ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
কৃষ্ণ🙏🙏
কৃষ্ণ কৃষ্ণ, সেৱা জনালো
Hey Krishna Prabhu 🙏🙏🙏
কৃষ্ণ কৃষ্ণ , ৰাম ৰাম ।
বাপ জনালৈ সেৱা ধৰিলো কৃষ্ণ। ভাগৱত পৰ্যালোচনা সুন্দৰ হৈছে শুভাশীষ থাকিল। এতিয়ালৈকে লিপিবদ্ধ মন্তব্য ১৭ টাৰ ভিতৰত ৫টা মন্তব্য বিদেশী ৰোমান লিপি ৰে লিখা।অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যদা লাভ কৰিছে এতিয়ালৈকে আমি বিদেশী ৰোমান লিপি ৰে লিখা টো এৰিব পৰা নাই দুষৰ কথা । আমি শ্ৰদ্ধা সহকাৰে আইৰ মুখৰ ভাষাৰ লিপি ৰে লিখিবলৈ বিনম্ৰ ভাবে সেৱা ধৰিলো। অপ্ৰিয় হ'লেও সত্য কথা। অপৰাধ বিনাষন তযু নাম নাৰায়ণ জানি নামে পশিলো শৰণ,,,,,,,,,,,,,,,,,,,,, কৃষ্ণ।
🙏 কৃষ্ণ 👣🤲 কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ
হেইজন কৃষ্ণই হৈছে স দা শিৱ হেজন কৃষ্ণই হৈছে ৰাম
Krishna Krishna
Krishna
❤❤❤❤aapuni dekhatu supurash,service life otu doksho ,honest aaru amak aadhyatmik jyann prodanor khetrotu sofol purush.pronam
কৃষ্ণ বাপ, সুন্দৰৰো সুন্দৰ অতীৱ সুন্দৰ। সেৱা জনাইছোঁ।
কি যে সুন্দৰ ব্যাখ্যা আপোনাৰ প্ৰভু....... শুনি থাকিবলৈ মন ....
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু বহুত ভাল লাগিল শুনি প্ৰভু।বহুত জ্ঞান লাভ কৰিলো ।
বাপ কৃষ্ণ কৃষ্ণ
কৃষ্ণ বাপ
কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম ৰাম ৰাম কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ ❤❤❤
He baap apuni kuntu anchalik ba jila xakharKrishna
গিৰি পাঠক বাপ জনালৈ সেৱা ধৰিলো বাপ জনালৈ এটা অনুৰোধ আমাৰ আইৰ মুখৰ ভাষাৰ লিপি ৰে লিখা টো ভাল। আমি নিজৰ লিপি নিলিখিলে বাংলা, হিন্দী ভাষী য়ে লিখিব জানো? অপ্ৰিয় হ'লেও সত্য কথা ।
কৃষ্ণ🙏🙏
কৃষ্ণ কৃষ্ণ, সেৱা জনালো
Hey Krishna Prabhu 🙏🙏🙏
কৃষ্ণ কৃষ্ণ , ৰাম ৰাম ।
বাপ জনালৈ সেৱা ধৰিলো কৃষ্ণ। ভাগৱত পৰ্যালোচনা সুন্দৰ হৈছে শুভাশীষ থাকিল। এতিয়ালৈকে লিপিবদ্ধ মন্তব্য ১৭ টাৰ ভিতৰত ৫টা মন্তব্য বিদেশী ৰোমান লিপি ৰে লিখা।
অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যদা লাভ কৰিছে এতিয়ালৈকে আমি বিদেশী ৰোমান লিপি ৰে লিখা টো এৰিব পৰা নাই দুষৰ কথা । আমি শ্ৰদ্ধা সহকাৰে আইৰ মুখৰ ভাষাৰ লিপি ৰে লিখিবলৈ বিনম্ৰ ভাবে সেৱা ধৰিলো। অপ্ৰিয় হ'লেও সত্য কথা। অপৰাধ বিনাষন তযু নাম নাৰায়ণ জানি নামে পশিলো শৰণ,,,,,,,,,,,,,,,,,,,,, কৃষ্ণ।
🙏 কৃষ্ণ 👣🤲 কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ
হেইজন কৃষ্ণই হৈছে স দা শিৱ হেজন কৃষ্ণই হৈছে ৰাম
Krishna Krishna
Krishna
❤❤❤❤aapuni dekhatu supurash,service life otu doksho ,honest aaru amak aadhyatmik jyann prodanor khetrotu sofol purush.pronam
কৃষ্ণ বাপ, সুন্দৰৰো সুন্দৰ অতীৱ সুন্দৰ। সেৱা জনাইছোঁ।
কি যে সুন্দৰ ব্যাখ্যা আপোনাৰ প্ৰভু....... শুনি থাকিবলৈ মন ....
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু বহুত ভাল লাগিল শুনি প্ৰভু।বহুত জ্ঞান লাভ কৰিলো ।
বাপ কৃষ্ণ কৃষ্ণ
কৃষ্ণ বাপ
কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম ৰাম ৰাম কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ ❤❤❤
He baap apuni kuntu anchalik ba jila xakhar
Krishna
গিৰি পাঠক বাপ জনালৈ সেৱা ধৰিলো বাপ জনালৈ এটা অনুৰোধ আমাৰ আইৰ মুখৰ ভাষাৰ লিপি ৰে লিখা টো ভাল। আমি নিজৰ লিপি নিলিখিলে বাংলা, হিন্দী ভাষী য়ে লিখিব জানো? অপ্ৰিয় হ'লেও সত্য কথা ।
কৃষ্ণ কৃষ্ণ