ความคิดเห็น •

  • @bijoykumarmusical
    @bijoykumarmusical 3 ปีที่แล้ว +1

    বাহী বহুত সুন্দৰ বজাইছে দেই আপোনালোকে👍👍👍🙏🙏🙏

  • @lakhyakumardas3393
    @lakhyakumardas3393 3 ปีที่แล้ว +2

    বহুত ভাল লাগিল অনুষ্ঠানটো চাই ❤️❤️❤️...
    আপোনাৰ ঘৰ ক'ত ?
    যদি Comment তো পঢ়িছে তেন্তে জনাব Please 🙏🙏🙏...

    • @chitralekhatamuli6724
      @chitralekhatamuli6724 3 ปีที่แล้ว +1

      ধন্যবাদ। মোৰ ঘৰ ধেমাজি জিলাৰ চিলাপথাৰত।

  • @madhurjyaborah9340
    @madhurjyaborah9340 5 ปีที่แล้ว +2

    Aji he apuna lokr video 2 salo...khosa bhut vl lagil sai...Ru anekoa video ase jdi dibo..

  • @activityconcept4662
    @activityconcept4662 6 หลายเดือนก่อน

    উৎকৃষ্ট কৃষ্টি প্ৰদৰ্শন।😊

  • @bitupandawo4145
    @bitupandawo4145 ปีที่แล้ว

    ভাল লাগিল৷ আপ্লুত হৈ পৰিলোঁ

  • @mdmusical6097
    @mdmusical6097 ปีที่แล้ว +1

    আপুনি সদায় জিলিকি থাকক ❣️🙏

  • @cdo0
    @cdo0 3 ปีที่แล้ว +1

    বাঁহী , ঢোল , পেপাৰ মাত শুনিলে মনতো কিমান ভাল লাগে সেইটো প্ৰকাশ কৰিব নোৱাৰি
    চিৰ চেনেহী মোৰ ভাষা জননী 🙏

  • @classicflute9238
    @classicflute9238 5 ปีที่แล้ว +2

    Aswm performance... proud of you guys...

  • @krislinaboro3370
    @krislinaboro3370 3 ปีที่แล้ว +1

    🔥dhuniaa

  • @medicoanatomist
    @medicoanatomist 5 ปีที่แล้ว +4

    Amazing... Best wishes

  • @jitusutradhar2394
    @jitusutradhar2394 5 ปีที่แล้ว +1

    বহুত ভাল লাগিল ছাৰ শুনি শিকিব মন আছে মোৰ

  • @bishwajyotibora4973
    @bishwajyotibora4973 5 ปีที่แล้ว +3

    Vl lgil sai amr asomia bihu2

  • @himangshuaxom3841
    @himangshuaxom3841 3 ปีที่แล้ว

    Sir ....moi Himangshu ...moi apunur student asilu ..at axom gyan bikash vidyalaya ttt...2012 year ott....now at nalbari .....

  • @binusarma2608
    @binusarma2608 4 ปีที่แล้ว +2

    BAhir mat tu bhut Val Lage mor

  • @binodhazaka8274
    @binodhazaka8274 4 ปีที่แล้ว +2

    Mojah bihu

  • @jrbez.majuli288
    @jrbez.majuli288 5 ปีที่แล้ว +4

    অতি সুন্দৰ দাদা।

  • @KhanindraDutta
    @KhanindraDutta 5 ปีที่แล้ว +1

    Nabajit, Val lagil tumar bahir apurba hur...

  • @traditionalassam9183
    @traditionalassam9183 5 ปีที่แล้ว +2

    অনুষ্ঠানটো কত হৈছে কেতিয়া হৈছে একো উল্লেখ নাই

  • @krishnanath7831
    @krishnanath7831 6 ปีที่แล้ว +2

    mjjjjjja disa

  • @kankandas4868
    @kankandas4868 ปีที่แล้ว

    Gamosa khn ami jonat murot he pindhe.. Dingeiit oo pindhe nki?

    • @simantatamuli7001
      @simantatamuli7001 ปีที่แล้ว

      নমস্কাৰ দাস, অসম্পূৰ্ণকৈ জনা আৰু ভুলকৈ জনা একেবাৰে নজনাতকৈও মাৰাত্মক। আপোনাৰ মন্তব্যৰ আঁত ধৰি কওঁ যে ঢোলৰ নীতিবদ্ধ বাদনত ঢুলীয়াই গামোচাখন কান্ধত লৈও ঢোলবাদন কৰে। আমাৰ গুৰুসকলেও এনেকৈ লোৱা দেখি আহিছোঁ।
      আপোনাৰ মন্তব্যটোত আপুনি উল্লেখ কৰিছে, "গামোচাখন আমি জনাত মূৰতহে পিন্ধে। ডিঙিটো পিন্ধে নেকি?" দৰাচলতে মন্তব্যটো কিম্বা প্ৰশ্নটো হ'ব লাগিছিল "গামোচাখন আমি জনাত মূৰতহে মাৰি লয়, ডিঙিটো মাৰি লয় নেকি?".... এই ক্ষেত্ৰত আচলতে 'পিন্ধে' শব্দটো ব্যৱহাৰ নহয়।
      ধন্যবাদ

  • @PDCultural
    @PDCultural 6 ปีที่แล้ว +5

    Apuni amr ba ajonik hekaisile.. downtown r কৰিশ্মা বৰা।

  • @amritnathcreation715
    @amritnathcreation715 5 ปีที่แล้ว +1

    Moja lagisa dai

  • @akashdeepofficial4327
    @akashdeepofficial4327 6 ปีที่แล้ว +1

    বৰ ভাল লাগিল চাই

  • @ditulgohain8037
    @ditulgohain8037 3 ปีที่แล้ว +1

    ❤️❤️❤️❤️❤️love this

  • @ujjalkeot2489
    @ujjalkeot2489 4 ปีที่แล้ว +1

    Very very nice

  • @AllSideYt
    @AllSideYt 2 ปีที่แล้ว

    ❤️❤️😘😘

  • @bidyutdas2675
    @bidyutdas2675 5 ปีที่แล้ว +1

    Vl lagil....

  • @মৃদুলকলিতা
    @মৃদুলকলিতা 5 ปีที่แล้ว +2

    অতি সুন্দৰ আকৰ্ষণীয় অনুষ্ঠান

  • @nikumedhi297
    @nikumedhi297 4 ปีที่แล้ว +2

    Dhoniya lagisy

  • @beautirajbongshi981
    @beautirajbongshi981 5 ปีที่แล้ว +2

    vl lgise bhut

  • @akashgogoi7654
    @akashgogoi7654 ปีที่แล้ว

    😍

  • @PDCultural
    @PDCultural 6 ปีที่แล้ว +3

    Simanto da nice..

  • @karabidas4359
    @karabidas4359 6 ปีที่แล้ว +4

    DHUNIYA HOISE tamuli da

  • @risirajborahofficial3608
    @risirajborahofficial3608 5 ปีที่แล้ว +2

    Hundor simanto da

  • @অসমপ্ৰতিভা
    @অসমপ্ৰতিভা 5 ปีที่แล้ว +1

    val lagil bro

  • @Bhaskarjyoti_Ray
    @Bhaskarjyoti_Ray 6 ปีที่แล้ว +1

    Mojahhh....

  • @jugenhazarika8880
    @jugenhazarika8880 5 ปีที่แล้ว +3

    সকলোকে ধন্যবাদ জনালোঁ ৷অসমিয়া সংস্কৃতি জিয়াই ৰাখিব ,আপোনালোকে !

  • @krishnaborpatrakrishnaborp5730
    @krishnaborpatrakrishnaborp5730 5 ปีที่แล้ว +1

    Bahi mattuwe aru hondar kori dile val haise

  • @probinbhuyan3830
    @probinbhuyan3830 4 ปีที่แล้ว +2

    👍👍👍

  • @muninhazarika1258
    @muninhazarika1258 5 ปีที่แล้ว +1

    Ati hundor

  • @nisantakalita5535
    @nisantakalita5535 4 ปีที่แล้ว +1

    Nice

  • @adityanath1009
    @adityanath1009 5 ปีที่แล้ว

    Hosake bhut val lagise

  • @raktutpalbora4196
    @raktutpalbora4196 5 ปีที่แล้ว +3

    👍👍👍👍👍👍

  • @montusonowal7570
    @montusonowal7570 5 ปีที่แล้ว +1

    mojaaaa lagise kintu

  • @bubumanibarman5525
    @bubumanibarman5525 6 ปีที่แล้ว +2

    Bohut vl lgil sir

  • @rokrocking4401
    @rokrocking4401 6 ปีที่แล้ว +5

    মোৰ ভাল লগা বাদ্য বিধ😘😘😘

  • @kharkhowamatha8340
    @kharkhowamatha8340 6 ปีที่แล้ว

    Bohut dhuniya
    Bht vl bojaise sir
    Mor o ঢোলৰ ওজা hikibo bht mn ase
    Aaponar logot keneke juga jug koribo parim nu
    Plz jonabo xn

  • @manojdeka2592
    @manojdeka2592 5 ปีที่แล้ว +1

    What about kamrupia dhulia

  • @prahladgogoiprahladgogoi
    @prahladgogoiprahladgogoi 5 ปีที่แล้ว +1

    Moja

  • @dimpiborgohain2303
    @dimpiborgohain2303 6 ปีที่แล้ว +1

    Tamumi da moi khubalia PA koisu kun sini paise sage nhoi noh mojaah

  • @alokgogoi688
    @alokgogoi688 5 ปีที่แล้ว +3

    flutist jon nobojit da hoine

  • @durnapatgiri2894
    @durnapatgiri2894 5 ปีที่แล้ว

    Great Simanta daaaa

  • @pankajmech7877
    @pankajmech7877 6 ปีที่แล้ว +3

    Good.... 👌

    • @simantatamuli7001
      @simantatamuli7001 6 ปีที่แล้ว +1

      Thank you

    • @Dhuliyapran
      @Dhuliyapran 4 ปีที่แล้ว +1

      Sir moi aponak guru manibo bisaro sir moi aponak log pabo bisaro sir pizza🙏🙏🙏

  • @birajborah6284
    @birajborah6284 3 ปีที่แล้ว

    🤗🤗

  • @rupombora6258
    @rupombora6258 5 ปีที่แล้ว

    Mur bohut vl lga

  • @krishnamonimushahari3212
    @krishnamonimushahari3212 5 ปีที่แล้ว +2

    মোৰ ধোল সিকিব মন আছে

  • @rashmiphukon5552
    @rashmiphukon5552 5 ปีที่แล้ว

    Tulonabihin ek onusthan ...

  • @priyagogoigun898
    @priyagogoigun898 5 ปีที่แล้ว +1

    bojau bojau lagi ji

  • @boyka1900
    @boyka1900 6 ปีที่แล้ว +1

    👌👌👌

  • @shant57575
    @shant57575 5 ปีที่แล้ว +1

    simanta da, apunar thikona tu dibo neki?..

  • @jnyanendragogoi8768
    @jnyanendragogoi8768 5 ปีที่แล้ว +7

    বেছিকৈ ফিয়োজন কৰিলে কনফিউজন হোৱাৰ আশংকা বেছি থাকে, সাচিপতীয়া পুথিৰ ওপৰত ভিত্তি কৰি পতা ঢুলীয়া ওজা প্ৰতিযোগিতাত এখন লাগ, এটা ঘাট, এখন হাত, এখন খৰচনা ৭ মিনিটত বজাব পাৰে, এই অনুস্থানটোত খৰচনা বুলি কৈ প্ৰথমে উভতা চোচনি আৰাম্ভ কৰিছে আৰু যোৰনি, লাগ, চোচনি এইবোৰ একাকাৰ হৈছে আৰু বুলনি বোৰ স্পষ্ট হোৱা নাই।

    • @devajitneog73
      @devajitneog73 5 ปีที่แล้ว

      But much more better than stage bihu, choreographing bihu.

    • @simantatamuli7001
      @simantatamuli7001 5 ปีที่แล้ว +7

      ডাঙৰীয়া, আমি ভাবোঁ আলোচকজন বা সমালোচকজন অতি সচেতন আৰু আলোচ্য বিষয়বস্তুৰ ওপৰত বিশেষ জ্ঞান থকা হ'ব লাগে।যিহেতু আপুনি উল্লেখ কৰাৰ দৰে আমি ঢোলত নদীৰ 'ঘাট' নবজাওঁ, ঢোলত ঢোলৰ 'ঘাত'হে বজাওঁ, 'চোচনি' নবজাওঁ 'চোঁচনি'হে বজাওঁ।একেদৰে 'যোৰনি' কোনো দিনে বজাই পোৱা নাই, 'জোৰনি' কিন্তু বজাই পাইছো।
      ডাঙৰীয়া, আপুনি আমাৰ অনুষ্ঠানটো 'ফিউজন' কৰা বুলি কৈছে। সঁচাকৈয়ে ফিউজন কৰিছোঁ নে? 'ফিউজন' কাক কয় অলপমান বুজাই দিলে সুখী হ'ম। নহ'লে আমিও 'কনফিউজন'ত ৰ'ম। যিখন বা যিকেইখন সাঁচি-পতীয়া পুথিৰ ওপৰত ভিত্তি কৰি ঢোল বাদন প্ৰতিযোগিতা অনুষ্ঠিত কৰে সেই পুথিকেইখন চাবলৈ আমাৰ বৰ হেঁপাহ আছে।আমাৰ এই হেঁপাহ আপুনি পূৰ্ণ কৰিব বুলি আশা থাকিল।
      আপোনাক লগতে এইটোও জনাওঁ যে,এই অনুষ্ঠানটো ইংৰাজী ২০১৭ বৰ্ষৰ ১১ মাৰ্চৰ দিনা গুৱাহাটীৰ জিলা পুথিভঁৰাল পেক্ষাগৃহত অনুষ্ঠিত কৰা হৈছিল।এই অনুষ্ঠানটোৰ আন কেইবাটাও video ইতিমধ্যে আমাৰ TH-cam channelত দিয়া হৈছে।
      অনুষ্ঠানটোত প্ৰথম কাৰ্যসূচী হিচাপে 'খৰচনা' বুলি নামকৰণ কৰি ১৩টা বিশিষ্ট ছেও বজোৱা হৈছিল।ইয়াত ৩টা ছেওৰ বাহিৰে বাকী দহটা ছেও খৰচনাৰ অন্তৰ্ভূক্ত।খৰচনাৰ সংখ্যা বেছি হোৱা বাবে এই বাদন ভাগক 'খৰচনা' নাম দিয়া হৈছিল।খৰচনাসমূহৰ 'ঘাত' অংশ বাদ দি একে ক্ৰম আৰু একেলেথাৰিৰে বজালে কেনে হয় তাৰ এক সম্পৰীক্ষা কৰা হৈছিল।আপুনি উল্লেখ কৰাৰ দৰে আমি যোৰনি (জোৰনি), লাগ, চোচনি (চোঁচনি)আদিবোৰ একাকাৰ কৰা নাই।কাৰণ প্ৰথম আৰম্ভণি খৰচনাৰেই কৰা হৈছে।দ্বিতীয় ছেওটো চোঁচনি ছেও বুলি ক'ব পাৰে।অঞ্চল বিশেষে পিছে খৰচনা বুলিও ধৰা দেখা যায়।একাদশ সংখ্যক ছেওটো 'লাগ' আৰু শেষৰ ছেওটো আমাৰ নিজা ৰচনা।ভয় নাখাব! এই ধৰণৰ এটা পৰীক্ষাই ঢোল সংস্কৃতিৰ মূলত কোনো আঘাত নাসানে।ঢোল কৃষ্টিৰ সোণসেৰীয়া বিষয়-বস্তুবিলাকৰ প্ৰণালীবদ্ধ, বিজ্ঞান সন্মত আৰু শুদ্ধতাৰ বাবে আমি নিৰৱছিন্ন অধ্যয়ন আৰু চৰ্চা অব্যাহত ৰাখিছোঁ।
      আনহাতে আপোনাৰ অভিযোগ 'বুলনিবোৰ স্পষ্ট হোৱা নাই'। আমি যিটো পেক্ষাগৃহত অনুষ্ঠান পৰিবেশন কৰিছিলো সেইটো অৱনদ্ধ শ্ৰেণীৰ বাদ্যযন্ত্ৰৰ বাবে উপযোগী নহয়।পকী দেৱালত শব্দবোৰ ঠেকা খোৱাৰ বাবে বোলবোৰ স্পষ্ট ৰূপত উলাই নপৰিল।
      ধন্যবাদ
      সীমান্ত তামুলী

  • @rupombora6258
    @rupombora6258 5 ปีที่แล้ว

    Moi hodai sau

  • @Jan36gogoi
    @Jan36gogoi 4 หลายเดือนก่อน

    ছাৰ বহুত ভাল লাগিল
    আপোনাৰ contact number দিব পাৰিব নেকি

  • @mridumalaydholoja162
    @mridumalaydholoja162 6 ปีที่แล้ว +1

    Moja