😯😯 dimpu da jibonot anekuaa toka dehanay nice video dimpu da
দিমপু দা, আপুনি সদায় সুস্থ হৈ থাকক আৰু আপোনাৰ যাত্ৰা অবিৰত ভাবে সফল হওঁক, আন্তৰিক ধন্যবাদ আৰু শুভকামনা কৰিলোঁ।🙏
Dimpu akhon kitapor dore .khub vhal lage dimpur vdo bor sai ami nedekha thai nojona kotha .bhut kothai janilu ...👍
🇩 🇮 🇲 🇵 🇺
🇧 🇴 🇷 🇺 🇦 🇭
দিম্পু দা অসমত TH-cam ৰ Hero👏আপুনি আৰু আগুৱাই যাওক দিম্পু দা🙏💛
👇
Dimpu bohut mojaa lagise video ok
Salute Him.. And Dimpu da
Way to 1 million subscribers dimpu daa and Congratulations Dimpu daa
Dimpu daar babe like kori dibo abar
Moja dimpu da
Mojjjja dimpu Da dhuniya lagil video tu sai
বহুত ভাল লাগিল দাদা।বহুত বহুত ধন্যবাদ আপোনাক,এনেকুৱাকৈ পুৰণি দিনৰ টকা-পইচাবোৰ সংৰক্ষণ কৰি ৰখাৰ বাবে।আৰু আপুনি এনেকুৱাকৈ সংৰক্ষণ কৰি ৰখা বাবে আজি পুৰণি দিনৰ টকা-পইচাবোৰ দেখা পালোঁ।লগতে ডিম্পু দাদাকো বহুত বহুত ধন্যবাদ।
Woww dimpu da apunar video sai mor maai bahut val pai N amar ghar r saklowe val pai🙂😊
dimpu da apunar video sai bahut val lage mur
Dimpu Da tumi jui🔥
Bht vl lge aapunar video sai🥰
Wow! Wonderful collection!Thanks you.
Tumar video sai bohut kotha janibo paru ... Aru mur bbe ai video bur bohut importen karon moi class 9 or student aibor jani bo parile mor olp holeo porhat xubidha hbo .. Tq u dimpu da apuni anekuwa video diya babe ...
Dimpu bro. কোনোবা প্ৰভাৱশালী ব্যক্তিৰ নাম ললে মেন অলপ সন্মান দি মাতে ।
Dimpu dar vdo bilak sai bhut val lage hosakoi
Dimpu da ami apnar video dekhi thaku birat bhal lage tq so much for everything
Proud to see Pankaj...on ur chanal...he is my former best student...thanks Dimpu for the video
দিম্পু দা আপোনাক ভগৱানে আশিৱাদ কৰক
Dimpu dak log pai thaki bhut val lage dei ,mur last video to suwa xokolu a Dimpu dai muk kiba ata koisil .lov u dimpu da
Omg video love you from Morigaon 💓💓💓😍😍😍 and you are op
Oo dimpu da unboxing Vdo lage oiiii Diya a naiii ,,, dimpu dak Vall powa bure atta like
Wow very nice video
Love♥️ from Biswanath chariali
dimpu daa apunar video saii bhut vall lage
Cmera t ulab bisari thoka lora 2r babe 1ta like 😂
@@pldfilms5557 bcz he uluwar time te dimpu da ye cmera 2 ghurai dise so 😑 tew kin2 he ulaisege jnetne 😂 enew he time t ulalei hoi 🙄
nedekha poicha aji dekhilu aru bohut janibou parilu tq dimpu da 💕
When life "" gives you 100 reasons to cry ""
"" Then life gives you 1000 reasons to smile "" 😊😊 ❤️
Katiabaa cash poisa adai hoi jaboo. Only card soliboo.. Jodi kotha tuu hisaa hoi dimpu daa heart ataa diok..
Mozza dimpu da
Do you know that in zimbabwe, they have a note that cost 100 trillion in zimbabwe curency. And it's equal to 0.85 us doller only.
হঠাৎ server down হৈ মোবাইল হেং মাৰি গৈছিল। চাৰিওফালে কেৱল অন্ধকাৰ আৰু অন্ধকাৰময় পৰিৱেশ।কিয় এনেকুৱা হৈছিল গম পোৱা নাছিলো।পিছতহে গম পালো যে তুমি video এখন upload কৰাৰ কাৰণে এনে এক ধুৱলী-কুঁৱলী পৰিৱেশৰ সৃষ্টি হৈছে। Video copy অতি সুন্দৰ হৈছে কবলৈ ভাষা বিচাৰি পোৱা নাই। মোৰ মতে video খনৰ ওপৰত গৱেষণা হোৱা উচিত। তোমাৰ এই video খনে ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰত তোলপাৰ লগাব।নতুনসকলে প্ৰেৰণা পাব আৰু এক নতুন উৎসাহেৰে আগুৱাই যাব।তুমি এনেধৰণৰ video আপলোড কৰি যোৱা।পুৰস্কাৰৰ বাবে মই নিশ্চয় আবেদন জনাম।অন্যথা জংগী আন্দোলনৰ সৃষ্টি হ'ব। সৰ্বশেষত জয় আই অসমউক্ত videoখন চাই চাই চকুপানী সৰসৰকৈ পৰিছে.. কি দিব্য ৰূপ দৰ্শন কৰিলোঁ মই.. ধন্য..ওপৰোক্ত videoখনৰ প্ৰশংসা মাত্ৰ এটা শব্দত কৰিব পৰা নাযাব.. সঁচাকৈয়ে বিতোপন... সাংঘাটিক হৈছে... অনুপম..অনবদ্য.. অভিনন্দন..কি দেখিলো এয়া মই..। এইখন সচাঁকৈয়ে এখন ধুনীয়া video। Video'খন দেখিয়েই মই মন্তব্য কৰাৰ সিদ্ধান্ত লৈছো,কাৰন যিটো videoৰ পিছফালৰ দৃশ্যটো ভাল হৈছে, video উঠাৰ ভংগিমা অতি সুন্দৰ হৈছে। video এটা ভাল দেখিবলৈ হলে তিনিটা বস্তুুৰ প্ৰয়োজন, দেখাত ভাল হব লাগিব, কেমেৰা ভাল হব লাগিব,আৰু ক্লিক কৰাটো জানিব লাগিব।গতিকে ইয়াৰ বাবে ধন্যবাদ দিব লাগিব যিজন ব্যক্তিৰ হাতৰ আঙুলিৰ স্পৰ্শত এই video কেমেৰাত আৱদ্ধ হৈছিল। Video খনত লক্ষ্য কৰিলেসহজেই গম পাব পাৰি যে পোছাকযোৰ অতি আকৰ্ষনীয়। মই ফেচবুকত বহুত জনৰ video দেখিছো,লগতে মন্তব্য কৰিছো।কিন্তু আপোনাৰ এই সুন্দৰ/ধুনীয়া videoৰ নিচিনা খুব কম videoত মন্তব্য কৰাৰ সুযোগ পাইছো।সেইকাৰনে নিজকে ধন্য মানিছো ইমান ধুনীয়া video এটাত মন্তব্যকৰিবলৈ পাই। আশা কৰো এনেকুৱা ভাল ভাল video উঠি youtube ত আপলোড কৰিব।খুব কম সংখ্যক ব্যক্তিয়ে আপোনাৰ নিচিনা ভাল video TH-cam ত আপলোড কৰে। Video
nice dimpuuuuuuuu........... 🖤🖤🖤🖤🖤🙈
TH-camৰ গুৰু হিচাপে কোনে কোনে দিম্পু দাক ভাবে ।
Like আৰু comment কৰা।
Val lagil... Love from jorhat
Dimpu Da I Always Watch Your Video Very Fantastic Video You Make Love From Guwahati
বহুত ভাল লাগিল
DIMPHU da love you❤❤❤❤
Maja dimpu da 🇮🇳🇮🇳🇮🇳🇮🇳
Dimpu dar karone ata like 👍
Hi dempu da ki Khobar moi kardaiguri pora koicu vala asa
Best topic Dimpu daa
Hii Dosto❤❤
Advanced congratulation for 1M subscriber dimpuda
So nice dimpu daa..very informative video
Dhuniya lagise nedekha bostu dekhilu
I WATCHED IT AWESOME LOVE IT ❤️❤️👍👍
মোৰ তাত এটা আমেৰিকাৰ পইচা আছে মই ভিডিও বনাইছো সকলোএ মোৰ Channelত চাব
mozza vidio 👮
Dimpu da tumi boli howly showroom OT ahiba Niki please reply dia
দিম্পু দা আপুনি সঁচাকৈ এ বেলেগত কৈ বেলেগ।।। এইবিলাক সঁচাকৈ এ অদ্ভুত ভিদিও ।। আপোনাক সঁচাকৈ ধন্যবাদ এনেকুৱা ভিডিও দেখুওৱাৰ বাবে❤️❤️