ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
এজন মুখ্য মন্ত্ৰীৰ মুখত ইমান নিম্ন মানৰ আচৰণ গ্ৰহণযোগ্য নহয়, তেওঁ শালিনতাৰ চৰম সীমা অতিক্ৰম কৰিছে,
Very Good.
100 % Right kotha koise.B.Borah iNolorjo i.he nilorjo manuh dekha pai....imman beya.byobohar koraragote nije abar bhabi sabo lage
নাথুৰাম গডছে ও এজন আচল দেশ ভক্ত আছিল। সেইকাৰণে মহাত্মা গান্ধীৰ দেশ বিভাজন সহ্য কৰিব পৰা নাছিল।
100% Right
হত্যাকাৰী হত্যাকাৰীয়েই, সি লাগিলে যিয়েই নহওঁক।তাক পূজা কৰেনেকি?
আচলতে নাথুৰাম গডছে হে আচল দেশ ভক্ত আছিল। কংগ্ৰেছে হে অপ প্ৰচাৰ কৰে। নাথুৰাম ৰ অন্তৰত কিমান দেশ ভক্তি আছে আজিলৈ গবেষণা ই নহ'ল,ই এক পৰিতাপৰ কথা।
@@pradipkalita6580 100% সঁচা কথা। আচলতে মহম্মদ জৱাহৰ খান মুছলিম গভাইট চোৰৰ গোটেই লুন্ঠনকাৰী খানদানটোকো মাৰি পেলাব লাগিছিল কেলা।
"ভূপেন বৰা ডাঙৰীয়া"নাথুৰামৰ দেশৰ প্ৰতি শ্ৰদ্ধা-ভক্তি, ভালপোৱা আছিল। নাথুৰামৰ বিষয়ে অলপ হলেও জনা দৰকাৰ। নিম্নমানৰ কথাই মানুহৰ চভাৱ আৰু জ্ঞানৰ পৰিচয় দিয়ে। শেষত ডঃআম্বেদকাৰ ৰ ফোটোখন লৈ ভোট ভিক্ষা!
BJP ❤❤❤
Congress zindabad
চেটডাল কেলা।
Congress zindabad দি দেশখন ধ্বংস কৰিব আহিছা?
@@pradipkalita6580 হৈ যোৱা উপ নিৰ্বাচনত শুকুৰ আলী মিঞা টোক লগত লৈ হিমন্তই নিৰ্বাচনৰ প্ৰচাৰ কৰা দলৰ ভক্ত।
🤣🤣🤣🤣BHUPEN BORA ,KAM NAI
Balbhupen
মোহন দাস কৰমচান্দ গান্ধীয়ে গণতান্ত্রিক প্ৰমূল্যক কুঠাৰাঘাত কৰি থৈ গৈছে। যি জন জৱাহৰলাল নেহৰুৱে স্বাধীনতাৰ থিক পূর্বে কংগ্রেসৰ সভাপতিৰ বাবে হোৱা নিৰ্বাচনত এটা ভোটো নোপোৱাকৈ হাৰিছিল আৰু চৰ্ডাৰ বল্লভভাই প্যাটেল আটাইতকৈ বেছি ভোটত জিকিছিল। সেই জৱাহৰলাল নেহৰুক অবৈধ ভাবে সভাপতি পাতি পিছত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী পাতিছিল। মোহনদাস করমচাঁদ গান্ধী য়ে মতান্তৰ হোৱাৰ বাবে সুভাষ চন্দ্র বসু ক কংগ্রেস এৰিবলৈ বাধ্য কৰিছিল কিন্তু বৃটিশে গান্ধীৰ কেৱল অহিংস আন্দোলনৰ কাৰনে ভাৰত এৰা নাছিল। এৰিছিল সুভাষ চন্দ্র বসুৰ আজাদ হিন্দ ফৌজৰ সামৰিক শক্তি লৈ ভয় , বৃটিছৰ ভাগিপৰা অৰ্থনীতি আৰু দ্বিতীয় মহাযুদ্ধৰ নেতিবাচক প্রভাব। দেশৰ স্বাধীনতাৰ পৰবৰ্তীকালত কংগ্রেসে কেৱলমাত্ৰ মোহনদাস করমচাঁদ গান্ধীক হিৰ সজাই বাকি সুভাষ চন্দ্র বসুকে আদি কৰি আজাদ হিন্দ ফৌজক যাৰ স্বাধীনতা সংগ্রামখনত অৱদান আছিল তেওঁলোকক জিৰ বনাই পেলালে। এয়া অত্যন্ত দূৰ্ভাগ্যজনক বিষয়।
Rosona apuni jane val lagil
@@kumudbaruah2001 ধন্যবাদ, আপুনি গবেষণা মূলক কথা কৈছে আৰু প্ৰকৃত কথা কৈছে।
এজন মুখ্য মন্ত্ৰীৰ মুখত ইমান নিম্ন মানৰ আচৰণ গ্ৰহণযোগ্য নহয়, তেওঁ শালিনতাৰ চৰম সীমা অতিক্ৰম কৰিছে,
Very Good.
100 % Right kotha koise.B.Borah i
Nolorjo i.he nilorjo manuh dekha pai....imman beya.byobohar korar
agote nije abar bhabi sabo lage