হৰি নাম লোৱা বান্ধব ।। utpal sagor nagara naam ।। contact 93658 38670
ฝัง
- เผยแพร่เมื่อ 5 ก.พ. 2025
- contact ~~
utpal sagor - 93658 38670
নমস্কাৰ
পোনপ্ৰথমে মই আপোনালোক সকলোলৈ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমাৰ অসমত প্ৰচলিত লোক কৃষ্টী, সংস্কৃতি সমূহ মই youtube ৰ জৰিয়তে প্ৰচাৰ প্ৰসাৰৰ কাৰণে প্ৰয়াস কৰিছোঁ।যদি আপোনালোকেও আজিৰ আধুনিকতাৰ গ্ৰাসত পৰি লুপ্ত হবলৈ ধৰা এই কৃষ্টি সংস্কৃতি বোৰ জীয়াই ৰাখিব বিচাৰিছে তেতিয়া হলে আপোনালোকেও মোৰ এই যাত্ৰাৰ সমভাগী হওক । আপোনালোকে মোৰ এই ভিডিঅ' বিলাক like , comments কৰাৰ লগতে আপোনাৰ বন্ধুু বৰ্গলৈ share কৰি পঠিয়াই দিয়ক যাতে সকলোৰে মাজত আমাৰ এই লোক কৃষ্টী বিয়পি পৰে । লগতে মোৰ চেনেলটো ও subscribe কৰি লওক ভবিষ্যতে এনেকুৱা video পাই থাকিবলৈ ।।আপোনালোকৰ এই মৰম খিনিয়ে মোক আগুৱাই যোৱাত সাহস দিব।
🙏 ধন্যবাদ🙏