ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
❤❤❤ এই বোৰ গীত বহুত ভাল লাগে ❤️❤️❤️
Gan to aag borohai dear babe dhonyobad
কৰ'পৰা উথালে ককাই,, জেং গান দেখোন 🔥🔥
Eitu amar nijor cassette r geet hoi. Koru pora uthuwa nai. Kintu etia iyar pora he bahute uthabo. Nijor channelot dibole. Dhonyobad.
বহুত দিনৰ মুৰত শুনিলো ৷
Waiting
বহুত ভাল লাগিল গীতটো শুনি,আৰু দিব দাদা ২০০০ চনৰ তলৰ বিহু
Thanks bhaiti....
পৰ্বতত আছিলে লতা জুপিভৈয়ামত ৰুলুহি পুলি আনিবৰঘৰত আছিলা সৰু ভনীমৰম দিছিলাহি তুলি আনিতুমি মৰম দিব নাজানাঅ মোৰ ভনীচেনেহ দিব নাজানা অ মোৰ ভনীনাজিতৰা ঐ বগীতৰা ডেকা লৰাক থগিব নাপায় জানা এই গীতটোৰ বিষয়ে সুধিছিলোঁ নিচাদেউ এজনক ।। এলবাম ৰ নামটো পাহৰিছোঁ বুলি কলে আৰু অনুপম শইকীয়া আৰু মহানন্দ মজিন্দাৰ দুয়োজনে গাইছে বুলি কলে ।।
পুৰণি বোৰ হীৰা,,, অতীত সদায়েই মধুৰ আৰু গধুৰ আছিল
👌👌👌🙏🙏🙏🙏🙏
Bahut hundar dada baki geetburu diba deai
সোন প্ৰদাকচন আৰু আগলৈ জক পূৰনা গীত বোৰ আপলোড কৰিবলৈ ধন্যবাদ,,,
মনে বিচৰা গীত সমূহ আপলোড দিয়াৰ বাবে তোমাক অশেষ ধন্যবাদ
Atit xidai modhur
নীল আকাশত উৰা মাৰে গংগা গান টো দিব চাবা চোন দাদা
❤❤❤ এই বোৰ গীত বহুত ভাল লাগে ❤️❤️❤️
Gan to aag borohai dear babe dhonyobad
কৰ'পৰা উথালে ককাই,, জেং গান দেখোন 🔥🔥
Eitu amar nijor cassette r geet hoi. Koru pora uthuwa nai. Kintu etia iyar pora he bahute uthabo. Nijor channelot dibole. Dhonyobad.
বহুত দিনৰ মুৰত শুনিলো ৷
Waiting
বহুত ভাল লাগিল গীতটো শুনি,আৰু দিব দাদা ২০০০ চনৰ তলৰ বিহু
Thanks bhaiti....
পৰ্বতত আছিলে লতা জুপি
ভৈয়ামত ৰুলুহি পুলি আনি
বৰঘৰত আছিলা সৰু ভনী
মৰম দিছিলাহি তুলি আনি
তুমি মৰম দিব নাজানা
অ মোৰ ভনী
চেনেহ দিব নাজানা
অ মোৰ ভনী
নাজিতৰা ঐ বগীতৰা
ডেকা লৰাক থগিব
নাপায় জানা
এই গীতটোৰ বিষয়ে সুধিছিলোঁ নিচাদেউ এজনক ।। এলবাম ৰ নামটো পাহৰিছোঁ বুলি কলে আৰু অনুপম শইকীয়া আৰু মহানন্দ মজিন্দাৰ দুয়োজনে গাইছে বুলি কলে ।।