ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
Hori namot bhengusali
বিচাৰকৰ নামত ফটোৱামি যেনহে লাগিছে। তামোল-পাণৰ পাগত ভালকৈ কথা পাতিবলৈ অসুবিধা হৈছে। নাম বা ভক্তি মূলক গীতৰ প্ৰতিযোগিতা যেন নহয়, কিবা ইণ্ডিয়ান আইডলহে হৈছে। ইয়াকে কয় বোলে অল্প বিদ্যা ভয়ঙ্কৰ। শাস্ত্ৰীয় বচনতো আছে বোলে ' নিজকে জ্ঞানী বুলি জহাই ফুৰা লোক দেখিচানে? তাতকৈ অজ্ঞানৰ অধিক আশা আছে। "
হে বাপ আইসকলক আলোচনা কৰাতকৈ নিজৰগৰাকী ক সধিবছোন ৷
কেনে বিচাৰক এই সকল দিহা নামৰ নিয়ম প্ৰণালীৰ বিষয়ে কব লাগে কৈছে অদৰকাৰী বিষয় কিছুমান ।
কোন বিচাৰক এইজন?অৱনদ্ধ নহয় হেৰৌ আনদ্ধ বাদ্য। কোনে বিচাৰক বনায় এইবোৰক।
কিছুমান বিচাৰকৰ মন্তব্য শুনিলে নামৰ একো মহিমা নাই যেন লাগে
এইকেইজন বিচাৰকক আমাৰ ফালেও পঠাই দিবচোন।। 😊😊
Bicharakara tamul pan pag bhal haisa. Baki suranta phatuwa.
Val loga na kothabur
কি আজে বাজে কথা কৈ আছে
faltu bisarok maikir lagot chupati mara jen lagil bapu