গ্ৰেপ্তাৰ হ’ব অবৈধ ট্ৰেডিঙত জৰিত অভিনেতা-অভিনেত্ৰী, কঠোৰ মন্তব্য মুখ্যমন্ত্ৰীৰ
ฝัง
- เผยแพร่เมื่อ 16 ก.ย. 2024
- গ্ৰেপ্তাৰ হ’ব অবৈধ ট্ৰেডিঙত জৰিত অভিনেতা-অভিনেত্ৰী, কঠোৰ মন্তব্য মুখ্যমন্ত্ৰীৰ; ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা কৰা সকলো গ্ৰেপ্তাৰ হ’ব
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
মামক বহুত বহত ধন্যবাদ,চোৰ কেইটাক গ্ৰেপ্তাৰ কৰক।❤❤❤❤
সুতলৈ টকা দিছিল,,,, trading ইংৰাজীত আধুনিক নামাকৰণ,,,, গতিকে সুত লোৱা,, trading ত টকা দিয়া আমি একে বুলি ভাবো,,, সেয়ে সুতলৈ দিয়া সকলক যদি আইনে ধৰিব পাৰে তেতিয়া হলে ইয়াত টকা দিয়া সকলকো ধৰিব লাগে,,,ইহতে দুখীয়া সকলৰ তেজ শুহি দুগুণ লাভৰ বাবে টকা সুতলৈ ক্ষমা কৰিব trading ত দিছিল,,,মামা আপুনি আমাৰ অসমীয়া সকলক ৰক্ষা কৰক,,, মামা আপোনাৰ লগত সদায় আছো আৰু থাকিম
CM SIR ৰ কাৰনে হে ভিতৰৰ আচল সাপবোৰ বাহীৰ হবলৈ পালে,নহলেতো কোনেও একো গমে নেপালে হৈ,চলিয়ে থাকিল হৈ,আৰু থোৱাবোৰ ভিক্ষাৰী হৈ গৈ থাকিল হৈ আৰু ভিক্ষাৰীবোৰ ৰজা হৈ বিলাশী জীৱন কটাই থাকিল হৈ,মুখ্যমন্ত্ৰী চাৰক ধন্যবাদ,BJP চৰকাৰ ধন্য,
বহুত বহুত ধন্যবাদ মূখ্যমন্ত্ৰী মহোদয় ।
সকলো টকা ৰাইজক ঘূৰাই দিয়াৰ ব্যবস্থা গ্ৰহণ কৰা হওক ।
ভাল পদক্ষেপ সমৰথন জনালোঁ।
হে ভগৱান যাক আমি ইমান দিনে অভিনেতা অভিনেত্ৰীক সন্মান মৰম দিআহছিলো এতিয়া সেই বোৰেই চোৰ ওলাব এতিয়া, সঁচাকৈ লাজৰ কথা,মামা চাৰেহে এতিয়া কি ব্যৱস্থা লয় 😮
মই ভাবো এটা ভাল প্ৰদক্ষেপ হাতত লৈছে আৰু ইয়াক পুলিয়ে পুখায়ে উৎখাত কৰিব লাগে।
এইবিলাক বাদ দি ,স্মাৰ্ট মিটাৰ,মাজুলী মাটি ক্ৰই,এইবিলাক কি হল
Mamar disison bohut Val lagise de
Very good disicion
এই ক্ষেত্ৰত আপোনাৰ বলিষ্ঠ পদক্ষেপে অসম আৰু অসমীয়া ৰাইজক বহুত উৎসাহিত কৰিব, আপোনাক হিয়া উজাৰি আশীৰ্বাদো দিব ।।।।
হিমন্ত মামা আপুনি আগৰপৰাই জানে , এতিয়া সমান ভাগ নোপোৱা বাবে এইবোৰ মন্তব্য ,
নাটক খন সামৰিব হ'ল।
Bohut val kam korile sir apuni
Sir r kotha right
ধন্যবাদ
Mama very good 🎉🎉🎉
Very good Job Sir.
Good action mama
Good news
Very good mama
Excellent CM . Bhal kaam korile .
Ekdm right koise CM sir ❤....arrest korok
Mama. Jendabad ❤❤❤❤❤❤❤❤
ছাৰ সুন্দৰ পদক্ষেপ কাকো এৰি নিদিব
Mama Good Decision ❤
Very, good, job, c, m, sir..🙏
অ' .. অঃ' - আপুনি'হে!! ঘটনাটো! উদ্ঘাটন কৰিল , নে ! কি?
আপুনি'হে, মহানায়ক!! তাৰ'মানে???
মুখ্যমননটীক ধন্যবাদ
Mananiya Himanta Bishwa Sharma dev bilkul sahi. Manish
Right good cm
একেটা সময়তে, অৰ্থাৎ ৰাতিপুৱা ছয় বজাত অথবা নিশা দহ বজাত যদি ঠিক দহ বজাতে এফালে চুমী-তাৰ্কিক, আনফালে বিকাশক আটক কৰিব পাৰিলেহেঁতেন ৷ কিয় নকৰিলে বুজিব নোৱাৰিলোঁ ৷ আগতীয়াকৈ জনাজনি হোৱাতহে চুমিয়ে পলাবলৈ সুবিধা পালে ৷ নে ক্ষমতাশালী কোনো চক্ৰই কৌশলেৰে সেই সুবিধা দিছিল ?
বুকুত কঠাল ফোফত তেল,, চুমীৰ হেৰিখন ভালকে মেল ।। ( আহাহাহা আহাহাহা 👏😂
@@deepjyotisaharia2059 he heri khonr babe tu atia loike basi ase😂
Prokando pahar aru habir majot lukabo mn ny dei
Aibahe jomibo khel khn emn dine kahini2 sai asu pasoloi sai thakim kisu jomise dai ako pasor khini saw-saw lgi ase roi asu🙋🙋
মামাই ভাল সিদ্ধান্ত হৈছে। জয় হ মামা
মূখ্য মন্ত্ৰী য়ে এইটো খুব ভাল কাম কৰিছে।মুঠতে গাঁৱৰ ভুঁইৱে থকা লোক সকলে ইয়াৰ সমাধান পাব লাগিব।
আপুনি নিজে, তাকো স্বয়ং আপুনি !! আগভাগ লৈ , ঘটনাটোৰ উদ্ঘাটনৰ আতঁ ধৰিছে , যেতিয়া!! ৰৌ', বৰালী, পুঠি, পঠা সকলোৰে গুৰী গোষ্ঠী! ওলাব বুলি আশা কৰিলো। দোষী তাৰমানে! সাৰি নেযায়???
Good sar
Good❤❤❤
সঁচাকৈ গ্ৰেপ্তাৰ হ'ব নে
মামা সিহঁতক নেৰিব কাকো এৰি নিদিব
It is a very good initiative CM Sir. People are waiting for the Arrest of the illegal trading personnel.
কি যে কয়, দেই শুনিয়েই ভাল লাগে।
ভাল পদক্ষেপ ধন্যবাদ জনালো আপোনাক।
Right sir
Mama apuni❤❤Hiro
A Majaa
চাৰ উচিত ব্যৱস্থা লওক।
good
Jatin Borah k dhorib parib ganu.....
thik kotha koise moro xandeh hoi
আগতে চুমি বৰাক গ্ৰেপ্তাৰ কৰক
👍👍👍👍👍
Wah mama wah
...
Zindabad.. Sir..
Good disisoin
Deeplina ba aru Nilakshi baa k bhut vl paisilu
আপুনি কোৱা মতে হব নে চাৰ
Deeplina baa😣
Good..sir...
Sir aapunak dhonyabaad.Jiman jorito aase sobo k jail t vorai thowk.
Sir apuni bhut besi vl sidhdhanta loise
Rinki bhuyan Sharma homprti ki hbo haitu bishoye ki kobo
😂😂😂
Next election aibar kaku voot nedeo kela tatia hokoluwa gom pai jabo
Comment t koi ki set hbo agot jai ko moio iyate kobo paru
Goru nki toi? Koise sun riniki bhuyan r property assam r raij k di thoi jabo buli
Very good
Cm sir hehatak ful action lok jate hare jaba nuara
মামাই ভাল পদক্ষেপ লৈছে সিহঁতৰ এৰি দিব নালাগে
1week babe cm bnaok sb khatm kori dim🥱aapunio khatm hoi jb😂 assamr raije dhua dekhib akl 😂😂😂
Bhut val padakhep
মুখ্য মন্ত্ৰী মহোদয় ভাল পদক্ষেপ
Bohut val CBI -k dibo sir.
জোনমণি ৰাভাৰ কি হল,সকলো ফুটুকাৰ ফেন হব
Haitu case tu gaap d hakh hol....😮..media ki hol khaber nai j
Mama aiburok fasi diyok. Mama apuni assamor cm hoi. Aibur news indiat xokulue janise. Himanta mamar jagat anekua hoise. Mama amar asomor xnman bya korise ehotok burha loke jelot d thoi di.
Good sir 👍
Soboka jalot vorabo lage .😂😂 Mojja
আমি হাহাকাৰ কৰি হাজিৰা কৰো কিন্তু ভাল খাবলৈ নেপাও আৰু দহ টকা এটাও ধাৰ নেপাও মতকেল সকলে চাও কেনেকৈ দগৰী আছে, ধৰ ধৰ ভাল কৈ ধৰ,,
Himanta Sir CM hoy ,,Durniti korile Bipod d poriboi . 100 percent.
Sumi kot mama
HINDU MUSALMAN❎SUMI BORAH☑️
Nijor poisare Trading korilew jail hobo neki 😅
😅 great sir
Moja de
Good action cm sir
Good cm sir arrest korok
Bank bilak Ane hoi ase ne.
Ob
Thnku mukhu m9ntri
❤
Bohut manuhr toka goise toka khini ghurai pabo ne
Sumik fhorile hoy thike kintu diban hotok dhoribo ketia
Ji a noko kio kitu suwali joni bhut dunia dei Eman cute girl 👧 😍 💖 ♥️ 💕 ❤️ 👧 😍 💖 ♥️ 💕
Aagot CM aapuni Jun moni Ravar dukhik ki hasti dile cm sir aaru DGP sir eiburu dudi ote mukoli hoi poribo sir aapunak aami bahut aakha kori voot disilu cm sir aapuni jane dekhun
Moja
Aii both bro bula trading tu kenekuwa hoy sir....atiyau sali ase je.....iyaku tadanta karibo lage
মম
arrast koribo lage.....
Great Mama
Dipangkar ki hol sir tak nadhare neki
Sony tv r Cid k deok
Good news 🗞️🗞️
মুঠতে কেইজনমান অভি+ +নেত্ৰীৰ সকলো ০০০০০০০০০০০০০০০০০০০০০০০
Kunu basi najai jate lagile junei nhouk
aibor agate nasil dekho
UPSC exm di offer hoa .
Criminal .,.is criminal ...
Metric fail Kari ........level .is ...sad as trading .officer ....
Arrest kari .......education .dibo .lage .
....