এৰাপাত বিচাৰি | The Matured Caterpillar | পকা এড়ীপলু | কঠাল পাতৰ জালি
ฝัง
- เผยแพร่เมื่อ 15 ก.ย. 2024
- In this video I have shown you how to identify the matured caterpillars.
#maturedcaterpillars #endicaterpillar
১.পখিলাৰ জীবন | জাতীয় ঐতিহ্য পলুৰ বাহ পখিলা | Safest Method to Preserve Cocoons to Born Butterfly • পখিলাৰ জীবন | জাতীয় ঐত...
২.এড়ী লেটা সিজালোঁ | Vocal for Local | Age Old Tradition | How to Collect & Clean Eri Cocoon • এড়ী লেটা সিজালোঁ | Voc...
৩.পকা পলু পলায়নে | পলু আৰু হাতৰ যতন | Caterpillar and Folk Believe of Assam • পলু পালন আৰু হাতৰ যতন ...
৪.এড়ী পলু পুহি সূতা ধুলোঁ | এড়ী কাপোৰ পিন্ধিলোঁ • এড়ী পলু পুহি সূতা ধুলো...
পলু পকিলে কেনেকৈ গম পোৱা যায় আৰু কিহত জালি দি ৰাখিলোঁ তাকে দেখুৱালোঁ ৷
#এড়িপলু #পকাপলু #কঠালপাতৰজালি
Facebook / rupanjalironganoi
Instagram / rupanjalironganoi
Store www.amazon.in/...
Thank you for watching my video and hit the like button.
Please subscribe my You Tube channel and share my video with your family friends.
Bahut bhal lagil baidau
বাইদেউ, বহুত ভাল হৈছে। আগবাঢ়ি যাওক।
vdo tu vl lgil
Wow super
ভাল লাগিল বাইদেউ।👍👍❤️❤️
Bhal lagil.
ভাল লাগিল বাইদেউ , উপকৃত হ'লোঁ ।
Bhal lagil baideu, bohu bosor aagote palisilo.
Video sai bohut bhal lagil maam,..nedekha aru nojona bostu janilu , dekhilu..bohut bohut dhonyabat...🙏🏻🙏🏻❤️
আমাৰ টাওনত এৰাপাতৰ পাবলৈ বৰ দিগদাৰ।মায়ে এৰিলে সেইবাবে পুহিবলে।এতিয়া মোৰ সৰু ভন্টিয়ে পোহে।আমাৰ ঘৰৰ তাই সেইবাবে নয়নৰ মণি যিহেতু মই অতন্ত্য ভয় কৰো।সৰুৰে পৰা য়েনাই,মা,বাইদেউ,বৰমা,খূৰিদেউ সকলোকে পোহা দেখিও আজিলৈকে মোৰ ভয় নগল।লোক্লাও(সাঁজপানী) লগত লেটা খাবলৈ বৰ সোৱাদ।এই পৰম্পৰা ইমান সুন্দৰকৈ উপস্থাপন কৰা বাবে আপোনালে ধন্যৱাদ থাকিল।
বহুত ভাল লাগিল।
খুব ভাল লাগিল ভিডিঅ তো
বহুত ভাল লাগিল বাইদেউ❤
Val lagil video to
Bhut bhal lagil thanks mam
Baideu khup bhl lagil apunr video2 sai
Akha koru aru bhl bhl video bonai
Jabo buli.
Like this video 👍👍👍👍👍👍
Val lagil sae ,nice video 👍👍👍
বৰ কামৰ মানুহ।ধন্যবাদ
Val lagil👍❤
Val lagil ma'am .....apunar hokolubur video sau❤️
Baidew bor dhuniya koi bujai diye.. Bht val lage
Notun kiba ata khikilu apunar pora...😊
Moja lagil . Aami kintu aera pator logote keselu gosor pat deu
Val lagil video tu sai... amar ako Ara paat napale ajar pat, keseru pat heiburu diye... apuni nidiye neki heibur pat..?
Baideu poka polue kalmaroli diya r pist u bah nolole ki koribo lage kouk sn
পলু পকিলে বাহ বান্ধিবই । টৰ্চ যদি নেথাকে তেতিয়াহলে মোবাইলটো লুটিয়াই টৰ্চটো জ্বলাই পলুটো থৈ ভালদৰে নিৰীক্ষণ কৰিবা । পকা পলুটোৰ ভিতৰখন আইনাৰদৰে চফা হয় । তেতিয়াহে কলমাৰলিত দিবা ।
কিছুমানে পকিলেও বাহ নেবান্ধে । সেইবোৰক কাপোৰেৰে ঢাকি থবা । নিজেই ৰঙচুৱা লেটাৰ ৰূপ যেতিয়া লব,তেতিয়া কঠিয়া ৰাখি পখিলা হবলৈ দিয়াৰ সলনি খোৱাৰ বাহিৰেতো উপায় নাই !
@@RupanjaliRonganoiধন্যবাদ বাইদেউ। 🙏
Apuni jeneky Lari ase mor gatu xir xirai ase mem voi lage Mor
Kg কিমান লৈ বাইদেউ
Bhal lagel ba
Ami gaont thakiu polu puhibo nwaru apunak manisu।
।
Moi tenekoi puhu. Khub haji kasi jao bag 1lukuwai nio ahote tate dhuniyakoi dharib nuwarakoi joli jao tare pora pat loi aho. Pat to sobote pai
পলুৰ কাৰণে পাত বিচাৰি আনিব পাৰিলে মনটো বহুত ভাল লাগে ৷
Baideo..mohuwa namor gos bidhor bixoe jane naki apuni..?
Jane jodi reply dibsun
নেজানো নহয় ৷ মই জনা গছজোপাৰ গুটিৰে অৰুণাচল প্ৰদেশত পৰম্পৰাগত এবিধ পানীয় প্ৰস্তুত কৰা হয় ৷
@@RupanjaliRonganoi
Oo...thank you 😊
Aponi atiyawoo pulu palon kuri ase ne
এইবেলি পলু নললো, সময় মিলাব নোৱাৰিলোঁ ৷
Polu koni ketaman dibo neki
এইবেলি মোৰ নিজৰে নাই ৷ এৰা পাতবোৰ দেখিলেই পলু মনত পৰে !
Kg ki man da
নেজানো নহয় ৷
Eri puk bacha pabo niki
নাই ৷
Moi.oval
Amar ata TH-cam Chane asa saba buli akha thakil
ইয়াৰ পিছত কি কৰিব সেইয়াও দেখাব দেই।
সময় মিলাব পাৰিলেই নিশ্চয় দেখুৱাম ৷
@@RupanjaliRonganoi ঠিক আছে বাইদেউ।আপোনাৰ ভিডিঅ' চাই আমাৰ পৰিয়ালৰ সকলোৱে খুব ভাল পায়।আপোনাৰ মাতটোৰে সৈতে কথাবোৰ খুবেই ভাল লাগে।সদায় যেন আমাক এনেকৈয়ে ভিডিঅ' বোৰ দি যায়।
Ki ki pat khuabo pari?
এজাৰ,এৰী,গমাৰি,কেচেৰু,জাৰ্মানি আৰু কিবাকিবি খুৱাব পাৰি ৷ মই নেজানো ৷
Ru ki ki pare kokxn
Ajar ru jarmani pat nekhaise je kio
Baideo mok sosr muga lagsle June loi pam neki baro apunar number to dibo so
Apunar namber to dibo neki baideou
আপোনাক লগ কৰিবলৈ বিছাৰিছিলো আপুনি মন নিদিলে কথাটো ।
মোৰ পুলু পুহি কাপোৰ বধ বিছাৰো। কিন্তু একো নাজানো
সময় পালে নিশ্চয় যাম ৷ মেডিকেল কলেজত তোমাক বিচাৰি পাম ন ! মোৰ মনত আছে ৷
Cll koribo sun
ফোন নম্বৰ দিব পাৰিব নেকি ?
ফেচবুক মেছেঞ্জাৰত দিব পাৰিম
Pokor 😂😂😂😂