অষ্টম শ্ৰেণীত অধ্য়য়নৰত এটি কণমানিৰ কঠোৰ জীৱন সংগ্ৰামৰ কাহিনী।

แชร์
ฝัง
  • เผยแพร่เมื่อ 13 ก.พ. 2020
  • #NewsLive #AssamNews
    অষ্টম শ্ৰেণীত অধ্য়য়নৰত এটি কণমানিৰ কঠোৰ জীৱন সংগ্ৰামৰ কাহিনী। পিত-মাতৃহাৰা নবীন গগৈৰ জীৱন সংগ্ৰামৰ কাহিনী শুনিলে আপোনাৰো দুচকু সেমেকি উঠিব।
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

ความคิดเห็น • 867

  • @saimaatyia9391
    @saimaatyia9391 3 ปีที่แล้ว +20

    Allahi এই লৰা জনক ভাল মানুহ বনাওক তেওঁৰ দুখ বিলাক দূৰ হওক 😭😭🤲🤲🤲🤲 নিজৰ মা দেউতা নহলে দুনিয়া খন বহুত অন্ধকাৰ হয় সকলোৱে তেওঁক সহায় কৰিব লাগে 😭😭।

  • @babitanath5033
    @babitanath5033 4 ปีที่แล้ว +71

    ভগৱানে শক্তি দিয়ে যেন ।

  • @nityasonowal1997
    @nityasonowal1997 4 ปีที่แล้ว +11

    মাঁ দেউতাৰ অনিহনে জীৱনটোৰ কিমান কষ্টকৰ সেয়া কেৱল ভুক্তভোগীয়ে হে বুজে! আগুৱাই যোৱা ভগৱানে তোমাক মঙ্গল কৰক তাৰে কামনা কৰিছোঁ।

  • @bagmikashyapbora4513
    @bagmikashyapbora4513 4 ปีที่แล้ว +37

    তোমালৈ আশিৰ্বাদ থাকিল।কষ্টৰ ফল মিঠা।তুমি বহুত আগুৱায় যোৱা তাৰে কামনা কৰিলো।👍

  • @bhaskarsaikia8316
    @bhaskarsaikia8316 4 ปีที่แล้ว +250

    তাক জুবিন দা ক লগ কৰাই দিব লাগিছিল।হৃদয়বিদাৰক জীৱন সংগ্ৰাম।😞

    • @sanjeebnath348
      @sanjeebnath348 4 ปีที่แล้ว +3

      Val koise

    • @Exploringassam319
      @Exploringassam319 4 ปีที่แล้ว +6

      brother please join us

    • @devajanichutia1380
      @devajanichutia1380 4 ปีที่แล้ว +10

      চকুপানী ধৰি ৰাখিব নোৱাৰিলোঁ ।তোমাৰ জীৱন সলনি হব ভালকৈ পঢ়া ।

    • @Tred9247
      @Tred9247 4 ปีที่แล้ว +3

      Right✅

    • @goshaichandradas5485
      @goshaichandradas5485 4 ปีที่แล้ว +3

      ummm hy

  • @marksdanyel9218
    @marksdanyel9218 4 ปีที่แล้ว +4

    মা,ৰ কথা ভাৱিলে গা শিয়ৰি উঠে,,,
    .
    নিজকে ভাগ্যৱান বুলি কব লাগিব,, ,,মা ,,দেউতা,,ভাই ভনী ৰ,,মাজত জীৱন কটাব পাৰিছো,,
    তথাপিও আপোনজনক হেৰুৱাৰ বেদনা সহি পাইছো,,,
    বহুত কষ্ট হয়,,
    যেতিয়া গুচি যোৱা আপোনবোৰলৈ মনত পৰে
    তেতিয়া হৃদয়খন হৃদয় হৈ নাথাকে,,
    এটা মৰা শিলত পৰিণত হৈ যায়,,
    .
    এতিয়া নবীনক সাহঁসৰ প্ৰয়োজন,,
    ওচৰে পাজৰে থকালোকৰ মৰম স্নেহৰ প্ৰয়োজন,,
    এতিয়া নবীনক আৱেগীক কৰিব নালাগে,,তাক এতিয়া সাহস দিব লাগে,,,

  • @mrjobola8958
    @mrjobola8958 4 ปีที่แล้ว +277

    নবিন মানে নতুন গতিকে এই লৰা জনে নতুন কিবা কৰি দেখুওৱা ব সেইয়ে সকলো উলায় আহক নবিন অলপ সহায় কৰো🙏

    • @lakshyajitduttasvlogs3046
      @lakshyajitduttasvlogs3046 4 ปีที่แล้ว +6

      লৰাজনক সহায় কৰক৷

    • @buligogoi3987
      @buligogoi3987 4 ปีที่แล้ว +9

      Moi Nabinor daitto lobo bisaru. Contect No. pam neki

    • @dibyajyatirabha276
      @dibyajyatirabha276 4 ปีที่แล้ว +4

      Zubeen gargr sokut ai dukh sthiti riport korok zubeen daa a eyak manuh bonabo buli akha koru jodi he link2 powa jai tewor logot.

    • @pankajkalita6059
      @pankajkalita6059 3 ปีที่แล้ว +1

      @@dibyajyatirabha276 dgú

    • @muslimabegum3998
      @muslimabegum3998 3 ปีที่แล้ว +2

      @@nangsengkukoi6088 village name ki?

  • @MajulirDekaVlogs
    @MajulirDekaVlogs 4 ปีที่แล้ว +69

    বৰ দুখ লাগিল 🙏🙏🙏😭😭,,ভাইটি মই লগ কৰিম এদিন তোমাক🙏🙏

  • @ranjanjyotibora1079
    @ranjanjyotibora1079 4 ปีที่แล้ว +8

    ভাইটি , কোনো নাই বুলি নকবা। ইশ্বৰ আৰু মা দেউতাৰ আৰ্শিবাদ সদায় তোমাৰ লগত আছে আৰু থাকিব।। 💚

  • @pidushkaman8513
    @pidushkaman8513 4 ปีที่แล้ว +112

    সচাকৈ এনেবোৱ দূখ যন্তনাবোৰ চৰকাৰৰ চকুত কিয় নপৰে.?????
    মই চেস্ঠা কৰিম .... নবিনক লগ কৰি কিছু সহায় ...আৰু তেওৰ ...সুখ ...দুখৰ কিছু কথা পাতিম...

    • @chandanadas6392
      @chandanadas6392 4 ปีที่แล้ว +1

      পাৰিলে যাব আপুনি এবাৰ ।ভগৱানে আপোনাক সহায় কৰিব

    • @artandcraftactivity11
      @artandcraftactivity11 4 ปีที่แล้ว +1

      Hoi

    • @jahnabisaikia1980
      @jahnabisaikia1980 4 ปีที่แล้ว +1

      Vgobane 2mar xdai vl krok xohai kribole bht mon goise 2mak

    • @artandcraftactivity11
      @artandcraftactivity11 4 ปีที่แล้ว

      @@jahnabisaikia1980 ki kob mor to ake

    • @manash_photography
      @manash_photography 4 ปีที่แล้ว

      Right bro

  • @RajibDas-bv2gb
    @RajibDas-bv2gb 4 ปีที่แล้ว +25

    চকু পানী ওলাই গল ও ভাতৃ😭😭চৰকাৰে সহায় কৰিব লাগে।

  • @padmosharma3034
    @padmosharma3034 4 ปีที่แล้ว +28

    ফোন নম্বৰ দিলে ভাল আছিল।🙏🙏

  • @bikashgupta7075
    @bikashgupta7075 3 ปีที่แล้ว +7

    এদীন তুমি successful হবা😭😭😭 ভগাৱানৰ ওচৰত তাকে প্ৰাৰ্থনা মোৰ🙏🙏🙏

  • @hiranyamedhi4842
    @hiranyamedhi4842 4 ปีที่แล้ว +33

    I want him to stay with us n continue his study n fulfill his dream I want to tk his responsibility

  • @mamonigogoi9232
    @mamonigogoi9232 4 ปีที่แล้ว +24

    কোনোবা নিঃসন্তনে এওঁক যাতে উদ্ধাৰ কৰে এই মোৰ কামনা ।

    • @bulbulh1642
      @bulbulh1642 4 ปีที่แล้ว

      Kot pabo

    • @rupamjyoti7203
      @rupamjyoti7203 4 ปีที่แล้ว

      Biraj hajarika daa garibar bondhu please helpkorok lorajonok

    • @nangsengkukoi6088
      @nangsengkukoi6088 4 ปีที่แล้ว +3

      hosa koisu moi gavoru swali.jodi mur sakori thakile heten moi euk tuli lolu heten..eur kiba adress jne nki

    • @eliusahmed7951
      @eliusahmed7951 4 ปีที่แล้ว

      @@nangsengkukoi6088 😥

    • @purnimakalita3181
      @purnimakalita3181 4 ปีที่แล้ว

      😭😭😭😭😭😭

  • @nature10703
    @nature10703 4 ปีที่แล้ว +47

    ক্ষমা কৰিব।। Comment box শুৱনি কৰি কথাবোৰ কোৱাতকৈ ।।এওক সছাই সহায় কৰক।।উঠি অহা যূৱক এওঁ।। ভবিষ্যত গঢ়াৰ বহুত সময় আছে।।

  • @RajMusic200
    @RajMusic200 4 ปีที่แล้ว +10

    So sad.. Account number তো দি দিয়ক |মই পইচা পথাই আছো । মই যাব নোৱাৰিম কাৰণ মোৰ ঘৰ গুৱাহাটীত। 😢😢😢

  • @roman592
    @roman592 4 ปีที่แล้ว +2

    খুব দুখ লাগিল ওচৰ চুবুৰীয়া সকলো মানুহেই লৰাজনক সহায় কৰিব লাগিব ।

  • @JanRabha307
    @JanRabha307 3 ปีที่แล้ว +4

    নবীন অসমৰ ভৱিষ্যত ❤ সি এদিন অসমৰ গৌৰব হব 😍

  • @alifrachel2284
    @alifrachel2284 4 ปีที่แล้ว +6

    লৰা জনে এটা একাউণ্ট খুলিলে ভাল হয়, তেতিয়া বহুত মানুহে তেওঁক সহায় কৰিব।আৰু ময়ো কিবা অলপ সহায় কৰিব পাৰিম।

    • @NoOne-cw3wf
      @NoOne-cw3wf 4 ปีที่แล้ว

      কিন্তু কোনে খুলি দিব

    • @nipusaikia3590
      @nipusaikia3590 3 ปีที่แล้ว

      Tak kanekoi contact korim baru

  • @BijuTaid
    @BijuTaid 3 ปีที่แล้ว +1

    God bless you dear brother

  • @manojpegu4065
    @manojpegu4065 4 ปีที่แล้ว +21

    বৰ কৰুন কাহিনী...আহক নবিনক আমি অকণমান সহায়ৰ হাত আগবঢ়াওঁ ।

  • @akashdaimary9744
    @akashdaimary9744 4 ปีที่แล้ว +55

    Moi lora jon porhab bisaru jodi ahe

    • @visionvlog
      @visionvlog 4 ปีที่แล้ว +1

      Yeah some body must take him in home

    • @nirmalsaha4235
      @nirmalsaha4235 4 ปีที่แล้ว +4

      Good idea vaiti

    • @nangsengkukoi6088
      @nangsengkukoi6088 4 ปีที่แล้ว +1

      hosa.plz contact me.plz.no disu wait.+918638186409

    • @1peg547
      @1peg547 4 ปีที่แล้ว

      Bhogobane apunak bhhhttt aasirbaad diok akash daimary sir

  • @jyotishjyotish653
    @jyotishjyotish653 4 ปีที่แล้ว +2

    মন ভৰি গল বাবুৰ কথাবোৰ শুনি বাবু তোমাৰ ভৱিষ্যত উজ্জ্বল হওক মোৰ প্ৰাৰ্থনা ও

  • @tezpuriyavlogs3920
    @tezpuriyavlogs3920 4 ปีที่แล้ว

    চৰকাৰক আমাৰ গৰিবৰ বাবে সুকু দিয়া নাই টো ইহঁতক ডাঙৰ ডাঙৰ কাৰণে হে দিয়া হৈছে ,, নিউজ টো চাই বহুত দুঃখ কৰিছোঁ,, মা বাবা নথকা নবিনৰ দৰে লৰা হে জানিব বুজি পাব যে কি মান কটোৰ এই পৃথিৱীত জীয়াই থকা টো আহক আমি খোকুলোৱে খহায় কৰোঁ নবিনক ৰাইজ 🙏🙏🙏🙏🙏🙏🙏🙏 ভগৱানে তোমাক কোষলে ৰাখক ,,

  • @rubihazarika992
    @rubihazarika992 4 ปีที่แล้ว +1

    বাবা ,তোমাৰ লগত ভগৱান আছে
    ।দুখ নকৰিবা ।জীৱন তোমাৰ আগবঢ়াই নিব লাগিব ।
    মনোবল ৰাখা ।হয় জীৱন বৰ কঠিন ।তথাপি ,মোৰ মনে কয় তোমাৰ সাহস আছে ।তুমি পাৰিবা ।

  • @nirupoma5935
    @nirupoma5935 3 ปีที่แล้ว +1

    প্ৰভু তুমি এটি ৰাষ্টা দিয়া।

  • @jyotirajbongdshi5915
    @jyotirajbongdshi5915 4 หลายเดือนก่อน +1

    May God bless him😭😭🙏🙏

  • @user-br2ny4ge8g
    @user-br2ny4ge8g 5 หลายเดือนก่อน

    সকলোৱে মিলি সহায় হাত আগবঢ়ায় নিয়ক

  • @kaushikatoz3033
    @kaushikatoz3033 4 ปีที่แล้ว +3

    সচাকৈ বৰ দুখ লগা মই যদি অকণমান সহায় কৰিব পৰা হলে😔😔

  • @pranjalkalita9228
    @pranjalkalita9228 4 ปีที่แล้ว

    News live k thnk u dsu ru ene bht ase aibilk batri poribekhn krok tetiya sohai hbo sbre..

  • @DEEPJYOTIBORUAH617
    @DEEPJYOTIBORUAH617 4 ปีที่แล้ว

    বহুত দুখ লগা কথা। তেওঁ বহুত কষ্টৰে জীৱন কটাই আছে। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে।অকণি সহানুভুতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে... মই সহাই কৰিম

  • @sadidali9373
    @sadidali9373 3 ปีที่แล้ว

    He mor vai nobin tumak Allah talai jen dirgho jibi kore aru tumak jen allai dangor dighol kori ajon mahan adorsho bekti bonai tare dua kamona korilu

  • @rakhirakhi6806
    @rakhirakhi6806 4 ปีที่แล้ว

    vogobane mangal koribo bhaiti tumar,jibonot ketiau akolhoria nevabiba nijoke,hokolu ase tumar logot.

  • @trishnamedhi9639
    @trishnamedhi9639 4 ปีที่แล้ว

    bohut bya lagil tumaloi nabin,sosakoi vagaban ase ne nai najanu ki Karim Moro tenekwa hoise bahut dukh paisu,

  • @suvammondal5092
    @suvammondal5092 4 ปีที่แล้ว

    God bless you brother moi suvam from tinsukia Assam moi news live k onurodh korisu je apunalok e Jate Ei okolhoriya Nabin Gogoi r name t ETA bank account khuli Diyok Ami hokoloye Assam bashi raij mili Juli Jate olop olop Poisa Di hohay koribo paru........akha Koru tenekei hobo Jen......jay aai axom............ .

  • @oinamnivaranidevi3202
    @oinamnivaranidevi3202 8 หลายเดือนก่อน

    সকলোৱে মিলি দাঙৰ তেওঁ কিবা এটা কৰিবলৈ সহায় কৰিম।

  • @hiropjyoti
    @hiropjyoti 4 ปีที่แล้ว +1

    নেদেখাজনে এই লৰাজনৰ জীৱনটো যাতে ভৱিষ্যতলৈ সুখৰ কৰি তোলে । মই তাৰে কামনা কৰিলো, মই মোৰ তৰফৰ পৰা যি পাৰো সহায় কৰিম । মোৰ যোগাযোগ নম্বৰ ৮৮১১৮৭৪৩৮৪

  • @karishmahandiquesumkihandi1391
    @karishmahandiquesumkihandi1391 4 ปีที่แล้ว

    god bless you...help korok tak..sobe val ke pohok hi..

  • @binoyhazarika6054
    @binoyhazarika6054 4 ปีที่แล้ว +9

    এই লৰাজনক মই প্ৰতি মাহে ৫০০ টকাকৈ দিম ৷ লৰাজনে দশম শ্ৰেণীৰ পৰীক্ষা দিয়াৰ পৰ্যন্ত ৷ দয়া কৰি মোক তেওঁৰ বেঙ্কৰ নম্বৰ দিয়ক ৷ প্ৰয়োজন হলে মই আৰু আগলৈ চিন্তা কৰিম ৷

  • @sanidulislam6927
    @sanidulislam6927 4 ปีที่แล้ว +2

    God bless you dear please government helping him

  • @dakikahmed542
    @dakikahmed542 4 ปีที่แล้ว +6

    Kindly let me know how can I contact Nabin from Lakhimpur. Would like to provide him proper family life and help him in his schooling and higher education.

  • @mohanrabha7531
    @mohanrabha7531 4 ปีที่แล้ว

    God bless u Nabin
    Bhal dinbor xodaye beya dinor pisot he ahe gotike tumi xotax nohoba . moro maa deuta thakileo hajira kori porhisu. tumak dekhile mor sokulo boi jay .Tumak moi log koribo parim nki

  • @vivaentertainmentindia6578
    @vivaentertainmentindia6578 4 ปีที่แล้ว +12

    bank r account number ata thik kri dya hole vl aasl

    • @rinkulrahman4353
      @rinkulrahman4353 4 ปีที่แล้ว

      facebook.com/100035579904379/posts/206373970558598/?app=fbl

    • @subirchoudhury7098
      @subirchoudhury7098 4 ปีที่แล้ว

      Account number tu palu mobile number pale bhal asil pothuar pisot jonabo parim

  • @petar6844
    @petar6844 4 ปีที่แล้ว

    বহুত দুখ লাগে বুজি পাও কিয়নো মোৰো পৰিয়াল ভাগি গৈছে গতিকে তাৰ বেদনা আজিও মোৰ মনত কষ্ট দিয়ে কিন্তু কাক কম কাক দেখুৱাম কোনে বুজিব ।
    আৰু সদায় বুজিলে কেনেকৈ হব সকলোৰে নিজা নিজা এটা জীৱন আছে ।
    সকলোৱে দুখ যন্তনা যুঁজ কৰি টো জীয়াই আছে
    আৰু
    সকলো বোৰ চৰকাৰৰ হাতত এৰিলে নহব
    আমাৰ মানুহৰ মানৱীয়তা দেখুৱালে হে শান্তি আহিব
    মানৱীয়তাৰ আগত সকলো ধৰ্ম সকলো নিয়ম কানুনে তল পৰে
    গতিকে তেওঁ আমাৰে ভাইটি তেওঁক মানৱীয়তাৰ চকুৰে চাওক ।
    আশা কৰো প্ৰভু যীচু জীৱন দিওক তেওঁক ⁦✝️⁩

  • @nityanandathengal9835
    @nityanandathengal9835 3 ปีที่แล้ว

    Vayti tumak log korim tumar karone kiba eta korim ,, voy nokoriba tumi aguwai jua adin hokolu thik hoi jabo amar hokolure akhirbad tmr logot hodai thakibo 😭😭😭😭😭😭

  • @assamgamer9220
    @assamgamer9220 4 ปีที่แล้ว +3

    May god bless him🙏🙏🙏🙏

  • @chayanikaboruah4909
    @chayanikaboruah4909 4 ปีที่แล้ว +6

    বৰ দুখ লাগিল😢😢

  • @bhaskarnath949
    @bhaskarnath949 4 ปีที่แล้ว +2

    9101355987 moi jimnn paru khohaii koremm...janabo apakk......lorator logt asuu ...jibon khngrammm kora bhhtt kothinnn...arambhonite lorator jibonole ji dhumuha nami ahill.tak rudhh korebo amii.khokoluyee agbahibo lgiboo.moi asu bhaityy tumar logtt.....

  • @rumaboruah2184
    @rumaboruah2184 4 ปีที่แล้ว +2

    Moi Ek Govt. Hr.Sec.Govt. school or Eng.PGT. Jodi teu bichare moi teuk porha xuna korai logot rakhibo bicharu.

  • @russelchrist
    @russelchrist 4 ปีที่แล้ว

    সাহসী ল'ৰা নবীন | নবীন তুমি এদিন প্ৰবীণ হ'বাই | আশা আৰু সাহসক জীয়াই ৰাখা | ৰাইজ তোমাৰ কাষত আছে আৰু থাকিবই ; মাঁথো সততাক জীয়াই ৰাখিবা |

  • @kishorbarman6233
    @kishorbarman6233 4 ปีที่แล้ว +1

    Adin tmi bht dgr hofol mnhu hba .God bless u Dr bro ☺️

  • @taruborgohain3597
    @taruborgohain3597 3 ปีที่แล้ว

    Thanks to all the time and money 💰💰💰💰

  • @dhananjaydas5934
    @dhananjaydas5934 4 ปีที่แล้ว +1

    Dukh lagila... Bhati... Tumar kotha huni.. Mokh khono bor morom loga... Osort thakila hohai korilo hoi... Kunubai tar ekhon Account book khuli diyok... Bahud help paba... Logote moi asom sarkarok anorodh janalo tat sage hohai kore...

  • @user-mh3ql6wz7l
    @user-mh3ql6wz7l ปีที่แล้ว

    ধয্য ধৰা । এদিন সফল হবা। সকলোৰে পিতৃ-মাতৃ নাথাকে। তুমাৰ দৰে আৰু আছে।। এদিন সফল হবা।

  • @janardanrabha6033
    @janardanrabha6033 4 ปีที่แล้ว +12

    Kandi dibo mon goise o 😪😪😪😭

  • @anamikarajbongshianamika3141
    @anamikarajbongshianamika3141 4 ปีที่แล้ว +1

    Sakupani ulai gol. Besera larato bor beya lgil .tumi vlkoi agbarhi juwa vaiti takei kamna krilo. God bless you

  • @nikashentertainment7428
    @nikashentertainment7428 4 ปีที่แล้ว

    Goi asu....jiman paruu help korim... don't mind bro 👍👍👍

  • @bornalidang4332
    @bornalidang4332 2 ปีที่แล้ว

    মা দেউতাৰ অবিহনে কেনেকৈ থাকিব বৰ দুখৰ কথা

  • @lakhipriya2095
    @lakhipriya2095 4 ปีที่แล้ว +1

    Parila vl sinta koribo...bea manokhikotare a help nokore jate kunu a.....🙏🙏

  • @saurav_bhatta
    @saurav_bhatta 4 ปีที่แล้ว +2

    Beya lagil video tu sai. I'll pray for him so that his life changes and god bless him up

  • @minhajulislam9788
    @minhajulislam9788 3 ปีที่แล้ว

    So sad 😭😭😭 bohut dukh lagile sai

  • @junumikadasi853
    @junumikadasi853 4 ปีที่แล้ว

    God bless you Bhogowan 2mar lgt Hodai thakibo Radha Rani 2mak Kripa koribo 2mi ejon Val dangor manuh hobo paribo .

  • @rameshhazarika6726
    @rameshhazarika6726 4 ปีที่แล้ว

    মাননীয় অসমৰ মুখ্যমন্ৰী মহোদয় ' মাননীয় অসমৰ বিত্তমন্ত্ৰী মহোদয় আৰু স্থানীয় বিধায়ক মহোদয় আৰু সন্মানীয় সদৌ অসম ছাত্ৰসন্থাৰ সভাপতি/সম্পাদক ডাঙৰীয়া তথা অসমৰ জাতীয় দল সংগঠনৰ নেতৃবৃন্দ আপুনালোকে এই দুৰ্ভগীয়া নবীন গগৈক সহায় কৰাৰ পদক্ষেপ লওক।ভগবানে দুৰ্ভগীয়া নবীনকৰ জীৱন সংগ্ৰামত আৰ্শীষ প্ৰদান কৰাৰ প্ৰাৰ্থনা জনালো।

  • @dalidekadalideka4266
    @dalidekadalideka4266 ปีที่แล้ว

    Val HB beta love you❤

  • @muslimabegum3998
    @muslimabegum3998 3 ปีที่แล้ว

    News live hokole anekua Val Val khobor dibo lage bohut beya lagise dai keneke manuh jiyai thank Allah

  • @madhurjyadas9418
    @madhurjyadas9418 4 ปีที่แล้ว +1

    Mon baia lagi gol 😣😢😢😢😢😢😢😢vogamana a doya koriba krishna

  • @hemenbaruah8486
    @hemenbaruah8486 4 ปีที่แล้ว +1

    Agoyai joa nabin Val hb 2mar

  • @monisankarbharadwaj5094
    @monisankarbharadwaj5094 4 ปีที่แล้ว +1

    Keep it up nobin...

  • @assamstatus4072
    @assamstatus4072 3 ปีที่แล้ว

    God bless you beta 🙏

  • @jutikadas2684
    @jutikadas2684 ปีที่แล้ว

    God bless you child

  • @sanjumainavlog1853
    @sanjumainavlog1853 4 ปีที่แล้ว +17

    Contact koribo bisaru moi tak

    • @justwatch2623
      @justwatch2623 4 ปีที่แล้ว

      আপোনাৰ যোগাযোগ নম্বৰটো দিব। মই কাইলৈ যাম।আপোনাক যোগাযোগ কৰাই দিবলৈ চেষ্টা কৰিম।

    • @koustabhjyotigoswami1764
      @koustabhjyotigoswami1764 4 ปีที่แล้ว

      @@justwatch2623 Please contact me on 9707369144

  • @______6936
    @______6936 3 ปีที่แล้ว +1

    তেওঁক সহায় কৰক🙏🙏🙏😔😔

  • @ashiquralam7939
    @ashiquralam7939 3 ปีที่แล้ว

    বহুত দুখ লাগিছে 😭😭😭

  • @ILIKETOTRAVELLIKEABIRD
    @ILIKETOTRAVELLIKEABIRD 4 ปีที่แล้ว

    Bohut Abegik hoi Golu xbr2 pai... Bht beya lagise nobin loi... Teor vobisyot Ujjol huok taake kamona

  • @user-himanshu2760
    @user-himanshu2760 3 ปีที่แล้ว

    সচাকৈ বহুত দুখ লাগিল।।।। ভগৱানে মংগল কৰক।।।।।

  • @sweetykalita2271
    @sweetykalita2271 4 ปีที่แล้ว +1

    যত এইখিনি সময়ত তাৰ খেল-ধেমালি কৰা বয়স। কিন্তু ইমান চিন্তা মোৰত লৈ আছে। সচাকৈয়ে বহুত বেয়া লাগিছে।

  • @lakhyajyotibaruah6008
    @lakhyajyotibaruah6008 3 ปีที่แล้ว

    😭😭 sinta nokoriba sob thik hoi jabo baba

  • @dipupaying2942
    @dipupaying2942 3 ปีที่แล้ว

    God bless you.....

  • @tridipraja_vlogs2432
    @tridipraja_vlogs2432 4 ปีที่แล้ว

    Bhagban tumi lora tuk soku meli saba khi bor okl khoriya khi jen vale thake moi ishor usort prathona krisu jate ai vaiti 2 adin vl manuh hoi

  • @dipikasaikia863
    @dipikasaikia863 2 ปีที่แล้ว

    God bless you

  • @mondeepvlogs5228
    @mondeepvlogs5228 4 ปีที่แล้ว

    তোমাক ভগৱানে আশীৰ্বাদ কৰে যেন

  • @user-ss5sk5dp5e
    @user-ss5sk5dp5e ปีที่แล้ว

    Miss you vaite ❤❤❤

  • @pulinakaman9406
    @pulinakaman9406 3 ปีที่แล้ว

    Help him Assam Govt.

  • @parthapratimdas8426
    @parthapratimdas8426 3 ปีที่แล้ว

    স্থানীয় বিধায়কে বিহিত ব্যৱস্থা লব লাগে ! যাতে চৰকাৰে কিব এটা সহায় কৰি তাৰ জীৱনটোৰ এটা পথ সুগম কৰিব পাৰে !

  • @freefiregameankur6464
    @freefiregameankur6464 4 ปีที่แล้ว +1

    চৰকাৰে সহায় কৰক please 😫🙏🙏💓

  • @dipakpayeng4426
    @dipakpayeng4426 4 ปีที่แล้ว +1

    Mor Huni Bohut Duk Lagise Gotike Usor Suboriya Hokole Hahi Holop Ohai Kori Diye Jen Eituwei Mur Nobinoloi Ek Kamona,🙏

  • @jugaldas6360
    @jugaldas6360 4 ปีที่แล้ว +1

    bohut beya lagil god bless you vaite

  • @ridipdas6733
    @ridipdas6733 4 ปีที่แล้ว

    Dhuk lagil hosai....BHT vogobank parthona krisu... Teor jib val hoi jate..... Aru sorkarku anurudh jonaisu...

  • @nilamoniboruah3734
    @nilamoniboruah3734 3 ปีที่แล้ว

    চরকারে নোরারে যদি বা পৰিয়ালে নোরারে মই লম দায়িত্ব লৰা জনর।

  • @GeneralKnowledgeEnglishA
    @GeneralKnowledgeEnglishA 4 ปีที่แล้ว +1

    God bless u Nobin

  • @mirzarahman8054
    @mirzarahman8054 4 ปีที่แล้ว

    Thanks News live Chanel, anekua news diar karone. Lora tok hohai koribo lage hokoloye.

  • @sailendowari3293
    @sailendowari3293 4 ปีที่แล้ว

    সাৰ নামানিবা আগুৱাই যোৱাৰ, ভগৱানে তোমাৰ মঙ্গল কৰক।

  • @rachanaborah8950
    @rachanaborah8950 3 ปีที่แล้ว

    ভগবানে তুমাক চাবো

  • @deepalidas9213
    @deepalidas9213 3 ปีที่แล้ว +1

    Very heartbreaking news.babu God bless u.i want to meet u.

  • @rupanjaleedevi4151
    @rupanjaleedevi4151 4 ปีที่แล้ว +1

    News Live এই পদক্ষেপ লৈ লাইভ টেলিকাষ্ট কৰি তাৰ জীৱন সলনি কৰক । এতিয়া দল-সংগঠনে কি কৰি আছে ? কি ভাবি এনে সংগঠনৰ মূৰব্বী বোৰৰ পিছত ভক্তসকলে প্ৰতিবাদ কৰি ফুৰে ?

  • @manshimanshi9106
    @manshimanshi9106 4 ปีที่แล้ว

    Tmi aguai jua

  • @HbBabuYouTube
    @HbBabuYouTube 4 ปีที่แล้ว +1

    মই হেমন্ত ছেত্ৰী মোৰ ঘৰ বোকাখাটত মোৰ ঘৰত মই আৰু মোৰ মা দুই জন থাকোঁ যদি তেওঁ আমাৰ পৰিয়ালৰ সৈতে মিলি আমাৰ লগত থাকিব বিচাৰে তেতিয়া হলে মই লৈ আহিব পাৰিম মোৰ ভাইটি হৈ থাকিব পাৰিব তেওঁ যিমান লৈকে পঢ়িব বিচাৰে মই পঢ়াই দিম আৰু যদি পাছত তেওঁ বেলেগ কে থাকিব বিচাৰে থাকিব পাৰে মই full support কৰিম। যদি হয় আপোনালোকে তেওঁৰ লগত contact কৰাই দিয়ক মই কালিয়ে লৈ আনিম আৰু স্কুলত নাম লগাই দিম। মোৰ ম'বাইল নম্বৰ হৈছে - 9864577061 আৰু Whatsapp - 8310238161

  • @nihaaldev6891
    @nihaaldev6891 4 ปีที่แล้ว

    hosake maa nathkile jibon bht adhorua..mi nije every moment feel kru..miss u maa 😑

  • @rishandas2559
    @rishandas2559 4 ปีที่แล้ว +1

    Good