মৰহুম আমীৰে শ্বৰীয়ত ছানী (ৰঃ) অবিহনে আজি ৪ বছৰ সম্পূৰ্ণ😭Allamah Dr. Tayeebur Rahman Barbhuiya (R.)
ฝัง
- เผยแพร่เมื่อ 8 ก.พ. 2025
- মৰহুম আমীৰে শ্বৰীয়ত ছানী (ৰঃ) অবিহনে আজি ৪ বছৰ সম্পূৰ্ণ।😭
মহান আল্লাহ তা'আলাৰ অলী❤️ আপোনাক হেৰুৱাৰ আজি ৪ বছৰ সম্পূৰ্ণ হ'ল। আপোনাৰ এই পৱিত্ৰ মুখেৰে উপদেশমূলক কথা আৰু শুনা নাযায় এতিয়া। আপুনি অবিহনে আজি গোটেই উত্তৰ-পূৰ্ব ভাৰত অন্ধকাৰ। আমাৰ সমাজ আজি অসহায় অৱস্থাত আছে, আপোনাৰ নিচিনা সঠিক ৰাস্তা দেখাই দিয়াৰ কোনো নাই যেন অনুভৱ কৰিছোঁ।
২০১৯ চনৰ আজিৰ এই ২৭ ফেব্ৰুৱাৰী তাৰিখে দিনৰ ১২.০৫ মিনিটত উত্তৰ-পূৰ্ব ভাৰতৰ উজ্বল নক্ষত্ৰ,লাখ লাখ জনতাৰ নয়নৰ মণি ও হৃদয়ৰ স্পন্দন,যুগ শ্ৰেষ্ঠ অলী'য়ে কামীল, বিশ্ব বিখ্যাত আলীমে দ্বীন, উত্তৰ-পূৰ্ব ভাৰতৰ দ্বিতীয় "আমীৰে শ্বৰীয়ত", আমাৰ প্ৰিয় মুৰ্শীদ,মোৰ অতিকৈ প্ৰিয় শ্বাইখ আলহাজ হজৰত মৌলানা আল্লামাহ ড° তৈয়বূৰ ৰহমান বৰভূঞা চাহাব (ৰঃ) ইন্তিকাল হয়।💔
মহান আল্লাহ তা'আলাই আমাৰ প্ৰিয় আমীৰে শ্বৰীয়ত ছানী (ৰঃ) ক জান্নাতুল ফিৰদৌচৰ উচ্চ মৌকাম দান কৰক আৰু জান্নাতুল ফিৰদৌচৰ প্ৰিয় মেহমান বনাই দিয়ক !!
#আল্লাহুম্মা আমীন !!🤲
Mashallah 😢😢😢😢😢😢
Ameen
ধন্যবাদ
Very good
😭🤤😭
আমারা উজ্জ্বল এক নক্ষত্র হারালাম 😢😭।
Amin
😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂
😢😢😢😢😢😢😢😢😮
😢😢😢😢😢😢😢
😭😭😭
😭😭😭😭😭😭
😭😭😭😭😭😭😭😭😭😭🙏🙏🙏
Next time
😭😭😭😭😭😭😭😭🤲🤲🤲🤲🤲🤲🤲🤲😭😭😭😭😭
Hii
jf
Ameen
😭😭😭😭
😭😭😭
😭😭😭😭