Naam Barpeta (নৱজিত দাস পাঠক (ডেকাসত্ৰীয়া বৰপেটা সত্ৰ)

แชร์
ฝัง
  • เผยแพร่เมื่อ 21 พ.ย. 2024

ความคิดเห็น • 29

  • @Tate618
    @Tate618 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ ৰাম 🙏🙏🙏

  • @socialhelpfulboys7620
    @socialhelpfulboys7620 3 ปีที่แล้ว +4

    এইজনা বাপ সদায় সত্ৰীয়া সমাজখনত অমৰ হৈ থাকিব।।বাপজনৰ মৃত্যু সত্ৰ সমাজৰ কাৰনে এক অপূৰনীয় ক্ষতি ।😭😭😭🙏🙏🙏

  • @brianbrownie709
    @brianbrownie709 3 หลายเดือนก่อน

    Prabhu Eswar hundor 🙏🙏🙏

  • @MukutBharali
    @MukutBharali 3 ปีที่แล้ว +3

    কৃষ্ণ
    জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ ৷৷

  • @madanborah8890
    @madanborah8890 3 ปีที่แล้ว +2

    🙏🙏 কৃষ্ণ কৃষ্ণ, নামৰ ভিডিঅ'টি চায় নিজকে ধন্য মানিছো।বৰ সুন্দৰ হৈছে । ভগৱানে কৃপা কৰক।🙏🙏

    • @nituldas157
      @nituldas157 ปีที่แล้ว +1

      Krishna Ram Krishna

  • @ManjitKalita-eg2bh
    @ManjitKalita-eg2bh หลายเดือนก่อน

    এই সত্ৰীয়া সংস্কৃতিৰ সুৰৰ এই বাপজনে আৰু বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ বশিষ্ঠ দেবশৰ্মাৰ বৈকুণ্ঠ প্ৰয়ানে আমাৰ বৰপেটা বাসীৰ ৰাইজৰ অপুৰনিয় ক্ষতি। আজি সেই খিনি ধৰি ৰাখিবলৈ সন্মানীয় গুনীন ওজা দেবলৈ অনুৰোধ জনালোঁ। আমাৰ মাজৰপৰা গুছি যোৱা এই দুই জনৰ বৈকুণ্ঠত বাহ হওক তাৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।

  • @advanceassam6285
    @advanceassam6285 4 ปีที่แล้ว +7

    মোৰ এতিয়াও বাপ জন জিয়াই থকা যেন লাগে তেওঁ সৌ সিদিনা তামুলপুৰত পাল নাম গাব আহিছিল 😭😭😭😭🙏🙏

  • @banjitdas3140
    @banjitdas3140 3 ปีที่แล้ว +1

    Krishna prabhu

  • @madanborah8890
    @madanborah8890 3 ปีที่แล้ว +1

    কৃষ্ণ, বাপজনে যদিও শাৰীৰিক ভাৱে ইহলোকৰ পৰা বিদায় লৈছে তথাপি তেওঁ ৰ মুখৰ পৰা ওলোৱা এই নাম ভাগে তেওঁ ক জীয়াই ৰাখিছে আৰু ৰাখক। কৃষ্ণ।

  • @ranjanatalukdar3319
    @ranjanatalukdar3319 2 ปีที่แล้ว +1

    এইজনা বাপক ইমান সোনকালে লৈ গল,ভগবানৰ কি লীলা বুজি নাপাও,অপূৰণীয় ক্ষতি।নাম চালে চাই থাকিবৰেই মন

  • @bikelovershorts2272
    @bikelovershorts2272 4 ปีที่แล้ว +5

    নামৰ মাজেৰে বাপজনািই জিযা ই ‍ৰৱ

  • @Tate618
    @Tate618 3 ปีที่แล้ว

    বাপ সকলো লৈ সেৱা জনালোঁ 🙏🏻🙏🏻🙏🏻

  • @surathroy4933
    @surathroy4933 3 ปีที่แล้ว +1

    Barpeta ma'am team respect net problem next one day thanking.

  • @sandidas9530
    @sandidas9530 2 ปีที่แล้ว

    🙏🏻🙏🏻

  • @bhagabandas912
    @bhagabandas912 ปีที่แล้ว

    🙏🙏

  • @sonmonitalukdar4472
    @sonmonitalukdar4472 ปีที่แล้ว

    ❤❤❤❤

  • @madhabdas757
    @madhabdas757 4 ปีที่แล้ว +2

    God bless you

  • @pjpinkucreation1845
    @pjpinkucreation1845 3 ปีที่แล้ว

    সুন্দৰ।

  • @prafullachdas3897
    @prafullachdas3897 7 หลายเดือนก่อน

    সত্ৰীয়া বাপজনা বৈকুণ্ঠত বাস হওঁক ।

  • @madanborah8890
    @madanborah8890 3 ปีที่แล้ว +1

    🙏🙏 কৃষ্ণ কৃষ্ণ বাপ, অতি ‌উততম‌‌ হৈছে
    ‌কিনতু এটা কমেনট পঢ়ি আচৰিত হলো।বাপ বৰ্তমান ইহলোক ত নাই নেকি? জানিব লৈ ইচ্ছা থাকিল। কৃষ্ণ কৃষ্ণ।

    • @paragjyotidas2902
      @paragjyotidas2902  3 ปีที่แล้ว +1

      তেওঁৰ পৰলোপ্ৰাপ্তি হৈছে বাপ ।

  • @madhabdas757
    @madhabdas757 4 ปีที่แล้ว +3

    Natun naam dibo dada nabopathokr

    • @paragjyotidas2902
      @paragjyotidas2902  4 ปีที่แล้ว +2

      dim baru

    • @miradeka6144
      @miradeka6144 3 ปีที่แล้ว +2

      বাপ জনাই বৈকুণ্ঠত বাস কৰক তাকে কামনা কৰি ভগৱান ৰ ওচৰত প্ৰাৰ্থনা কৰিছো। কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏

  • @dijuchoudhury
    @dijuchoudhury 2 ปีที่แล้ว

    ঘোষা টো জানিব পাৰিলে ভাল আছিল🙏

  • @dwipendas8706
    @dwipendas8706 3 หลายเดือนก่อน

    Poor video recording. Try to best . Krishana Krishana.