ไม่สามารถเล่นวิดีโอนี้
ขออภัยในความไม่สะดวก
তই অসমৰ সম্পদ হবি, সম্পদ হ'লে মোক পাহৰি নাযাবি! বাঁহী বাদকক সাৱটি বহি কিয় এনেকৈ ক'লে পাপনে?
ฝัง
- เผยแพร่เมื่อ 23 เม.ย. 2022
- তই অসমৰ সম্পদ হবি, সম্পদ হ'লে মোক পাহৰি নাযাবি! বাঁহী বাদকক সাৱটি বহি কিয় এনেকৈ ক'লে পাপনে?
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
লক্ষ্মীনন্দন লাহন দাদাৰ বাঁহীৰ সুৰ শুনি পাৰ কৰিব পাৰি উজাগৰী ৰাতি।
দুটা বছৰ বিৰতিৰ পিছত বাহীঁ সুৰ শুনি ভাল লাগিল ॥
লক্ষ্মী নন্দন অসমৰ সম্পদ তেওঁৰ ভৱিষ্যত উজ্বল কামনা কৰিলো ।
দাদাই ইমান সুন্দৰ কৈ বাঁহী বজায় শুনিলে সকলোৰে শুনিয়েই থাকিব মন যায় চাগে ।।।সচাকৈ অসমৰ সম্পদ ।।❤️❤️❤️
Hoi .....
Mur vhal pua Dada jon
সুন্দৰ..সুন্দৰ...বাঁহী বাদকলৈ বহুত বহুত ধন্যবাদ 👍👍
লক্ষী ভাই তুমি বহুত আগুৱাই যোৱা তোমাক অন্তৰ খুলি আশীৰ্বাদ জাচিলো।
আমাৰ আই মাতৃ অসমীৰ প্ৰতিটো দিন প্ৰতিটো নিশা এইদৰেই হাহি আনন্দেৰে পাৰ হোৱাতো সদায় কামনা কৰো। ভগবানে আইৰ বুকুলৈ শান্তি আৰু সূখৰ ঢৌ বোৱাই আনক।
অতি সুন্দৰ লক্ষ্মীনদৰ লাহন 🙏🙏
সুমধুৰ।
যোৱা কালি বহুত ভাল লাগিল। পাপন দাৰ অনুষ্ঠান চাই।🖤🎼🎼🎼
বাঁহী মোৰ প্ৰিয় বাদ্য ❤️😘🥰❤️,,,,,,,,তাতে আকৌ লাহন দাদা ❤️
সুন্দৰ বাঁহী বাদক সঁচাই অসমৰ সম্পদ
হৃদয়ত থকা মানুহ জন
লহন দাদা❤️
অতি সুন্দৰ লক্ষীনন্দন লাহন ভাইটি । যেন তোমাৰ বাহীঁৰ সূৰ শুনিয়েই থাকিম । বহুত সুন্দৰ ।
বহুত ভাল লাগিল দেই বাঁহী সুৰ শুনি।
পাপন দা এখন ৰাজবংশী গান চুনিবলৈ বহুত দিনৰ পৰা অপেক্ষা কৰি ৰৈ আছু গতিকে ১ বছৰ ভিতৰত যেন গান খন পাওঁ মই ৰাজবংশী ল'ৰা হিচাবে কথা খাৰ কলো পাপন দা আমি আছু তোমাৰ লগত আৰু সদায় থাকিম
সুন্দৰ
পাপন দা আপুনি ইমান ভাল ব্যক্তি মই বহুত ভাল পাওঁ❤️
সুন্দৰ।বহূত সুন্দৰ
অকল বাঁহীয়ে নহয় সমগ্র অনুষ্ঠান টোৱেই সুন্দৰ লাগিলে ভাল হৈছে আৰু ভাল হব বুলি কোৱা হৈছে
পাপন দা আপুনি আমাৰ মনৰ মানুহ❤️❤️❤️❤️❤️
Ai ya hey axomiyar seen.
Thanks papon da for introducing him with us.
তই আনতকৈ বহুত ওপৰত অ লক্ষ্মী দা❤️❤️❤️
এই গীতটি বহুত ভাল লাগিলে শুনি থাকিবলৈ মন যাই ❤❤❤❤
সুন্দৰ অনুষ্ঠান পাপন দা ভাল লাগিল উপস্থিত থাকি ❤️
Excellent performance of Lakhinandan 🌼🌺💮
লক্ষীনন্দ দা অসমৰ সম্পদ সচায়
জীৱন ! সাৰস্বত সাধনাৰ সমৃদ্ধি ৷ Goosebumps
বৰ সুন্দৰ বাঁহী বজায় তেওঁ... শুনিলে শুনি থাকিবৰ মন যায় ।
Beautiful performance 🥰🥰🥰lots of love and best wishes for all the Papan Sir's team members......
Love ❤from bodoland. Iam very happy to see this involving our bodo culture bagumrumba dance
Wow mind blowing 😚
জুবিন দাদা ❤❤❤❤❤❤💗
Seeing papon daa and his band is kinda favt routine in these days♥️♥️
Lahonoloi bohut bohut dhonyabad.. Congratulations Lahan.
Lv u lakhinandon da
পাপন দাৰ show val lge।। real k gai ,
Moi jetiya pora Lakhinandan daak deskisu social media t tetiya porai teur Bahi hunilei huni thaku thaku lage ..bohut val lage...aha din burole bohut bohut huvessha Lakhi daa...
Gantu bor bhal lagil
Bahir mat hunile amoni olopo nelage aru ai song to bohut sundor hoise papon dar
ধনটি ,তোমাৰ অনুস্বান চাই বহুত ভাল লাগিছে, ভগৱানৰ ওচৰত প্ৰাথনা কৰিছো তুমি বহুত আগলৈকে আগুৱাই যোৱা।
really great talent ❤
This is World no 1 song
Kali beltola t fali dise mjh Papon da ♥️🔥
কি সুন্দৰ বাহীৰ সুৰ ।keep it up
সুন্দৰ পৰিৱেশন
Bhut bhal lgil kli pgm2 sai Papon dak log pii
Wow mojja.
সুন্দৰ 🔥
Lahuwal dibrughar tellent lakhi daa 🔥🔥🔥
Axomor nhy nki😁
Lahon good go ahead. Best of luck.
Moja lakhi da
Bohut bhal bojai he❤️🤞
kali progame2 sai bohut bhal lagila
Very good very fine...all the best... God bless you...
God bless you
Da apuni dhuniya bjai
Maja dai. 🙏
Kali program Sai bohut Val lgil
OH.MIND BLOWING..
Ultimate Hoi Lakhinandon Lahon Bahit
Hundar... Bahir hura lagate gan Tu u bahut hit hoise❤❤
সচায় বাঁহী বজোৱা জন লক্ষীৰ আধাৰ লক্ষীনন্দন।
I love you...🥰🥰🥰
আমাৰ ওচৰৰ দাদা জন 😍😍😍এনেকৈ দেখি গৌৰৱ কৰিছো 😘😍😍
Very melodious ❤️❤️❤️
He is brilliant, লাহন bro
Congratulations broo aru aguwai juwa
Best flute player
💗💗💗
Bohut val Lage huni ♥️♥️♥️
Nice
Hundor
কলি যুগৰ শ্ৰীকৃষ্ণ তই অ ককাই লক্ষী দা 😘😘😍😍
Papon da love you
Beautiful
Very good
All rounder lakhinondon daa 🔥🔥🔥
👍👍👍👍👍
Xosakoi xumodhur
Papon da ❤️ .......
Hosakoi a akhomor homopod teo 🙏🙏
Dhonti da bhut Val digil papon da logot dekhi
Bom bahi badak.....
Salute ....Lakhi
Nice songs
Lakhi daar lgt mai adin asilu.. Heidina gm palu teu bahi tuk kiman val pai... Any time bahitu practice krie thake heikrne aji eitu position paise.. Vall lagil
Nice 😍😍😍
Ufff moja bojai dei Dada apuni.
Very nice
Unbelievable
Sundar ❤️❤️❤️
Hosake Ei2 truth hbo
Moja lagisyyy jwa klir papon da r progrm sai
😊😊❤️❤️
Love you lakkhi da
,🥰
বাঁহী মাত শুনিৱ পাই মজা পাপন দা
লক্ষ্মী আমাৰ গৌৰৱ
♥️♥️♥️♥️
Mur fevorite Bahi
বেলতলাৰ আকাশ বতাহ যোৱা ৰাতি কঁপাই তুলিছিল ।।👌👌👌👌
Aah vakha nai eman dhunia bahi r xur
Asome jane Lakhinandan Lahon multi talented hoi.. Asom hompod
I love you lakhi da❤️❤️