গীত-বন্দে মাতৰম 🇮🇳✊|গায়ক- বাবু|ডান্স কভাৰ বাই - বিদ্যা ডান্স একাডেমী|কৰিঅ'গ্ৰাফাৰ-প্ৰিয়ংকা কাশ্যপ|

แชร์
ฝัง
  • เผยแพร่เมื่อ 13 ส.ค. 2023
  • স্বাধীনতা দিৱস উপলক্ষ্যে বিদ্যা দান্স একাডেমীৰ তৰফৰ পৰা মোৰ আৰু কণমানিহঁতৰ এক ক্ষুদ্ৰ প্ৰয়াস।
    সকলোকে উৎসাহিত কৰি আগুৱাই যোৱাত সহায় কৰিব।
    আপোনালোক সকলো লৈকে মোৰ তথা বিদ্যা দান্স একাডেমীৰ তৰফৰ পৰা স্বাধীনতা দিৱসৰ শুভকামনা জনাইছো।
    গীত- বন্দে মাতৰম 🇮🇳✊
    গায়ক- বাবু
    ডান্স কভাৰ বাই - বিদ্যা ডান্স একাডেমী
    কৰিঅ'গ্ৰাফাৰ- প্ৰিয়ংকা কাশ্যপ

ความคิดเห็น •