক্ষতি নহয়।

  • @pranabkakati3991
    @pranabkakati3991 2 ปีที่แล้ว +5

    এইদৰেই মামাই নিজৰ দুৰ্নীতি ঢাকি ৰাখিব পাৰিছে।কাৰণ সাধাৰণ মানুহক তেনেদৰে অকণমান মৰম দেখুৱালে মানুহে সকলো পাহৰি যায়।

    • @sailendrabaruah1924
      @sailendrabaruah1924 2 ปีที่แล้ว +3

      মহাশয় বেয়া নাপাব আজি মোৰ ৪০ বছৰ হ'ল অসমত বান পানীকে ধৰি বহুতো ভয়ানক পৰিস্থিতি দেখা পালো। কিন্তু আজিলৈ কোনো এজনকো জনসাধাৰণৰ দুখত সমভাগী বা ওচৰত থিয় হোৱা দেখা নাই ।এটিয়া কথা হ'ল আপুনি অসাধাৰণ আপুনি সকলো কথা বুজি পায় আমাক অকণমান বুজাই কবনে?best of luck.

    • @jagadishdeka8118
      @jagadishdeka8118 2 ปีที่แล้ว +1

      বদনৰ পুতেক আহিল কেলা চুদুৰভাই কাকতি সন্মূখত আহি কবি খচি পেলাম তহঁতক

    • @MdMIslam-zv6en
      @MdMIslam-zv6en 2 ปีที่แล้ว

      @@sailendrabaruah1924 khantona dilei jodi hoi tenehole khahajyor babe kio siyori thake manuhbure jar ghirot pani hoi khyoi khyoti hoi ase teilokehe jane kor pora purabo kheibur khantonai kam nidiye teolukok khohai lage aponar ghorot pani nai gotike kothakhinit aponaru bhul nai.

  • @tilak___4635
    @tilak___4635 2 ปีที่แล้ว +1

    Mama

  • @chandandeka5981
    @chandandeka5981 2 ปีที่แล้ว +1

    ঘৰৰ নলাতো চাফা কৰি দিও, তাৰ কাষেৰে মাটি দি মাথাউৰি নাবান্ধো।

  • @rajuterang4801
    @rajuterang4801 2 ปีที่แล้ว

    Flood control chief engineer BOR SING RONGPI

  • @sohelafridi1222
    @sohelafridi1222 2 ปีที่แล้ว

    Burah jn jodi moe holy hoe sir apunk habuti kiba kolie jodi palu hoe bhut hmoshre jrjorito

  • @susenchetia1551
    @susenchetia1551 2 ปีที่แล้ว

    Jindegi.O.kush.Vi.nahi

  • @AnkurJyoti-g7i
    @AnkurJyoti-g7i 2 ปีที่แล้ว

    I have written Many Application to the Chief Minister of Assam Dr. Himanta Biswa Sarma to get my Promotion of Administrative Officer lying Vacant in the Directorate of SCERT Assam Kahilipara Guwahati-19 this post is very important to run the office but till today No action has been taken to the Secretary Dr.Bijoya Choudhury Elementary Education Department of Secretariat and Principal Secretary Niraj Verma and Personal (B) Department Why?