বিহালী সমষ্টিত জয়ন্ত বৰাক প্ৰাৰ্থিত্ব সন্দৰ্ভত প্ৰতিক্ৰিয়া APCCৰ সভাপতি ভূপেন বৰাৰ...

แชร์
ฝัง
  • เผยแพร่เมื่อ 23 ต.ค. 2024
  • বিহালী সমষ্টিত জয়ন্ত বৰাক প্ৰাৰ্থিত্ব সন্দৰ্ভত প্ৰতিক্ৰিয়া APCCৰ সভাপতি ভূপেন বৰাৰ। AICCৰ সিদ্ধান্ত মানি ল'বলৈ বাধ্য বুলি অসহায় স্বীকাৰোক্তি। যোগদানৰ বাবে ভূপেন বৰাৰ আমন্ত্ৰণ প্ৰত্যাখ্যান জয়ন্ত বৰাৰ। গৌৰৱ গগৈৰ সৈতে চলি থকা শীতল যুদ্ধ সন্দৰ্ভতো মন্তব্য সভাপতিগৰাকীৰ।
    #PratidinTime #AssamNews #Congress #BhupenBorah

ความคิดเห็น • 3

  • @woman178
    @woman178 3 ชั่วโมงที่ผ่านมา

    Bhal government bhal raijawr Hawke kam kawra janapratinidhi bhal byabawstha prabartan kawra raijawr Hawke lagile vote tu kawribaw lagibaw 90 percent seikarawne voters vote 90 percent

  • @Jr_babul_bhai_yt
    @Jr_babul_bhai_yt 4 ชั่วโมงที่ผ่านมา

    😭😭😭😭😭😭😭